CM on PRC controversy in Education department উচ্চ শিক্ষা বিভাগৰ Higher education department বিতৰ্কিত জাননী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া৷ উচ্চ শিক্ষা সঞ্চালকৰ জাননীক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী৷ উচ্চ শিক্ষা বিভাগক নিৰ্দেশনা প্ৰত্যাহাৰৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ৷ #samagrashiksha #assameducation #educationassam #educationdepartment #department_of_education #highereducationdepartment #highereducation #prc #collegeeducation
26 авг 2024