Тёмный

অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান || Asom Bihuwoti-2024 || bihuwoti questions answer 

Anupom Bitupon
Подписаться 664 тыс.
Просмотров 187 тыс.
50% 1

পূব গুৱাহাটী বিহু সন্মিলন-২০২৪ৰ অসম বিহুৱতী-২০২৪ প্ৰতিযোগিতা খনিৰ প্ৰশ্ন উত্তৰ শিতান আপোনাসৱৰ বাবে আগবঢ়াইছো.... আপোনাসৱলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো....
#anupambitupon
#anupombitupon
#bihu
#pub_guwahati_bihu
#asom_bihuwoti_2024
#axom_bihuwoti_2024
#borbihuwoti
#chandmari_Bihu_2024
asom bihuwoti
anupombitupon
anupambituponbihu
bihu 2024
anupambitupon
bihu questions answer
অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান
Asom Bihuwoti-2024
bihuwoti questions answer

Развлечения

Опубликовано:

 

14 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 200   
@user-ly8fl7yo9v
@user-ly8fl7yo9v 2 месяца назад
🎉বিচাৰক সকলে কোনো অধ্যয়ন নকৰাকে প্ৰশ্ন অৱতাৰণ কৰিব নেলাগে " নাচনী জৰী" তাতঁৰ ব শলি আৰু নাচনী চৰাই লগত সংযোগ থকা ৰছিডালক নাচনী জৰী বোলে। ধন্যবাদ জীতেন বৰা ওজা
@debenborsaikia4624
@debenborsaikia4624 3 месяца назад
গৰকা জৰি আৰু নাছনী জৰি বেলেগ বেলেগ ৷ সেয়ে গৰকাত লাগি থকা জৰি ডাল গৰকা জৰি হে বোলে ৷
@user-vv3nh9cy2n
@user-vv3nh9cy2n 3 месяца назад
বিহু অসমীয়া জাতীয় উৎসৱ বিহু অসমৰ স্বাভিমান আমাৰ মান । যেতিয়া প্ৰশ্ন সোধে এইখন যিহেতু অসম অসমৰ ভাষা অসমীয়া অসমীয়া ভাষাটোকে প্ৰয়োগ কৰিলে বেছি ভাল হ'ব ইংৰাজী ভাষাৰ সংযোজনে অসমীয়া ভাষাক আধুনিক ৰূপ দিয়াটো কিমান যুক্তিসংগত সেইয়া আপোনালোকে বিচাৰ কৰিব মোৰ কিন্তু ভাল লগা আমাৰ ভাষাটো মাদকতা ম্লান হোৱা যেন অনুভৱ হৈছে ।কাৰণ বহুতে বিহু বুলি ক'লে লতাশিল বিহু মঞ্চখনক সকলোৱে সন্মান সহকাৰে লয় গতিকে তাতে যদি বিহুত কথাই প্ৰতি ইংৰাজী ভাষা কোৱা হয় তেন্তে বিহুৰ আয়ূস কিমান দুৰ সেইয়া চিন্তনীয় বিষয় সমূহ অসম বাসীৰ কাৰণে ।ভূপেন হাজৰিকাই কোৱা দৰে দেশ ৰসাতলে যাব কথাষাৰৰ বাস্তৱ প্ৰতিফলন হ'বলৈ বেছি পৰ নাই তাকেই ৰিঙিয়াই ।।।।
@Tapanbaruah-dq3to
@Tapanbaruah-dq3to 3 месяца назад
বিচাৰক সকলেও শুদ্ধ উত্তৰটো জানিহে প্ৰশ্ন কৰিব লাগে।
@Lucky_Saikia60
@Lucky_Saikia60 3 месяца назад
তাঁতশাল খনৰ ওপৰৰ প্ৰশ্ন কেইটাৰ উত্তৰ বিচাৰকসকলেও ভাল কৈ দিব পৰা নাই। এই বিষয়ে গৱেষণা কৰিহে এই প্ৰশ্ন বোৰ উত্থাপন কৰিব লাগে,একে নিশাটোতে বৈ উলিওৱা কাপোৰ খনক কবচ বোলা হয় । বাকী বহুত সৰু সৰু প্ৰশ্ন ক'ব নজনা দেখি বেয়া লাগিল। অনুপম বিতোপন চেনেলৰ সকলোকে ধন্যবাদ জনাইছোঁ , ইমান সুন্দৰ কৈ ভিডিঅ' বোৰ দি আছে।🙏🏻
@purabiborah607
@purabiborah607 3 месяца назад
ব খিনি বান্ধিবলৈ ব্যৱহাৰ কৰা ৰছী কেইদালক হে আমি নাচনী জৰি বুলি ক ও
@bituponboruah1998
@bituponboruah1998 3 месяца назад
বিচাৰক কেইজনক দেখুওৱাৰ ব্যৱস্থা কৰিব । আমাৰ চাবলৈ মন যায় ভূল উত্তৰ দিয়া কেইজনক ।
@user-xs2vh8yx6m
@user-xs2vh8yx6m 3 месяца назад
তাঁতশালৰ বিষয়ে অধিক প্ৰচাৰ আৰু গবেষণা হব লাগে। মঞ্চ বিহুৰ বিষয় ওলালে শ্ৰদ্ধাৰ ৰাধাগোবিন্দ বৰুৱাৰ নামটি উচ্ছাৰিত হ'লে আৰু ভাল লাগিল হয়। অনুষ্ঠান ভাগি ভাল হৈছে
@DaulatPhukon-nz2pm
@DaulatPhukon-nz2pm 2 месяца назад
বিচাৰক জনে পানীটেঙা কিহৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ উত্তৰটো নিজে নাজানে।পানীটেঙা সৰিয়হ বা লাইশাকৰ গুটি খুন্দি গুৰিকৰি বৰথেকেৰা জুইত পুৰি গুৰিকৰি লোৱা সৰিয়হ বা লাইগুটিৰ লগত মিহলাই দুই তিনিদিন পাত্ৰএটাত থৈ দিলে পানীটেঙা তৈয়াৰ হৈ যায়। ব থেকেৰাৰ অভাবত কিছুলোকে অন্যটেঙাও ব্যবহাৰ কৰে ।সৰিয়হ বা লাইশাকৰ গুটিৰ গুৰাৰ লগত টেঙা মিহলি কৰিলে পানীটেঙা আৰু খাৰণি মিহলি কৰিলে খাৰলি হয়।খলিহৈ মানুহে খোৱাৰ উপযোগী নহয়।মাছৰ বা জীৱ জন্তুৰ দানা হিচাবেহে ব্যৱহাৰ কৰা হয়।( দৌলত ফুকন ,চৰাইদেউ ।
@pranameshbharadwaj6190
@pranameshbharadwaj6190 3 месяца назад
আনাকাটা গামোচা একে ৰাতিটো নবয়, সেইখন 'কবচ'কাপোৰ বুলি কয়।আনাকাটা হ'ল বাতি কাঢ়োতে আৰু দীঘল-পুতলৰ কোনো জোখ নথাকে মানে অনুমানতহে বয়। শুভকৰ্মত ব্যৱহাৰ কৰে।
@user-kn8qn9nx1k
@user-kn8qn9nx1k 3 месяца назад
Bor val lagil
@dipsikhachetia111
@dipsikhachetia111 3 месяца назад
সঠিক কথা ❤
@janmonisaikiavlogs7819
@janmonisaikiavlogs7819 3 месяца назад
Ana kota mne eke dinai bati kri uliwa khn he
@ShifulaHazng
@ShifulaHazng 3 месяца назад
Kathal phal dharar hamyt Kathalar muchibor hampurn pari jai. Heibor dangr nahai. Take Kai kathale pelale muchi.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
সুন্দৰ অতি সুন্দৰ হৈছে আপোনালোক ৰ ইনটাৰভিউটো চাইখুবেই ভাল লাগিল,
@MinakshiGogoi-dr8ff
@MinakshiGogoi-dr8ff 3 месяца назад
সুন্দৰ ভাল লাগিল।
@user-mc9rn4ui4d
@user-mc9rn4ui4d 2 месяца назад
Bhal lagise .... Kintu pisor nasoni dugoraki mane nijor question tu ans dibo nuarile etiya belegor question t dat uliyai ase.... Aame moliyai aru kothalor musi tur kothai kbo nuare etiya hahi sua
@abhijit142
@abhijit142 3 месяца назад
আমি খৰিচা মানে বাঁহৰ গাজ কুটি আচাৰ কৰি থোৱাখিনিকহে বুজোঁ।খাৰলি হে সৰিয়হৰ খলিহৈৰ পৰা প্ৰস্তুত কৰে
@santanuchetia7796
@santanuchetia7796 3 месяца назад
Rough and tough judges.. be sweet and good
@KashmiriKonwar
@KashmiriKonwar 3 месяца назад
বিচাৰকে উওৰ দিলে ভাল কৈ দিব লাগে পানিটেঙা সৰিয়হ ঠেকেৰা আৰু কিছুমানে লাই গুটি জলফাই ৰ বনাব পাৰি আ
@Bpmcapture6107
@Bpmcapture6107 2 месяца назад
ভাল লাগিল। অসমৰ অন্যতম এখন ডাঙৰ বিহু মন্স আৰু মোৰ সৌভাগ্য যে ম‌ই শ্ৰেষ্ঠ পেঁপাবাদকৰ স্থান পাবলৈ সক্ষম হ'লো।
@dipankarnath4652
@dipankarnath4652 2 месяца назад
Kiman number pepua apuni
@parthaborah2984
@parthaborah2984 3 месяца назад
প্ৰশ্নবোৰ যে পঢ়িব নাজানে ইংৰাজীত থাকে নে,আখৰ বেয়া নে,নে (বহুতে কব খোজাৰ দৰে আমাৰ ছোৱালীয়ে) অসমীয়া পঢ়িব নাজানে......
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
সুন্দৰ আৰু শুনিও আনন্দ পালো,
@JantuVlogs2345
@JantuVlogs2345 3 месяца назад
সকলোৰে ভাল হৈছে,উজ্বল ভৱিষত কামনা কৰিছো সকলোলৈ ,আমাৰ বিহু তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা জনালো 🙏🙏🙏
@user-xf1zp7jq7c
@user-xf1zp7jq7c 3 месяца назад
তাঁতশালত থকা সকলো সামগ্ৰী ৰ শুদ্ধ নামেৰে নামাকৰণ কৰিলে আমাৰো ভাল লাগে।
@user-so6zt5tc7l
@user-so6zt5tc7l 3 месяца назад
শিৱ আৰু পাৰ্বতীৰ বিয়াত সোধন ঢোলিয়াই ঢোল বজাইছিল প্ৰভূ অ ৰাম ৰাম
@swapnalipachani1565
@swapnalipachani1565 3 месяца назад
সৰিয়হ পেড়াৰ পাছত ৰৈ যোৱাখিনি খলিহৈ আৰু সেইবোৰেৰে খাৰলি বনায় বুলি আজিহে জানিলোঁ‌।আমি পানীত তিয়াই ফুলত হে দিওঁ।খাৰলি নতুন সৰিয়হেৰে হে বনাওঁ‌।
@PitambarPathak-pd9mc
@PitambarPathak-pd9mc 3 месяца назад
ভাল লাগিল
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
সচাকৈ চাই ভাল লাগিল, এনে বোৰপশন্ শুনি খুবেই ভাল পালোঁ,
@pompiborah7623
@pompiborah7623 3 месяца назад
7 নম্বৰ প্ৰতিযোগী গৰাকীক নমস্কাৰ দিছোঁ দেই।
@user-pc5ml7yd7i
@user-pc5ml7yd7i 3 месяца назад
Bohut val lagil❤❤❤
@sonaramgogoi3777
@sonaramgogoi3777 3 месяца назад
সঁচা কৈ বিহু নামত গুৰুত্ব দিলে হে অসমত বিহু জিয়াই থাকিব কাৰণ বিহু নাচ অসমীয়া ৰ তেজত আছে ধন্যবাদ,
@KashmiriKonwar
@KashmiriKonwar 3 месяца назад
বিচাৰক সকলে তাত বয় জানো ভূল উত্তৰ কিয দিছে আমিও শিপিনী হয়
@satyahazarika
@satyahazarika 3 месяца назад
মোৰ মতে মঞ্চ বিহুৰ প্ৰথম গোলাঘাটৰ বেতয়িনীতে বুলি বহুতে ক'ব খোজে ? কিন্তু কোনো কোনোৱেই আকৌ লতাশিল বুলি ক'ব খোজে তেন্তে কোনটো শুদ্ধ !
@diptisaikia2999
@diptisaikia2999 3 месяца назад
Moi Hs 1st year bihu student ami kitapot bihur বাদ্য পাচ বিধ dhul pepa gogona sutuli aru toka buli paiso
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
শুদ্ধ উত্তৰ দিয়াৰ দৰকাৰ, নহলে কিবা যেন লাগে,
@user-pc3xp3hi2t
@user-pc3xp3hi2t 3 месяца назад
Kankan kalita❤❤❤😊😊
@pritomb7841
@pritomb7841 3 месяца назад
নাচনী জৰী বাইদেউ গৰাকীয়েও নাজানে
@Sanjuvlogs431
@Sanjuvlogs431 2 месяца назад
😊 1:47 😊😊
@kirongogoi2562
@kirongogoi2562 3 месяца назад
সঠিক উত্তৰ নোহোৱা প্ৰশ্ন উত্থাপন কৰিবই নালাগে যেনে প্ৰথম মঞ্চ বিহু ক'ত আৰু কেতিয়া হৈছিল। কোনোৱে কয় লতাশিল, কোনোৱে কয় গোলাঘাটৰ ক'ৰবাত আন কোনোৱে কয় বেলেগ ।
@akashbhuyan9311
@akashbhuyan9311 3 месяца назад
Moran or banyani Gogoi Top11 ot u noporil asorit kotha....Akhon axomr naami daami khitapr bihu pora aikhini expect kra nasilu🙏
@himaniry6004
@himaniry6004 3 месяца назад
Nhy kijani tai r jujona Aru Naam faki adhunik hol
@minarbhaneog9455
@minarbhaneog9455 3 месяца назад
বিচাৰকে ভুল উত্তৰ দিলে প্ৰতিযোগীয়ে কেনেকৈ শিকিব
@beautirajbongshi981
@beautirajbongshi981 3 месяца назад
পানীটেঙা সৰিয়হৰ পৰা বনোৱা হয়। পেৰা পিছত ৰৈ যোৱা খিনি ৰে নৱনাই
@luitaxom3413
@luitaxom3413 3 месяца назад
যিমান যি হলেও শেষৰ নামষাৰ বৰ ভাল লাগিল ৷
@sunumech6415
@sunumech6415 2 месяца назад
খৰিচা বা গাজৰ পৰা তিয়াৰি কৰা হয়
@user-jr7ld4sb5x
@user-jr7ld4sb5x 3 месяца назад
❤❤❤❤❤ dhemaji dulia moja lagisa
@adityasvlog5813
@adityasvlog5813 3 месяца назад
অনা কাতা গামোচা কোনেও একে ৰাতিৰ ভিতৰত কোনেও বব নোৱাৰে😅😅😅😅😅
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
নাচনী নচাব পৰা পেপুৱৈৰ সচাকৈ ভাল লাগিল,,
@ridipbaruah8678
@ridipbaruah8678 3 месяца назад
প্ৰতিযোগীয়ে প্ৰশ্ন উত্তৰ দিব নোৱাৰাটো ডাঙৰ কথা নহয় । কিন্তু , বিচাৰক সকলে যিহেতু অধ্যয়ন কৰিহে প্ৰশ্ন শুধিছে , বা পঢ়ি আহিছে । কিন্তু , ভুলকৈ কিয় উত্তৰ দিছে । ভাল নালাগিল।
@rohiniborgohain7654
@rohiniborgohain7654 3 месяца назад
নাচৰ মুদ্ৰা নহয় নাচৰ ভঙ্গীমাহে হব লাগে ডাঙৰিয়া আৰু প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত কিছু খেলি-মেলি পালো ।
@munnadas4040
@munnadas4040 3 месяца назад
এৰাটিত প্ৰস্তুুত বশ্ৰ কবজ বুলি হে জানো
@minakshibhagabati9530
@minakshibhagabati9530 3 месяца назад
বিচাৰক মহাশয়, পানীটেঙা আৰু খাৰলি আপুনি যেএকেবুলি কলে হয় জানো? পানী টেঙা তৈয়াৰ কৰোতে সৰিয়হ বাকলিৰ লগত টেঙা সানে আৰু খাৰলি তৈয়াৰ কৰোতে কলখাৰহে সানি থয়। আপোলোকৰ পৰা শুদ্ধ টোহে আশা কৰিম।
@aituashimbhaiassam5371
@aituashimbhaiassam5371 3 месяца назад
Dada Dibrugarh Rituporna das or bihu laga dada
@MukundaMukundakakati
@MukundaMukundakakati 3 месяца назад
Bismarck baidew garakir name ki i iman maram laga 😊😊❤❤😊
@rajeshsenapati3316
@rajeshsenapati3316 3 месяца назад
বাইদেউ কি নো কলে...... নাচনী জৰী হল নাচনী কেইটাৰ পৰা বৰত বন্ধা (শলি কেইডালত) জৰি ডাল... ...নাচনী গৰাকীয়ে উত্তৰ দিব নোৱাৰিলে....আপোনীও কিয় ভুলকৈ উত্তৰ দিছে.....অসমীয়া মানুহ হিচাবে জানিব লাগে দেই কৃষ্ণ
@ritadutta9633
@ritadutta9633 3 месяца назад
Val Kotha Koise.
@dipikagogoi9483
@dipikagogoi9483 3 месяца назад
সুন্দৰ
@manoranjanrabha2434
@manoranjanrabha2434 3 месяца назад
বাপতি সাহোন ৰঙালী বিহুটি নে বিহুৰ ব্যাকৰণ পৰীক্ষা ধৰিব পৰা নাই ।
@sanuvlog6732
@sanuvlog6732 3 месяца назад
সুন্দৰ❤
@crazyangelesassam9945
@crazyangelesassam9945 3 месяца назад
Yoooo Dibakora dada 13🎉
@ankurjyotibarua7294
@ankurjyotibarua7294 3 месяца назад
আমি জানিবলগীয়া বহুত .... ভাল লাগিল। ❤🙏 কোনে, কি স্থান পালে সবিশেষ ভিডিও কৰি জনাৱছোন। 🙏
@the_riku_06
@the_riku_06 3 месяца назад
15 number joni 🎉
@parthaboruah8949
@parthaboruah8949 3 месяца назад
নাচনী জৰী কি বিচাৰক gorakiya u najane
@subhajitsubhajit6046
@subhajitsubhajit6046 3 месяца назад
10 best ❤❤
@dipenbourah-fl4nw
@dipenbourah-fl4nw 3 месяца назад
Welcome Everybody ❤️❤️
@anupaldas3549
@anupaldas3549 3 месяца назад
Pub guwahati t nimikha dance performance tu upload koribo sun
@user-xf1zp7jq7c
@user-xf1zp7jq7c 3 месяца назад
নাচনী জৰী কেইদাল আচলতে চালিমাৰিত লগাই থোৱা নাচনী কেইটা ক বন্ধা ৰছী কেইদালকহে নাচনী জৰী বুলি কয় আমিও শিপিনী ।
@JimpiBharali-hm1vr
@JimpiBharali-hm1vr 3 месяца назад
Right
@HiramoniDeka-bj5ok
@HiramoniDeka-bj5ok 3 месяца назад
Hoi Apunar tu xudho😮😢
@nijarakalita4205
@nijarakalita4205 3 месяца назад
Take he
@ranjitgogoi9210
@ranjitgogoi9210 3 месяца назад
বিচাৰকে নাজানিলে পশ্ন কৰিব নালাগে ।
@sumitragogoi3245
@sumitragogoi3245 3 месяца назад
Hudho kintu goroka tur rosik nokoi
@pinakpanibarthakur881
@pinakpanibarthakur881 3 месяца назад
প্ৰায় দেৰ ঘণ্টা ধৰি প্ৰতিযোগীসকলক ঠিয় কৰি ৰখাটো ঠিক হোৱা নাই ৷ তেওঁলোকে নিশ্বয় অসষ্টি পাইছে ৷
@benhimronghang5837
@benhimronghang5837 2 месяца назад
মই প্ৰথম ০.৪৫ scnd তে গম পাইচিলো বিচাৰক ভাল হোৱা নাই বুলি। কোনোবাই ৫ number কটা গল কিবা কিবি
@bhrigukalita6479
@bhrigukalita6479 3 месяца назад
👍👍👍👍
@dipikagogoi9483
@dipikagogoi9483 3 месяца назад
সুন্দৰ
@sushilduarah6178
@sushilduarah6178 3 месяца назад
Minister auha saw first time hininsu😅
@ushaburagohain6612
@ushaburagohain6612 3 месяца назад
নাজানিলে নাজানো বুলি কবলে লাজ লাগে নেকি ? ইমান দেৰি লাগে নেকি ৷
@TilokChetia-bm4lx
@TilokChetia-bm4lx 3 месяца назад
ইমান সহজ প্ৰশ্ন
@jatinchetia345
@jatinchetia345 3 месяца назад
Good sir
@user-ko3mw4mn2o
@user-ko3mw4mn2o 2 месяца назад
তাত শালৰ পশ্নটো চাৰ বাইদেউ সকলৰ
@dipsikhachetia111
@dipsikhachetia111 3 месяца назад
অনাকটা একেদিনাই নবনাই
@user-zp2wd6zu9y
@user-zp2wd6zu9y 3 месяца назад
Nasoni jori aru goroka jori beleg belg
@ritabarman44
@ritabarman44 3 месяца назад
Eke dinat anakata gamusha buba noari sarukoi ksbash gamusha he buba pari
@mridulsaikia3961
@mridulsaikia3961 3 месяца назад
আগত দহি থাকে,কিন্তু গাঁঠি নিদিয়ে,হলিৰ পৰা উলিয়াই যেনেকৈ আছে তেনেকৈ ৰাখে।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
শুদ্ধ উত্তৰ দিয়ালোক খুব কম সংখ্যক হে আছে,,
@user-ps4ih6db1w
@user-ps4ih6db1w 2 месяца назад
পানীটেঙা খাৰলি দি কেতিয়াৰ পৰা বনোৱা হল । অজি হে গম পালো
@nikumonisaikia8318
@nikumonisaikia8318 2 месяца назад
najane
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
১২নং পতিযোগীৰ উত্তৰ দিব নোৱাৰাত আচযৈ পাইছো,,
@beautirajbongshi981
@beautirajbongshi981 3 месяца назад
Beya lgil
@dipsikhachetia111
@dipsikhachetia111 3 месяца назад
আচৰিত আৰু দেই সঁচাকৈ কি বুলি‌ বিহু‌নাচিবলৈ গৈছে
@user-zp2wd6zu9y
@user-zp2wd6zu9y 3 месяца назад
Dhapot pori gojile Mitha Amar puliti Tate pori binale kuli, dhulor mate huni dhopoliyai ahilu batot he bandhilu suli
@prasannagogoi9335
@prasannagogoi9335 2 месяца назад
পানীটেঙা টেঙ হ’য়৷আনহাতে খাৰলি খাৰুৱা একে নহয়য়৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
পেপুৱৈ ৰ বজোৱা খুব ভাল পাইছো,
@TilokChetia-bm4lx
@TilokChetia-bm4lx 3 месяца назад
২৫ নং নাছনীৰ পেপুৱা ওস্তাদী
@mridulsaikia2253
@mridulsaikia2253 3 месяца назад
Hosa kole ejon bisaroke.... Moiu ejon bihua hisabe koisu.... Lorai jetia bihur jujona diye tetia dhulor seo kio bojai bru.... Aagote ami u bihuwati nasuai silu.... Tetia lora r jujona gai thakute dhul r seo bojua nasilu.... Etia kotha hol nasoni goraki lorar dhulor seo t nasibo ne jujonat nasibo....... Ans r Tu pam buli aakha korilu
@paporiroymedhibarman9867
@paporiroymedhibarman9867 3 месяца назад
বিচাৰক কেইগৰাকীক ভাল নালাগিল
@Priyangibharadwaj--
@Priyangibharadwaj-- 3 месяца назад
2nd 3rd kune pale jonabo sun
@pragyajyoti3615
@pragyajyoti3615 3 месяца назад
Dhul, pepa, toka , gogona ru hutuli hoi correct answer for question 6th tal nhoi..
@sudarsanborah7955
@sudarsanborah7955 3 месяца назад
Hutuli bihur nhiii .. goru soruat hutuli bojua hoi
@Paschim_Gauhati_rangmn_bihudol
@Paschim_Gauhati_rangmn_bihudol 26 дней назад
Hutuli nohoi dei
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
সচা কৈ পেপুৱৈৰ চেওহে চেনেহৰ হয়,
@Nibir_Arts
@Nibir_Arts 3 месяца назад
Opekha hekh hol ❤❤
@অনুপমবিতোপন
@অনুপমবিতোপন 3 месяца назад
🙏🙏
@DeepaChutia-yw4ud
@DeepaChutia-yw4ud 2 месяца назад
❤🎉 hb to T hbV​@@অনুপমবিতোপনc SX z DC
@Notavailable-z3e
@Notavailable-z3e 3 месяца назад
Ram krishna kathalor musi mane ki njane
@manashprotimborah3385
@manashprotimborah3385 3 месяца назад
Jintu phukon Sai lua
@jintuphukon2142
@jintuphukon2142 3 месяца назад
continue
@nitrisnagogoi8222
@nitrisnagogoi8222 3 месяца назад
পানীটেঙা কিহৰ পৰা বনোৱা হয়? উত্তৰটো ভূল হৈছে নেকি বাৰু?
@beautirajbongshi981
@beautirajbongshi981 3 месяца назад
পানীটেঙা সৰিয়হ ৰ পৰা বনোৱা হয়।পেৰা পিছত ৰৈ যোৱা খিনিৰে নবনাই।
@kandarpabora7536
@kandarpabora7536 3 месяца назад
১২ নে ১৩ নম্বৰ
@nirabjyotidas1696
@nirabjyotidas1696 3 месяца назад
1st and 2nd and 3rd Kun hol
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 месяца назад
ঢোলৰ চেও সচাকৈ চাই ভাল লাগিল,
@chaocheng9076
@chaocheng9076 3 месяца назад
38:5
@SadanandaGogoi-no8sx
@SadanandaGogoi-no8sx 3 месяца назад
whats wanta assams bhu judests wants more must hd hv fr assam.
@runukonwar8328
@runukonwar8328 3 месяца назад
Nashani bore ai katha bor xi ki gaba laga ❤
@sonaramgogoi3777
@sonaramgogoi3777 3 месяца назад
Horiohot. Kalkhar dile kharli....aru ji konu tenga dile panitenga bole....
@kartikbora9275
@kartikbora9275 3 месяца назад
Video sai asu ne ads sai asu aku dhoribo pora nai
@minarbhaneog9455
@minarbhaneog9455 3 месяца назад
কি চেও চাপৰ এনেকৈ কৈছে , কোন হয় এইজন বিচাৰক
Далее
Документы для озокомления😂
00:24
ВОТ ЧТО МЫ КУПИЛИ НА ALIEXPRESS
09:35
Gungun Kotha Moromor | 31 July 2024  | Episode - 206
9:12
Flash!快速穿衣服😂 #short
0:10
Просмотров 14 млн
Как без этого..😂
0:15
Просмотров 3,1 млн