নমস্কাৰ, এই চেনেলত আপোনাক Wellcome . মই এই চেনেল খোলাৰ মূল কাৰন হল যে নজনা কথা নতুবা নেদেখা ঠাই লাগিলে যিয়েই নহঁক আপোনালোকৰ আগত ভিডিঅ হিচাপে দাঙি ধৰা । প্ৰযুক্তি, ভ্ৰমন, খাদ্য, প্ৰণালী , বুৰঞ্জী ইত্যাদি এই চেনেলত দেখা পাব । আশা কৰিম আপোনআলোকে এই চেনেল Subscribe কৰি সহযোগিতা আগবঢ়াই যেন। ধন্যবাদ
নৱজ্যোতি ফুকন Naba EditZ অসম
Hello This Is Nabajyoti Phukan From Assam Starting To Assamese Channel To sShow The People Of Assam Or North East India All About Traveling Videos,Also Share All In Assamese Language. I Hope You Will Like This Channel . Thankyou