Тёмный

অমানৱীয়, অসহনীয়, পিতৃ-কন্যাৰ মৃতদেহ পলিথিনত বান্ধি চোঁচৰাই নিলে আৰক্ষীয়ে 

News Live
Подписаться 2,9 млн
Просмотров 130 тыс.
50% 1

Опубликовано:

 

31 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 380   
@KanakNath1
@KanakNath1 23 часа назад
এনে পুলিচৰ কৰ্ম কাণ্ড সঁচাই নিন্দনীয় আৰু গৰিহনাৰ যোগ্য। এনে পুলিচ শাস্তিযোগ্য। Video টো দেখি বহু দুখ পালোঁ।
@anjumanideka782
@anjumanideka782 День назад
অকল দৰং বাসীয়ে নহয় ,গোটেই অসমতে দুখৰ চা পৰিছে।খাকি পোছাক যোৰ পিন্ধাৰ পিছত সিহঁতৰ মানৱতা হেৰাই যায় নেকি?ধিক্কাৰ দিছোঁ আৰক্ষীক
@KabitaDas-p6d
@KabitaDas-p6d 22 часа назад
Right
@BabuDas-j1n
@BabuDas-j1n 21 час назад
মামা আপোনাৰ আৰক্ষী নমুনা ভালকৈ চাক,,, বহুত দুখ লাগিল
@budhinsaikia6300
@budhinsaikia6300 День назад
কি যে হ’ব !! নূন্যতম মানৱীয়তাকণো নাই নে সেই সকলৰ ৷ অৱশ্যে তাত থকা স্থানীয় সকল আৰু অঙ্গাঙ্গী সকলৰোঁ কিছু ...!! দুই মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ _ ওম্ শান্তি ওম্ শান্তি ওম্ শান্তি ৷
@manojbora2244
@manojbora2244 20 часов назад
এইসকল আৰক্ষীৰ ওপৰত অসমৰ গৃহ বিভাগে কঠোৰ ব্যৱস্থা লব লাগে ।
@prabinmallabaruah8845
@prabinmallabaruah8845 10 часов назад
এইবোৰ ক্ষেত্ৰত অসম আৰক্ষীৰ কঠোৰ ব্যৱস্থা লোৱাৰ উদাহৰণ আমি আগতে দেখা নাই। খুব বেছি নিলম্বন কৰি দায় সাৰিব।
@Beautyoflife-bf9fx
@Beautyoflife-bf9fx 10 часов назад
আনক সমালোচনা কৰাটো বহুত সহজ কাম,,,, দেখাত বাৰু কামটো অমানৱীয় যেনেই লাগিছে, কিন্তু সেইটো ছোৱালী জনীৰ মৃতদেহ তেনেকৈ নিচে কাৰণ ছোৱালী জনীৰ মৃতদেহটো চিন ভিন নোহোৱা হৈ গৈছে।
@mriduexplain2003
@mriduexplain2003 День назад
মানুহে মানুহৰ বাবে এনে অমানৱীয় কৰ্ম ই শুভা নাপায়, ধিক্কাৰ দিছো দৰং জিলাৰ সাকি পুছাকৰ আৰত থকা সেই মানুহ কেইজনক,
@lakhyadas8562
@lakhyadas8562 День назад
পুলিছ নহয় এইকেইজন,,,অশূৰ এইকেইতা
@bulbulisarmah1530
@bulbulisarmah1530 23 часа назад
মানুহ মৰাৰ পিছত চোচৰাই নিয়া প্ৰথম দেখিলোঁ 😢😢😢😢
@BhanuHazarika-ef5zo
@BhanuHazarika-ef5zo 7 часов назад
ওচৰত থকা public a ka ghura gha kati asil ne hat haboti asil tetya manabata kot gl alp help kori dib nuare nki
@lakhipriya5994
@lakhipriya5994 День назад
হিমন্ত মামা অসমৰ স্মাৰ্ট পুলিচৰ লাজ লগা কথা কিমান শুনিম আৰু দেখিম,
@Sigma-j7r
@Sigma-j7r День назад
Atia kurubar pani hagoni hole himanta mama r jogor hobo neki? Moi vabu eyat apuni himanta dagoriya nam luwa payujon nasil? Police jonok mama ye kuwa toh nai, tenekoi bebohar koribo?
@AXOM435
@AXOM435 5 часов назад
Tur ki emn gat lagise hemantar ondhobhkto nki toi .
@UpenSaikia-p8v
@UpenSaikia-p8v День назад
এই সকল পুলিচৰ নামত কলঙক মানবতাৰ কথা একো নাজানে
@Surajjamanprodhani
@Surajjamanprodhani 10 часов назад
Eolokor edin j moribo heya najane
@selimkhanstudio6569
@selimkhanstudio6569 23 часа назад
অমানৱীয় ঘটনাটো দেখি বহুত বেয়া লাগিল এইবোৰ কৰ্মৰ বাবে আৰক্ষীৰ প্ৰতি মানুহৰ সম্মান কমি গৈছে।
@probinkumarkakati6151
@probinkumarkakati6151 День назад
এনেকুৱাই নে আৰক্ষীৰ ব্যৱহাৰ ? শিক্ষা দিলেও নলয় নিলাজ ।
@pritam.rabha770
@pritam.rabha770 День назад
Class 10 pass kora je police keijon xeikarone manob dharma ki najane 😢
@ParthaProtim-q6q
@ParthaProtim-q6q День назад
আৰক্ষীৰ এনে মানসিকতা ক ধিক্কাৰ দিছো । কিমান তল খাপৰ মানসিকতা এইয়া
@digennath497
@digennath497 23 часа назад
পুলিছ বুলি কলেই মাথাতো গৰম হৈ যায় ।টকা পোৱা হলে দাঙি নিলেহৈ
@bivabarmanmoral7576
@bivabarmanmoral7576 23 часа назад
ধিক্কাৰ,,ছি: অসম আৰক্ষী বিভাগ😭
@surojitkalita3394
@surojitkalita3394 22 часа назад
বহুত বেয়া কাম কৰিছে আৰক্ষী জনে ।।।
@prabinmallabaruah8845
@prabinmallabaruah8845 День назад
আৰক্ষী বিভাগে ঘটনাত জড়িত কেইজনক নিলম্বিত কৰিব থিকেই । কিন্তু এমাহ মান পিচত নিলম্বন প্ৰত্যাহাৰ কৰি ওচৰৰ এখন থানালৈ বদলি কৰিব। সকলো লিপা-পুচি হৈ যাব ।
@MANABSONOWAL-f3p
@MANABSONOWAL-f3p 22 часа назад
এনেদৰে কৰিবলৈ নালাগে। মনত দুখ লাগিল
@amirahmed9088
@amirahmed9088 22 часа назад
আৰক্ষীৰ এনে মানসিকতাক ধিক্কাৰ দিছো
@lachitphukan1578
@lachitphukan1578 22 часа назад
এইকেইটাই আচলতে পৰীক্ষা দি পাছ কৰা পুলিচ নহয় ! সেই কথা স্পস্ট হৈ পৰিছে ! এজন শিক্ষিত ব্যক্তি আচলতে ইমান নিদাৰুণ কেতিয়াও হব নোৱাৰে 😢 চৰকাৰে এইকেইজনৰ ওপৰত উচিত তদন্ত কৰি চাকৰি পৰা বৰ্খাস্ত কৰক
@mitalinath6601
@mitalinath6601 21 час назад
অকল অসম পুলিছ নহয় অসমৰ সাংবাদিক বোলা প্ৰাণী কেইটাও কম নহয়, পাৰিলে মৰা মানুহকো কথা সুধিব বিচাৰে, দুখ শোকত জৰ্জৰিত হৈ মুখৰ মাত হেৰুৱা পৰিয়ালৰ সদস্য সকলক কথা সুধিব যায় এবাৰো ভাবি নাচাই তেওঁলোকে কথা কব পৰাকৈ মানসিক ভাৱে সমৰ্থ হয়নে নহয়, কালিৰ ঘটনাটোৰ ক্ষেত্ৰত আমিও মৰ্মাহত হৈছো 😢কিন্তু ছোৱালীজনীৰ মৃতদেহটো দেহ হৈ থকা নাই 😢 পুলিছ সকলো মানুহ হে, মানুহে মানুহৰ মাংসৰ টোপোলা এটা দুহাতেৰে ডাঙি নিব....😓😭
@gunarazaxom2132
@gunarazaxom2132 19 часов назад
সঁচা ক'বলৈ গ'লে ইহঁতৰ দৰে কিছুমানৰ কাৰনে অসম পুলিচ বাৰে বাৰে ৰাইজৰ ৰোষত পৰে। অতি শীঘ্ৰেই কুকুৰ কেইটাক আইনৰ আওতালৈ আনি উপযুক্ত শাস্তি বিহক। মইও অসম পুলিচৰেই এটা বিশেষ বিভাগৰ জোৱান, লজ্জানত হৈছো মানৱীয়তাৰ এনে স্খলন দেখি।
@binudbonia782
@binudbonia782 21 час назад
এইবোৰ পুলিচ মানুহৰ শাৰীত নপৰে
@jonjyotideka5370
@jonjyotideka5370 День назад
আমাৰ দৰং ৰ ঘটনা এটো 😢 কাম নাই দৰং ৰ পুলিচ ৰ 🙏😢
@minturajbongshi3999
@minturajbongshi3999 22 часа назад
কোন সেই পুলিচ জনক কিয় শাস্তি বিহা হ নাই পুলিচ কৰ্মী গৰাকীক সি সি পুলিচ ৰ ওপৰত আস্তা নোহোৱা হব এনেকৈ হলে 😢😢😢😢😢
@bidyutdekavlogs7695
@bidyutdekavlogs7695 10 часов назад
অতি দুখ জনক বিষয় । এইয়াই নেকি স্মাৰ্ট পুলিচৰ স্মাৰ্ট ব্যৱহাৰ ।
@LK-yj8bs
@LK-yj8bs 21 час назад
সাধাৰণ বিবেকহীন এনে চৰকাৰী চাকৰিয়াক বৰ্খাস্ত কৰক
@tigerjang2673
@tigerjang2673 День назад
Smart Assam police
@khirodadas-rt9fe
@khirodadas-rt9fe День назад
Ram. Ram .
@phanindradevagoswami4635
@phanindradevagoswami4635 23 часа назад
পৃথিৱীৰ পৰা প্ৰস্থান কৰা ব্যক্তিক অন্তিম শ্ৰদ্ধা জনোৱাৰ পৰিবৰ্তে হিমন্তৰ পুলিচে এই আচৰণ কৰিছে?হিমন্তৰ গোষ্ঠীয়েই কোনোবা মৰিলে কেইবা সাঁজও খাবলৈ নোপোৱা পৰিয়ালত ভোজ খাবলৈ পায় যাৰ বাবে পুৱাই উঠি কাৰ চিতা জ্বলিছে,কেনি ধোঁৱাইছে নিৰীক্ষণ কৰে। হিমন্ত নিয়োজিত ব্যক্তিত্বহীন(Smart Police?) পুলিচে এনে কৰিছে।হিমন্তক জীৱন্তে চোঁচৰাই নিয়াৰ সংকল্প কৰিব পাৰেনে কোনোবাই?অভাৱ,অভাৱ,অভাৱ!!!তাক ২০২৬ নহয়,২০৪০লৈকে হয়তো নাৰীসঙ্ঘই ওৰে জীৱন ৰখাৰ সংকল্পহে আছে!!!!!
@suniltai
@suniltai 9 часов назад
Jibonta prothom dekhisu,Mora manuhok susorai niya😢😢
@akalobyasaikia3949
@akalobyasaikia3949 15 часов назад
অসম চৰকাৰে ইয়াৰ বিহিত ব্যৱস্হা লওক ,,,আমি তাৰ দাবি কৰিছো
@dumahusoroniya6691
@dumahusoroniya6691 17 часов назад
গোচৰ ৰুজো হ'ব লাগে ধিক্কাৰ জনাইছোঁ এনে কান্দ দিখি
@sarbeswarboro9528
@sarbeswarboro9528 День назад
পুলিচৰ পৰিয়ালৰ লোকৰ ঘৰত এই ঘটনাই হোক
@julmatali4981
@julmatali4981 22 часа назад
মামাৰ দিনত সকলো সমভব
@pratimago3245
@pratimago3245 23 часа назад
মানুহৰ নামত কলক
@SD-ff1wc
@SD-ff1wc 21 час назад
ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাক আৰু ড্ৰামপাৰৰ উৎপাত আনহাতে নগৰ চহৰ আৰু গাওঁ অঞ্চলৰ বাট পথত টম টম ৰ সন্ত্ৰাস যি ফালে যাব সকলোতে মৰণ ফান্দলৈ পৰিণত হৈছে৷
@banjitchangmai4047
@banjitchangmai4047 20 часов назад
উন্নতি হৈছে, সময়ৰ হতে আগবাঢ়ি গৈছোঁ আমি
@chandraa5971
@chandraa5971 22 часа назад
সন্মানীয় ভূপেন হাজৰিকাই চিঞৰি চিঞৰি কৈছিল মানুহে মানুহৰ বাবে যদি হে অকণো নেভাবে এই কথা শাৰী যেন আজি অসম আৰক্ষী য়ে ভৰিৰে মোহাৰি পেলালে
@ReactVideo647
@ReactVideo647 18 часов назад
চিঃ‌ এনেকুৱা পুলিচৰ ওপৰত ৰাইজে একচন ল'ব লাগে।
@Dnmemories
@Dnmemories 11 часов назад
যি কেইজন পুলিচে এনে কান্ধ কৰিলে , সেই কেইজনক মৰাৰ পিছত তেনেকৈ কৰিলে হ'ল,,,, ৰাইজ সকল অনুৰোধ কৰিলোঁ অসমৰ পুলিচ এনে কোৱাই
@meghnilnath3734
@meghnilnath3734 22 часа назад
ৰাইজে কি‌ কৰিছিল । পুলিচে এনে কে লৈ জাউতে। ।বেয়া লাগিছে
@hirakjyoti5431
@hirakjyoti5431 23 часа назад
অসুৰ । খাকী পোছাক যোৰৰ গৰমত মানৱীয়তা পাহৰি থাকিল।
@KabitaDas-p6d
@KabitaDas-p6d 22 часа назад
Right
@lalitadas969
@lalitadas969 19 часов назад
বহুত দুখ লাগিছে
@chapakhowatownhighschool2109
@chapakhowatownhighschool2109 21 час назад
স্মাৰ্ট পুলিচৰ স্মাৰ্ট কাৰ্য্য
@LipikaDas-e7u
@LipikaDas-e7u 17 часов назад
চিষ্টেম টো য়ে ঘিন লগা। মৃত্যু পাছত মৃত দেহ ক বহুত অব হেলা কৰে। পস্মৰটেম কৰা ৰ টাইম টো বহুত হেমহি কৰে। গেলি পচি যাব দিয়ে চালা।
@anuprobhabordoloi8229
@anuprobhabordoloi8229 22 часа назад
ধিক মান ৱ তা,ব হু ত দুখ পালো,পুলিচ ৰ সাজ পিন্ধা এই স ক ল ৰ সাধাৰ্ন মান সিতা কনো নাই নে,উঃউঃ😢😢
@bipulgogoi494
@bipulgogoi494 22 часа назад
চৰকাৰে বিহিত ব্যবস্থা লব লাগে পুলিচ পশাষনক
@rinkushivam8759
@rinkushivam8759 13 часов назад
এনে পুলিচক চাকৰিৰ পৰা অব্যাহতি দিৱ লাগে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক
@bipulborah2193
@bipulborah2193 12 часов назад
সঁচাকৈয়ে দুখনিয়, এনে পুলিচক শাস্তি প্ৰদান কৰাতো বিচাৰো।
@pranjalkalita2752
@pranjalkalita2752 18 часов назад
দিলীপ শইকীয়াৰ জিলাৰ পুলিচ থু থু, মঙ্গলদৈ পুলিচ প্ৰশাসন go back 😭😭😭😭😭
@Simulatorgameplay907
@Simulatorgameplay907 19 часов назад
সেই কাৰণে মানুহে জীয়াই থকা অৱস্থাত ভাবিব লাগে যে আমি এই পৃথিৱীত কেইদিনমানৰ হে আলহী । সকলোৰে বাছি থকা কেইদিন মিলা প্ৰিতিৰে জীয়াই থাকিব লাগে। জীৱন কেইদিনৰ হয় এবাৰ ভাবি চাবচোন ।
@nothumanff2.2
@nothumanff2.2 10 часов назад
ৰাজ্যৰ মানুহবোৰ কণা নহয়।
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 19 часов назад
ঐ মামা পুলিচক এতিয়া এই শিক্ষা। দিছে নে আপোনাৰ পৰিয়ালৰ এনে হ'লে কেনেকুৱা লাগিব।
@KrishnaBorah-ou8kw
@KrishnaBorah-ou8kw 22 часа назад
মানুহ বোৰ কনা নেকি
@debajitchangmai1786
@debajitchangmai1786 23 часа назад
মৃত্যুৰ পিছত জীৱ শ্ৰেষ্ঠ মানুহৰ যে, কোনো মূল্য নাই, তাৰ প্ৰমাণ কৰি দেখুৱাই দিলে,মংগলদৈ আৰক্ষীয়ে।ই এক নিন্দনীয় কাৰ্য।
@MadhabChandraDas-n6k
@MadhabChandraDas-n6k 19 часов назад
হে মহামহিম মূখ্য মন্ত্ৰী মহোদয়,এয়াই নেকি অসম চৰকাৰৰ গৃহ বিভাগৰ মানবিয়তা? চি,,, চি
@mahendrakalita8549
@mahendrakalita8549 22 часа назад
ঊদ্দেশ্য টকা মানৱ সেৱা নহয
@digantakonwar4672
@digantakonwar4672 21 час назад
শিষ্টাচাৰ, মানবীয়তাৰ কোনো মূল্যই নাই আজিৰ দিনত। এইয়াই জ্বলন্ত উদাহৰণ
@kingkardeka2702
@kingkardeka2702 20 часов назад
এই বিলাক হৈছে হিমন্তৰ পুলিচ।😅😅😅
@KrishnaBorah-ou8kw
@KrishnaBorah-ou8kw 22 часа назад
বিচাৰ ভালকৈ কৰক এনেকৈ নহ'ব
@oleekurmi2108
@oleekurmi2108 День назад
Om Shanti
@Moni88-k2n
@Moni88-k2n 22 часа назад
😢😢😢😢 দুখ লাগিল কিন্তু মৃত দেহ ডাঙি ফুৰা পুলিচৰ কাম নহয় । স্থায়ী বাসিন্দা সকল নাইবা আত্মীয় সকল আগবাঢ়ি আহিব লাগিছিল।বৰ দুখ লাগিল 😢😢😢😢😢😢
@MomyBorah-jk3rg
@MomyBorah-jk3rg 20 часов назад
Arokhie nokole dhoriboloi kio jabo arokhie kando asorit
@jyoti9293
@jyoti9293 2 часа назад
Police Kam ki tetiya hole ji kono kame korib lagib darker hole
@adventureassam5437
@adventureassam5437 10 часов назад
Suspend কৰিব লাগে এই আৰক্ষী কেইজনক
@TapanBoruah-oz1xh
@TapanBoruah-oz1xh 18 часов назад
আপোনালোকে যিমানেই বাতৰি পৰিবেশন কৰি এওলোকৰ ভুলবোৰ আঙুলিয়াই নিদিয়ক কিয় চৰকাৰে দিয়া দৰমহা পোৱাৰ পাছতো কেছৰ নামত মানুহৰ পৰা প‌ইচা খোৱাৰ বাহিৰে বেলেগ একো কাম ভালকৈ কৰিব নোৱাৰে।অসম পুলিচক দেখিলে ঘিন লাগে
@santoshbori2495
@santoshbori2495 3 часа назад
বহুত দুখ পালোঁ চাই
@SahilKhan-u8h1t
@SahilKhan-u8h1t 17 часов назад
Rip news 😢😢বৰ দূখ দায়ক ঘটনা 🙏🏻🙏🏻পুলিচে বহুত বেয়া কাম কৰিছে চোচৰাই নিছে,, চুমি বৰাই ইমান বেয়া কাম কৰিছে হেনদকাপ নাই,, দীপাংকৰক ধৰিছে কিমান পুলিচে সুৰক্ষা দিছে দেখিছো কাৰণ চৱ পইচাৰ খেল ,, বাইহাটা ৰ পৰা তেজপুৰলৈ যি হে পথ,, ৪ লাইন বাদ দি ২ লাইন ও যদি পথতি হল হয় 🙏🙏🙏🙏🙏🙏
@tastyrasoi15
@tastyrasoi15 19 часов назад
সঁচা কে বহুত দুখ লাগিল
@SouravjyotiBonia
@SouravjyotiBonia День назад
Polish nohoi Rakhyoh
@user75677
@user75677 5 часов назад
জীয়াই থাকোঁতে মানুহৰ কিয় ইমান অহংকাৰ চাওক চোন আজি মৃত্যুৰ পিছত মানুহৰ কি ব্যৱহাৰ 😢 মৃতদেহ চোচঁৰাই নিয়া দৃশ্য দেখিব লগা হৈছে ৷😢
@trishnagogoiphukan5529
@trishnagogoiphukan5529 Час назад
কুকুৰ কেইটাৰো নিশ্চয় এদিন আহিব ☝️
@trishnamoniroy5523
@trishnamoniroy5523 21 час назад
Bahut dukh lagil....😰😰
@nabakantakaman2201
@nabakantakaman2201 День назад
Mamar smart police 🙏😡
@Manash-t7h
@Manash-t7h День назад
Dhikkar dhikkar Axom police
@nenamultiple5834
@nenamultiple5834 20 часов назад
এনেধৰণৰ পুলিচ কৰ্মী হৈ থকাতকৈ চাকৰি এৰি গুচি যোৱাই ভাল।
@prahladgogoi9540
@prahladgogoi9540 23 часа назад
মানৱতা আজি ক'ত
@gulzarhussain5119
@gulzarhussain5119 23 часа назад
Assam police go back
@kakumoniBora-lk5ws
@kakumoniBora-lk5ws 6 часов назад
স্মাট পুলিচৰ স্মাট কায্য ৰাজা চাই সৈন্য
@kamalkalita338
@kamalkalita338 7 часов назад
আৰক্ষীৰ নামত কলঙ্ক আৰক্ষী অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে অপমান 😭😭😭😭
@jitabora5614
@jitabora5614 22 часа назад
এই সকল পুলিচৰ মাক দেউতাক পুত্ৰ জীয়েক কোনো নাই চাকে
@dipankarchutia2738
@dipankarchutia2738 23 часа назад
Bohut dukh lagile...rip
@lxjitu3726
@lxjitu3726 10 часов назад
oi police hoi kio eman faki dia kla . thtor ghrr manuh ane koi anile kenekowa lagil hoi he,
@imranhussain6768
@imranhussain6768 10 часов назад
পুলিচ দোষী। কিন্ত ইমান মানু্হ থাকিও কিয় তেওঁলোক চাই আছিল কিয় অলপ সহায় কৰিবলৈ নগল।।।আমি সকলো দায়িত্ব কিয় আনৰ উপৰত এৰি দিও ।
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 3 часа назад
সুৰা পান কৰি আছিল যেন লাগিছে ।এওঁলোকৰ শ সয়টো আৰু বেয় অৱস্থা হব।
@AnimaNath-w7f
@AnimaNath-w7f День назад
Ba 2me jot a ase xnti t thka .. Bhut bya lgse... Bhut mnt prbo😖
@ratuldas7134
@ratuldas7134 20 часов назад
পুলিচ ৰ এটা গুণ ভাল আৰু সেইটো সকলো ৰাইজে জানে
@dhanjoyroy6038
@dhanjoyroy6038 10 часов назад
ধিকাৰ অসম পুলিচ
@harikalita9586
@harikalita9586 9 часов назад
দৰং পুলিচৰ জ্ঞান-শূন্যতাৰ পৰিচয় হীনতাৰ পৰিচয় !
@tigerjang2673
@tigerjang2673 День назад
Mama ki police
@anjanabaro447
@anjanabaro447 8 часов назад
Sahir da bohut dukh lagise drishya dekhi agoloi jate kaku tene nokore 🙏🙏🙏
@abhijitabhijit5830
@abhijitabhijit5830 7 часов назад
চিনিপোৱাত অসুবিধা হব নালাগে চাগে,, অতি সোনকালে Suspend কৰিব লাগে
@Satyamstudio123
@Satyamstudio123 6 часов назад
নিলম্বন কৰক
@Prapanjit
@Prapanjit 21 час назад
পুলিচক সন্মান কৰিব নালাগে
@NipjyotiRajbongshi-k3u
@NipjyotiRajbongshi-k3u 9 часов назад
আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত পৰা নাইনে এইবোৰ কান্দ😮
@rajtarangini-pankaj
@rajtarangini-pankaj 35 минут назад
এনে ও অসম আৰক্ষী মূৰ্খ হয় অকল ঘূচ খাব হে জানে দয়া ময়া একো নাই টো এই পুলিচ বোৰৰ
@sanjibbhagowati
@sanjibbhagowati 18 часов назад
বৰ্বৰ আৰক্ষী অসমৰ
@Rahul-id4yt
@Rahul-id4yt 7 часов назад
এনে পুলিচক বৰ্খাস্ত কৰক
@GirishChutia-w7v
@GirishChutia-w7v 13 часов назад
নিলম্বন কৰা
@BossKhan-h8m
@BossKhan-h8m 13 часов назад
সাধাৰণ মানুহে কৰা সৰু সৰু ভুল বিলাক চৰকাৰে দেখে কিন্তু আৰক্ষী যেতিয়া ভুল কৰে তেতিয়া চৰকাৰৰ চকুত নপৰে আৰক্ষীয়ে ডাঙৰ ডাঙৰ ভুল কৰে
@mrinalkalita4224
@mrinalkalita4224 8 часов назад
Bhut beya lagil
Далее
📌#StreamingNow | #GuwahatiLive
Просмотров 126