Business Mail - duttabhaskar@live.com Business Only Contact / WhatsApp 9435807060 (বেলেগৰ নম্বৰ বিচাৰি যোগাযোগ নকৰিব নতুবা সাঁচি গছ, ইটাৰ বাবে ফোন নকৰিব) নমস্কাৰ, এই চেনেলত আপোনাক স্বাগতম। মই এই চেনেল খোলাৰ মূল কাৰণ হল যে নজনা কথা নতুবা নেদেখা কথা লাগিলে যিয়েই হওক আপোনালোকৰ আগত ভিডিও হিচাপে দাঙি ধৰা। প্ৰযুক্তি,ভ্ৰমণ,খাদ্য প্ৰণালী,বুৰঞ্জী ইত্যাদি এই চেনেল ত জানিবলৈ পাব। আশা কৰিম আপোনালোকে এই চেনেল subscribe কৰি সহযোগিতা আগবঢ়ায় যেন। ধন্যবাদ
ভাস্কৰ দত্ত পূৰ্বাঞ্চল অসম
Hello, This Is Bhaksar Dutta from Assam starting this assamese channel to show the people of Assam or North East India all about Travelling videos,tourist spots,Also to share all in assamese Language.I hope you will like this channel. Thank you
My Address- Boruah Chuck, Kalibari, Sivasagar 785640 Assam
Recently visited this place, no concession in PET scan, they charge more than 25000 where CGHS rate was 10000 only, no facilities for Ayushman card holder if you are going to OPD
Jai baba agninabh,Aapunak antaredi bhaalpaau,aaru bhakti koru, aashirvad koribo jaate,eta phaal hoi aaru aapunar mondirot loi jaabo paaru,aapunar mondirot,phaal loi jaaboloi,bohut iccha,baba,har har mahadev.
মই যোৱা সপ্তাহত গৈ আহিছোঁ AIG. অসমৰ গুৱাহাটী, ডিব্ৰগড়, যোৰহাট ৰ ভাল ভাল doctor ৰ ওচৰত যোৱা দুবছৰৰ দেখাই থাকিও acidity gastric ভাল পোৱা নাছিলো। অসম ত endoscopy colonoscopy বহুত কষ্ট হয়।কিন্তু AIG ত একো গমেই নাপায়. অসমত ডক্টৰে, empty stomach ৰ Acidity ৰ medicine কিমান খাব দিলে হিচাব নাই। কিন্তু AIG ত গৈ গম পালোঁ মোৰ acidity নায়েই. মোৰ IBS ( Irritable bowel syndrome) আছে আৰু medicine দুটা দিছে। Really now I'm so relaxed that I came to know what actually made me suffer from the last 2-3years.A big salute to AIG.