নমস্কাৰ, মই ঋতুস্মিতা বৰদলৈ ( জুলি ) । সকলোকে মোৰ RU-vid CHANNEL "JULIE'S CORNER" লৈ স্বাগতম জনাইছোঁ।এই চেনেল টোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ খাদ্যৰ ৰেচিপি সমূহ আৰু লগতে মই কৰি ভালপোৱা কিছুমান কাম আপোনালোকৰ মাজলৈ লৈ আহিম ।আশাকৰোঁ মোৰ এই video সমূহ চাই আপোনালোক সকলো অলপ হলেও উপকৃত হব। সকলোকে মোৰ ফালৰ পৰা এটা অনুৰোধ, সকলোৱে মোৰ এই channel টো SUBSCRIBE কৰিব video বোৰ ভালপালে like কৰিব আৰু share কৰিব🙏🙏
I post content mostly about food and try new and stuff along with recipe. I also take orders for custom made cakes , D.M. me in my socials for ordering your custom cakes. Thankyou