সৰু লৰাই গান গাইছে আশীৰ্বাদ দিব লাগে যাতে আৰু আগলৈ ভাল গায়ক হক বুলি কিন্তু কিছুমান মানুহে হিংসা কৰে তেওঁলোকৰ ল'ৰা ছোৱালী নাই নেকি যে তেনেকুৱা কথা কৈছে ।ইমান ডাঙৰ মানুহ নে ।তেওঁৰ মতে দুখীয়া দৰিদ্ৰতা মানুহে নহয় ছাগে আৰু এটা কথা ধনীৰ মানুহৰ টকা আছে দুখীযাৰ সমান আছে