Тёмный

অংগনবাড়ী কেন্দ্ৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 

TIME8 News
Подписаться 2 млн
Просмотров 124 тыс.
50% 1

অংগনবাড়ী কেন্দ্ৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Опубликовано:

 

8 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 80   
@anjalidas4572
@anjalidas4572 2 месяца назад
আমি 95 ৰে পৰা প্ৰাক প্ৰাথমিক শিক্ষা দি আহিছো
@jitendrarabha4660
@jitendrarabha4660 2 года назад
অঙ্গণৱাড়ী কেন্দ্ৰক আশা কৰিলে কেতিয়াও চৰকাৰী শিক্ষাখণ্ডৰ উন্নতি নহ’ব,কাৰণ আন চৰকাৰী বিদ্যালয়ৰ দৰে,অঙ্গণৱাড়ী কেন্দ্ৰৰ প্ৰধান বাইদেউ গৰাকীয়ে শিশু গণনা,বিবাহিতা মহিলাৰ মাহেকীয়া আৰম্ভণিৰ দিন,মাহেকীয়া বন্ধ হোৱাৰ দিন,সাম্ভাৱ্য শিশু জন্ম পোৱাৰ দিন,মাতৃৰ টিকাকৰণ,শিশুৰ টিকাকৰণ আদিৰ তদাৰক কৰিব লাগে৷মাতৃ গৰ্ভত থকা সন্তানটোৰ পৰা ০ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে ল’ৰা-ছোৱালীৰ হিচাপ,আজি এটা-কাইলৈ এটা, এটাৰ পাছত এটাকৈ নিৰবিচ্ছন্ন ভাৱে কাৰ্যালয়ক যোগান ধৰিব লাগে৷ বৰ্তমান আশা কৰ্মী বা স্বাস্থ্যকৰ্মীৰ কামবোৰৰ পৰা অঙ্গণৱাড়ী কৰ্মীসকলক সম্পূৰ্ণ আজৰাই দি কেৱল শিশুসকলক পাঠদান কৰিবলৈ দিলেহে চৰকাৰী শিক্ষাখণ্ডৰ উন্নতি হ’ব বুলি নিশ্চিত ভাৱে ক’ব পাৰি৷ ৬-০০ বছৰৰ তলৰ শিশু সকলৰ চৰকাৰী শিক্ষাখণ্ডত দায়িত্ব নাই কাৰণে চৰকাৰী শিক্ষাখণ্ডত ছাত্ৰছাত্ৰী হ্ৰাস পোৱাটো ইয়ো এটা প্ৰধান কাৰণ৷বেচৰকাৰী বিদ্যালয়ৰ দৰে চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলক,অঙ্গণৱাড়ীৰ শিক্ষকসকলক কেৱল পাঠদাৰ সুযোগ দিয়ক,দেখিব যে বেচৰকাৰী বিদ্যালয়বোৰ খুউব কম সময়ৰ ভিতৰত বন্ধ হৈ যাব৷চৰকাৰী শিক্ষানুষ্ঠানৰ সকলো শিক্ষকক অনাশৈক্ষিক কামৰ পৰা মুক্ত কৰি কেৱল পাঠদানত নিয়োজিত হ’বলৈ বাধ্য কৰালেহে ভবা ধৰণে চৰকাৰী শিক্ষানুষ্ঠানৰ অগ্ৰগতি হ’ব৷ বৰ্তমান অঙ্গণৱাড়ী কেন্দ্ৰবোৰত যিবোৰ অভ্যসন পুথি যোগান ধৰা হৈছে,সেইবোৰ পৰ্যাপ্ত নহয়৷বেচৰকাৰী বিদ্যালয়ৰ কেজি,নাৰ্চাৰি বা মুকুল,অংকুৰ শ্ৰেণীত যিদৰে বিষয়ভিত্তিক পাঠ্যপুথি প্ৰচলন হয় সেইদৰে অঙ্গণৱাড়ীৰ শিশুসকলক যোগান ধৰিব লাগে৷৩ বছৰ বয়সৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ বাবে কেনেকুৱা পাঠ্যপুথি প্ৰচলন হ’ব লাগে,প্ৰয়োজনবোধ কৰিলে বিভাগলৈ দিহা আগবঢ়াব পাৰো৷ বেচৰকাৰী বিদ্যালয়ৰ দৰে ৬ বছৰৰ তলৰ শিশুসকলৰ কাৰণে অভিভাৱকৰ মনোগ্ৰাহী পাঠ্যপুথি আৰু শিক্ষক নোপোৱাৰ বাবেও আজিৰ সচেতন অভিভাৱকসকলে নিজ সন্তানক চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰি দিবলৈ টান পায়৷
@Tall_clockyman
@Tall_clockyman 2 года назад
সুন্দৰ হৈছে।
@chumoniminikakodonga1687
@chumoniminikakodonga1687 2 года назад
Right
@s...s....
@s...s.... 2 года назад
Right
@RojitaDas
@RojitaDas 2 года назад
Yes
@sumitrachetry397
@sumitrachetry397 2 года назад
বঢ়ি‌য়া, কিন্তু BLO ৰ কথা‌ থাকি গ'ল।
@tonmoyborahsaikia2745
@tonmoyborahsaikia2745 2 года назад
আজি দিনত ৫০০০টকাৰে কোনো কমচাৰী চলিব নোৱাৰে কামবোৰ চাকৰৰ দৰে কৰি যাব লাগে দিছে এটা হেং মৰা মোবাইল
@nuralom3986
@nuralom3986 Год назад
You are Absolutely right
@AnjaliBarman-nj5bc
@AnjaliBarman-nj5bc 6 месяцев назад
Kook
@Dhargamer12
@Dhargamer12 3 месяца назад
Sir kobe theke prak prathomik apply loa hobe
@putanjali375
@putanjali375 2 года назад
অ চাৰ প্ৰাক প্ৰাথমিক শিক্ষা ব‌্যৱস্হা অংগণৱাড়ী ত কেতিয়াবা ৰে পৰা আছে।
@nabonitadutta1374
@nabonitadutta1374 6 месяцев назад
Sir 2009 ৰ পৰাই পাক প্ৰাথমিক শিক্ষা চলি আহিছে। আপুনি নাজানে । আপুনি বেলেগ কিবা আঁচনি কথা ভাষণ দিব বুলি আশা ৰাখিলোঁ।
@kaniajanmajuli5443
@kaniajanmajuli5443 7 месяцев назад
মূখ্য মন্ত্ৰী তাৰ আমি অসমৰ ৰাজ্যিক অঙ্গনাবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ অসমচৰকাৰ জী বোৱাৰী চাৰ মাননী বৃদ্ধি ঘোষণা কৰিব চাৰ।
@dbbackup9130
@dbbackup9130 2 года назад
Worker hokolor dormohatu bohai dibo sir🙏
@harishdihingia3466
@harishdihingia3466 2 года назад
পিছে ছাৰ দৰমহা কথাও ভাবিব
@irabotydevi6116
@irabotydevi6116 Год назад
Good news sir
@হেঁপাহৰদলিচাত
ইমান দিনে ৩-৬ বছৰ শিশু সকলক অ্ঙ্গনৱাদী কৰ্মী সকলে প্ৰাক প্ৰাথমিক শিক্ষা‌য়েটো দিয়ে আহিছে , এইটো বা কিয় আকৌ নতুনকৈ ভাবিৱ লগা হ'ল , ইয়াৰ উপৰিও ২৪ ঘণ্টাই আন ডিউটিত থাকি সেৱা আগবঢ়ায় আহিছে অ্ঙ্গনৱাদী কৰ্মী সকলে খোৱেই কম মাননীত যাকলৈ আজিৰ সমাজত চলিবলৈ খোৱেই কষ্ট হয় , সেই বিষয়েহে কিছু চিন্তাৰ প্ৰয়োজন আছে চৰকাৰ ।।
@kamalsubba2432
@kamalsubba2432 2 года назад
À0
@ashimphukanassam1358
@ashimphukanassam1358 2 года назад
ঠিকেই কৈছে।
@papubhagawati5913
@papubhagawati5913 2 года назад
এখেতৰ কথাৰ মূল্য নাই, ঘোষনাৰ 1000আৰু 500 টকা আজিও নিদিলে .
@beautykonwar427
@beautykonwar427 2 года назад
আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমি আজি ৯৬ পৰা বহুত আশাৰে স্কুললৈ গৈ আছিলোঁ এতিয়াও আশা কৰি আছিলোঁ মহোদয় দয়া কৰি আমাৰ নিচিনা দুখীয়া প্ৰাকʼপ্ৰাথমীক শিক্ষকক গ্ৰহণ কৰে যেন
@nuralom3986
@nuralom3986 2 года назад
21000/-krok selary
@biplobiborgohain1058
@biplobiborgohain1058 3 месяца назад
Ami prakprthamik hikha dim kintu cm sir amar salary ki 6500takare ai hikha dib nuwaru
@rajibulsikdar960
@rajibulsikdar960 2 года назад
Good news
@rathindradas3914
@rathindradas3914 2 года назад
Please increase the sellary of ICDS worker and helper
@sufiakhatun-ks7vk
@sufiakhatun-ks7vk Год назад
Hi,
@faijulislam5659
@faijulislam5659 3 месяца назад
Faijul islam😂
@ShahilAktar-jh3ms
@ShahilAktar-jh3ms 6 месяцев назад
Good sir
@swarnalatabhuyan3005
@swarnalatabhuyan3005 2 года назад
Thinks
@bikramjitkarmakar8234
@bikramjitkarmakar8234 2 года назад
১| অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মিৰ শিক্ষাগত অৰ্হতা কমেও H S হয়নে চাব লাগিব। ২| Academic % কিমান। ৩| সিহঁতৰ D.El.Ed. আছেনে নাই । ৪| সিহঁত TET Qualified হব লাগিব। ৫| সিহঁতৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকৈ হৈছে তাকো ভালকৈ পৰীক্ষা কৰিব লাগিব। গতিকে বহুত দেৰি। ইমান সহজে হব লগা কাম নহয় ।
@animagogoi1045
@animagogoi1045 2 года назад
Woker hokolor dormohar kothau sinta koribo sir .Nohole teaulukor lora sualibur pustihintat bhugibo
@rupamoniborah7464
@rupamoniborah7464 2 года назад
Sir ami amr duty khub vl kar asu ru agloiu kari jam. Kintu bor dukhere kbo bisarisu apunak aji jugat amk mahar murat ji kaits paisa dise hei tokare akhon ghar solabole bhtei moskil. Ami hei kaita tokare ghar solam ne lra suwali poham ofcr pora dya formet xerox karim ne ofct 4/5 bar jam. Sir apunar dinote ami bht akha kari asu amk sorkari karmo sari moyjodya diyak ru 60 udhar karmi helper hokalok 4 lack 1kalin paisa 2 diya bebotha karak. Apunak karo jure minoti karisu. Apuni amr dukh khini buji amk dormoha bohai diye jn. Kiba vul hoise jadi maf kari dibo
@ramanandachamua5803
@ramanandachamua5803 2 года назад
Sri apuni ki korib ulaise. Moi aji 12 bosore school t prak prathomik post 2 koriy asu .atia Angnwadi xokolok apuni kio dibo . Smc r pora amak nijukti disil .2015 r order r mote amak pri prymeri post t dile . Angnwadik dile xei2 ami mani nolom nohoi
@ivabordoloi2702
@ivabordoloi2702 2 года назад
আগৰে পৰাই তাকে কৰি আহিছে দৰমহা হে নিদিয়া পাগলৰ দৰে এটা কথাকে কিমান নকয়
@abdulmatinsarkar2267
@abdulmatinsarkar2267 2 года назад
পাগলৰ দৰে ভাষণ দিছে আপুনি, অঙ্গন বাদী কেন্দ্ৰত আগৰ পৰাই প্ৰাক প্ৰাথমিক শিক্ষা দি আছে। কৰ্মী সকলৰ মাননি ৰ কথা ভাবক
@pritihaloi7140
@pritihaloi7140 6 месяцев назад
AOUNAR NEWS DIB 1 YEARS COMPIETE HAL. ATIYA AWW ARU AWH R KI CHANGE HAL ?
@abinashvlog2429
@abinashvlog2429 2 года назад
Salary 21000 hobo lage....main kormir
@biprab2.095
@biprab2.095 2 года назад
Good
@rajukondo1615
@rajukondo1615 2 года назад
Sir apuni olp amar ktha bhabibo ne Aji dinot 6500 toka tut ghr akhon solabo pari ne????
@durgadevi8563
@durgadevi8563 2 года назад
Sir ami l p school te 1996 saner para preprimery poster karane khati aasu amak aber aapuni Daya kare Jen please🙏🙏🙏🙏🙏
@nboro1408
@nboro1408 2 года назад
Salary borhabo Laga anganwadi workaror
@HimadriDeka115
@HimadriDeka115 6 месяцев назад
60000 .00 t. Manoni tehobone sir
@6junumaladevi859
@6junumaladevi859 2 года назад
Salary O Debo laga
@jarsinarohman9648
@jarsinarohman9648 2 года назад
Pay tu bahile Kam Kori Val pabo
@mamuphukan9863
@mamuphukan9863 2 года назад
আমাৰ বয়স গৈ আছে সোনকালে কৰক
@ritumonidas4156
@ritumonidas4156 2 года назад
দৰ মহাকথাটো কবচোন
@MoheshkumarMoheshkumar-kx8me
@MoheshkumarMoheshkumar-kx8me 6 месяцев назад
Sir alop Manoni bohai Dily hoklu koriboloi ami hagu hom
@rekhapayeng1550
@rekhapayeng1550 Год назад
Abar kothatu hoxa hobone, kiman hunim,
@rirupon9251
@rirupon9251 2 года назад
নতুন হিক্ষাত্রি দিব নে আগৰ। হিক্ষাত্রী গৰাকীয়ে থাকিব আগতে যে এচাম প্ৰক প্ৰাথমিক hikhypayotri যে এনেয়ে গেঅতি চাবলৈ সময়কে সম লালে হেইমখা মষ্টৰণি কত গল ?অতদিনে গেলমখা মষ্টোনি খিনিলৈ উল
@ritadas2193
@ritadas2193 2 года назад
toka e ni 3250 toka d ki hbo
@nuralom3986
@nuralom3986 2 года назад
Selary r kotha nai neki?
@jesminbegum8090
@jesminbegum8090 2 года назад
Dormoha Orhawk
@archanabaruah6428
@archanabaruah6428 2 года назад
Dormoha Boryak
@konvlogs2886
@konvlogs2886 2 года назад
অঙ্গনবাদী কেন্দ্ৰ সমুহৰ কৰ্মী সকল শিক্ষা গত অহৰ্তা কিমান তাক অনুদাবন কৰাটো দৰকাৰ আছে।
@sufiakhatun-ks7vk
@sufiakhatun-ks7vk Год назад
l👫😂😂
@kkurapahiyademowicdsprojec7253
@kkurapahiyademowicdsprojec7253 2 года назад
Sir FCI Rice vl nohoi.
@asalulaslam6622
@asalulaslam6622 2 года назад
Salary ki hobo
@imdadkhan9639
@imdadkhan9639 2 года назад
Sir namaskar borhiya
@papiafashionbeauty7767
@papiafashionbeauty7767 2 года назад
Dormoha baribo ne?
@rameshchbaishya6
@rameshchbaishya6 2 года назад
Pustikar khadya kan2 lara soali bore bhagate Nepay karan teulokar majat kisu angxa bhag batara hai jai
@baharulislam4744
@baharulislam4744 2 года назад
Goodnews
@binitadas5128
@binitadas5128 2 года назад
Salary barhibo ne mama
@sonowalkachariphulbarimini7635
@sonowalkachariphulbarimini7635 2 года назад
Selari diya katha kauk
@minarbhamuchahary1368
@minarbhamuchahary1368 2 года назад
Sir jiman kam koribo dise ami kori ase. Aru kori jam. Kintu nokoyakwi kam koribo noyare apuni buji saok
@nilisaikiasaikia1037
@nilisaikiasaikia1037 2 года назад
DARMOHA. Bidhi KORIBO. Nai
@anjana4271
@anjana4271 2 года назад
Ata kothake kiman koi thake
@lakhimaidas715
@lakhimaidas715 2 года назад
Kisu basor...
@Mwina_
@Mwina_ 2 года назад
Sir Awc kankalay banai deba lagey
@anjanadeuri9145
@anjanadeuri9145 2 года назад
Good news
@pratibhapathak2754
@pratibhapathak2754 2 года назад
Good news
@jayashrideka5097
@jayashrideka5097 2 года назад
Good News
@hiramunda8148
@hiramunda8148 6 месяцев назад
Good news
@aminulhoque247
@aminulhoque247 2 года назад
Good news
Далее
نترس تو برق نبود😅😅
00:17
Просмотров 996 тыс.