Тёмный

অসমীয়া, হিন্দী সানমিহলি কৰি নতুনত্বৰে পাৰ্থ প্ৰতিম বৈশ্য, পৰাগ কলিতা আৰু চন্দন শৰ্মাই জুৰিছে সুৰ 

NKTV PLUS
Подписаться 634 тыс.
Просмотров 213 тыс.
50% 1

NKTV PLUSত আজিৰ অতিথি (বেণ্ড অফ থ্ৰী)ৰ পাৰ্থ প্ৰতিম বৈশ্য, পৰাগ কলিতা আৰু চন্দন শৰ্মা
পৰাগ কলিতা, চন্দন শৰ্মাৰ সহযোগত গীত গাই ভাইৰেল পাৰ্থ প্ৰতিম বৈশ্য
ইটোৰ পিছত সিটো গীতে খলকনি তুলিছে শ্ৰোতা-দৰ্শকৰ মাজত
অসমীয়া, হিন্দী সানমিহলি কৰি নতুনত্বৰে জুৰিছে সুৰ
নিজৰ ঠাইতে গীত পৰিৱেশন কৰিবলৈ দিয়া হোৱা নাছিল পাৰ্থ প্ৰতিমক
গীত পৰিৱেশন কৰিব নোৱাৰে বুলি মঞ্চৰ পৰা নমাই দিছিল পাৰ্থ প্ৰতিম বৈশ্যক
সাংস্কৃতিক জগতখনত বৰ্তি থাকিবলৈ মাটি-বাৰী সকলো বিক্ৰী কৰিছিল পাৰ্থৰ পিতৃয়ে

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 523   
@patirabha325
@patirabha325 9 месяцев назад
আপোনালোকৰ সহজ-সৰল মাৰ্জিত আৰু অমায়িক আচৰণেই মোক আপ্লুত কৰি তুলিলে ৷ তিনিজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ পাৰ্থ প্ৰতীম বৈশ্য সঁচাকৈ আপোনাৰ কণ্ঠত যাদু আছে ৷ জীৱনৰ বাটত অধিক সাহসী আৰু শক্তিশালী হৈ উঠা..
@KamalJyotiChetia-m3f
@KamalJyotiChetia-m3f 9 месяцев назад
Hosa koise .
@DhrubaGogoi-qc3jy
@DhrubaGogoi-qc3jy 7 месяцев назад
Mja dada.
@PankajGupta-hx1vd
@PankajGupta-hx1vd 5 месяцев назад
D​@@KamalJyotiChetia-m3f
@pankajnath8170
@pankajnath8170 9 месяцев назад
দুৰ্দান্ত l ফালি দিয়ক l মোৰ আন্তৰিক আশীৰ্বাদ থাকিল
@khagenduwari9002
@khagenduwari9002 9 месяцев назад
বহুত ধুনীয়া । আটাইকেইজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@debajitrajkonwar8698
@debajitrajkonwar8698 9 месяцев назад
অতি সুন্দৰ। তিনিওজনলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। অনাগত দিনবোৰত সপোনবোৰ বাস্তৱায়িত হোৱাৰ আশাৰে.......
@pradeepkrtalukdar481
@pradeepkrtalukdar481 9 месяцев назад
বৰ সুন্দৰ ,ভাল লাগিল শুনি।❣️👌💐
@mujahidulislam7975
@mujahidulislam7975 9 месяцев назад
Excellent Voice
@prafullabora4935
@prafullabora4935 8 месяцев назад
Mur para shuvesha thakil,khub val lagil ,agarloi zaik, thanks
@PranjitDeka-x8q
@PranjitDeka-x8q 9 месяцев назад
আজি প্ৰথম দিন শুনিৰে মন চুই গল।❤❤❤
@hemalatahazarika6769
@hemalatahazarika6769 9 месяцев назад
বৰ ভাল লাগিল। হিন্দী গীতৰ পৰিবেশন অতি সুন্দৰ। আগবাঢ়ি যোৱা।
@chitraleetalukdar170
@chitraleetalukdar170 9 месяцев назад
Voice❤❤❤ ultimate..Nalbariya rocks🥰
@lakheswarbora4825fafy
@lakheswarbora4825fafy 9 месяцев назад
কথাবোৰ খুলি কোৱাৰ বাবে ভাল লাগিছে । ভগৱানক 🙏 কুশলে ৰাখক আগুৱাই যোৱা ❤❤❤❤❤
@mantupathak2932
@mantupathak2932 9 месяцев назад
বৰ সুন্দৰ পৰিবেশন, একদম শুনি থাকিবৰ মন যায় থাকে, তিনিও জনৰ উজ্বল ভৱষ্যত কামনা কৰিলোঁ, তোমালোকে আমাক বহুত আনন্দ দিচা ভাল লাগিল
@suntobora9806
@suntobora9806 9 месяцев назад
অপূৰ্ব কণ্ঠ, অপূৰ্ব বাদ্যযন্ত্ৰ সংমিশ্ৰণ।তিনিওৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@dibyajyotisaikia5710
@dibyajyotisaikia5710 9 месяцев назад
দম থকা ভইচ ।❤ Keep it up
@DhrubaGogoi-qc3jy
@DhrubaGogoi-qc3jy 7 месяцев назад
Mja lge dada apunr gaan.
@kargeswarthakuria3689
@kargeswarthakuria3689 7 месяцев назад
Nic song I am nalbari plz cnt no
@Rahulisback-ch6ho
@Rahulisback-ch6ho 5 месяцев назад
Vt by by byKo​
@atikulislam6579
@atikulislam6579 9 месяцев назад
বহুত সুন্দৰ কণ্ঠ। ভাল লাগিল অসমীয়া হিন্দী গীতৰ সংমিশ্ৰণ।
@Jonali-l1z
@Jonali-l1z 9 месяцев назад
Super duper ভাইটি তোমাৰ গান শুনি পাগল হৈছোঁ
@runumaiphukan943
@runumaiphukan943 9 месяцев назад
বৰ সুন্দৰ পদক্ষেপ , ভাল লাগিছে ।আপোনালোকৰ মাৰ্জিত কথা বতৰাই সকলোকে মুগ্ধ কৰিব ।আগুৱাই যাওক শুভেচ্ছা থাকিল ।
@MinuDevi-y2e
@MinuDevi-y2e 9 месяцев назад
বৰ সুনদৰ কন্ঠ আশীবাদ কৰিছো সকলোলৈকে
@binabhajani
@binabhajani 7 месяцев назад
বৰ সুন্দৰ বলিষ্ঠ কন্ঠ। শুনি থাকিবৰ মন যায়।
@bkgogoi8636
@bkgogoi8636 9 месяцев назад
বহুত বহুত ধন্যবাদ আগলৈ আগ বাহি যোৱা ইশ্বৰে দয়া কৰক । অতি সূন্দৰ হৈছে । ❤ ❤ 🙏🙏🙏🙏
@digantagogoi3221
@digantagogoi3221 9 месяцев назад
বহুত ধুনীয়া লগা সুৰ। আগলৈ আগবাঢ়ি যায়ক 🥰🥰🥰
@bituali1307
@bituali1307 9 месяцев назад
I love this voice no1 voice I think this voice is world no1 voice
@poragnath8018
@poragnath8018 9 месяцев назад
বহুত ভাল লাগছে। ইমান সুন্দৰ কণ্ঠ।আপোনালোকে আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ❤❤❤
@Rakesh-pl7ms
@Rakesh-pl7ms 9 месяцев назад
Amar nalbari r lora aru আগবাঢ়ি jowa... জয় নলবাৰী ❤
@bobitaborah1356
@bobitaborah1356 9 месяцев назад
বহুত ভাল লাগিল শুনি ।তিনিও জনলৈকে মোৰ আশীৰ্বাদ থাকিল ।
@NalbariLoraMoi786
@NalbariLoraMoi786 9 месяцев назад
পাৰ্থ দা তুমি সদাই আগুৱাই যোৱা ❤
@dilipsaikia4922
@dilipsaikia4922 9 месяцев назад
Awesome...suni amoni nologa geet bur..tuma Loko loi best of luck..Again jua..God bless you all
@pinkubora4309
@pinkubora4309 9 месяцев назад
ককাই দেও পৰা এটা বিহু শুনিব হেপাহ আশা কৰিলোঁ বৰ ধুনীয়া হব বুলি দম থকা কণ্ঠ❤
@dipakrajbongshi658
@dipakrajbongshi658 6 месяцев назад
শুভেচ্ছা থাকিল। বহুত বহুত সুন্দৰ, একদম বঢ়িয়া, magnificent, excellent, extremely good....... don't stop, keep going..........
@mallikahazarika7573
@mallikahazarika7573 7 месяцев назад
সুন্দৰ কণ্ঠ, শুনি থাকিবৰ মন যায়।
@জহাৰআদিবাসী
@জহাৰআদিবাসী 9 месяцев назад
প্ৰতিভা থকা জনক তিৰস্কাৰ কৰাটো বৰ ........ কি কম শব্দ নাই অ প্ৰতিম দা Keet it up we support all of you
@MonikantaCreation
@MonikantaCreation 9 месяцев назад
তোমাৰ কন্ঠৰ প্ৰেমত পৰিলোঁ বেয়াকৈ । কেতিয়াবা লগ পাম।
@bhabenpegu8730
@bhabenpegu8730 9 месяцев назад
সুন্দৰ পৰিবেশন কৰিছে । আগললৈ আগুৱাই যোৱা তাৰে কামনা কৰিছো ।
@matuborah818
@matuborah818 4 месяца назад
অতি সুনদৰ।ভাষা নাই কবলৈ।
@jnvlogs2821
@jnvlogs2821 9 месяцев назад
বহুত সুন্দৰ দে, তিনিও জনে ভালদৰে আগুৱাই যোৱা ।অলপ ভগৱানৰ নাম লৈ সাধনা কৰিবা ।
@afazulhoque4032
@afazulhoque4032 9 месяцев назад
অতি সুন্দৰ কণ্ঠ। বাদ্য -যন্ত্ৰী দুয়োজনলৈ অভিন্দন জনালোঁ।
@krishnaborah2420
@krishnaborah2420 3 месяца назад
তোমালোক সদায় একেলগে আগবাঢ়ি যোৱা
@moksedulalom97
@moksedulalom97 9 месяцев назад
Emn din kot asila....bhai😢🥺 excellent voice ❤
@MrDebDas
@MrDebDas 9 месяцев назад
He is talent of assam so please kindly request to all listen him ....
@dhrubajitkalita7689
@dhrubajitkalita7689 9 месяцев назад
সুন্দৰ কণ্ঠ, অন্তৰৰ পৰা গাইছে, বহুত ওপৰত যাব এওঁলোক, সহজ-সৰল গাৱলীয়া লৰা ❤
@swagarnab4026
@swagarnab4026 9 месяцев назад
বৰ ভাল লাগিল। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
@MinuThakuria-v5w
@MinuThakuria-v5w 4 месяца назад
Iman bhal lagise hridoi khon thana pori goise ujal kamona korilu
@MinuThakuria-v5w
@MinuThakuria-v5w 4 месяца назад
Tumalokor gaan huni duniya khon pahori goisu aru aag bahi jua
@pabitrahazarika4557
@pabitrahazarika4557 7 месяцев назад
বহুত বেছি ধুনীয়া লাগিল❤
@GulapBora-z1f
@GulapBora-z1f 9 месяцев назад
Damodar tune bhai
@umaranibaruah6285
@umaranibaruah6285 9 месяцев назад
বহুত সুন্দৰ। বহুত ভাল লাগিছে। তোমালোকলৈ আশীর্বাদ থাকিল ।
@Pranjaldehingia
@Pranjaldehingia 9 месяцев назад
Normal Microphone ত যেতিয়া ইমান সুন্দৰ কণ্ঠ, Recording Studio ত কিমান ভাল লাগিব গান শুনি।বহুত বহুত ভাল লাগিল.... আৰু আগুৱাই যোৱা শুভেচ্ছাৰে....👍👍👍
@JituGogoi123
@JituGogoi123 9 месяцев назад
❤🎉❤❤❤❤❤🎉❤ হৃদয়ৰ পৰা ভাল লাগিল । অ ৰাম ।
@samudranathdeka4879
@samudranathdeka4879 6 месяцев назад
সঁচাকৈয়ে সুন্দৰ কণ্ঠ দেই । শুনি বৰ ভাল লাগিল । আগবাঢ়ি যাওঁক শুভেচ্ছা সদায়ে থাকিব ।❤❤❤
@santoshstatus3187
@santoshstatus3187 9 месяцев назад
সুন্দৰ দাদা আপোনাৰ কন্ঠত আৰু গীত শুনি ব পাম বুলি আশা কৰিলো ❤
@sanasarmah3644
@sanasarmah3644 9 месяцев назад
Khatara voice.... ❤❤❤
@mianaborah1402
@mianaborah1402 8 месяцев назад
Apuni aru aguai jauk 🙏🙏 Krishno ♥️♥️♥️♥️♥️
@lipjyotibaruah776
@lipjyotibaruah776 9 месяцев назад
Ultimate..... excellent......keep it up...May God bless all of you
@BastopDoly
@BastopDoly 9 месяцев назад
মজা ইয়াত কোনো দ্বিমত থাকিব নালাগে। আগুৱাই যোৱা আশীৰ্বাদ থাকিল তিনিওলে
@pappuhazarika
@pappuhazarika 9 месяцев назад
লখিমপুৰ জিলা আহিব লাগিব এদিন,বহুত মৰম জাচিলো।❤
@SurenBorah-k5z
@SurenBorah-k5z 7 месяцев назад
দাদা আপোনাৰ গান মজা লাগিল
@deepshikhagogoi1982
@deepshikhagogoi1982 8 месяцев назад
আপোনালোকৰ অমায়িক আৰু সহজ সৰল আচৰনে মোক আপ্লুত কৰি তোলিলে। তিনিওজনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@jayantaborah5668
@jayantaborah5668 8 месяцев назад
বহুত ধুনীয়া ভাইতি,❤
@আপেক্ষিক
@আপেক্ষিক 9 месяцев назад
পাগল কৰিব বৈশ্যই ৷ বৰ সুন্দৰ ৷ বন্ধু আগুৱাই যোৱা ❤
@rumiborah7287
@rumiborah7287 9 месяцев назад
সুন্দৰ কণ্ঠ ❤
@bipuldas2252
@bipuldas2252 6 месяцев назад
জয় আই অসম ❤ জয় নলবৈৰা
@niponsaikia9246
@niponsaikia9246 8 месяцев назад
অতি সুন্দৰ সুন্দৰ, সুললিত কন্ঠ সচাঁ ই আপোনাক বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনালো, আপোনাৰ কণ্ঠ ই অসমীয়া ক পৃথিবীতে যাতে চিনাক্ত কৰি দিব পাৰে তাৰে শুভকামনা।।।।। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@nalinisaharia4856
@nalinisaharia4856 8 месяцев назад
অতি সুন্দৰ কণ্ঠ ও প্ৰদৰ্শন 🙏♥️🙏
@hemantakrdas690
@hemantakrdas690 9 месяцев назад
সুন্দৰ❤ মৰম দিলো ধুবুৰী পৰা।
@trailokyabaishya6208
@trailokyabaishya6208 9 месяцев назад
Very nice voice
@tksarmah2632
@tksarmah2632 8 месяцев назад
সমালোচনাক আলোচনা বুলি গ্ৰহণ কৰা কিমান জন ব্যক্তি থাকিব পাৰে ? *বিহু আমাৰ তেজত* উক্তিটোৱে হৃদয় চুই গল। ধন্যবাদ। গায়ক জনক আৰু দলটোক আন্তৰিক ধন্যবাদ জনালোঁ লগতে থাকিল আমাৰ বহুত বহুত শুভেচ্ছা থাকিল।
@Punimadas-wc2jf
@Punimadas-wc2jf 6 месяцев назад
তিনিও জনলৈ শুভেচ্ছা থাকিল;
@bhupendas1114
@bhupendas1114 7 месяцев назад
Bhut dhuniya wonder full.
@akhimgogoi6309
@akhimgogoi6309 9 месяцев назад
Parht এইয়া তোমালোকৰ প্ৰথম যাত্ৰা , বহু দুৰ আগুৱাই জোৱা শুভেচ্ছা থাকিল
@aymanplayer904
@aymanplayer904 9 месяцев назад
Kya voice hai re bro,🔥🔥🔥💥❤️🙏👏👏👌👌
@Abhijyotshna_Hazarika
@Abhijyotshna_Hazarika 7 месяцев назад
বহুত ভাল লাগিছে।
@MnayanmoniMedhi
@MnayanmoniMedhi 8 месяцев назад
Xuni kiba montu jur pori gol...xur bohut val lagile
@pranjalpegu1359
@pranjalpegu1359 9 месяцев назад
Bohut bhal লাগিছে মিচিং গীতো চেষ্টা কৰিবচোন।
@rakeshnath2262
@rakeshnath2262 9 месяцев назад
Moza partho dá aguwai jowa bohut vl lagise gan bur huni good bless you
@pankajphukan6468
@pankajphukan6468 8 месяцев назад
আজি প্ৰথম শুনিলো তোমাৰ কণ্ঠ।অতি বলিষ্ঠ কণ্ঠ।❤
@tablasoloplayar9043
@tablasoloplayar9043 9 месяцев назад
Uffff apunar voice tu j... lots of love ❤❤❤❤❤❤❤❤
@jibonmunudutta5719
@jibonmunudutta5719 9 месяцев назад
দাদা তোমাৰ লোক বহোত বহোত আগবাঢি জোৱা ❤❤
@kuntidas1376
@kuntidas1376 7 месяцев назад
শুনি থাকিবৰ মন যায়
@PujamoranPujamoran-m3u
@PujamoranPujamoran-m3u 8 месяцев назад
বহুত ধুনীয়া গান গায়ছা আৰু আশা কৰো আৰু আশীৰ বাদ কৰিছো তোমালোকৰ সপোন অতি সোনকালে সফল হয় .❤
@rahulsaikia
@rahulsaikia 9 месяцев назад
Bahut val lagise aguwai jowa tomalok bahut durale❤❤❤❤
@RamenTalukdar-wx8ky
@RamenTalukdar-wx8ky 7 месяцев назад
অতি সুন্দৰ ৰমেন
@muhinpegu1124
@muhinpegu1124 9 месяцев назад
খুউব ভাল লাগিল। 🌹🌹🌹🌹🌹🌹🌹🌹🌹
@PoragJyoti-e6q
@PoragJyoti-e6q 9 месяцев назад
Gotei Axome bisari thoka voise bisari paise atiya.... Happy New year...
@ramkrishnadas2901
@ramkrishnadas2901 9 месяцев назад
Heart touching voice❤
@jurijumonofficial9333
@jurijumonofficial9333 9 месяцев назад
Val lagise aguai jua.domdar voice
@lokmanpoudeyal591
@lokmanpoudeyal591 9 месяцев назад
Khub bhal lagise Apunar sangitik jiban ujjal kamana karisu.
@1000gaming7
@1000gaming7 9 месяцев назад
Excellent sir your all songs ....ilove you...happy journey...best of luck...
@achyutdeka8103
@achyutdeka8103 9 месяцев назад
বহু বাৰ চাইছো বহুত ভাল লাগিছে
@sikhakalita9515
@sikhakalita9515 8 месяцев назад
আশীৰ্বাদ থাকিল আগুৱাই যোৱা
@AradhnaDas-xf6sv
@AradhnaDas-xf6sv 9 месяцев назад
Love you dada ❤mojaa hoise ..amoni nelage je apunar gaan huni kiyo.eman val lage ❤
@joyalokhigogoi5080
@joyalokhigogoi5080 9 месяцев назад
বহুত বহুত ধুনীয়া গাইছে❤❤❤
@shanatandowarah5436
@shanatandowarah5436 9 месяцев назад
Tumalukor hahaj-horal aasoron , haamanyatom baidya jontro...simple appearence ...ba huot val lage !! May God Bless U . Monikanchon.*
@sauravborah-gk6hq
@sauravborah-gk6hq 9 месяцев назад
Hosake bhut dhunia voice..... 🥰🥰🙏🙏
@rajibbora8622
@rajibbora8622 8 месяцев назад
Dada bohut bohut vl lgil❤
@TajnurAli-u2v
@TajnurAli-u2v 9 месяцев назад
আপুনি আগবাঢ়ি যাওক❤
@rahulmili8348
@rahulmili8348 9 месяцев назад
Ultimate voice❤
@mechakiarjun5095
@mechakiarjun5095 9 месяцев назад
Brother your .. voice Amazing 👏 Really
@uranophilist
@uranophilist 8 месяцев назад
ভূল নাই হোৱা। আগবাঢ়ি যোৱা।
@NehaGourav-wt2sm
@NehaGourav-wt2sm 9 месяцев назад
W...a.....a.....w really amazing.....❤❤❤❤❤❤ Very talented! Wishes you 3 all the very best 💐💐💐
@Pranjalika_baruah
@Pranjalika_baruah 8 месяцев назад
Unic voice dada ru aguwai jwa❤
@RanjuBhuyan-b5n
@RanjuBhuyan-b5n 7 месяцев назад
গানবোৰ বহুত ভাল লাগে 😊😊😊
@kuladipkalita4093
@kuladipkalita4093 9 месяцев назад
Dil khuli gaise kela fida hoi goisu❤❤❤❤
@minaduari4048
@minaduari4048 8 месяцев назад
বহুত বহুত ধুনীয়া সুৰ
Далее
Flipping Robot vs Heavier And Heavier Objects
00:34
Просмотров 39 млн
Non stop Hindi.Assames song.Prtha protim.
9:09
Просмотров 90 тыс.