নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নিছা ৰন্ধন কলা । অসমীয়া বাতৰি কাকত,আলোচনী সমূহত কবিতা , ৰন্ধনৰ ভিন্ন লেখা ,প্ৰৱন্ধ প্ৰকাশিত হৈ আহিছে।"নন্দিনী" ৰ নিয়মীয়া লেখিকাৰ দৰে হৈ পৰিছো ।জি ,এন,আৰচি,অন্যযুগ,প্ৰিয়সখীত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰজেউতি,সমিধান সঁফুৰা,পুথি পৰ্য্যালোচনাৰ অনুষ্ঠান কৰিছিলো । আমাৰ সংস্কৃতি,আমাৰ খাদ্যপ্ৰণালী নিৰ্মল,নিখুঁত ,সুস্বাদু , অতি স্বাস্হ্যসন্মত । মই জনাখনি মোৰ youtube channel ৰ জৰিয়তে হেজাৰ কষ্ট বিনিময়ত নিজৰ অকলশৰীয়া প্ৰচেষ্টাৰে অসমবাসী ৰাইজৰ দেখুৱাবলৈ চেষ্টা কৰো ।ভুল ৰৈ যোৱাতো স্বাভাৱিক প্ৰক্ৰিয়া …শুধৰাই আগবঢ়াই নিয়াটোহে উৎকৃষ্ট কৰ্ম নিদৰ্শন । A few words about my passion--Cooking is my passion and I also love sharing my ideas and recipes with people who really love their food and their health. My recipes published in many magazines and newspapers .
Apunar khadyo (recipe) rr video bur Sai khubei val lage borma.....aji loike apuni dekhua recipe buror ji khinie ami bonabo try korisu khub val hoise xea..... Mur Mae uu apunaar video bur sabole khub val pai aru 1 ta karone besi val pai je apuni dia recipe bur bonaute ketiau bea hua nai , bostu bur ene onisto ba peloni hua nai