Bohut dukh lgil sokure soku pani ulai gol so beautiful and sad 😭😭 story dada and baa eman সুন্দৰ কাহিনী সঁচাই সাই ভাল lgil 😭😭😭আৰু এনেকুৱা ফিল্ম চাবলৈ পাম বুলি আশা কৰিলোঁ edit mojja ❤❤❤ film khonor nam mojjaaaaaaaaaaaa bohut dukh hota hai mojjjjjjjjjjaaaaaaaa
"অপেক্ষা"বোৰ চিৰদিন প্ৰিয়জনৰ বাবে । কেতিয়াও উভতি নাহে বুলি জানিও । মৰমবোৰ, ভালপোৱাবোৰ চিৰদিনৰ কাৰনে । এইবাৰ ও আগুৱাই যাম কিন্তু আধৰোৱা সপোনবোৰক লৈ । " oi suwali" Thank you so much for this heart touching kahani tur Karone 💗 Special one 19:36
প্ৰেম হল মানুহৰ এটা আকাংক্ষা যি সঁচা হৃদৰে কৰে তেওঁ সঁচা প্ৰেম আৰু জীৱন লগৰী পাবৈ তোমালোকৰ এই চুটি ছবি খনে প্ৰেম যে এটা সঁচা অনুভূতিৰ এক বন্তি হৈ কথা লগতে সঁচা প্ৰেমত যে কাজিয়া ,খং , অভিমান , ঠেহ আদি থাকে তাৰ দৃশ্যও ইয়াত অংকিত হৈছে , ধন্যবাদ আৰু তোমালোকৰ এক সোণালী জীৱন আশা কৰিলোঁ।।
'Opekhya' concept : Mousum Dutta script : Sourabh Sagar Bora direction : Sourabh Sagar Bora & Team camera : Bichitra Borah & Kongkan Saikia edit & music : Sourabh Sagar Bora casting : Sourabh Sagar Bora, Akangkhya Mahanta & Simanta Bora Copyright Disclaimer : Under Section 107 Of The Copyright Act 1976, Re-Upload Or Re-Making Any Of The Scenes Without Permission will be punishable.
Such an outstanding performance by Akangkhya. She absolutely nailed it! I'm a fan of this multitalented girl. But dekhile nalage that she is 22yrs old. She looks like a 15 16 yrs only. Keep shining! Love from Hyderabad.