Тёмный
Inform Hub
Inform Hub
Inform Hub
Подписаться

নমস্কাৰ মোৰ You Tube চেনেল ইনফৰ্ম হাব/ Inform Hub লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। Inform Hub হল বিদ্যালয় শিক্ষাৰ লগত সম্পৰ্ক থকা you tube চেনেল। চেনেল টিৰ জৰিয়তে মই বিদ্যালয়লৈ অহা বিভিন্ন নিৰ্দেশনা বিলাক আপোনালোকক অৱগত কৰিবলৈ লগতে শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ ভিডেও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ।
সময় পালে চেনেল টিৰ জৰিয়তে আপলোড কৰা ভিদেও বিলাক চাই থাকিব। অনুৰোধ কৰিম যদি আপলোড কৰা ভিদেও বিলাক চাই ভাল পাই তেন্তে অনুগ্ৰহ কৰি ভিডেও বিলাক Share কৰিব আৰু চেনেলটো Subscribe কৰিব লগতে আপলোড কৰা ভিদেও বিলাক অতি সোনকালে পাবলৈ কাষত থকা বেল Ikon টিত ক্লিক কৰিব।
উপস্থাপনত ভুল দেখা পালে comment কৰি আঙুলিয়াই দেখালে আগন্তুক সময়ত ভাল কাম কৰি যোৱাত সহায়ক হব।

Please don't forget to share & subscribe my channel InformHub.............

Комментарии
@ZakirHussain-by3py
@ZakirHussain-by3py 2 дня назад
Sir, Teacher Add option nahe,ki koribo lagibo jonabo please
@MohiburRahman-xg5jl
@MohiburRahman-xg5jl 2 дня назад
মোৰ বিদ্যালয়ৰ ইউডাইচত ২ জন CRCC কটাৰ ব্যাৱস্থা আছে নে ছাৰ |
@monujtamuly2003
@monujtamuly2003 8 дней назад
শিক্ষকে কেতিয়া পঢ়াব বাৰু চৰকাৰী কিছুমান নীতি নিয়মে ল'ৰা ছোৱালী ৰ ভৱিষ্যত ধ্বংস হে কৰিব।
@ratulphukan4294
@ratulphukan4294 11 дней назад
চাৰ, প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো কেনেদৰে কৰা হ'ব।
@TrinayanMunda-gv1tk
@TrinayanMunda-gv1tk 12 дней назад
ভাল লাগিল
@khagenborgohain5600
@khagenborgohain5600 15 дней назад
কামত নহা কৰ্ম ! !
@amritprabhasonowal3035
@amritprabhasonowal3035 15 дней назад
সচাঁকৈ কামত নাই এইবিলাক
@RonjitDas-z9u
@RonjitDas-z9u 15 дней назад
Okl teacher krne
@monnahonbiswas4814
@monnahonbiswas4814 17 дней назад
Calender কণা বিলাকে লক্ষ নকৰে নেকি ? AC ৰুমত বহি থাকেতো আধা পাগল বোৰ ।
@ShivaniBoruah-ub1su
@ShivaniBoruah-ub1su 18 дней назад
❤😊
@n.perme.misingirganechanne4252
@n.perme.misingirganechanne4252 19 дней назад
Sir 2021 চনৰ SSAআৰু statepool শিক্ষকসকলৰ কি হ'ব,DEE ত online কৰাৰ পৰা বঞ্চিত কৰিলে, experienced ভিত্তিত নকৰি online কৰিবলৈ সকলোকে সুযোগ দিব লাগে।
@bhupensaikia4722
@bhupensaikia4722 20 дней назад
Poha likha t besi guruto dibo lage aibur kri thokat koi
@bhupensaikia4722
@bhupensaikia4722 20 дней назад
Aibur kri thakutei likha poha nuhua hoise
@laxmirekha1073
@laxmirekha1073 20 дней назад
Lodai bilake podhibo ketia aako 15 august aahileai. Hai karone sarkari school bilakot student komi gaise
@amritprabhasonowal3035
@amritprabhasonowal3035 20 дней назад
হয়, একেবাৰে পঢ়া শুনা নাইকিয়া হৈ গৈ আছে 😔
@rekhajyotipachani7797
@rekhajyotipachani7797 20 дней назад
Dhanyabad sir Xuvratri
@shyamborkotoky5696
@shyamborkotoky5696 20 дней назад
Dhonyobad
@ayeshabegamchoudhury3819
@ayeshabegamchoudhury3819 23 дня назад
খুব সুন্দর হয়েছে।
@navakantagogoi5012
@navakantagogoi5012 23 дня назад
কি কি যে কাৰবাৰ ! এই গেলা গৰমত sports day কোনে কোনে পতা উচিত বুলি ভাবে ?
@gourangasarkar1046
@gourangasarkar1046 24 дня назад
When will be Single transfer from West karbi Anglong to Nagaon? Applied date was 21/08/2022.
@ggogoi9908
@ggogoi9908 25 дней назад
শিক আৰু খা = শিক্ষা 😂😂😂
@utpalboraa9484
@utpalboraa9484 26 дней назад
deubar r babad mahar sehat ata bandha diba lage
@MubarakAli-iu2gt
@MubarakAli-iu2gt 26 дней назад
দেওবাৰ টো বাদ দিব লাগিছিল।
@hemalatachetia3765
@hemalatachetia3765 28 дней назад
চৰকাৰৰ নিৰ্দেশ পত্ৰ খন পঢ়ি দিয়াৰ কোনো দৰকাৰ নাই। এইটো Video হ'ল কেনেকৈ ????
@MilanHighschol
@MilanHighschol Месяц назад
Not so need this vdo,
@tapeswarmedhi1303
@tapeswarmedhi1303 Месяц назад
Private Schools ৰ আদৰ্শ লোৱা উচিত।
@MilanHighschol
@MilanHighschol Месяц назад
Not so need this vdo
@Litonmulla-ts8ds
@Litonmulla-ts8ds Месяц назад
সঠিক কথা বলেছেন ভাই
@Gopalthapa-si8qn
@Gopalthapa-si8qn Месяц назад
Tumibilak Muslim kee saikina ki janesey
@hiranmoipathak1703
@hiranmoipathak1703 Месяц назад
শ্ৰেণীসমূহত নীতি কথা বিষয়ত হেৰাই গল !
@rajatgogoi1241
@rajatgogoi1241 Месяц назад
তোৰ আৰু কাম নাই ।
@navakantagogoi5012
@navakantagogoi5012 Месяц назад
FLN FLN বুলি ইতিমধ্যে দুবাৰকৈ প্ৰশিক্ষণ দেখোন হৈয়ে গ'ল । আকৌ সেই একেই প্ৰশিক্ষণৰ প্ৰয়োজন হ'ল কিয় বা ?
@kameswarrabha2803
@kameswarrabha2803 Месяц назад
Good News sir
@ABDULJALIL-wn9xb
@ABDULJALIL-wn9xb Месяц назад
01 -01 2013 প্রাদেশিক্বত LP School শিক্ষক গন কী পাবেন ,
@arunsaikia3774
@arunsaikia3774 Месяц назад
এই orderটো ২০২১ চনতে দিয়া। কিন্তু retirement পোৱা নাই।
@RokibulHaque01
@RokibulHaque01 Месяц назад
Q
@arupdutta2554
@arupdutta2554 Месяц назад
Kiman pabo
@kirttanaramdas9381
@kirttanaramdas9381 Месяц назад
অকল গ্ৰেচুইটি হলে কি হব, OPS টোও লগতে হব লাগিব।
@ritomnayan
@ritomnayan Месяц назад
5 years complet korilaha dibo after provisinilised.sokolura baba hobo janu?
@pulakkonwar5082
@pulakkonwar5082 Месяц назад
Bortoman kormorotahokolor anubhob kene
@kabitabhuyan545
@kabitabhuyan545 Месяц назад
Tutork teacher কৰক
@purbakantabarman431
@purbakantabarman431 Месяц назад
আজিকালি পুৰস্কাৰ পোৱাটো বৃহৎ ধনৰ লেনদেনৰ দ্বাৰাই হয়। সকলোৰে ক্ষেত্ৰত নহয়। কিছুমান বিশিষ্ট ব্যক্তি প্ৰতিভাৰ মাধ্যমেৰে পুৰস্কৃত হয়। কিন্তু চৰকাৰৰ আঁচনি বোৰ ধনৰ বিনিময়ত হয়। শিক্ষা সেতু এনেকৈ পুৰস্কৃত।
@raktimhazarika692
@raktimhazarika692 Месяц назад
Sound is very low
@kirttanaramdas9381
@kirttanaramdas9381 Месяц назад
2023 নহয়, 2013 হে কব লাগিছিল। ভুলকৈ কলে মনত পাজুল লাগি যায়। 😅😅😅
@barbaligirlshighschool1942
@barbaligirlshighschool1942 Месяц назад
কাগজ কলমতহে ব্যৱহাৰ কৰা হয়।
@prasantarai3921
@prasantarai3921 Месяц назад
I.s,deo, sakale school bilakat doi ata class karile aro besi val ati anorodh.
@rekhajyotipachani7797
@rekhajyotipachani7797 Месяц назад
Maximum e option t sign korise...ki hobo
@rekhajyotipachani7797
@rekhajyotipachani7797 Месяц назад
Individualy moi edinu app t problem naipua 👍out time mendatoty korok sir
@rudrachoudhury9403
@rudrachoudhury9403 Месяц назад
App টোৰ গণ্ডগোল আছে, সদায় attendance দি থকা ছাত্ৰ ছাত্ৰী কেইজনকে কেতিয়াবা চিনিয়ে নোপোৱা হয়। আধা ঘণ্টাৰো অধিক সময় টেবলেট ডাঙি ধৰি থাকোঁতে হাতেৰে বিষ উঠে।
@pabitrapegu2
@pabitrapegu2 Месяц назад
Tutor সকল কি কৰিব লাগিব?
@user-jq6pc8xi4m
@user-jq6pc8xi4m Месяц назад
App is not completely free from defects