Тёмный
ROAR OF INDIGENOUS ASSAM
ROAR OF INDIGENOUS ASSAM
ROAR OF INDIGENOUS ASSAM
Подписаться 3,1 тыс.
ROAR OF INDIGENOUS ASSAM
It's a Channel of Assam Sanmilita Mahasangha. Mahasangha is a Confederation of 100 Indigenous Peoples Organization of Assam.
Hear we will upload different Videos about the Problems of Indigenous People of Assam.
We will discuss & Analysis about the UNITED NATIONS DECLARATION ON THE RIGHTS OF INDIGENOUS PEOPLE (2007), through different Videos.
We will discuss the Problems faced by the Indigenous People of Assam.
-Mahirangamati
(Matiur Rahman)
Our Website :
www.disclosureassam.blogspot.com
Комментарии
@MinakhiGogoi-z8i
@MinakhiGogoi-z8i 4 дня назад
I fully support Mahasangha.
@wangxiyun7627
@wangxiyun7627 4 дня назад
Adopting non Assamese as a Assamese must be stopped. Because the they contain the same colonial.mindset
@tulsinath3287
@tulsinath3287 5 дней назад
খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৮২৬/ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ । বাকী কোনো মানি লোৱা নহয় ।
@sanjiblaskar475
@sanjiblaskar475 5 дней назад
জয় মহাসংঘ
@bultugogoi5039
@bultugogoi5039 6 дней назад
একমত ❤❤❤
@ratneswardhekialphukon869
@ratneswardhekialphukon869 6 дней назад
অতিশয় দুৰ্ভাগ্যজনক কথা যে ১৯৭১ চনৰ ২৫ মাৰ্চত অসমৰ পৰা বাংলাদেশ পৃথক হোৱা নাছিল, হৈছিল পশ্চিম পাকিস্তানৰ পৰা । তেনে ক্ষেত্ৰত অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ কোনোপধ্যেই ১৯৭১ হ'ব নোৱাৰে । অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক বিভ্ৰান্তিৰে ভুল পথে পৰিচালিত কৰি আছে সদৌ অসম ছাত্ৰ সন্থাই । জনগণে সংবিধান অনুসৰি ১৯৫১ ভিত্তি বছৰৰ পক্ষত থিয় দিয়া উচিত ।
@AssamesePathshala
@AssamesePathshala 6 дней назад
একমত
@ratneswardhekialphukon869
@ratneswardhekialphukon869 6 дней назад
অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ । আহোম, মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীৰ জাতীয় সংগঠনে শীঘ্ৰে জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭)ৰ আধাৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আগবাঢ়ি যোৱাটো সময়োপযোগী সিদ্ধান্ত । অভিনন্দন জনালো ।
@sanjiblaskar475
@sanjiblaskar475 7 дней назад
জয় মহাসংঘ ! জয় খিলঞ্জীয়া
@rgallinone357
@rgallinone357 7 дней назад
It’s a very good initiative.
@madhurjyaborah2946
@madhurjyaborah2946 8 дней назад
Heartiest congratulations to Mahasangha for the great initiative for the Indigenous People of Assam.
@abhijitchetia4714
@abhijitchetia4714 8 дней назад
Warm Salute to thinker Matiur Rahman Sir.
@abhijitchetia4714
@abhijitchetia4714 8 дней назад
May God bless Singpho King Bisa Nong Singpho.
@abhijitchetia4714
@abhijitchetia4714 8 дней назад
Very fine work.
@abhijitchetia4714
@abhijitchetia4714 8 дней назад
It's very sad incident.
@abhijitchetia4714
@abhijitchetia4714 8 дней назад
Congratulation to all the Indigenous Leaders.
@kushaltalukdar2103
@kushaltalukdar2103 8 дней назад
অসমৰ তথাকথিত জাতীয় সংগঠণ কেইটাই জাতিটোক ঠগোৱাত বাদে একো কৰিব নোৱাৰিলে। এয়া জাতিটোৰ বাবে দুৰ্ভাগ্য।
@drhemanta
@drhemanta 8 дней назад
Execellent.
@hiteshwarray4270
@hiteshwarray4270 8 дней назад
100 raight joi aai asom 1826 indigenous people cutof
@krishnaborah5951
@krishnaborah5951 9 дней назад
সহমত জনালো।খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৮২৬,ভাৰতীয় নাগৰিকৰ ভিত্তিবৰ্ষহে১৯৫১ চন ।
@jugengohain6899
@jugengohain6899 9 дней назад
Warm Salute to Matiur Rahman Sir for his real Voice about the Indigenous Muslim community.
@jugengohain6899
@jugengohain6899 9 дней назад
Long live Mahasangha.
@jugengohain6899
@jugengohain6899 9 дней назад
It's a Excellent work.
@jugengohain6899
@jugengohain6899 9 дней назад
May God bless you Singpho King Bisa Nong Singpho.
@jugengohain6899
@jugengohain6899 9 дней назад
Great work.
@jugengohain6899
@jugengohain6899 9 дней назад
It's really unfortunate.
@jugengohain6899
@jugengohain6899 9 дней назад
It's a historical move.
@Prixom_
@Prixom_ 9 дней назад
Great initiative. Heartiest congratulations to all the Indigenous Leaders.
@uzzalkalita3613
@uzzalkalita3613 10 дней назад
1951 Assam NRC
@AinulAli-vx1de
@AinulAli-vx1de 10 дней назад
নিশ্চয় আপোনাৰ লগত একমত।
@KuntalaBora
@KuntalaBora 10 дней назад
It's realy unfotunate.
@sanjiblaskar475
@sanjiblaskar475 12 дней назад
We want justice
@Lovinseconds5
@Lovinseconds5 12 дней назад
We want justice 😡😡✊✊
@tulsinath3287
@tulsinath3287 12 дней назад
খিলঞ্জীয়া চিংফৌ জনগোষ্ঠীৰ ছাত্ৰ জনৰ মৃত্যুত চৰকাৰ বা বিধায়ক নিৰ্বাক । এই চৰকাৰে ৫১/৭১/১৪ চনৰ পিছত অসমলৈ অহা সকলৰ বাবে হে চিন্তা কৰে । সকলো খিলঞ্জীয়াৰে এনে অৱস্থা হ'ব চাই থাকক, এতিয়াও সকলো খিলঞ্জীয়া একত্ৰিত হ'লে খিলঞ্জীয়া বিৰোধীয়ে নিস্তাৰ নেপাব ।
@shyamoleegogoi1421
@shyamoleegogoi1421 13 дней назад
🙏🙏
@NozrulHussain-dc1zh
@NozrulHussain-dc1zh 13 дней назад
গামৰিণ মাকাতক ন্যায় প্ৰদান কৰিবলৈ দাবী জনালো৷ ধন্যবাদ ডাঙৰীয়া৷
@assamesevloggerbondita9951
@assamesevloggerbondita9951 13 дней назад
খিলঞ্জীয়াৰ ঐক্য জিন্দাবাদ ।
@assamesevloggerbondita9951
@assamesevloggerbondita9951 13 дней назад
মহাসংঘ দীৰ্ঘজীৱী হওক ।
@assamesevloggerbondita9951
@assamesevloggerbondita9951 13 дней назад
চিংফৌ ৰজা বিছা নং চিংফৌৰ আৰোগ্য কামনা কৰিলো ।
@assamesevloggerbondita9951
@assamesevloggerbondita9951 13 дней назад
অতিশয় উত্তম কাৰ্য ।
@assamesevloggerbondita9951
@assamesevloggerbondita9951 13 дней назад
এনে এটা খিলঞ্জীয়া ছাত্ৰৰ নিষ্ঠুৰ হত্যাৰ যদি উচিত বিচাৰ নহয় তথা অপৰাধীৰ শাস্তি নহয় তেন্তে খিলঞ্জীয়াৰ ভৱিষ্যত অন্ধকাৰ । এই জঘণ্য হত্যাকাণ্ডৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া জনগোষ্ঠী জাগ্ৰত হোৱা উচিত।
@anilthakuria5455
@anilthakuria5455 13 дней назад
Jai Khilangiya Jai Bhumi Putra Jai Mahasanga Jai .
@lifeexperiences4223
@lifeexperiences4223 14 дней назад
We want justice
@ratneswardhekialphukon869
@ratneswardhekialphukon869 14 дней назад
অতিশয় দুৰ্ভাগ্যজনক কথা যে এগৰাকী চিংফৌ ছাত্ৰক নৃশংস ভাবে হত্যা কৰা ঘটনাৰ দুমাহ ধৰি চৰকাৰে একো গুৰুত্ব নিদিলে । অপৰাধী মুকলি মূৰীয়াকৈ ঘূৰি আছে । খিলঞ্জীয়া চিংফৌ জনগোষ্ঠীৰ ছাত্ৰ বাবেই চৰকাৰে এনে আচৰণ কৰিছে । শীঘ্ৰে তদন্ত আয়োগ গঠন কৰি বিচাৰ খৰতকীয়া কৰি অপৰাধীক কঠোৰ শাস্তি বিহা উচিত ।
@anilthakuria5455
@anilthakuria5455 15 дней назад
জয় অসম সনমিলিত মহাসংঘ জয় ।জয় আই অসম ।
@MukundaPhukan-h7s
@MukundaPhukan-h7s 15 дней назад
অসম সন্মিলিত মহসংঘই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষাৰ কাৰণে লোৱা পদক্ষেপ এতিয়া অসম ৰক্ষাৰ শেষ উপায়। খিলঞ্জীয়া ভূমিপুত্ৰ চিংফৌ ৰজা বিচা নং চিংফৌ আশু আৰোগ্য কামনা কৰিলোঁ। অসম চৰকাৰে চিংফৌ ৰজা সহায় কৰিবলৈ আগবাঢ়ি অহা উচিত।
@bgogoi6415
@bgogoi6415 16 дней назад
সহমত প্ৰকাশ কৰিলো ৷জয় মহাসংঘ ৷
@bgogoi6415
@bgogoi6415 16 дней назад
আন্তৰিক অভিনন্দন জনালোঁ ৷
@RENGOKU_FF-GAMING
@RENGOKU_FF-GAMING 16 дней назад
Correct definition of indigenous people of Assam, Joi Aai Axom
@AmritKakati
@AmritKakati 16 дней назад
Aami matiur rahmanor motor logot akmot, shohid porial akmot....