Тёмный
Law school for common people
Law school for common people
Law school for common people
Подписаться
I am Bhaskar Kumar Sarma BA(HIST) ,LL.B,JD,PG(MM) AMSPI,FMSPI. Advocate at Gauhati High Court, Practising at Gauhati High court as well as other subordinate Courts.


The moto of this channel is to make common people aware of the pros and cons of different law regarding different offences which will help common people to remain as law abiding citizen.


Phone no. 9864502690
Комментарии
@moneswargogoi725
@moneswargogoi725 23 часа назад
অনুগ্ৰহ কৰি আপোনি টিউটৰ বিষয়ে আৰু একো নকব। কাৰণ আপুনি একেবাৰে ভুল তথ্য বলকি আছে। কাৰন ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা আজি ২০২৪ চেপ্তেম্বৰ লৈকে আপোনাৰ মতে ২ বছৰে নাই হোৱা আৰু এইযে ৫ বছৰৰ ভিতৰত এডোকেছনেল কুৱালিফিকেচনৰ কথা ক'লে টিউটৰ সকলে বিদ্যালয়ত শিক্ষাদান কৰিব নে কুৱালিফিকেচন অত তত বিচাৰি ফুৰিব। এতিয়া কথা হ'ল আপুনি বহুত ভালদৰে মন কৰিব আৰু বুজিবৰ চেষ্টা কৰিব ৰেগুলাৰ শিক্ষক সকলে সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা মানি যিকোনো ট্ৰেইনিং বা ইলেক্সন ডিউটিকে আদি কৰি সকলো ধৰণৰ নিৰ্দেশ মানি চলিছে থিক একেদৰে টিউটৰ সকলেও সমানে সমানে সকলো চৰকাৰী নিৰ্দেশনা মানি আছে। আৰু এটা কথা ভালদৰে আপুনি মগজু খুলি ভৰাই ল'ব যে টিউটৰ সকলেও ৯ বজাৰ আগতে বিদ্যালয় লৈ গৈ চৰকাৰী নিৰ্দেশনা মতে প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি শিক্ষা সেতুত শিক্ষাৰ্থীসকলৰ ফটো লোৱা ৰেজিষ্ট্ৰাৰ কৰা সময়ত ক্লাছ কৰি ২.৩০ বজাৰ পিছত বিদ্যালয় কাৰ্য্যালয়ত আৰু গেটত তলা মৰা লৈকে সকলো কামেই টিউটৰ জনে কৰে। ধন্যবাদ, কথাবোৰ অলপ গুৰুত্ব সহকাৰে মনত থব দেই ।
@aidulaliali7088
@aidulaliali7088 День назад
Sir CG .appoinment dukomet vul hole next re.aply koribo parine jonabo plz
@dalimiboruah4100
@dalimiboruah4100 День назад
চাৰ মই ২০২২ চনত ৰিটায় হৈছো কিন্তু আমাৰ স্কুল ২০১৩ চনত হৈছিল । মই এধকৰ পৰা গ্ৰেছুয়েটি পালো কিন্তু পুৰণি পেঞ্চন হোৱা নাই কাৰনতো কি জনাবচোন।
@asiruddin6101
@asiruddin6101 День назад
ইয়াত দেখা গ'ল ১৯৯৩/২০০৯ চনৰ কথা উল্লেখ কৰিছে, কিন্তু ২০১৩ চনত কেনেকৈ কৰিছিল আৰু সেইবিলাক কিয় বাহাল ৰাখিলে? গতিকে চৰকাৰে ইচ্ছা কৰিলে সব কৰিব পাৰে, বিশেষকৈ হিমন্ত মামা চৰকাৰে।
@rubisaikia4791
@rubisaikia4791 День назад
Your phn no sir
@sanjeevdutta8809
@sanjeevdutta8809 День назад
Good initiative.
@Rajuislam-o8j
@Rajuislam-o8j 2 дня назад
Tq sir ❤
@kusumdeka2487
@kusumdeka2487 2 дня назад
2013r provinsilised khinir katha kabsun
@mausumiroy2626
@mausumiroy2626 2 дня назад
Agor maternity leave thakile heitu etiya ki hobo
@kabitabhuyan545
@kabitabhuyan545 2 дня назад
মাধ্যমিক tutor সম্প্ৰকে kok
@rahimdoley8578
@rahimdoley8578 2 дня назад
Apunar phon no debone sir
@bkslawacademy5596
@bkslawacademy5596 2 дня назад
Check my profile.
@susenmoran3513
@susenmoran3513 2 дня назад
Sir,would you kindly inform us abouut school provincialisation act for thouse teachers whice posts were provincialist in 2013 and who are working under NPS scheem. Are thouse posts applicable for OPS? Because the selection process were taken under the Govt notification of 2000 AD.
@kamallaskar8873
@kamallaskar8873 2 дня назад
Sir Is it possible to run a family with RS 12k Only. Please say something
@rkalita9258
@rkalita9258 3 дня назад
Assam govt pension Service rule act khon r bikhoye jonabo neki sir ??
@priyanathgogoi2637
@priyanathgogoi2637 2 дня назад
Thank. You.
@nareswardeka8660
@nareswardeka8660 3 дня назад
High school teachers employ nahoi neki,
@nareswardeka8660
@nareswardeka8660 3 дня назад
Tutorok nidia
@GHANASHYAMBORDOLOI-u6p
@GHANASHYAMBORDOLOI-u6p 3 дня назад
2013চনত প্ৰাদেশিকৃত শিক্ষক সকলে OPS পাবনে। কাৰণ তেওঁলোক 2005চনৰ আগতেই নিযুক্তি লাভ কৰিছিল।
@pranabjyotisaikia.8263
@pranabjyotisaikia.8263 3 дня назад
ছাৰ, নতুনকৈ প্ৰাদেশিকৰনৰ ২০ ১০ ৰ পিছত ৰৈ যোৱা শিক্ষকসকলৰ বাবে কিবা এটা সমাধান আছেনে?
@PrakashDas-k8k
@PrakashDas-k8k 3 дня назад
State gov or ki ki lagibo
@bkslawacademy5596
@bkslawacademy5596 3 дня назад
thanx i will make a video on ur subject
@BubaurangBubaurang
@BubaurangBubaurang 3 дня назад
Non teaching khinir post tu regular hob ne video janab son sir
@bkslawacademy5596
@bkslawacademy5596 3 дня назад
in the matter of regularization ,the Govt can give reply and there is an Act for the same . I have already uploaded in my channel regarding provincialisation of services of non teaching staff,kindly check.Thanks
@dhaneshpegu1776
@dhaneshpegu1776 3 дня назад
Good news sir.
@RANJITPEGU-u6x
@RANJITPEGU-u6x 3 дня назад
Good news sir.
@jugalkumarsarma7721
@jugalkumarsarma7721 3 дня назад
ছাৰ,Non-Teaching Staff সকলে শিক্ষাগত আৰু বৃত্তিগত কি অৰ্হতা আহৰণ কৰিলে তেওঁলোকৰ পদ সমূহ নিয়মী হব সেই সম্পৰ্কে আইনখনত কিবা কথা উল্লেখ আছে নে ? আপোনাৰ পৰা আইনখনৰ প্ৰতিটো ধাৰা, উপ-ধাৰাৰ ব্যাখ্যা পাম বুলি আশা কৰিলো ।
@bkslawacademy5596
@bkslawacademy5596 3 дня назад
The concerned Act 2018 only states that employee must have minimum educational and professional qualification as laid down under relevant service rules as on 1/1/2011 and other conditions i have already described in my video. I will try to fulfill ur wish if time permits. Thanx a lot.
@alamgirtalukdar9495
@alamgirtalukdar9495 4 дня назад
Non teaching katiya regular hobo 2021 huwa tutor clerk dormoha 11800 katiya Bashi hobo jonai dibo high school
@rupakborah6761
@rupakborah6761 4 дня назад
Non teaching khinir tu aku nalage seaikhinik fixed price di thoise 8000 kori tak loi sir apuni ki kobo jonabone ki plz vedio jugedi
@Jinaramkakati
@Jinaramkakati 4 дня назад
ছাৰ ২০২২ চনত নিযুক্তি হোৱা চকিদাৰ সকলৰ ভবিষ্যত কি হব ? আপোনাৰ পৰা এটি মন্তব্য জানিব বিচাৰো অনুগ্ৰহ কৰি জনালে আমি সকলোৱে সুখী হম ৷
@pranaykanti7638
@pranaykanti7638 5 дней назад
2013prvincialised school bilake kio pension napay
@dulalpaul-p8c
@dulalpaul-p8c 5 дней назад
Pls. Contact. No..
@ramkrishnarikiason391
@ramkrishnarikiason391 5 дней назад
Sir give me ur no...
@priyanathgogoi2637
@priyanathgogoi2637 5 дней назад
Thank. You
@BikashRoy-td4pf
@BikashRoy-td4pf 6 дней назад
অসমৰ চাৰ্ভিচ ৰুল সলনি কৰা হৈছে
@BikashRoy-td4pf
@BikashRoy-td4pf 6 дней назад
টিউটৰ শিক্ষক সকলৰ বিষয়ে আপোনাক কিছু প্ৰশ্ন সুধিছিলো কোনো উওৰ নাপালোঁ। সমস্যা সমাধানৰ বাবে কি ব্যৱস্থা আছে সেইটো ক'লে ভাল হ্য় মহোদয়
@bkslawacademy5596
@bkslawacademy5596 5 дней назад
@@BikashRoy-td4pf wait I will give response thanks
@pavanpegu5976
@pavanpegu5976 6 дней назад
আপুনি একো আইনৰ বিষয়ে নাজানে। কিয়নো টিউটৰৰআইন সংশোধন কৰিব পাৰে । আপোনাৰ কাম নাই
@BubaurangBubaurang
@BubaurangBubaurang 6 дней назад
চকিদাৰ চাকৰি টো নিয়মমিয়া হ'ব নে
@BubaurangBubaurang
@BubaurangBubaurang 6 дней назад
Sir amar ake bare mahab niki
@ManujNathkumar
@ManujNathkumar 6 дней назад
Sir আপোনাৰ কথাখিনি শুনি মই ৰহুত ভাল পাইছো। sir মই 2021চনৰ 5ফেব্ৰুৱাৰীত অসম চৰকাৰৰ পৰা এজন চতুৰ্থ বৰ্গৰ কৰ্মছাৰী হিচাপে মহাবিদ্যালয়ত সেৱা আগবঢ়াবলৈ সুবিধা কন পাইছিলো। ছাৰ মোৰ লগত আৰু 4 জনে পাইছিল । কিন্ত ছাৰ মোৰ Appointment ত Night বুলি অহা নাছিল। ছাৰ এতিয়া মই অকলে Duty দিওঁ আৰু মোৰ ছুটি বা বন্ধ নাই। ছাৰ Night জনক সালসলনিৰ সুবিধা কৰিব নোৱাৰি নে কি?ছাৰ ইযাৰ ওপৰত এটা Video বনাৱ বুলি আপোনাৰ অনুৰোধ থাকিল। নমস্কাৰ
@bkslawacademy5596
@bkslawacademy5596 3 дня назад
thanx I will try to make video.
@NazimLaskar-do6qb
@NazimLaskar-do6qb 6 дней назад
Thank sar
@sanjibdas5254
@sanjibdas5254 6 дней назад
ধন্যবাদ চাৱ ।আগলৈ আকৌ জনাব ।
@sufainbarbhuiya2858
@sufainbarbhuiya2858 6 дней назад
Thank you। Sir
@ManindramedhiMani-sc6vy
@ManindramedhiMani-sc6vy 7 дней назад
Ki dress pindhi apuni news korise. Age milai kam korile vl lage
@bkslawacademy5596
@bkslawacademy5596 6 дней назад
Thanks for suggestion.
@RafiqulIslam-zh9if
@RafiqulIslam-zh9if 7 дней назад
Thanks 👍
@BikashRoy-td4pf
@BikashRoy-td4pf 7 дней назад
মই এটা প্ৰশ্ন কৰিছিলোঁ আপুনি তাৰ উওৰ দিয়া নাই। টিউটৰ বোলা কোনো শব্দ চাকৰি ক্ষেত্ৰত প্ৰযোজ্য নহয়। আমাক ঠগি আছে।আইন খন সংশোধন হ'ব কৰিব পাৰি কেৱল গীতা ভাগৱত সংশোধন কৰিব নোৱাৰি আপুনি কি কয়
@RafiqulIslam-zh9if
@RafiqulIslam-zh9if 7 дней назад
জুৰজলূম কৰি আইন জাপি দিয়া বনোৱা ইয়াৰ কোনো ন্যায় বিছাৰি পাম নেকি?
@debajittalukdar1
@debajittalukdar1 7 дней назад
Equal pay for equal kothatu supreme court r judgment tu ki hobo
@manindrabaruah4822
@manindrabaruah4822 7 дней назад
what are you talking about ? The tutors do not need the explanation of the Act. They need only justice not repetition of the discriminatory Act .
@atuldeka4837
@atuldeka4837 7 дней назад
আইন খন প্ৰায় জানে । সমাধান কি সেইটোহে লাগে ।
@rurshingdaimary7294
@rurshingdaimary7294 7 дней назад
The act 2017 is teacher/tutor murder act.
@abulhussain1914
@abulhussain1914 7 дней назад
ছাৰ মোৰ ঘৰৰ বিদ্যুতৰ মিটাৰ খন মোৰ ঘৈণীয়েকৰ নামত আছে ।কিন্তু মোৰ ঘৈণীয়েক মোৰ লগত সংসাৰ কৰি আছে ।কিন্তু তাই জীয়াই আছে।তাইৰ নামত থকা বিদ্যুতৰ মিটাৰ খন মই তাইৰ স্বামী হিচাবে মোৰ নামত কৰিবলৈ হলে লিগেল হেয়াৰ প্ৰমান পত্ৰ লাগিব নেকি ছাৰ অনুগ্ৰহ কৰি জনালে সুখী হম
@Sahilhassanofficial08
@Sahilhassanofficial08 7 дней назад
সার আমরা Acomodad Tutor আমাদের কি উপায় আমাদের যখন চাকরি হয় তখন অনেকেই টিচার হৈছে আমরা কি দুষকরিছু আমাদের Tutor সাজিয়ে অনেক কষ্ট দেয়া কারন কি
@jasminaparbin
@jasminaparbin 7 дней назад
Thank you so much,, sir