Тёмный
No video :(

অসম দেশৰ বিষম কথাৰ মাজতেই চলি আছে দেশ,মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 1,3 тыс.
50% 1

অসমৰ সকলো মুখ্য চহৰতে এতিয়া বানপানী
গুৱাহাটীৰ বানপানীৰ কথা এতিয়া পুৰণি হ’ল
এতিয়া ডিব্রুগড়, যোৰহাট আৰু নগাঁও পানীৰ তলত
চহৰীয়া মানুহক বানপানীৰ সোৱাদৰ ব্যৱস্থা
কোনেও নাজানে ইয়াৰ উত্তৰ কি?
জানিলেও ৰজাঘৰৰ বৰকৈ নাই মন-কাণ
আনফালে চলিছে পুখুৰী খন্দাৰ কথা-বতৰা
অসম দেশৰ বিষম কথাৰ মাজতেই চলি আছে দেশ
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #bisleshan #assamnews

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
Музыкальные пародии
00:28
Просмотров 23 тыс.