Тёмный
Chandana vlog
Chandana vlog
Chandana vlog
Подписаться
Hello guys my name chandana mili. and I am trying to make a missing vlog .so please support my RU-vid channel.🤗
Комментарии
@GaganDoleyAtai
@GaganDoleyAtai 3 часа назад
Sound les
@Misingyameng
@Misingyameng 6 часов назад
Wow ajon
@taidkoassamvlog
@taidkoassamvlog 7 часов назад
Kapodung ❤❤❤❤
@dramenmili1922
@dramenmili1922 8 часов назад
Bohut vl lagil
@bhabakantamili783
@bhabakantamili783 10 часов назад
First viewer
@BidyaPao
@BidyaPao День назад
Kam nai dailok
@Misingyameng
@Misingyameng День назад
Very nice ajon 🎉
@umishadoley5379
@umishadoley5379 День назад
Bhubon Pegu zindabaad ❤❤❤
@dhunupeguc-9515
@dhunupeguc-9515 День назад
✊✊✊✊✊✊✊✊
@ChandanaMili111
@ChandanaMili111 День назад
Love t m p k
@JayPegu321
@JayPegu321 День назад
সেইবোৰ চপ মিছা ৰ বাহিৰে একো নাই....😮😮😮
@BoichingNarah
@BoichingNarah День назад
Hundar
@jatindoley4002
@jatindoley4002 День назад
তহতৰ আবেগ, তহতৰ ঠগ বাজ,চইতান কাৰবাৰবোৰ এদিন, মিছিং যুৱক সকলে বুজি পাব
@kiranpegu76vlog42
@kiranpegu76vlog42 День назад
Very good speech dada. We are with you. Iove you dada❤❤❤
@ProfulloPahadi
@ProfulloPahadi День назад
আজি10 বছৰ Mac কী কাম কৰিলে ছাৰ
@AnandaKhound-jr3te
@AnandaKhound-jr3te 2 дня назад
ৰনোজ পেগু আৰু ভূবন পেগু ৱে মিচিং ৰাইজক থগি আছে ।
@user-el4vd6id4f
@user-el4vd6id4f 2 дня назад
Love❤
@user-el4vd6id4f
@user-el4vd6id4f 2 дня назад
Iove
@sadiyadipencharoh9577
@sadiyadipencharoh9577 2 дня назад
T m p k ৰ সভাত ৰাজনীতিৰ ভাষন বহুত ভাল লাগিল ।
@jitendradoley513
@jitendradoley513 2 дня назад
Nice boni❤❤❤
@dramenmili1922
@dramenmili1922 3 дня назад
Vl lagil dei bai
@Misingyameng
@Misingyameng 3 дня назад
Ajon tumi adin sorkari manu hoboi
@NiranjanNarah-oe3mi
@NiranjanNarah-oe3mi 3 дня назад
Aoke
@BiswaMili-i1d
@BiswaMili-i1d 3 дня назад
Bhuban pegu tmpk nhy bjp hy election hahile sixschedule Kam nai kela maksuda
@MonujKumarPegu
@MonujKumarPegu 4 дня назад
Mishing Re'ngam I'rroi!
@jawaharlalmili6933
@jawaharlalmili6933 4 дня назад
মিচিংসকলৰ বাবে পৃথকভাৱে ভাৰতীয় সংবিধানত সন্নিবিষ্ট ষষ্ঠ অনুসূচীৰ আধাৰত পূণাংগ স্বায়ত্ত্ব শাসনৰ অধিকাৰ নোপোৱালৈকে কোনোবা ৰাজনৈতিক দলৰ বহতীয়া ত এচামী আমাৰ জনগোষ্ঠীৰ উচ্চ আকাংক্ষী ব্যক্তি স্বাৰ্থৰ পৰিপন্থী ৰাজনৈতিক মন্ত্ৰী বিধায়ক হোৱা সপোন পূৰণৰ বাবে জনগোষ্ঠীটো ব্যৱহাৰ কৰিলে মিচিঙৰ ৰাজনৈতিক ,অৰ্থনৈতিক আৰু সামাজিক ,সাংস্কৃতিক একো উন্নয়ন আশা কৰা সান্দহ খোৱা বালিৰ তলত মাৰ যাব ৷ এতিয়া যে এচাম আমাৰে জাতীয় সংগঠনৰ নেতা কৰ্মী তথা ৰাজনৈতিক নেতাৰ ভৰিৰ তলত হাতুকাৰী বিশেষ সাংবিধানিক মৰ্যাদা সম্পন্ন স্বায়ত্ত্ব শাসনৰ দোৱাই দি ক্ষমতাৰ টোপত আশাত বন্দী কৰিছে , এনেবোৰ টোপ অনৰ্থক মাথোঁ ৷ ভাৰতীয় সংবিধানত কোনটো দফাত আৰু কোনটো অনুসূচীত অসমৰ জনজাতি সকলৰ বাবে বিশেষ মৰ্যাদা যুক্ত স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা আছে ? এনেবোৰ অপ্ৰাসংগিক বিষয়ত আমাৰ জাতীয় সংগঠন আৰু মিচিং ৰৗঙামে সূক্ষ্মভাৱে আৰু গম্ভীৰতাৰে চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে ৷
@jawaharlalmili6933
@jawaharlalmili6933 4 дня назад
মিচিং ৰৗঙামক ভূৱন পেগু ,ৰনোজ পেগুৱে sixth schedule ৰ আশা দেখুৱাই জনগোষ্ঠীটো ৰাজনীতি স্বাৰ্থ সুৰক্ষিত কৰিবলৈ জাতীয় সংগঠনবোৰক হাতৰ মুঠিত ৰাখি নিৰ্বাচনী বৈতৰণী পাৰ কৰা কৌশল আৰম্ভ কৰিলে ৷
@twinklemili2846
@twinklemili2846 4 дня назад
Tmpk Mmk Tmmk BJP nohoi
@hemantabori8339
@hemantabori8339 4 дня назад
তেখেতৰ ভাষন বহুত শুনিলো আৰু বহু বছৰৰ আগৰ পৰাই । MLA হোৱা 3 বাৰ হ'ল । এতিয়া বৰ বৰ ভাষনতকৈ কামত দেখাওক । মাথোন অসমত MAC নাই, Tiwa AC,RHAC আদিও আছে । একেলগ হৈ BJP পক্ষত থাকিব লাগে বুলি আওপকীয়াকৈ কৈছে যে মহাশয় ।
@NarenDoley-x4k
@NarenDoley-x4k 4 дня назад
বঢ়িয়া হৈছে
@mukeshpegu3619
@mukeshpegu3619 5 дней назад
Etiya aru singori lab dal bhaai
@PinkiPegu-g9r
@PinkiPegu-g9r 5 дней назад
Wow
@SYM_SOYAMFF
@SYM_SOYAMFF 5 дней назад
Mising jatituk dongko kora bade eku unnayan kora Ronuj pegu aru bhubon pegu.he etiya election ahise karone fokotiya lecture marise. Vuluka ba dibo lage hihotok.
@kamanko5540
@kamanko5540 5 дней назад
Nice moja
@taidkoassamvlog
@taidkoassamvlog 5 дней назад
Moja ❤❤❤❤
@taidkoassamvlog
@taidkoassamvlog 5 дней назад
❤❤❤❤❤❤
@taidkoassamvlog
@taidkoassamvlog 5 дней назад
Kapodung birme' ❤❤❤❤ moja lagise ❤❤❤ new join friend holu ❤️❤️❤️🇮🇳
@taidkoassamvlog
@taidkoassamvlog 5 дней назад
Kapodung ❤❤❤❤❤
@SurajDoleyvlg
@SurajDoleyvlg 5 дней назад
বঢ়িয়া
@Regional-i7b
@Regional-i7b 5 дней назад
বড়ো নেতা সকলৰ পৰা অলপ শিকি লওক মাকচুদুৰ
@Regional-i7b
@Regional-i7b 5 дней назад
আমাৰ মিছিং নেতা সকলে বড়ো নেতা সকলক পৰা শিকিবলগীয়া বহুত আছে
@JayPegu321
@JayPegu321 День назад
Right...
@actorpegumusic691
@actorpegumusic691 5 дней назад
Boriya tal
@miriboy5552
@miriboy5552 6 дней назад
ভাষণতো শুনি ভাল কিন্তু বুজি নাপালোঁ আৰু এবাৰ বুজায় দিব নেকি?
@NibashTayeNibash
@NibashTayeNibash 6 дней назад
Tani kamasol, camera man tongkan kito kangkisang,
@JayantaPegu-o2o
@JayantaPegu-o2o 6 дней назад
গাৱত ভুকি থাকিলে নহ'ব সদনত ভুকিব লাগিব ।
@Misingyameng
@Misingyameng 6 дней назад
Bohut dhuniya ajon
@mondoley7065
@mondoley7065 6 дней назад
❤🌞🙏👌👍♥️
@ChandanaMili111
@ChandanaMili111 6 дней назад
Boriya
@chitrapegu192
@chitrapegu192 6 дней назад
Réngama ,😂😂😂
@DebanandaKaman
@DebanandaKaman 6 дней назад
ইঁহতক দেখি মোৰ নীলা শিয়াল লৈ মনত পৰে।সকলো জন জাতীয় সংগঠনৰ নিজৰ নিজৰ সিম্বল বা সংগঠন টোৰ নামত সুকীয়াকৈ ৰাজনৈতিক নাম আছে।কিন্তু আমাৰ একেত সকলৰো আছিল।এতিয়া অতীত হল কাৰণ ইহঁত বোৰে b j p ৰ প্ৰতীক চিহ্নতে নিৰ্বাচন খেলি জকিছিল।অসমৰ বাকী জন জাতীয় সংগঠন যেনে বডো,ৰাভা,দেউৰী আদি নিজৰ নিজৰ প্ৰতীক চিহ্ন ব্যৱ্হাৰ কৰিছিল।