Тёмный

অকল ফল (Fruit) দিয়া অমিতা গছবোৰ কেনেকৈ চিনাক্ত কৰি ৰুৱ পাৰি (How to Identify ?) 

Borah's Kitchen Garden
Подписаться 13 тыс.
Просмотров 15 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 43   
@Robert-lo1ye
@Robert-lo1ye 5 месяцев назад
Dada apunar video sae bohut val lage Omita gos kenekua thaeit rubo lagey okon jonabo 🙏🙏🙏
@borahskitchengarden2487
@borahskitchengarden2487 5 месяцев назад
অমিতা পানী বন্ধ নোহোৱা ঠাইত ৰুব লাগে।সাৰ গোবৰ বেছিকৈ দিব লাগে।খৰাং দিনত পানী দিব লাগে। ধন্যবাদ।
@moina6380
@moina6380 Год назад
Good
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
Thank you
@pramilakhakhlary9882
@pramilakhakhlary9882 Год назад
বহুতো ভাল লাগিল ।
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
বহুত বহুত ধন্যবাদ।
@bhabenbasumatary7540
@bhabenbasumatary7540 9 месяцев назад
Boriya dada bhal lagil sai
@borahskitchengarden2487
@borahskitchengarden2487 9 месяцев назад
বহুত বহুত ধন্নবাদ
@happyprincegaming9961
@happyprincegaming9961 Год назад
খুব সুন্দৰ আপোনাৰ পৰামৰ্শ বোৰ চাই বৰ লাগিছে
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
বহুত বহুত ধন্যবাদ।
@jinaramdas3166
@jinaramdas3166 Год назад
খুউব ভাল লাগিছে আপোনাৰ কিটিপ
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
বহুত বহুত ধন্যবাদ প্ৰেৰণা যোগোৱাৰ বাবে।
@mridulkalita2940
@mridulkalita2940 Год назад
নজনা কথা এটা শিকিলোঁ। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
ধন্যবাদ
@purobeegogoi1343
@purobeegogoi1343 Год назад
ভাল লাগিল দাদা, গুটি বাচনি কৰাটো আগতে জনা নাছিলো, ধন্যবাদ দাদা অসমীয়া
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
ভাল কথা। ধন্যবাদ।
@tarikuddinahmed9738
@tarikuddinahmed9738 Год назад
Nice sir
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
অনুপ্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ।
@hunborgogoi3695
@hunborgogoi3695 3 месяца назад
বহুত বহুত ধণ্যবাদ
@borahskitchengarden2487
@borahskitchengarden2487 3 месяца назад
@@hunborgogoi3695 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@sabitatailoringcooking8918
@sabitatailoringcooking8918 Год назад
Bor sundar video. Bhal kotha ata janilo
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
ধন্যবাদ
@gautamgoswami9723
@gautamgoswami9723 Год назад
বৰা ডাঙৰীয়া গজালি ওলোৱাৰ পিছত পুলি ৰোৱা জৈৱিক পদ্ধতিটোও দিব বুলি আশা কৰিলো।
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
গোস্বামী ডাঙৰীয়া পুলি ৰোৱা বিষয়ে মোৰ video আছেই। মোৰ channel টো উলিয়ালে পাব। ধন্যবাদ।
@romaporja8709
@romaporja8709 3 месяца назад
August September mahot rupon korile fol puwa jabo ne najai jonabo please
@borahskitchengarden2487
@borahskitchengarden2487 3 месяца назад
@@romaporja8709 আগতীয়াকৈ পাব। বৰষুণ এৰাৰ লগে লগে September, October মাহত লগাব, March,aprilত ফুল আহিব। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 3 месяца назад
@@romaporja8709পাব । বাৰিষা শেষ হোৱাৰ পিছতে লগাব। আগতীয়াকৈ ফচল পাব। ধন্যবাদ।
@KunjoDevi-lz7sj
@KunjoDevi-lz7sj 6 месяцев назад
Saparat keneke lage janabosun
@borahskitchengarden2487
@borahskitchengarden2487 6 месяцев назад
অমিতাৰ চাপৰ আৰু ওখ দুটা জাতৰ আছে। সেই বাবে জাত মতেহে ওখ চাপৰ হয়। ধন্যবাদ।
@apurbakalita6918
@apurbakalita6918 Год назад
Most important video. Thanks . কিন্তু camera person এ ভাল কৈ দেখাব পৰা নাই ... image কিছুমান skip হল।
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
হয়। ঠিকেই কৈছে। তথাপিও পদ্ধতিটো অনুসৰণ কৰিলে কাৰ্যকাৰিতা লাভ কৰিব পৰা যাব বুলি আশা ৰাখিছোঁ।
@gunakantabaruah6243
@gunakantabaruah6243 Год назад
আজিকালি Gynodiocious বোলা বহু জাতৰ খেতি কৰা হয় ।এইজাতত শতকৰা ৫ শতাঙহে মতা হয়। বানিজ্যিক ভাবে কৰিলে এই জাত কৰিলে বিচচত অনুস্থানৰ পৰা সঙগহ কৰি খেতি কৰিলে লাভালাভৰ আশা কৰা যায়। ইয়াৰ ওপৰিও ভাল মাতৃ গছৰ পৰা দালধৰা গছ নাৰ্চ ৰীৰ পৰা সঙগহ কৰি ১6 অনাই ভাল জাত ৰূপে গুনে পাব পাৰি । আজিকালি চতত টাবত মানুহৰ ৰুচিমতে ফলমুলৰো খেতি এক অৱসৰ বিনোদনৰ ও আত্মসনতুসতৰ ৰুচিৰ যোগান ধৰে।
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
সচা কথা।
@nabinborah1052
@nabinborah1052 Год назад
atia amita guti dile hobane
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
নিশ্চয় হ'ব। এতিয়াই উপযুক্ত সময়।
@kalpajyotiborah996
@kalpajyotiborah996 Год назад
ভোট জলকীয়াৰ বিষয়ে কিবা বনাবচোন,পুলিৰ যতন কেনেকৈ ল'ম
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
ঠিক আছে।সময়ত দিয়া যাব।
@mridulkalita2940
@mridulkalita2940 Год назад
গুটিৰ পৰা পুলি গজাবলে পলী বেগৰ সলনি disposable plastic গিলাছ use কৰিব পাৰেনে
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
পাৰি। কিন্তু poly bag বেছি সুবিধাজনক। কাৰণ ইয়াক বহুত বাৰ ব্যৱহাৰ কৰিব পাৰি।
@শিক্ষাৰ-শেষ-নাই
আপুনি কৈছে কলা গুটি পুৰুষ গছ আৰু ধনীৰাম চেতিয়া কৈছে পুৰুষ বোৰ মাইকী গছ কি ফাল্টু কথা এইবোৰ
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
আপুনি কি কবলৈ গৈছে সেয়া স্পষ্ট হোৱা নাই। আমি কোৱা কথাখিনি কৃষি বিশেষজ্ঞই কোৱা কথা।সেয়া গৱেষণাৰ ফলাফল।বাকী কোনে কি কয় আমাৰ ধৰিবলগীয়া কথা নহয়।আমি বিজ্ঞানসম্নত কথা বোৰহে প্ৰচাৰ কৰো আৰু সেই মতে কামত আগ বাঢ়ো, ফলাফলো পাইছো।মন্তব্যৰ বাবে ধন্যবাদ।
@jaduroy2449
@jaduroy2449 Год назад
Aibur kone najane he
@borahskitchengarden2487
@borahskitchengarden2487 Год назад
ৰয় ডাঙৰীয়া, আপুনি এই বিষয়ে জানে খুউব ভাল কথা। কিন্তু এইবিষয়ে নজনা লোকো বহুত আছে। সেই বাবে বহুতে উপকৃত হোৱা বুলিও জনাইছে।এটা কথা জানি থওক কোনো মানুহে সকলোবোৰ বিষয় জনাটো সম্ভৱ নহয়।আমিও বহুত কথা নাজানো। সেই বোৰ পঢ়ি শুনি বা আনৰ পৰা শিকি লও। জ্ঞান আহৰণৰ এইটোৱে প্ৰক্ৰিয়া।যা হওঁক মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
Далее
Бокс - Финты Дмитрия Бивола
00:31
skibidi toilet 77 (part 4)
05:20
Просмотров 12 млн
Amita kheti in assam
10:45
Просмотров 105 тыс.