Тёмный
No video :(

অৱশেষত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আহ্বান- দলৰ দুৱাৰ খোলা আছে 

Pratidin Time
Подписаться 2,2 млн
Просмотров 7 тыс.
50% 1

গেৰুৱা দলত ক্ৰমাৎ বৃদ্ধি হোৱা ক্ষোভ-অসন্তুষ্টি দূৰীকৰণৰ বাবে অৱশেষত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আহ্বান- দলৰ দুৱাৰ খোলা আছে, আপোনালোকে দলৰ মজিয়াত ব্যক্ত কৰক আপোনালোকৰ অসন্তুষ্টি। ক্ষোভিত নেতালৈ এই আহ্বান জনাই আগন্তুক উপ-নিৰ্বাচনলৈ গেৰুৱা দল সাজু বুলি ৰাজহুৱা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।
#pratidintime #bjp #bhabeshkalita

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 24   
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Месяц назад
তোমালোকৰ কাৰ্য কৰ্তা সকলৰ উদ্ভানদলী গৰ্ব ই সীমা অতিক্ৰম কৰিছে।
@papuborgohain8156
@papuborgohain8156 Месяц назад
অহংকাৰ অলপ কমিব ধৰিছে প্ৰভু সকলৰ।
@user-yj7vn3ud9y
@user-yj7vn3ud9y Месяц назад
ন বিজেপি ৰ উপদ্ৰৱদ এদিন ভবেশ কলিতা ও বিজেপি এৰিব লাগিব।
@gh12138.
@gh12138. Месяц назад
Xi ji new😂😂😂😂
@janardanbora2803
@janardanbora2803 Месяц назад
পদুম তলৰ পৰা গেলিব আৰম্ভ হৈছে আৰু 😅😅😅
@m.g.4289
@m.g.4289 Месяц назад
বিজেপি দল এতিয়া পচিৱ আৰম্ভ কৰিছে. খোদ মুদি চকী খোটা লৰিব আৰম্ভ কৰিছে. এফালে নাইডুয়ে টানি আছে, সিফালে নিতিছ বাবুয়ে 😂.
@jamunaray4032
@jamunaray4032 Месяц назад
কিন্তু অহমিকা ভাৱ কমা নাই
@gonjanboruah6988
@gonjanboruah6988 Месяц назад
যিকোনো কথা কৈ থাকিলে দল শেষ হবলৈ নিদিব।
@basisthaacharya6590
@basisthaacharya6590 Месяц назад
ব্যক্তিৰ সমষ্টিয়েই দল। প্ৰতি গৰাকী সদস্যলৈ সমানে সুবিধা দিয়া সম্ভৱ নহয়। তেওঁলোকৰ ওজৰ আপত্তি বোৰ দলৰ অভ্যন্তৰত আলোচনা কৰি সমস্যাবোৰ সমাধান কৰক। নেতৃত্বত থকা সকলেও তেওলোকক গুৰুত্ব দিয়ক।
@Jaggu12385
@Jaggu12385 Месяц назад
Thik hoise... Next Gaurav Gogoi sir is coming..
@janardanbora2803
@janardanbora2803 Месяц назад
এতিয়া কিয় ভয়ত কম্পমান হৈছে মহাশয় গৌৰৱ গগৈ অকেলেই পুৰা পাৰ্টি হিলাই দিছে দেখোন হয় আৰু অলপ দিন ৰৈ দিয়ক 😅😅😅
@user-xi9og8sb1h
@user-xi9og8sb1h Месяц назад
বিশ্বৰ সৰ্ববৃহৎ দলটোৱে এককভাৱে চৰকাৰ গঠন কৰিব নোৱাৰিলে তাৰ পিছতো অহংকাৰী হৈ নাথাকি জনসাধাৰণ কি বুজি উঠিব লাগিছিল।
@amalkalita2403
@amalkalita2403 Месяц назад
আত্ম বিশ্বাসী,য়ে,অহৎকাৰী
@ujjalkonwar2859
@ujjalkonwar2859 Месяц назад
সাংবাদিক ..… কেৱল ৰাজনৈতিক নেদেখে অসমৰ বানপানীক ।
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo Месяц назад
Bahute ariba bjp
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Месяц назад
BJP Sarkar go back
@gh12138.
@gh12138. Месяц назад
Bhabesh😂😂😂😂😂
@PabitraPegu-es1xm
@PabitraPegu-es1xm Месяц назад
Bjpr aru ki upai ase tanakoi nukuar bade
@mahalakshmidps9993
@mahalakshmidps9993 Месяц назад
Ohh teri 😂😂😂 ghamond tut raha hain 😂😂😂😂😂
@purnaborah2910
@purnaborah2910 Месяц назад
Kam nai apoa
Далее
🛑самое грустное видео
00:10
Просмотров 95 тыс.