Тёмный

অমানুহ l AMANUH l assamese short film l অসমীয়া চুটি ছবি 

NTA CINEMA
Подписаться 27 тыс.
Просмотров 74 тыс.
50% 1

সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদৰ ফলত আমি নিউজট্ৰেক অসমে( NTA Cinema) মাত্ৰ দুটা বৰ্ষত এখন দীৰ্ঘ ছবি আৰু ৫০ খন চুটি ছবি নিৰ্মাণ কৰিলোঁ৷
নতুন নতুন সৰুবৰ কাহিনীৰ আধাৰত চুটি ছবি সমূহ নিৰ্মাণ কৰি আমাৰ youtube চেনেলটোৰ যোগে ৰাইজৰ মনোৰঞ্জনৰ বাবে আগবঢ়াই দি আহিছোঁ৷
সিমিত সাসৰঞ্জামৰে ছবিবোৰে নিৰ্মাণ কৰা হয়৷ তাৰোপৰি মাত্ৰ এটা দিনতে মাথো দেওবাৰ দিনটোত দৃশ্য গ্ৰহণ কৰিব লগীয়া হোৱাৰ বাবে বহুতো ভূল ক্ৰটি ৰৈ যায় সেইয়া আমি জানো; তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী! মাথো অভ্যাস কৰি আছোঁ আৰু এক নাট্যধাৰ অব্যাহত ৰখাৰ কিঞ্চিত চেষ্টা কৰিছোঁ!
আমাৰ এটাই মাথোঁ প্ৰয়াস,এই কৰ্মৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাৱান যুৱক যুৱতী তথা ইচ্ছুক পুৰুষ মহিলাই কেমেৰাৰ সন্মুখত কথা কোৱাৰ অভ্যাস কৰক,অনুপ্ৰেৰণা পাওক,অভিনেতা অভিনেত্ৰী সৃষ্টি হওক; সৃষ্টি হওক নাট্যকাৰ, চিত্ৰনাট্যকাৰ, কেমেৰামেন!
এইয়াই হৈছে News Track Assam ( NTA Cinema)ৰ লক্ষ্য আৰু উদ্দেশ্য!
জয়তু নিউজট্ৰেক অসম!
জয়তু এন টি এ চিনেমা!
এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবেহে; ইয়াত উপস্থাপন কৰা চৰিত্ৰ সমূহ সম্পূৰ্ণ কাল্পনিক৷ কোনো জীৱিত বা মৃত ব্যক্তিৰ সৈতে এই কাহিনীটোৰ কোনো সম্বন্ধ নাই৷
#shortmovie
#assamesefilms
#assameseshortfilm
youtube.com/@J...

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 59   
@junuborgohain
@junuborgohain Месяц назад
Bohut bhal lagil
@ranjitkumarbharali9482
@ranjitkumarbharali9482 7 месяцев назад
হৃদয় চুই যোৱা কাহিনী। লগতে সকলো অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়।
@sadhandas9336
@sadhandas9336 5 месяцев назад
🙏🙏🙏🙏সৰু মানুহৰ মৰম স্বৰ্গীয় সৌন্দৰ্যৰে বিৰাজমান।সত্যৰ শক্তিৰ প্ৰকাশ,চমৎকাৰ।
@ntacinema
@ntacinema 5 месяцев назад
ধন্যবাদ
@jamaluddin6677
@jamaluddin6677 5 месяцев назад
মনহৰণকাৰী কাহিনী লিখিছে আপুনি। অতি অসাধাৰণ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছো।
@prabhabatitalukdar1263
@prabhabatitalukdar1263 4 месяца назад
Bar dhuk lagathike amanhuh
@NitulGogoiNitulGogoi-bf9oy
@NitulGogoiNitulGogoi-bf9oy 2 месяца назад
ভাল লাগিল চাই
@khirodadas-rt9fe
@khirodadas-rt9fe 7 месяцев назад
Good. Very good
@s.k.treelosonbongshor8749
@s.k.treelosonbongshor8749 7 месяцев назад
বহুত সুন্দৰ হৈছে হৃদয় চুই যোৱা কাহিনীটো ৷
@dipaliborthakur1474
@dipaliborthakur1474 6 месяцев назад
বৰ মনপৰশা কাহিনী ।ভাল লাগিল অভিনয় সুন্দৰ।❤
@upendas9082
@upendas9082 6 месяцев назад
এটি জীয়া বাস্তৱ কাহিনী। প্ৰতি গৰাকী বিশেষকৈ আআইতা গৰাকীৰ অভিনয় অতি সুন্দৰ হৈছে।।
@DijaraniBorah
@DijaraniBorah 7 месяцев назад
খুব সুন্দৰ কাহিনী
@user-ev7wm1ir7g
@user-ev7wm1ir7g 7 месяцев назад
সুন্দৰ ভাল লাগিল বহুত বহুত ধন্যবাদ জনাইছো 🙏
@lukudutta9962
@lukudutta9962 7 месяцев назад
বহুত সুন্দৰ কাহিনী চাই ভাল লাগিল 👍👍👍👍
@kulsomakhatoon7341
@kulsomakhatoon7341 6 месяцев назад
Natok Khan bhal lagil, pise bhoi hoi amar ladayi ba ki khel dekhuai, bishakh koribo nuari.
@rumibegum611
@rumibegum611 7 месяцев назад
সুন্দৰ কাহিনী আগতে story টো‌ শুনিছিলো যদুমণি দাৰ কণ্ঠত ।আজি নাটকৰ ৰূপত চাই সচাকৈ বহুত ভাল লাগিল।❤
@AnjaliDuttasaikia-uh5cc
@AnjaliDuttasaikia-uh5cc 7 месяцев назад
অতি সুন্দৰ 👌👌আজিৰ সমাজত ঘটি থকা এটা কাহিনী, বৰ হৃদয়বিদাৰক 😢😢 শুভেচ্ছা থাকিল তোমালৈ 💐💐🎉
@ashmarahman4260
@ashmarahman4260 12 дней назад
Heart touching vdo.
@santanubaruah2649
@santanubaruah2649 7 месяцев назад
বৰ ভাল লাগিল। সকলোলৈকে আন্তৰিক শুভকামনা আৰু অভিনন্দন জনালোঁ।
@assmotivation
@assmotivation 7 месяцев назад
বহুত ভাল লাগিল, পৰবৰ্তী চিনেমা ৰ বাবে বাট চাই ৰলোঁ।
@Chima123bordoloi
@Chima123bordoloi 7 месяцев назад
কাহিনীটো যদুমণি শইকীয়া দা চেনেল PRAGYA IMPULSE ত পঢ়িছিলোঁ,আজি চিনেমা হিচাপে চাবলৈ পাই বৰ ভাল লাগিল,সুন্দৰ কাহিনীৰ লগতে সুন্দৰ অভিনয়,
@BarbeesTezpur
@BarbeesTezpur 7 месяцев назад
Moja bhal lagil
@user-om8zz1zk3q
@user-om8zz1zk3q 7 месяцев назад
Very nice video bht bht atsha he ❤l
@daslohitdas2438
@daslohitdas2438 7 месяцев назад
Heart touching. Very good performance
@ManishaProduction
@ManishaProduction 7 месяцев назад
Excellent movie. A heart touching movie shows our society real story what happening today.
@ntacinema
@ntacinema 7 месяцев назад
Thank you for your valuable comments
@bikashkalita7239
@bikashkalita7239 4 месяца назад
Bahut bhal làgel
@indiramnathmusical3996
@indiramnathmusical3996 7 месяцев назад
সময়োপযোগী কাহিনী।ভাল লাগিল।
@kishorekumardas5159
@kishorekumardas5159 7 месяцев назад
বঢ়িয়া 😮🎉
@Pkcreationson
@Pkcreationson 7 месяцев назад
খুব ধুনীয়া হৈছে দেই৷
@jilimarajibsaikia6618
@jilimarajibsaikia6618 7 месяцев назад
সুন্দৰ বাস্তব কাহিনী
@uttamkrdas3385
@uttamkrdas3385 7 месяцев назад
অতি সুন্দৰ ৷
@bontiborgohain4410
@bontiborgohain4410 6 месяцев назад
সচাকৈ এনেকুৱা অমানুহ বিলাকক আমাৰ সমাজৰ পৰা আঁতৰাব হ'ল
@nilamaniborthakur3884
@nilamaniborthakur3884 7 месяцев назад
সুন্দৰ কাহিনী
@munnasichoudhari1678
@munnasichoudhari1678 7 месяцев назад
সুন্দৰ উপস্থাপন ❤❤
@gopalsaikia9212
@gopalsaikia9212 6 месяцев назад
Nice
@user-zk9pe3ie1u
@user-zk9pe3ie1u 7 месяцев назад
Moja
@RanjitSaikia...
@RanjitSaikia... 7 месяцев назад
Very nice👍
@nobajanibaruah345
@nobajanibaruah345 7 месяцев назад
অপূৰ্ব
@ntacinema
@ntacinema 7 месяцев назад
আপোনাক ধন্যবাদ বাইদেউ
@ranjitkumarbharali9482
@ranjitkumarbharali9482 7 месяцев назад
আকৌ আপোনাৰ চিনেমাত অভিনয় কৰিবলৈ আশা ৰাখিলোঁ
@ntacinema
@ntacinema 7 месяцев назад
নিশ্চয়
@user-xl2gf8yc8k
@user-xl2gf8yc8k 7 месяцев назад
Xundor hoise val lagil sai 🥰🥰🥰
@harshajyotitamuli7815
@harshajyotitamuli7815 7 месяцев назад
Nice 👍
@techassamreview6221
@techassamreview6221 7 месяцев назад
Good 🎉
@binapanidevi961
@binapanidevi961 7 месяцев назад
Very nice
@prasantakumarborah4053
@prasantakumarborah4053 7 месяцев назад
Nice
@BulBoruah-ew1ti
@BulBoruah-ew1ti 7 месяцев назад
Val lagil, subscribe krilo
@back-bancher-gaming5606
@back-bancher-gaming5606 5 месяцев назад
Tumaluk mohan 15:57
@ntacinema
@ntacinema 5 месяцев назад
ধন্যবাদ জনাইছোঁ
@RumiBegum-p7p
@RumiBegum-p7p 7 месяцев назад
❤❤
@SrimantaJyotishmitaVlogs
@SrimantaJyotishmitaVlogs 7 месяцев назад
👍
@monjuhazarikamonjuhazari-cl4iu
@monjuhazarikamonjuhazari-cl4iu 6 месяцев назад
ভালো লাগিল দেই
@ntacinema
@ntacinema 7 месяцев назад
@rajibsharma5277
@rajibsharma5277 7 месяцев назад
ভাল লাগিল বন্ধু
@user-pl4vc4lm7o
@user-pl4vc4lm7o 7 месяцев назад
Val lagil
@khagendutta3646
@khagendutta3646 Месяц назад
Bhßĺĺaģiĺ
@pravadeka8376
@pravadeka8376 12 дней назад
Bohut bhal lagil
@RohanSharma-re8of
@RohanSharma-re8of 7 месяцев назад
Nice 👍
Далее
How Strong is Tin Foil? 💪
00:26
Просмотров 28 млн
Sigma Girl Pizza #funny #memes #comedy
00:14
Просмотров 2,3 млн
Standoff 2 is a true horror! #standoff #horror #meme
00:13
How Strong is Tin Foil? 💪
00:26
Просмотров 28 млн