Тёмный

অসমত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক উষ্ম আদৰণি দলীয় নেতা-কৰ্মীৰ। 

Pratidin Time
Подписаться 2,2 млн
Просмотров 7 тыс.
50% 1

লোকসভাত কংগ্ৰেছৰ উপ-দলপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ অসমত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক উষ্ম আদৰণি দলীয় নেতা-কৰ্মীৰ। বিমানবন্দৰ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰাজীৱ ভৱনত সাংসদ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি দলীয় নেতৃত্বলৈ বিশেষ অনুৰোধ গৌৰৱ গগৈৰ- কংগ্রেছৰ ভাল দিন আহিছে, এতিয়া কংগ্রেছলৈ আহিব খোজাসকলক তৃণমূল কৰ্মীৰ অনুমতি সাপেক্ষেহে দলত যোগদান কৰিবলৈ দিয়ক।
#pratidintime #congress #assamnews #gauravgogoi

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 13   
@user-rw3pv9dw1j
@user-rw3pv9dw1j Месяц назад
গৌৰৱ গগৈৰ স্বৰ্গগত পিতৃ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ চাৰৰ পবিত্ৰ আত্মাই আজি পৃথিৱীলৈ চাই নিজৰ পুত্ৰৰ লগতে কংগ্ৰেছ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী সকলক আৰ্শীবাদ প্ৰদান কৰিছে ৷আমি শুভেচ্ছা জনাইছো লগতে অনুৰোধ কৰিছো পাহাৰ -ভৈয়াম জাতি-মাটিৰ সংলাপ মতাৰ পৰিবৰ্তে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে যাতে শান্তিৰে বসবাস কৰিব পাৰে এইখিনি ব্যৱস্থা কৰিব লাগে ৷
@DebanandaKaman
@DebanandaKaman Месяц назад
মামাৰ নিচিনা মিচলীায়া নহয় গৌৰৱ
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Месяц назад
CM sir Gaurav Gogoi zindabad 💯🙏💪💪💪
@kalupardhan4761
@kalupardhan4761 Месяц назад
GOOD
@papuRiderlk
@papuRiderlk Месяц назад
Good news
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda Месяц назад
We want C.M.in Assam Grouv Gogoi.
@bakulboruah2026
@bakulboruah2026 Месяц назад
Next CM
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr Месяц назад
Right
@rawandreal99
@rawandreal99 Месяц назад
Future Assam
@pleaseboy-tq7wb
@pleaseboy-tq7wb Месяц назад
❤❤❤❤
@trishnakalita4154
@trishnakalita4154 Месяц назад
🙏🏻
@kalupardhan4761
@kalupardhan4761 Месяц назад
❤❤❤❤
@Mosibullah-
@Mosibullah- Месяц назад
Right
Далее
Кого из блогеров узнали?
00:10
Просмотров 377 тыс.
나랑 아빠가 아이스크림 먹을 때
00:15
Просмотров 2,2 млн