Тёмный
জয় গুৰু শঙ্কৰ // Joy guru sankar
জয় গুৰু শঙ্কৰ // Joy guru sankar
জয় গুৰু শঙ্কৰ // Joy guru sankar
Подписаться
এক শৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ ও প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই যাত্ৰা... আপোনাসৱৰ সহযোগিতাৰ আশাৰে ভক্তি ভৰা সেৱা জনাইছোঁ ।

আপোনাসৱৰ প্ৰতিভা সমূহ আমাৰ চেনেলটিৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰিলে বিনাদ্বিধাই আমালৈ মেইল কৰিব পাৰিব:
joygurusankar1990@gmail.com
নাম প্ৰসংগ
34:29
Месяц назад
Комментарии
@jayantadey4170
@jayantadey4170 15 часов назад
Om namo Bhagwate Vasudevaya
@banamaliroy5374
@banamaliroy5374 19 часов назад
Sundar bhashan, suni bhal lagil
@PuniramBorah-ry1xn
@PuniramBorah-ry1xn День назад
Borgeet bhagi swarlipi anushari huar babe hundar hoise.
@dilipbaruah1655
@dilipbaruah1655 День назад
কৃষ্ণ🙏কৃষ্ণ🙏
@putulsarmah5900
@putulsarmah5900 День назад
Badar bjdhi mota puja
@myway3433
@myway3433 2 дня назад
কৃষ্ণ বাপ ।
@nibeditatammuliborah6615
@nibeditatammuliborah6615 2 дня назад
ইমান সুন্দৰ !🙏
@hemchandranath8533
@hemchandranath8533 2 дня назад
কামাখ্যাৰ শক্তি নাই বুলি ক ওক
@rekhagogoi322
@rekhagogoi322 2 дня назад
শ্ৰদ্ধাৰ বাপ জনাক ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ কৃষ্ণ।
@subhashchandraroy1928
@subhashchandraroy1928 3 дня назад
কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শংকৰ সংঘ 🙏🙏🙏🙏
@JackPwali
@JackPwali 3 дня назад
সচাই আপোনাৰ কথাই আজি মোৰ চকুৰ মেল খুৱালে।
@TeamParadise-g1u
@TeamParadise-g1u 3 дня назад
বৰ সুন্দৰ লাগিল
@JatinBorah-ji1dh
@JatinBorah-ji1dh 3 дня назад
Krishna
@saratligira514
@saratligira514 3 дня назад
Bor hundar
@PranjalSaikia-q4o
@PranjalSaikia-q4o 3 дня назад
Krishna.bap.jana.ati.hundar
@rabindratalukdar3191
@rabindratalukdar3191 3 дня назад
কৃষ্ণ কৃষ্ণ 🙏
@Romagogoi-b8p
@Romagogoi-b8p 3 дня назад
আত্মাৰ বলিদান
@debendas1413
@debendas1413 4 дня назад
কৃষ্ণ বাপ। মই নলবাৰীৰ।পৰাআপোনাৰচৰনযুগলতসেৱাভাগি।যাসিচো। কৃপা কৰি।গ গ্ৰহণ কৰিব। সুন্দৰ ভাষণশুনিলোআজিআপোনৰপৰা। কৃষ্ণ জয়গুৰু শঙ্কৰ কৃষ্ণ।লিখোতেভুলহবপাৰে।অপৰাধ।বিনাশন। কৃষ্ণ
@jeetbarman-z3s
@jeetbarman-z3s 4 дня назад
কৃষ্ণ, জয় গুৰু শঙ্কৰ। খুব সুন্দৰ বিশ্লেষণ।
@akhilgogoi1869
@akhilgogoi1869 4 дня назад
Krishna Krishna Krishna
@muktigogoi3324
@muktigogoi3324 4 дня назад
.😢😢😢
@archanasaikia6820
@archanasaikia6820 4 дня назад
অতি সুন্দৰ ব্যাখ্যা 👏
@pulakmedhi5300
@pulakmedhi5300 4 дня назад
🙏🏻🙏🏻কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হৰি..🙏🏻🙏🏻
@bhabenchsharmagmailbhaai1676
@bhabenchsharmagmailbhaai1676 4 дня назад
মহা মূখ এইটো কৰ পৰা তপকিল,
@bhabenchsharmagmailbhaai1676
@bhabenchsharmagmailbhaai1676 4 дня назад
Moha mukho etu
@bishwadeepgogoi5436
@bishwadeepgogoi5436 4 дня назад
অত্যন্ত সুখ পালো বাপ....একেবাৰে বৰ ৰসিকভাৱে ব‍্যাখ‍্যা কৰিছে...কৃষ্ণ❤
@charugogoi2219
@charugogoi2219 5 дней назад
Oti uttom hóise,somoupojugi hoise,Porompitai kipa korok,. Sewa jonalu.
@sanatanchaudhury9109
@sanatanchaudhury9109 5 дней назад
ভাগৱতত ৮ প্রকাৰৰ ভক্তিৰ কথা কৈছে,আপুনি মানিবই লাগিব। এই ৮ প্রকাৰৰ ভক্তিৰ ভিতৰত মূৰ্তি পূজাৰ কথাও কৈছে। গতিকে ভাগবতে আপোনাক মূৰ্তি পূজা কৰিব কৈছে।
@makhankhanikor8188
@makhankhanikor8188 5 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@RameshBania-m8t
@RameshBania-m8t 5 дней назад
Krishna 👃👃👃👃
@sunilgoswami5751
@sunilgoswami5751 5 дней назад
Kot pala sari pantha? pasta panthahe dekho. Saiba,Sakta,Vaisnab,Saura,Ganapatya.
@jyotishbhattacharjya8615
@jyotishbhattacharjya8615 5 дней назад
মূৰ্তি আৰু প্ৰতিমা সম্পূৰ্ণ বেলেগ। ভাগৱত মূৰ্তি কথাটো বুজাত অসুবিধা। মূৰ্তি বুলিলে ৰুদ্ৰ মূৰ্তি, দূৰ্গা মূৰ্তি, কালী মূৰ্তি আৰু মানুহৰ ভক্তি ব্যভিচাৰ হোৱা কামাতুৰ মূৰ্তি। আৰু প্ৰতিমা...... ভাগৱত পাঠ অকল দূৰ্গা আৰু বলিৰ পন্থাৰ ওপৰত, অন্য পন্থাৰ ওপৰত মাত নামতি নিজৰ পৰিচয় ভাগৱতীয়া হিচাপে কি দৰে জীয়াই ৰাখিব? নে এক ঈশ্বৰবাদত পাৰি?
@SatyaranjanBaruah-o1j
@SatyaranjanBaruah-o1j 5 дней назад
Krishna
@RatulGayon
@RatulGayon 5 дней назад
কৃষ্ণ।খনিকৰ প্ৰভূজনা আপুনি একেবাৰে উপযুক্ত সময়ত উপযুক্ত বাখ্যা আগবঢ়াইছে সেই অথে আপোনাৰ চৰণলৈ বুলি নিলগৰ পৰাই সেৱা আগবঢ়ালো লগতে আপোনাৰ সু-শ্বাস্থ্য আৰু দীঘায়ু কামনা কৰিলো "পিছে প্ৰভূজন আজিযুগৰ কিছু লোকে আমাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিস্থাতা ঈশ্বৰৰ অৱতাৰি মহাপুৰুষ দুজনাক' মায়াৱী গুৰু বুলি কবলৈ কুণ্ঠাবোধ কৰা নাই" এই কথাষাৰ আপোনালৈ আগবঢ়ালো এইবিষয়টো ভাবিছাবলৈ সেৱা ধৰিলো।কৃষ্ণ।জয় গুৰু শংকৰ।
@akhilgogoi1869
@akhilgogoi1869 5 дней назад
Krishna Krishna bhal bhal
@arunborah8754
@arunborah8754 5 дней назад
Krishna, ajikali prai gurga poja burat boli bidhan uthai dia hoise, aru eta kotha manuhor thegn nathake,
@deepasaikia7385
@deepasaikia7385 5 дней назад
Krishna
@BhubonDutta-d5w
@BhubonDutta-d5w 6 дней назад
Krishna bapjona upanar byikhat porom santus hoisu krishna,,
@UddipanGuitars
@UddipanGuitars 6 дней назад
Akebare hosa kotha hokolu manuhe Buji lowk🙏🙏🙏🙏🙏krisna krishna 🙏♥️👌
@prahladhazarika9956
@prahladhazarika9956 6 дней назад
কৃষ্ণ কৃষ্ণ।
@Jyo-w9i
@Jyo-w9i 6 дней назад
True feeling of Sankardeva was the God is the true self of all Atma is the universal all when this truth have realise will have faith in soul with love and respect
@dipakborthakur4956
@dipakborthakur4956 6 дней назад
Bor moja khonokor sir
@Jyo-w9i
@Jyo-w9i 6 дней назад
Srimanta Sankardeva was the human of spiritual thinking for spiritual atmosphere through spiritual writting which are most quality of sunlight of shines
@tarunhandique8106
@tarunhandique8106 6 дней назад
Krishna pravu ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 6 дней назад
কৃষ্ণ
@prasantabordoloi5555
@prasantabordoloi5555 6 дней назад
কৃষ্ণ প্ৰভূ
@kalpanadas4409
@kalpanadas4409 6 дней назад
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ
@BhobenBora-ym3my
@BhobenBora-ym3my 6 дней назад
Good masage
@bantideka823
@bantideka823 6 дней назад
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা কৰিছে ভাল লাগিছে শুনি মন প্ৰাণ জুৰ পৰি গ'ল কৃষ্ণ 🙏🙏
@narakantasaikia2282
@narakantasaikia2282 6 дней назад
Bad diya puja kara manuhar hisab janiba bichara