নতুন পথৰ যাত্ৰী হিচাপে জীৱনত এটি নতুন আশা লৈ, আকাশ চোৱাৰ হেপাঁহেৰে । সকলোৰে মৰম স্নেহ, শুভেচ্ছা, আশীৰ্বাদ লগত লৈ নতুন দিগন্তৰ সূচনা কৰাৰ ইচ্ছাৰে🤗 কবিতা লিখি ভাল পাও কিন্তু এনে নহয় কবি হʼম , মাঁথো অনুভৱবোৰ সাঁচি ৰাখিছো উকা কাগজ আৰু অনলাইন জগতৰ পৃষ্ঠাত । Please Like, Comment, Share and Subscribe to my You tube channel "Biraj Poetry" 🙏🙏🙏🙏