Тёмный
jk music mosty
jk music mosty
jk music mosty
Подписаться
নমস্কাৰ মই জ্যোতিমা দেৱী এই চেনেলটোৰ সংস্থাপক, ভক্তিময়ী প্ৰভাৱশালী ভগৱানৰ নাম কীৰ্তন গাবলৈ খুব ভাল পাওঁ , এইয়াই মোৰ সমাজৰ বিকাশৰ প্ৰতি লক্ষ্য লগতে সুৰ গান ইত্যাদি গাই নিজক অসমীয়া বুলি পৰিচয় দিবলৈ আনন্দ হওঁ। আশা কৰোঁ মোৰ এই যাত্ৰাত আপোনালোকৰ সহযোগ পাওঁ, এই চেলটোত সাংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰনৰ ভিডিঅ দেখিবলৈওঁ পাব ,আশা কৰো আপোনালোকে মোৰ এই সৰু চেনেলটো আদৰি ল'ব "ধন্যবাদ"
Комментарии