নমস্কাৰ বন্ধুসকল, আমাৰ কান্ত মাজুলী চেনেললৈ স্বাগতম, মই কান্ত বন্ধুসকল, এই চেনেলত আপোনালোকে প্ৰতিদিনে নতুন নতুন ঠাইৰ লগতে মত মন্দিৰ বিষয়ে অসমীয়া ভাষাত ভিডিঅ' চাবলৈ পাব, যাৰ পৰা আপোনালোকে প্ৰতিদিনে নতুন নতুন কথা শিকিব পাৰিব বন্ধুসকল যদি আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্ন আছে বা যিকোনো বিষয়ে জানিব বিচাৰে, প্ৰতিটো ভিডিঅ'ৰ কমেণ্ট ছেকচনত মোক সুধিব পাৰে। অথবা ইনষ্টাগ্ৰামত বন্ধুসকল, আপোনালোকে মোক যিকোনো বিষয়ৰ প্ৰশ্ন সুধিব পাৰে, সেই বিষয়ত ভিডিঅ' বনাই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। বন্ধুসকল, যদি আপোনালোকে এই চেনেলটো ভাল পায় তেন্তে এই চেনেলটো subscribe কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰিব বন্ধুসকল, সকলোকে ধন্যবাদ।