Тёмный
Chinmoy's Chemistry Point
Chinmoy's Chemistry Point
Chinmoy's Chemistry Point
Подписаться
সকলোকে নমস্কাৰ, মই Dr.Chinmoy Kalita। শিক্ষাৰ ক্ষেত্ৰখনত ইমান বছৰৰ অভিজ্ঞতাৰ পৰা এটা কথা কব পাৰো যে মাতৃভাষাৰ মাধ্যমত হে আমাৰ শিক্ষা বেছিকৈ ফলপ্ৰসূ হয় । অসমৰ বিজ্ঞানৰ ক্ষেত্ৰখনত ছাত্ৰ ছাত্ৰী সকলে বিজ্ঞান আৰু Chemistry বিষয়টো সহজেই বুজিব পৰাকৈ এই channel টোত প্ৰতিটো topic নিখুঁত ভাবে বুজোৱা চেষ্টা কৰি যোৱা হৈছে। আশা কৰিছোঁ সকলোকে এই channel টোৱে আগলৈ সহায় কৰি যাব, লগতে সকলো সহযোগিতা আগবঢ়াব । জয় আই অসম

We bring content for the students preparing for Class 11-12 board exams, NEET, IIT_JEE, Assam CEE and B.Sc (Chemistry Honors).

For any information, mail me at mathchemclass@gmail.com
(Contact for offline/online classes)
Address: Amolapatty, Nagaon, Assam
Reach me at: +91- 9365206075
Комментарии