Тёмный

আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ 

জ্যোতিময় Jyotimoy
Подписаться 234 тыс.
Просмотров 500 тыс.
50% 1

#pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah #bhagawatpath

Опубликовано:

 

10 июн 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@nirupamsaikia5403
@nirupamsaikia5403 19 дней назад
কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ
@entertainment1273
@entertainment1273 8 месяцев назад
প্ৰভু বাপ্‌ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷ বাপ্‌ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷ শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷ ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷ চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ
@chenirambhuyan8116
@chenirambhuyan8116 4 месяца назад
U
@krishnadutta4592
@krishnadutta4592 29 дней назад
Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?
@KandarpaKalita-qq5rq
@KandarpaKalita-qq5rq 11 дней назад
😅
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 5 дней назад
আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?
@dr.purushotamthakur5999
@dr.purushotamthakur5999 5 месяцев назад
ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।
@harendranathbaruah6085
@harendranathbaruah6085 Год назад
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা ৷প্ৰশ্ন কৰ্তা আৰু ব্যাখ্যা কৰ্তা প্ৰানজিৎ বাপজনালৈ সেৱা ধৰিছো ৷
@dilpsaikia1857
@dilpsaikia1857 9 месяцев назад
আমি গোলাঘাট আঠখেলীয়া বেবেজীয়াৰ গাওঁৰ পৰাই প্ৰাণজিৎ দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে এইজে বামুণী য়া সংঘৰীয়া লোক বা অনুকূল ধৰ্ম অৰ্থ বা বাখ্যা হোনি বৰ ভাল লাগিল ধন্যবাদ জনালো নমস্কাৰ।
@user-oo9xr7eq8b
@user-oo9xr7eq8b 9 месяцев назад
আপোনাৰ প্ৰশ্ন শুনি আমি আচস্হ হলো । লগতে আমি সহমত প্ৰকাশ কৰিলো! অতি উত্তম ব্যাখ্যা দাঙি ধৰিলে।
@kanikakalita1813
@kanikakalita1813 Год назад
বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ
@devrajdutta5179
@devrajdutta5179 5 дней назад
কৃষ্ণ বাপ জনালৈ শতকোটি সেৱা জনাইছোঁ।শাস্ত্ৰৰ সিধান্ত সমূহ ইমান সুন্দৰকৈ বুজাই দিয়াত বহুত উপকৃত হ'লো।ৰাম কৃষ্ণ হৰি।🙏🙏🙏ৰীতা দত্ত।
@dulalsaikia632
@dulalsaikia632 Год назад
ভাল লাগিছে ভগৱত ৱখা সুনি বাপ জনাৰ পৰা সুন্দৰকৈ জানিব পাৰিলো দৈনবাদ আপুনাৰ শৰনত শেৱা জনালো -
@priyankaphukan6560
@priyankaphukan6560 Год назад
ইমান সুন্দৰ কৈ বাখ্যা কৰি দিয়াৰ বাবে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏
@parajitasaikia
@parajitasaikia Год назад
কৃষ্ণ বাপজনা অতি উত্তম ব্যাখ্যা । কৃষ্ণ কৃষ্ণ হেৱাহে ।।
@sailagogoi940
@sailagogoi940 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল কৃষ্ণ ।
@pranjoldutta7038
@pranjoldutta7038 Год назад
জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ব্যাখ্যা 👍সেৱা জনালোঁ 🙏🏿🙏🏿
@user-qe4di6ry1y
@user-qe4di6ry1y 11 месяцев назад
কৃষ্ণ কৃষ্ণ তত্ত্বৰ গধূৰ বাখ্যা শুনি আপোনালৈ ভক্তি সেৱা নিবেদিলো।
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Год назад
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি ভাল লাগিল কৃষ্ণ।
@phatikchandragogoi7633
@phatikchandragogoi7633 Год назад
গগৈ বাপজনাৰ সুন্দৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হলো । কৃষ্ণ কৃষ্ণ
@narensarmah1751
@narensarmah1751 Год назад
মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।
@jyotimoy6018
@jyotimoy6018 Год назад
হয় বাপ কৃষ্ণ
@horenhandique3624
@horenhandique3624 9 месяцев назад
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।
@dhrubabora9184
@dhrubabora9184 9 месяцев назад
মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়
@digantanath3121
@digantanath3121 9 месяцев назад
এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..
@biswajyootideka8816
@biswajyootideka8816 9 месяцев назад
Ekdom xosa kotha
@gitanjalidutta6746
@gitanjalidutta6746 Год назад
হে বাপজনা আপোনাৰ ব্যাখ্যা শুনি হ্নৃদয় শাত পৰি গৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ।
@uddhabmahanta2570
@uddhabmahanta2570 6 месяцев назад
:.very.verygood.explanation.
@paporidutta884
@paporidutta884 Год назад
‌কৃষ্ণ কৃষ্ণ বাপ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏
@renuchoudhury5044
@renuchoudhury5044 Год назад
কৃষ্ণ বাপ বৰ ভাল লাগিল নজকে ধন্য মানিলো কৃষ্ণ
@pranabbora930
@pranabbora930 Год назад
প্ৰাণজিত গগৈ বাপলৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।
@birenpdas5347
@birenpdas5347 Год назад
সুন্দৰ বাখ্যা কৰিছে আমাৰ আন্তৰিক সেবা প্রদান কৰিছোঁ যোৰহাট
@anjalipathak4964
@anjalipathak4964 Год назад
কৃষ্ণ,জয় গুৰু শংকৰ। পৰীক্ষিত সদৃশ প্ৰশ্ন কৰ্তা যুৱ বাপ গৰাকী লৈ ধন্যবাদ জনায় সেৱা আগবঢ়ালোঁ। আৰু গগৈ বাপ জনাই শাস্ত্ৰৰৰ মাধ্যমেৰে ইমান সুন্দৰ ভাৱে আমাক বুজায় দিলে, তাৰ বাবে বাপ জনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ
@redcherrysproduction5426
@redcherrysproduction5426 Год назад
বামুণীয় পন্থাৰে কৰা পিতৃ মাতৃ ৰ শ্ৰাদ্ধ তেতিয়া হে ভূল হ'ব , যদিহে শ্ৰাদ্ধ কৰোতা জনে নিস্কাম ভাৱে ভক্তি কৰা লোক হয় , অৰ্থাৎ নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ন অনুধাৱন কৰিবলৈ চেষ্টা কৰি নিজক উদাসীন সৰ্ব তিয়াগি বুলি গঢ় দিবলৈ চেষ্টা কৰে , আৰু মাধৱ পুৰুষৰ ঘোষা পূথিৰ সকলো প্ৰাৰ্থনা আওৰা বলৈ নিজক যোগ্যবান কৰি তুলিবলৈ সক্ষম হয় , তেতিয়া তেওঁ ৰ তিনি গুণৰ ভিতৰত ৰজ তম তিয়াগ কৰি কেৱল সত্ব গুণেৰে গুণাণ্ণিত হৈ সাত্ত্বিক নিস্কাম কৃষ্ণৰ ভক্ত হ'বলৈ সক্ষম হয় । অৰ্থাৎ তেওঁ সকলো বৈষয়ীক আৰু ভৌতিক সুখ সুবিধা ,সা সম্পত্তি কেন্দ্ৰীক উণ্ণতি , ক্ষমতা খিতাপ সন্মান যশষ্যা আদি বোৰ নিবিচাৰি ,ছয় ৰিপু দমন কৰি কেবল কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিবলৈ সক্ষম হয় । তেতিয়া হে তেওঁ ৰ ভূল হব , বামুণীয়া পন্থাৰে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ যদি কৰে । যি লোকে আশা বাদি মনেৰে ৰঙীণ জীৱনৰ কল্পনা কৰে আৰু সেই মতে আঁচনি প্ৰস্তুত কৰি বৈষয়ীক ক্ষেত্ৰত আগবঢ়িবলৈ প্ৰয়াস কৰে, তেওঁ ক পিতৃ মাতৃ ৰ আশীষ সদায় লাগিব , সেই আশীৰ্বাদ ইহলৌকিক হক বা পাৰলৌকিক আশীৰ্বাদেই হ ওক । গতিকে সেইজনে সেইধৰনে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ কৰিলে ভূল নহয় ,যেন মনে ধৰে , ৰাম শ্ৰীকৃষ্ণ , ধণ্যবাদ ।
@smritirekhaborah9936
@smritirekhaborah9936 11 месяцев назад
কৃষ্ণ কৃষ্ণ। শুদ্ধ আৰু যুক্তিপুৰ্ণ কথা উপস্থাপন কৰিলে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ। ----- - - কুলধৰ বড়া, নামৰূপ
@narensarmah1751
@narensarmah1751 5 месяцев назад
যাৰ নিজৰ ধৰ্মৰ বিষয়ে জ্ঞান নাথাকে তেওঁ হে আনৰ ধৰ্মক নিন্দা কৰে।
@yoganaturopathy6362
@yoganaturopathy6362 4 месяца назад
bamun r kotit kamora daah
@reetaborthakur2255
@reetaborthakur2255 3 месяца назад
Koment valke dibo
@reetaborthakur2255
@reetaborthakur2255 3 месяца назад
Mukhot ji ahe take nokobo
@jadabnath6830
@jadabnath6830 11 месяцев назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 বহুত ভাল লাগিল ❤❤❤❤
@karishmasaikia3694
@karishmasaikia3694 9 месяцев назад
অতি সুন্দৰ প্ৰশ্ৰ আৰু গগৈ বাপ জনাৰ শাস্ত্ৰীয় সন্মত উত্তৰত আমি অতি সুখী হলো কৃষ্ণ 🙏🙏🙏
@bulumoniborah8127
@bulumoniborah8127 11 месяцев назад
কৃষ্ণ প্ৰভূ…… ইমান ভাল লাগিল, আমিও প্ৰায়ে এনেধৰনৰ প্ৰশ্নৰ মুখা মুখী হও, কিন্তু উত্তৰহে বিচাৰি নাপাও, নিজেহে যি পাৰো বুজি পাও , আনক বুজাই দিব নোৱাৰো……কৃষ্ণ
@ranjanborah8190
@ranjanborah8190 Год назад
কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি শুনি
@harichandranath421
@harichandranath421 Год назад
কৃষ্ণ 🙏🏼 সুপ্ৰভাত বাপ শ্ৰী চৰণত সেৱা আগবঢ়ায়ছো
@mukulchetia5609
@mukulchetia5609 11 месяцев назад
সুন্দৰ উপস্থাপন সুন্দৰ তত্বগধুৰ ব্যাখ্যা ভাল লাগিল।
@user-gn3pp7zh9c
@user-gn3pp7zh9c 9 месяцев назад
সুন্দৰ তত্ত্ব কথা।। আমি আমাৰ কোনো ধৰ্মকে নিন্দা কৰা নাই। কোনোবাই যদি ভাবিছে যে কাৰোবাৰ ধৰ্ম গ্ৰহণৰ প্ৰতি প্ৰানজিৎ গগৈ বাপে বাধা প্ৰদান কৰিছে তেন্তে সেইটো আপোনালোকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কাৰন কাৰো ধৰ্ম গ্ৰহণত তেখেতে বাধা দিব খোজা নাই । আৰু যদি ভাবিছে যে তেওঁ বাধা দিব খুজিছে তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা কৰক। কিন্তু কাকো সমালোচনা নকৰিব,কাৰন কাৰোবাক সমালোচনা কৰিলে আপোনাৰ ঈশ্বৰ ভক্তি শূণ্য হৈ পৰিব। ঈশ্বৰৰ এটাই নিৰ্দেশ যে, আমি কাৰোবাক সমালোচনা কৰাৰ আগত দহ বাৰ নিজে নিজক আত্মবিশলেসন কৰিব লাগে। আৰু এইটোৱেই হৈছে ধৰ্মৰ মূল গুৰি। আৰু এই সহিষ্ণুতাৰ ভাবতেই মানুহএজনৰ কোমল আৰু সু সজ্জিত অন্তৰখনি ধৰা পৰে।। কাৰোবাৰ কথাকেইটা যদি ভাল লগা নাই বা আপোনালোকে যদি গ্ৰহন কৰিব পৰা নাই বা আপুনি যদি সম্পূৰ্ণ শুদ্ধ তেতিয়াহলে দিশটো শুদ্ধ কৰিবৰ বাবে তেখেতৰ লগত এবাৰ আলোচনা কৰাৰহে চেষ্টা কৰক। এই গুনটোৱেহে কিন্তু আপোনাক ঈশ্বৰভিমুখী কৰিব, এইটোৱেই নিশ্চিত আৰু ইয়াত কোনো বিভ্ৰান্তি নাই।।। সকলোৱেই ঈশ্বৰভিমুখী হওঁক, তাৰেই কামনাৰে গোবিন্দৰ চৰনত প্ৰাৰ্থনা কৰিছো‌।।
@ranjitbora8338
@ranjitbora8338 5 месяцев назад
সম্পূৰ্ণ শুদ্ধ কথা। আমি আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি চাব লাগে। কৃষ্ণ 🙏
@sanjibborboruah
@sanjibborboruah Год назад
বাপজনালৈ নমস্কাৰ।আমিও বামুণীয়া পন্থাৰে এজন নিঃকিন সেৱক।প্ৰথম কথা হ'ল বামুণীয়া নহয় ব্ৰাক্ষ্মণীয়া।আৰু যে কৈছে যন্ত্ৰ বুলি এই যন্ত্ৰবিধ দেৱতাৰ প্ৰতীক চিহ্ন বুলিহে আমি অধ্যয়ন কৰি পাইছো।কাৰোবাৰ ঈশ্বৰ উপাসনা কৰা মংগল ধ্বনি কৰা ঘণ্টাভাগিক টিলিঙা বা যন্ত্ৰ বুলি নকৰিব।টিলিঙা চাইকেলতহে থাকে।তাল আৰু ঘণ্টাৰ মাজত বিশেষ পাৰ্থক্য নাই দুয়োবিধ ঈশ্বৰৰ উপাসনাতেই ব্যৱহাৰ হয়।আমি জনাত শংকৰদেৱৰ আইতাক খেৰসুতিৰ আদ্যশ্ৰাদ্ধই হৈছিল মানে পিণ্ডাদি কৰ্মই হৈছিল তাৰ প্ৰমান বৰদোৱা সত্ৰত থকা আদ্যশ্ৰাদ্ধৰ পুথিভাগ।মই মোৰ মনৰ ভাবহে দাঙি ধৰিলো।অপৰাধ ক্ষমা কৰিৱ।কৃষ্ণ।
@probinkumarboruah8192
@probinkumarboruah8192 8 месяцев назад
বাব জনাৰ কিছু পৰিমাণে মানসিক চাপৰ ভুগিছে বাবে আবোল তাবোল বলিকিছে | নহলে ব্ৰাহ্মণ সম্প্ৰদায়ক ঊগ্ৰ তথা নিষ্ঠুৰ ভাৱে নকয় |
@DehiramKachari
@DehiramKachari 2 месяца назад
😊😅😊❤
@CRCC-nv2fj
@CRCC-nv2fj 7 дней назад
পৰ নিন্দাই তেওঁলোকৰ ধৰ্ম।
@pobinboruah805
@pobinboruah805 8 часов назад
Is energy monopoly
@nizoraborah2237
@nizoraborah2237 Год назад
কৃষ্ণ কৃষ্ণ বাপ জনাৰ সুন্দৰ বাখ্যাই আমাকো কৃতাৰ্থ কৰিলে ।
@kumudgayan1664
@kumudgayan1664 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। তৎকালীন ভাবে উত্তৰ প্ৰদান কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো, আজিৰ এই পাঠ ভাগত যিসকলে বিভিন্ন প্ৰশ্ন কৰিলে সেই সকলৈও ভক্তি ভৰা ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ভকত বৈষ্ণৱে পৰম শ্ৰদ্ধাৰে আৰু মুকলি মনেৰে অনুষ্ঠান ভাগত যি আদৰ্শ দেখুওৱালে তাকলৈ গৌৰৱ বোধ কৰিছো। আগলৈও এনে অনুষ্ঠানৰ আয়োজন পোৱাৰ আশাৰে ভগৱন্তৰ ওচৰত প্ৰাথনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@RanjitaGoswami-tp1ye
@RanjitaGoswami-tp1ye Год назад
Songkor dev u piti matir sadho korisol apunalukor niom bure buji napalu
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 6 месяцев назад
@@RanjitaGoswami-tp1ye ihot adhormi bed ninduk
@harichandrabori8835
@harichandrabori8835 10 месяцев назад
সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।
@bhargavbora4933
@bhargavbora4933 9 месяцев назад
বাপ আপোনাৰ কন্ঠ ইমান সুন্দৰ কবলৈ ভাষাই । আৰু আপোনাৰ ভাগৱত বাখ্যা ‌অতি সুন্দৰ হৈছে । কৃষ্ণ ‌ কৃষ্ণ প্ৰভু
@sarbanandadas4111
@sarbanandadas4111 Год назад
কৃষ্ণ বাপ কৃষ্ণ। সেৱা ধৰিলো বাপ।বৰ সুন্দৰ সুন্দৰ আৰু ভাগৱতৰ তত্ব। প্ৰকাশ কৰিলে যাৰ দ্বাৰা সমাজৰ অধিকাংশ লোকৰ মনৰ আশুৱা সমূহ দূৰ কৰিলে বাপ। বহুত বহুত ধন্যবাদ বাপ ।
@mridusmitasaikia83
@mridusmitasaikia83 11 месяцев назад
বাপ জনা ৰ শাস্ত্ৰ বাণী শুনি আমি বহুত উপকৃত হৈছোঁ,,নজনা কথা জানিব ললোঁ, ভগৱান ৰ প্ৰতি বিশ্বাস দুগুণ বাঢ়িব ললে,বুজিবলৈ চালে ইয়াত বহুতো তত্ব আছে,আমি আকুৰ গুজ হৈ nubuju নকৰোঁ মনোভাৱ লোৱা সকলক কোনো পধ্যেই বাপ জনা অমৃত ময় শাস্ত ৰ ভাঙনি ye হৃদয়ত চুই যাব নোৱাৰে,,,আপুনি টো নিজে এখন শাস্ত্ৰলিখি লগত লৈ আনি তাৰ পৰা কথা খিনি,ভাঙনি খিনি দিয়া নাই,😌 আমি কিন্তু বুজি পাইছোঁ বাপ,,,🙏🏻🙏🏻🙏🏻 সেৱা নিবেদিলো,
@junumech7558
@junumech7558 Год назад
,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@rubultamuli9545
@rubultamuli9545 8 месяцев назад
এনেদৰে সন্ত মহন্তৰ সংগ সদায় বিচাৰোঁ, কিন্ত্ত যি সন্ত সমাজত অন্য এক পন্থাৰ লোকক নিন্দা অপবাদ দিয়া যায় সেই নিন্দিত সমাজে সমাজক বিভাজিত কৰে । সেই সন্ত সমাজৰে এজন তেনে নিন্দুক হৈছে এই জন প্ৰাণজিৎ গগৈ বাপ 🙏🙏 অপৰাধ নধৰিব , গুৰুজনাই সমাজক ভাগ কৰা নাই, ভকতেহে সমাজক ভিন্ন ভিন্ন পন্থাত ভাগ কৰিছে ॥ বিভাজিত সমাজৰ এজন ভকত এই প্ৰাণজিৎ গগৈ বাপ ডাঙৰীয়াও 🙏🙏
@chinugogoi5411
@chinugogoi5411 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@hemantanath5556
@hemantanath5556 Год назад
শিপা এৰিব নাপায় । পূৰ্বতে সেই সকলো বামুণ পন্থীয়েই আছিল । পৰৱৰ্তীকালত বিভিন্ন কাৰণত সেয়া অৰ্থনৈতিক কাৰণেই হওক বা সামাজিক কাৰণতেই হওক ৰাজনৈতিক নেতাৰ দৰে দল বাগৰা পদ্ধতিৰে কিছুলোকে নিজকে বিজ্ঞ ধাৰ্মিক পুৰুষ হিচাবে প্ৰতিষ্ঠা কৰি জীৱিকাৰ উপায় হিচাবে ন ন পন্থাৰ জন্ম দিয়ে । ইয়াত ধৰ্ম বুলিবলৈ একো নাই । প্ৰতিটো পন্থাতেই বিত্তীয় কেলেংকাৰীয়ে প্ৰকৃত স্বৰূপ ইতিমধ্যেই সময়ে সময়ে উদঙাই দিয়ে ।
@RajkumarSarma-hn5fy
@RajkumarSarma-hn5fy 14 дней назад
Val
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 5 дней назад
আপুনি এল পি স্কুলৰ ধাৰাপাঠতে সোমাই আছে নেকি ?
@dipengogoi2598
@dipengogoi2598 7 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ধন্য ধন্য হলো বাপ দুজনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতৰ ইমান সুন্দৰ দিয়াৰ বাবে জয় শ্ৰীকৃষ্ণৰ জয়
@user-zl1sl2mz5m
@user-zl1sl2mz5m 6 месяцев назад
কৃষ্ণ কৃষ্ণ। বাপ উত্তৰ সুন্দৰকৈ বুজাই দিয়া বাবে প্রণাম জনাইছো।
@bhaskarborah7929
@bhaskarborah7929 Год назад
জয় পৰমব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ জয় 😇🙏
@bitulkonwar1099
@bitulkonwar1099 Год назад
প্ৰথমতে এই অধমে গগৈ বাপজনাৰ চৰণত সেৱা নিবেদন কৰি কেইটামান প্ৰশ্নৰ উওৰ বিচাৰি সেৱা আগবঢ়ালোঁ। নিশ্চয় অকপতে আমাক জনাব বুলি আশাৰে.....বামুণীয়া পণঠাৰে চলা আমাৰ আজো ককা,, আৰু ককাদেউতা সকলে বাৰু নৰকলৈ গতি কৰা আপোনাসৱে দেখা পাইছিল নেকি..? আৰু তিলিঙা যুকাৰী যুকাৰী ভক্তি কৰা কথাষাৰ এটা জাতিক অপমান কৰাটোকে বুজোৱা নাই নে বাৰু..? বামুণীয়া মতে চলা লোকসকলে আপোনাক কিবা অসুবিধাত পেলাইছে জানো,,?মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম হয়,, তেনেহলে আপুনি ব্ৰাহ্মন বোলা সকল মানৱ জাতি বুলি জানে নে নাজানে..? আপোনাক দেখাত খুব বেছি ৩০/৩৫ বছৰীয়া লোক যেন লাগে,, কিন্তু ১০০ বছৰ বয়স হোৱা সকলে আজি অতদিনে ভকতি কৰি অহা বিলাক কি মিছাহে আছিল নেকি,,?? এটা উদাহৰণ দিও বেয়া নাপাব। আমি চাৰিজন ধৰি লওক শিৱসাগৰ যাম।দুজনে জয়সাগৰ ফালেদি যাব। আৰু এজনে GGS চাৰিআলি ফালে যাব। আৰু এজনে প্ৰগতি হৈ যাব। কিন্তু চাৰিজনৰ লক্ষ্য এটাই,ঠিক সেইমতে গৈ শিৱসাগৰ টাউন নাপায় আন ঠাইত পাবলৈ জানো,, গতিকে নিজৰ সমাজখনক ভালদৰে চলাই আনক নাহাহি একমনএ ভকতি কৰক ,,youtuber ত ভক্তি তত্ত্ব যি মন যায় তাকে গায় ভিওজ বঢ়াই টকা ঘটাৰ মজা ভগৱন্তপুৰুষে সময় হ'লে নিশ্চয় দিব এইটো সম্পূৰ্ণ ধুৰুপ। বাহুলয় হ'লে ক্ষমাদান কৰিব বুলি আশা ৰাখিলোঁ।🙏🙏🙏
@jyotimoy6018
@jyotimoy6018 Год назад
কৃষ্ণ বাপ ফোন এটা কৰিব ,নিশ্চয় জনোৱা হব।
@bitulkonwar1099
@bitulkonwar1099 Год назад
​@@jyotimoy6018ফোন যোগে জনালে মাথোঁ মইহে জানিম।সমাজখনৰ ৰাইজেও জনাকৈ comment ত জনালে সুখী হলোহেতেন কৃষ্ণ কৃষ্ণ 🙏🙏
@user-cf4gf7ez9q
@user-cf4gf7ez9q 5 месяцев назад
আপুনি একদম ঠিক প্ৰশ্ন কৰিলে।
@dulumoniborah-hu9zk
@dulumoniborah-hu9zk Год назад
Krisna krisna 🙏🙏🙏
@nirmaldeori4218
@nirmaldeori4218 Год назад
Jai shree krishna 🎉❤🙏🙏🙏
@Ridipaxom
@Ridipaxom Год назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো
@yogipinkukumarnath1895
@yogipinkukumarnath1895 Год назад
বহুবাৰ আপোনাৰ ভিডিঅ 'চাই এটা কথা স্পষ্ট হৈছো যে আপুনি অন্য পন্থাক বহুত বেয়াকৈ সমালোচনা কৰে । আপোনাৰ এই অহংকাৰ পটন হ'ব ভগবানৰ কৃপাত ।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 11 месяцев назад
Si eta gojomurkha
@DilpSaikia-qx6by
@DilpSaikia-qx6by 5 месяцев назад
সুন্দৰ কথা কৈছে প্ৰাণজিত বাপ জনাই সত্য কথা কৈছে কাৰণ ভগৱান এজন তাকে ৰাইজে ভাগ ভাগকে ভগৱানক পোজাহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ ভগৱান নমস্কাৰ।
@durlovbaruah
@durlovbaruah 8 месяцев назад
হে প্ৰভু আপোনাক দেখা পালে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰিম। কৃষ্ণ॥
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 10 месяцев назад
Baap prabhu bhagavan shiv baba chaok nije bikh pran kori baki xakolak amrit pran koraise , xeitu koi dev ru dev mahadev 🪔🌹🌹👏 kaku ninda koribo napai xakalu param pita pram attma santan arjunak biswaroop dexuaute , ganesh shiv adi kori xamasta birajmaan hoi ase , krishna❤❤❤❤
@TG-os8og
@TG-os8og 11 месяцев назад
কৃষ্ণ বাপ সুন্দৰ কৈ বুজাই দিছে।❤❤❤
@koushiksankar8490
@koushiksankar8490 Год назад
আপোনাৰ মনোভাৱ ক কূতি কূতি প্ৰনাম বহুতে ই সুন্দৰ question সুধিলে.
@pranabsavapandit1042
@pranabsavapandit1042 11 месяцев назад
Krisna2 pravu bor hundor lagil
@papuchutia8322
@papuchutia8322 Год назад
আপনি দাঙি ধৰা কাৰনে বহোত ভাল লাগিল বামুনিয়া কাম কৰা মানুহ বোৰ বেয়াকৈ মৰে নেকি গতিকে ধম যিয়েই নহক পথম ধম হল মানৱ ধম গতিকে শংকৰ সংঘৰেও হক কাকো কোনো ধমক ঘিনা কৰিব নেপাই আমি দেখি আহিছো যি ভকতে মই শংকৰ সংঘৰ বুলি ভাবি বেলেগক বাধা দিয়া জনে বছৰ বছৰৰ ধৰি বিছনাত পৰি সাছতি খাই মৰিছ তেও কিয় ভালকে নমৰিলে গতিকে সুধৰ অনতৰে সকলোকে মানুহ হৈ সকলো ঘৰত যাব লাগে মানুহয় যদি
@manashtalukdar8848
@manashtalukdar8848 Год назад
আপুনি গগৈ বাপৰ বাখ্যা সম্পূৰ্ণ কৈ শুনক।নিশ্চয় আপোনাৰ ভুল ভাঙিব।
@rewatideka7020
@rewatideka7020 Год назад
কৃষ্ণ কৃষ্ণ বাপ 🙏 বৰ ভাল লাগিল
@daisyrabha2343
@daisyrabha2343 Год назад
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@nirusaikia7631
@nirusaikia7631 5 месяцев назад
কৃষ্ণ কৃষ্ণ 🙏 🙏 আই বাপ সমস্ত ভক্তি ভৰা সেৱা নিবেদিলো । আপোনাৰ চেনেলৰ যোগেদি ভগৱন্তৰ কথা শ্ৰৱণ কৰি ধন্য হলো প্ৰভু বাপ 🙏 🙏 কৃষ্ণ কৃষ্ণ 🙏 🙏
@pranitabora136
@pranitabora136 Год назад
কৃষ্ণ কৃষ্ণ প্ৰডূ শতকৌতি প্ৰনাম জনাইছো সকলোৱে মঙ্গল কামনা কৰিলো
@ranjitduttaey3967
@ranjitduttaey3967 Год назад
শ্ৰী মন্ত শ্ ঙ্কৰ দেৱ গুৰু জনাৰ নাম ত এভাগ বিশ্ৱ্য বিদ্যালয় প্ৰতিষ্ঠা শ্ৰীমন্ত শঙ্কৰদেৱে স্ ঙ্ঘয় কৰাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে কৃষ্ণ কৃষ্ণ হৰি ৰাম
@chandradas8077
@chandradas8077 10 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো ।
@jaanmonidevi9722
@jaanmonidevi9722 11 месяцев назад
Kirshno krishno bapjona .🙏🙏🙏🙏🙏
@dipabhuyan3684
@dipabhuyan3684 9 месяцев назад
হে ঈশ্বৰ আমি মহা পাপি আপোনাৰ বাক্য ই আমাক ধূই নিকা কৰিব বুলি আশা কৰিলো প্ৰভূ ধন্যবাদ
@RasAmitvactirgatlagakathaৰসঅমৃ
ৰাম ৰাম🙏🙏🙏🙏❤❤❤
@sewalibora7160
@sewalibora7160 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@anjudutta4109
@anjudutta4109 Год назад
কৃষ্ণ 🙏 সচাকৈ বৰ লাগতিয়াল প্ৰশ্ন, অতিজৰে পৰা চলি অহা, আমি এই কৰ্মই কৰা দেখি আহিছোঁ মানি আহিছোঁ । কথাখিনিৰ লগত একমত । সেৱা জনালোঁ 🙏
@gitanjalirajkhowa1491
@gitanjalirajkhowa1491 Год назад
@bhargabsarma6711
@bhargabsarma6711 11 месяцев назад
ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 10 месяцев назад
Ekdam xosa kotha bhal lagil❤
@bontiborah5014
@bontiborah5014 10 месяцев назад
সঁচাকৈ বাপ জন বিভেদ মানে অশান্তিৰ মূল
@mridusmitasaikia83
@mridusmitasaikia83 10 месяцев назад
জীৱনত যদি অলপ পুন্য কমাবলৈ মন আছে, তেন্তে এখেতৰ অমৃত ময় বাখ্যা xunok,,কিছুমান মানুহৰ বাবে ই চাগে এখেতক শাস্ত্ৰ ভাগৱত ৰ অদ্ভুত জ্ঞান দি ভগৱানে পঠাইছে এই ধৰাত,,,koy je GOD Gifted বুলি,,,পাপ বিলাক অলপ কমিব তেওঁ ৰ বাখ্যা শুনি বুজি পালে,,,,,🙏🏻🙏🏻কৃষ্ণ
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 10 месяцев назад
Bahut xunder prasnakorta bahut hridoy sui goise❤❤❤
@deepjyotihatimuria5311
@deepjyotihatimuria5311 Год назад
🙏🙏 Jai Sri Krishna 🙏🙏
@mborah9182
@mborah9182 Год назад
বেপাৰ ৷বেপাৰীৰ বেপাৰ খন ভাল হৈছে ৷
@shymantakoch1305
@shymantakoch1305 9 месяцев назад
Apuna soku joli gaise no
@jayadass2681
@jayadass2681 28 дней назад
সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ।
@rupalidutta4817
@rupalidutta4817 Год назад
একদম সচা আমাক বহুত ঘৃণা কৰে, বৰ সুন্দৰ প্ৰশ্ন ,
@kulinpegu-uy5is
@kulinpegu-uy5is 3 месяца назад
Nr😊😂
@devajitchetia204
@devajitchetia204 Год назад
Hundor byakhya Prabhu, Krishna.
@rinabora8773
@rinabora8773 Год назад
Sundor ati sundor bayakhya Bap janar krishna2
@gunakantadas3183
@gunakantadas3183 Год назад
কৃষ্ণ 🙏। যেতিয়া এজন লোক নৰীয়াত পৰে তেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গলে তেওক ঔষধ দি বিধান দিৱ। ঠিক তেনেদৰে এজন তান্তিক বা বেজৰ ওচৰলৈ গৈলে তেওঁ তেওঁৰ তান্তিক মতেই বিধান দিৱ l প্ৰশ্ন উত্থাপন কৰা ব্যক্তি জনে বাপ জনে ৫ মিনিট ব্যাখ্যা শুনি জীৱনৰ নতুন গতি পথ পালে যেন অনুভৱ হৈছে। তেওঁ নিজস্ব কৱ লগা একো যুক্তি নাথাকিল নেকি। আজি যুগত ধৰ্ম্মীয় বিভেদ সৃষ্টি কৰে। যিমান ধৰ্ম্ম ওলাইছে সিমান বেমেজালিৰ বিশংখলা সৃষ্টি হৈছে। মোৰ মতে কৰ্ম্মই ধৰ্ম্ম কাকো হিংসা নকৰিৱা আৰু সামথ অনুসৰি দুখীয়া দৰিদ্ৰক সহায় কৰা এইয়াই হৱ আপোনাৰ পূন্য । 🙏🙏🙏
@NituKalita-ih3eb
@NituKalita-ih3eb Год назад
Teu ajon dalal jen lage
@NituKalita-ih3eb
@NituKalita-ih3eb Год назад
Karor guru hiso bule bap beta homondho ( honkordeve jiekok dibole juwa nai janu madhob debok
@NituKalita-ih3eb
@NituKalita-ih3eb Год назад
Tar pora ki bujile
@arunabhuyan3283
@arunabhuyan3283 11 месяцев назад
Apuni ji bujise take kork .kio coment koribo lage ?
@sumitradeka3599
@sumitradeka3599 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@lalitborah5541
@lalitborah5541 Год назад
সুন্দৰ ব্যাখ্যা শুনি সুখ পালো।
@user-fy3xj4yz3f
@user-fy3xj4yz3f 8 месяцев назад
ভক্তি মানুহে নিজৰ মনৰ শান্তি আৰু শক্তিৰ বাবেহে কৰে ৷ দেউ এজনো হ’ব পাৰে আৰু হাজাৰজনো হ’ব পাৰে ৷ মানুহৰ জীৱনশৈলীৰ ওপৰত ভগৱানৰ কোনো প্ৰত্যক্ষ প্ৰভাৱ নাই ৷ সেয়েহে মহাভাৰতৰ যুদ্ধত কৃষ্ণক সখা হিচাপে লৈ অৰ্জুনেহে যুদ্ধত অৱতীৰ্ণ হৈছিল ৷ নহ’লে কৃষ্ণই নিজেই সকলো কৰি পেলালেহেতন ৷ সৰ্বত্ৰত ভগৱানৰ অনুভৱ কৰাজনেহে এক দেউ এক সেউৰ অৰ্থ বুজিব ৷
@pranabnath3362
@pranabnath3362 Год назад
ধূপ, ধূনা, বন্তি, নৈবদ্য সৰাই আগুৱাই দিয়া পদ্ধতিক কি বুলি কোৱা হয়? তাৰ পাছত পাঠ, নাম আদি কিয় কৰা হয়? দ্বাপৰ যুগত যদি পূজা প্ৰভূ কৃষ্ণই যুধিষ্ঠিৰৰ দ্বাৰা অশ্বমেধ যজ্ঞ কিয় কৰাইছিল?
@khogeswarigogoi1902
@khogeswarigogoi1902 Год назад
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@mixvideo9798
@mixvideo9798 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ।
@krishnasaikia2739
@krishnasaikia2739 4 месяца назад
সুন্দৰ কথা মইও শংকৰ সংঘৰীয়া মানুহক মইও সুধু।
@user-zl1mn5jn2k
@user-zl1mn5jn2k 8 дней назад
কৰ্ণ মৃত্যুৰ পিছত কুন্তিক কৈছিল।মা মোক তিলাঞ্জলি দিয়া মোৰ আত্মাই ভোটৰ দৰেপ্রেত আত্মা হইঘুৰি আছোঁ। অৱ শেষত পঞ্চ পাণ্ডৱ সকলোৱে পিণ্ড দিয়াত হে আত্মাই সূৰ্য দেৱৰ লগত আত্মাৰ বিলীন হল। ভাগৱতত কেৱল ভক্তি কথা আছে।বিষ্ণু পুৰাণত শ্ৰাদ্ধ নিয়ম আছে। সূৰ্য্য পূবৰ পৰাই ওলাই।
@riturajgogoi1075
@riturajgogoi1075 Год назад
আমি ভাগৱত পাঠ কৰা প্ৰসাদ খাও , কিন্তু তেওঁ লোকে আমাৰ মাহ প্ৰসাদ কেতিয়াও নাখায় । এতিয়া কথা হল আমি জানো ঈশ্বৰৰ নাম নলৈ শনিৰ নাম লওঁ নেকি ?
@jatindas5169
@jatindas5169 Год назад
Absulately right sir.
@susmitathakuria8291
@susmitathakuria8291 Год назад
Shree Krishna, Shankar dev,Madhab dev okol ki Shankari dhormo r krne neki?amiu to manu teu lukok.
@gogoisurajit044
@gogoisurajit044 11 месяцев назад
Apunaluke buji bole sesta nokora babe monot ene prosno udoi hoi.
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 11 месяцев назад
​@@gogoisurajit044ki baperor murto bokich0 pagol ...adhormi
@mridusmitasaikia83
@mridusmitasaikia83 11 месяцев назад
ভাগৱত পাঠ কৰা লগতে যে কিছুমান কৰ্ম কাণ্ড কৰে সেই খিনি হে কথা হে কৈছে তেওঁ,,,সেই খিনি ৰ কি মহত্ব আছে,,যদি নাম এই শুদ্ধ কৰে,,,, কৃষ্ণ 🙏🏻🙏🏻
@prafullaborah4906
@prafullaborah4906 9 месяцев назад
পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কৰিবা ভূতক দায়া সকৰুণ চিত্ত।।..শংকৰদেৱ
@Statusking-ur9gd
@Statusking-ur9gd Год назад
Joi guru hankor joi sre krishno❤
@bapdhankoch7927
@bapdhankoch7927 20 дней назад
Krishna Krishna probhu bap jona Val lagil 🙏🙏🙏🙏🙏🙏
@kalpananath3301
@kalpananath3301 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব
@creative-dd3zt
@creative-dd3zt 9 месяцев назад
Good morning gogoiডাঙৰীয়া আপোনাক ধন্য ধন্য
@user-mb3nj2fs7o
@user-mb3nj2fs7o 2 месяца назад
কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন
@pujakalita8491
@pujakalita8491 Год назад
OM Krishna 🙏🙏
@user-cs1ce6lm2o
@user-cs1ce6lm2o Год назад
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল শুনি,, আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ কৃষ্ণ,,জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জয় কৃষ্ণ 🙏🙏
@sarumaiborah448
@sarumaiborah448 Год назад
কৃষ্ণ কৃষ্ণ ৰাম হৰি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bibharanibardolai9986
@bibharanibardolai9986 Год назад
Sundar, bahut bhal lagil ques, to suni
@protibhagogoi3738
@protibhagogoi3738 Год назад
বৰ তত্ত্বগধূৰ ব্যাখ্যা ডাঙি ধৰিলে শুনি উপকৃত হলো।কৃষ্ণ কৃষ্ণ,
@JaanKakati-qe6vc
@JaanKakati-qe6vc Месяц назад
😂😂eeeee
@birajimedhi7236
@birajimedhi7236 Год назад
Krishna krishna 🙏🙏🙏🙏❤
@rakhihandique1701
@rakhihandique1701 11 месяцев назад
Krishna Bap kowti kowti bar pronam 🙏🙏🙏🙏
@junuhazarikadihanam375
@junuhazarikadihanam375 Год назад
কৃষ্ণ কৃষ্ণ বাপ জনা বহুত ভাল লাগিল ।
@malobikadutta2235
@malobikadutta2235 Год назад
Krishna🙏🙏 বাপ জনা আপুনি যে ইমান সুন্দৰ বাখ্যা ৰে কথা খিনি বুজাই দিছে তাত থকা বহুতেই কথা খিনি মনোযোগ দি শুনা যেন দেখা নাপালোঁ আৰু তেওঁ লোকে চাগে শাস্ত্ৰ খনি ও শংকৰ সংঘ ই লিখা বুলি হে ভাবিছো
@arunabhuyan3283
@arunabhuyan3283 4 месяца назад
Kot hunibo , nijor motot otol
Далее
How the hell is this done#joker #shorts
00:14
Просмотров 2,2 млн
যোৰহাট কাকজান @sashiborah3303
51:52
How the hell is this done#joker #shorts
00:14
Просмотров 2,2 млн