Тёмный

অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ,মৰুভূমিলৈ পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ চৰ; হাহাকাৰ লাগিছে খেতিয়কৰ মাজত 

News Live
Подписаться 2,9 млн
Просмотров 28 тыс.
50% 1

অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ, মৰুভূমিলৈ পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ চৰ; হাহাকাৰ লাগিছে খেতিয়কৰ মাজত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

6 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 17   
@thepoliticalawareness1021
@thepoliticalawareness1021 2 года назад
*চৰকাৰ আৰু ৰাইজ সাৰ পাবৰ সময় হল এতিয়া। যিদৰে বিভিন্ন আন্দোলনৰ সময়ত আমি একাগ্ৰতাৰে কাম কৰো থিক সেইদৰে অসম খনৰ প্ৰকৃতি আৰু নদী বচাবলৈও আমি মাৰ বান্ধি ওলাব লাগিব। বামপন্থী/মাওবাদী চীনে বহ্মপুত্ৰৰ ওপৰত পৃথিৱীৰ ভিতৰতে হয়তো বৃহৎ নদী বান্ধ বনাই আছে, লগতে সিহঁতে আজিকালি বহুত পৰিমাণে Cloud seeding/Rain harvesting কৰে। ৰাইজে বুজা উচিত বামপন্থী/মাওবাদী চীনৰ লগত বহ্মপুত্ৰক বচাবৰ বাবে আলোচনা কৰি একো লাভ নাই। পাগল বামপন্থী/মাওবাদী কেইটাই কাৰো কথা নুশুনে। গতিকে নিজে কিছুমান পদক্ষেপ লব লাগিব। (১) অসমৰ বনাঞ্চল সমূহ বচাব লাগিব। (২) অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবই লাগিব। অসম ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন। (৩) অসমত বৰুষুণৰ পৰিমাণ বহুত কমিছে। গতিকে যিখিনি বৰুষুণৰ পৰা পানী পোৱা যায় তাক সৰংক্ষণৰ ব‍্যৱস্থা হোৱা উচিত। যিদৰে আহোমৰ দিনত বহুত ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিল, থিক সেইদৰে পানী সৰংক্ষণৰ বাবে কিছুমান জলাশয় সৃষ্টি কৰা উচিত। (৪) চহৰৰ লোক সকলে Rain water harvesting কৰাটো অত্যন্ত আৱশ্যক। (৫) ব‍্যাপক Awareness সৃষ্টি কৰা উচিত। (৬) ব‍্যাপক পৰিমাণে ডাঙৰ গছ লগোৱা আৰু যিখিনি গছ এতিয়া আছে তাক বচোৱা উচিত। কাৰণ ডাঙৰ গছে মাটিৰ তলৰ পানী ধৰি ৰখাত সহায় কৰে। ধান খেতিৰ মাজতো অলপ দূৰে দূৰে ডাঙৰ গছ লগোৱা উচিত। ইতিমধ্যে কিছুমান South East দেশত agroforestry কৰিব আৰম্ভ কৰিছে, সেই দেশৰ খেতিয়ক সকলে। ইয়াৰ ফলত পৰিবেশ আৰু খেতিয়ক দুয়োৰে লাভ হৈছে।*
@adityachakrabarty867
@adityachakrabarty867 2 года назад
Climate change
@wahidurrahman9203
@wahidurrahman9203 2 года назад
এনেকুৱা হোৱাৰ একমাত্ৰ কাৰণ হল হিন্দু- মুছলিম কৰাৰ কাৰণে
@purobibhagawati949
@purobibhagawati949 2 года назад
😂🤣
@anabvlogs5819
@anabvlogs5819 2 года назад
Now winters sisune so cover the disert no problem
@bodosa-info4192
@bodosa-info4192 2 года назад
Chinese lover aaru bhaal powa besike. Chinese lover anyone who supports leftist congress
@erudition93
@erudition93 2 года назад
Chinese dams construction
@biswajit.sarkar9180
@biswajit.sarkar9180 2 года назад
In in hi by
@manashjyotiray5648
@manashjyotiray5648 2 года назад
শুকালেও নিউজ বাৰহিলেও নিউজ🤣🤣🤣
@rashmisharma5405
@rashmisharma5405 2 года назад
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@banjitchangmai4047
@banjitchangmai4047 2 года назад
মাটিবোৰ ক'ত যাব অট বছৰে কিমান খহনীয়া হল.. মাটিবোৰ ক'ত গল... মাটিবোৰ থাকি গল
@amiyodaimari2900
@amiyodaimari2900 2 года назад
Moribi bal
@rowshonaraahmed4914
@rowshonaraahmed4914 2 года назад
🤔
@monikadeka7712
@monikadeka7712 2 года назад
Cianak dhar. Moi bhale likhibo najanwu khema korko..
@bikemunda9998
@bikemunda9998 2 года назад
Pani hukaleu news pani holeus news mane ki aibur pani nuhua2 vhl hoise pani hbo lage nki baru
@DemonLord-TV
@DemonLord-TV 2 года назад
Pani nhole kar mura tu khabi oii
Далее
ОРБИЗ-ГАН за 1$ vs 10$ vs 100$!
19:01
Просмотров 340 тыс.
НЮША УСПОКОИЛА КОТЯТ#cat
00:43
Просмотров 1,2 млн