Тёмный

আজি সকলোঁ কথা খুলি কৈছোঁ আৰু যাতে এনেকুৱা প্ৰশ্ন নকৰে মই কষ্ট পাওঁ এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ😔🙏 

Ponkhi Production
Подписаться 484 тыс.
Просмотров 511 тыс.
50% 1

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,9 тыс.   
@bgassamesemixture4041
@bgassamesemixture4041 Год назад
সঁচাকৈ যিয়ে ভুগে তেওঁ হে বোজে ! মই‌ তোমাৰ কথাবোৰ অনুভৱ কৰিব পাৰিছো...কাৰণ মইও এইবোৰ দিন পাৰ কৰি আহিছো অ বা.. মই বহুত সৰুতে বিবাহ পাশত আবদ্ধ হৈছিলো। বিয়াৰ ডেৰবছৰ পাছতে মোৰ মানুহজনৰ মটৰ চাইকেল দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। তেতিয়া আমাৰ ছোৱালীজনীৰ বয়স মাত্ৰ ২৮ দিন। মই এগৰাকী ভূক্তভুগী গতিকে বুজি পাওঁ এগৰাকী বিধবাৰ জীৱন কেনেকুৱা...এই যে শব্দটো কলো... (বিধবা),শব্দটোৱে মনত বহুত কষ্ট দিয়ে। বৰ্তমান মোৰ ছোৱালীজনীৰ বয়স ১০বছৰ.. সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে কুশলে থাকে।
@porismitatamuly794
@porismitatamuly794 Год назад
Moi akhirbad korisu
@Jinti738
@Jinti738 Год назад
Same muru ake bike acdnt ot dhukale mur husband atiya 8 years hol mur suwali aijoni ase tai 11 years hol moi class 9 ot thakute biya hoisilu uffff 😢😢😢😢 nuwaro moi kbole
@monisharma2131
@monisharma2131 Год назад
😭😭
@mridulasaloi2909
@mridulasaloi2909 Год назад
Tmi atiya hjbndr ghrty n kony Sai tamlkok
@rekhaborah9066
@rekhaborah9066 Год назад
😭😭 suwali jibontu eku nai.mur jibontu sukh ki napalu .apuni aguwai jawok
@dabikshaneog6585
@dabikshaneog6585 Год назад
এফালে মানুহজন নোহোৱাৰ দুখ আনফালে এনেকোৱা অৰ্থহীন নিয়মবোৰৰ সন্মুখীন হৈছা।বহুত সাহসী তুমি আগুৱাই যোৱা❤️
@karishmitakalita4198
@karishmitakalita4198 Год назад
মোৰ জন্মৰ 13 দিনৰ দিনা দেউতা ঢুকাইছিল আৰু দেউতাৰ পৰিয়ালে মা আৰু মোক জ্বলাই দিব বিচাৰিছিল।মোৰ মাৰ লগত এনেকুৱা নিয়5আহিছিল।শেষত আপোনাৰ দৰে মোৰ মাও ঘৰত আহিছিল।মামা হত বিয়া কৰাৰ পিছত মামী হতে দেখিব নোৱাৰা হল পিছত মা মোক আইতাৰ লগত এৰি থৈ আহি গুৱাহাটীত কাম কৰিব লৈছিল।আইতাই কেতিয়াও মোক অনুভৱ কৰিব নিদিয়ে যে মোৰ লগত কোনো নাই।এতিয়া মোৰ 18 বছৰ আৰু এতিয়া মই মা গুৱাহাটীত ভাড়া কৰি আছোঁ।এনেকৈ জীৱনটো আগুৱাই যাব বিচাৰো।ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ মোৰ দৰে যাতে কাৰো এনেকুৱা দিন নাহে।দেউতা নহলে কিমান কষ্ট হয় আমাৰ দৰে মানুহে ভাল কৈ বুজি পাই।
@karishmitakalita4198
@karishmitakalita4198 Год назад
এইবোৰ সমাজে কৰি দিয়া নিয়ম কিন্তু বহুতে নাজানে যে নিয়মটোৰ একো অৰ্থ নাই।সকলোৱে মাথো কব জানে যে *নাপায়*
@lipikadas4893
@lipikadas4893 Год назад
Jonmo jua 13 din hua sei nispap xikhu tik knke jolowa ktha vabibo pre 🥺💔
@murjaan4106
@murjaan4106 Год назад
🥺🥺🥺🥺🥺🥺🥺Sob vl hbo
@runumiray9437
@runumiray9437 Год назад
Be strong voni ..Aguwai juwa .. vogoban ase 😌
@priyankarabha416
@priyankarabha416 Год назад
Xosakoi de mur o ma niii 😓😓
@sanjanakochari2468
@sanjanakochari2468 Год назад
আপোনাৰ যেনেকৈ স্বামীৰ মৃত্যুৰ পিছত মানুহে যি টি কৈছিল থিক সেইদৰে মোৰ মাকো দেউতা ঢোকোৱাৰ পিছত কৈছিল। মাৰ চুলি খিনি কেকুৰা কাৰণে মতাটো সোনকালে মৰিলে । মাৰ আগ দাতঁ দুটা অলপ ফাক আছে বাবে মৰিলে তেনেকুৱা নানান ধৰণৰ কথা । মই তেতিয়া ভাবিছো গাঁৱত যিমানে যিয়েই নকওক এইবোৰ কাৰণতে থাকিব নাপায়। সেইকাৰণেই মই গাঁও বেয়া পাওঁ। জন্মৰ পৰা টাউনত থকা আইতাৰ ঘৰ গাঁৱত, মোৰ স্বামীৰ ঘৰ গাঁৱত। গাঁৱত যিমান যি হলেও নিতি নিয়ম বুলি কৈ কৈ বহুতো অন্ধবিশ্বাস আজিও আছে । অপ্ৰিয় হলেও সত্য কথা। টাউনৰ মানুহবোৰৰ বাহিৰৰ জগতখনৰ লগত মিলি চলিব জানে । দেউতা ঢুকুৱাৰ পিছত ইমান মানুহ টাউনত খবৰ লব আহিছিল এজন বা এজনীৰ মুখতো এই থাৰ্ড ক্লাছ কথাবোৰ নুশুনিলো সকলোৱে সাহস দি থৈ যায় । মোৰ বিয়াৰ ২মাহৰ পিছত মোৰ স্বামীৰ ডাঙৰ একচিডেণ্ট এটা হৈছিল। গাঁৱত দেখিছো বেমাৰি খবৰ লবলৈ আহিছে আহি চাহ পানী নুখুৱালৈকে এটা মানুহ যোৱা নাই যেন বিয়া হে পাটিছে গোটেই কথাৰ মহলা চিঞৰ বাখৰ বেমাৰিক ৰেছট লবলৈ কৈ পঠিয়াইছে শুবলৈ পৰা নাই চিঞৰত । চাহ এটা মানুহেও নাখাও বুলি কোৱা নেদেখিলো বোলে গিৰিহতৰ বেমাৰিৰ লগত টুপনী খতি আমনি নকৰো সোনকালে যাও গে নাই আৰু কি হ'ল কেনেকৈ হ'ল আমি কলে নহয়েই বেমাৰিয়ে মুখেৰে মাতিব পৰা অবস্থাত নাই তাৰ মুখেৰে শুনিলেহে শান্তি তাকো আদিৰ পৰা অন্তলৈকে সুধিব । নকলেও নোৱাৰি আহোতেও খালি হাত জোঁকাৰি আহে । আমাৰ আকৌ টাউনত আমনি পাব বুলি বুজে লাহে ধিৰে দুদিনমান পিছত আহে বেমাৰিৰ বাবে জুচ এটা হলেও লাগি আহে চাহপানী জুতি লবলৈ কথাৰ মহলা মাৰি ইমান ঘণ্টা ঘণ্টা ধৰি বহিও নাথাকে।
@luckymonitalukdar7039
@luckymonitalukdar7039 Год назад
দুখ নকৰিবা, মানুহে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব সেইবোৰ আওকাণ কৰি তুমি আগুৱাই যোৱা, তোমাৰ দৰে মোৰো একেই জীৱন সেইবাবে মই ভালকৈ উপলব্ধি কৰিব পাৰিছো। মোৰো এজনী ছোৱালী আছে ময়ো তোমাৰ নিচিনাকৈ ডাঙৰ কৰি এতিয়া একাদশ শ্ৰেণীত পঢ়ি আছে, দেউতাকৰ পৰিয়ালৰ খৰছৰ কথা বাদেই খবৰ এটাও নলয় ।
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
Vgbne xokti diok 💕😌
@beautifulblockdaijee7408
@beautifulblockdaijee7408 Год назад
@monikablog3498
@monikablog3498 Год назад
তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল ।মইয়ো এগৰাকী বিধবা মই বুজি পাওঁ।স্বামী ঢোকোৱাৰ পিছত মোকো স্বামীৰ পৰিয়ালে বহুত কৰিলে ।আজি ৫বছৰে হল তেওঁলোকৰ লগত আহ যাহ নাই ।বাকি নিতি নিয়ম বুলি একো নাই যিহেতু আমি শ্ৰীমন্ত শংকৰ সংঘৰ আমি সকলোতে যাব পাৰো একো বাধা নাই ।সকলো ধৰণৰ সাজ পোছাক পিন্ধিব পাৰো ।সামাজিক কামটো আগভাগ লব দিয়ে ।প্ৰসঙ্গ কৰা,ভাগৱত পাঠ ,ৰ্কীতন পাঠ সকলো কৰো একো বাধা নাই ।স্বামীৰ অনুভৱ সমাজখনে অনুভৱ হবলে দিয়া নাই ।
@aghuniidangkati4300
@aghuniidangkati4300 Год назад
তুমি আৰু দেহা এনেদৰে ভালে থাকা।তোমাৰ কথাত মই একমত।আৰু এটা কথা বিধবা বুলি কৈ নিজকে কষ্ট নিদিবা বেলেগে কি ভাৱে নাজানো কিন্তু মই এইবোৰ শুনিলে বেয়া পাওঁ।বিধবা হল কি হল তাতটো তোমাৰ ভুল নাই নহয়।তুমি আৰু দেহা সদায় ভালে থাকা 🥰❤️❤️❤️❤️❤️
@binulikson4289
@binulikson4289 Год назад
Tumar.swami.dhukal.tumi.bidhoba.kintu.tumi.jodi.aagote.gola.hoi.teur..nitiniym..ki.holheten?aia.nari.nijjaton.nohoine?
@user-gj7bp6in7u
@user-gj7bp6in7u 10 месяцев назад
তুমি বহুত সাহসী ।আগুৱাই যোৱাৰ আৰু দুয়ো সুস্থ থাকা,চকুৰ পানী ওলাই গৈছে বহুত দুখ সহ্য কৰিছা তুমি❤
@hemeswarisutradhar5080
@hemeswarisutradhar5080 Год назад
আপোনাৰ কথা শুনি বহুত বেয়া লাগিলে!😔 বা আপোনি কেতিয়াও হাৰ নামানিব! আগলে সদায় আগবাঢ়ি যোৱা!😔🥰
@anuradhasaikia9204
@anuradhasaikia9204 8 месяцев назад
সাহসেৰে আগুৱাই যোৱা❤️❤️ ভগৱানে কুশলে ৰাখক দুয়োকে।
@nishamonivlogs4246
@nishamonivlogs4246 Год назад
বা তুমি সচাঁকৈ বহুত সাহসি, তুমি দেহাক লৈ আগুৱাই যোৱা।। ভগৱান ওচৰত প্ৰাৰ্থনা কৰিছোঁ তুমি যেন সদায় সুখি হোৱা 🙏😊.... Love you so much ba❤️❤️
@nikhadevi120
@nikhadevi120 Год назад
ভগৱানে আপোনাক শক্তি দিয়ক,,,তাৰে কামনা কৰিছোঁ কথা খিনি শুনি বৰ দুখ লাগিল 😰😰 মানুহৰ পৰা শান্তি নাই ও নিজৰ মতে জীয়াই থাকক সুখী হক আপুনি
@pallobidutta5237
@pallobidutta5237 Год назад
ছোৱালীক বিধবা কয় লৰাক কি কয় পত্নী মৃত্যু পিছত ছোৱালী জনী জীৱনৰ ৰং শেষ হৈ যায় লৰা ৰং বেছি হৈ যায়
@hemantagogoi4298
@hemantagogoi4298 Год назад
Tumi kenekoi janila je lorar rong besi hoi jai..olp sinta kori saba.. heito hboi nuare...
@mbvideos5601
@mbvideos5601 Год назад
Kotha bur bitorkor fale dhal nukhuwaba. Beya kotha
@BinaliMissongdoley
@BinaliMissongdoley 7 месяцев назад
Apunar kotha bur xuni soku pani hulai gl😢😢😢apuni xdai happy hoi taka god bless u
@moudutta28
@moudutta28 Год назад
Tumi bht strong hoi o..mur j বিধৱা শব্দটো ভাবিবলেও ভয় লাগে😰😰...mur deuta dhukaoteo maa e boga haj pindhi asil but ami besi din pindhibo nidilu boga haj jur karon ami monot bht kosto pao maa k tnke dekhi thakile..aru hoi kisumn niyom hosakoi aribo hol aru atya...blgr ktha gurutto nidi nije agg barhi jua tu he main ktha❤️
@surenrabha7947
@surenrabha7947 Год назад
Pppppppppppppppppppppppppppppppppppppppppolppppppp
@surenrabha7947
@surenrabha7947 Год назад
0lppp was
@binudevi02
@binudevi02 Год назад
Proceed towards light.
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
😌🙏💕
@pronamikadas6853
@pronamikadas6853 Год назад
Hip
@romendas569
@romendas569 11 месяцев назад
আপোনাৰ সকলো কথা শুনি মনত বহুত দুখ লাগিল 😣😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@boralaskor8225
@boralaskor8225 Год назад
সচায়ে ছোৱালী ৰ জীবন বৰ কষ্ট কৰ
@user-eg9md8hr4k
@user-eg9md8hr4k 11 месяцев назад
তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল😢 তুমি সদায় আৰু আগবাঢ়ি যোৱা, তুমি বৰ সাহসী 🥰🥰👍 তোমাৰ লগত ভগৱান সদায় থাকিব । বাকী এইবোৰ চব অন্ধ বিশ্বাস🤬
@nirmaliduttabania4058
@nirmaliduttabania4058 Год назад
সাহসী ছোৱালী জনী কুশলে থাকা 💕 তুমি জীৱন যুঁজত আগুৱাই যোৱা ।
@rahulhazarika2237
@rahulhazarika2237 Год назад
মোৰ মতে তুমি দ্বিতীয় বিবাহ কৰিব লাগে তোমাৰ বহুত সময় আছে জীৱন আৰম্ভ হৈছে...কিন্তু আপোনাৰ ল'ৰাটোলৈ দুখ লাগে আপুনি যদি বিয়া কৰাই সি বহুত দুখ পাব মনতে❤❤এনেকৈ আগবাঢ়ি যাওঁক....
@r.hazarika9231
@r.hazarika9231 Год назад
তুমি এগৰাকী সাহসী ছোৱালী, নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা শুভ কামনা সদায়েই আছে তোমালৈ।দেহাক এজন ভাল মানুহ হ'বলৈ সদায়েই চেষ্টা কৰিবা ,আনৰ কথাত গুৰুত্ব নিদিবা,সৎপথত থাকিলে ভগৱানে নিশ্চয় চকু মেলি চাব। সমাজৰ নীতি নিয়ম মানি চলিলে তোমাক কোনেও এটকা দি সহায় নকৰে।যি কৰা নিজে কৰিব লাগিব। গতিকে অনাগত দিনবোৰ সুন্দৰ, সুখৰ আৰু মংগলময় হওঁক তাৰেই কামনা কৰিলোঁ।❤️❤️🥰🥰
@binitaboro-nh2cm
@binitaboro-nh2cm 8 месяцев назад
বা আপুনি strong হয় সদায় আগবাঢ়ি যোৱা যি হব লগা আছিল হৈ গল পুৰণি কথা বোৰ পাহৰি জীৱনটো নতুন কৈ সজোৱা কলিজা বা আৰু এইবোৰ কথা নকবা বুকুত খুন্দা মাৰি ধৰে বহুত দুখ পাওঁ বা পাহৰি যোৱা সেইবোৰ 😭 ❤
@pronaligohain7230
@pronaligohain7230 Год назад
তোমাৰ কথা খিনি মোৰ মনৰ কথা ।সচাকৈ আজি কালিও কিছুমান বৰ অদ্ভুত মানুহ আছে।অসমীয়াত এষাৰ কথা আছে গুহকে খায় পান্দকে ঘিনাই।
@mamusarma2794
@mamusarma2794 10 месяцев назад
দেহাৰ সৈতে সুখত থাকা তুমি ঈশ্বৰৰ শকতি সদায়েই তোমাৰ লগত আছে আগুৱাই যোৱা ❤😇
@angkitahazarika1157
@angkitahazarika1157 Год назад
তুমি বহুত বেছি সাহসী বা 👍 আগুৱাই যোৱা দেহা আছে মা দেউতা তোমাৰ ঘৰৰ সকলো মানুহ আছে 🥰 ,,,সকলো ছোৱালী তোমাৰ দৰে সাহসী হওক তাকেই বিচাৰো
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
🥺💕
@SumiSaikia01
@SumiSaikia01 6 месяцев назад
বহুত দুখ লাগিছে আপোনাৰ কথাবোৰ ভাবি 😥😥😥 আৰু শুনিবলে ধৈৰ্য্য নাই। আপুনি আৰু দেহা ভালে থাকক।😥😥😥
@sibanihazarika2688
@sibanihazarika2688 Год назад
বগা কাপোৰ যিজনিএ পিন্ধে তেওঁ হে গম পাই কিমান দুখ লাগে আনেকি বুজিব আপোনাৰ কথাখি বৰ দুখ লাগিল চকু পানিওলাইগল বিষকৈ বগা কাপোৰ জোৰৰকথাত বেলেগ মানুহে কিবা কিবি ধেইকব মানুহৰ কথাবাতদিয়া আপোনাক মানুহজনৰ ঘৰৰ মানুহে বোজি নেপালে আনকি দেহাকথা চিন্তা নকৰিলে।দেহাকেনে আছে জনাবছোন পাৰিলে দেহাক ভিদিৱত দেখাব
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
Khi bhalei ase bortoman😌💕
@mridupabansarmah6020
@mridupabansarmah6020 Год назад
@@ponkhiproduction5276 উম বোজি পাইছোঁ বাৰো বা বোলিএই কৈছোঁ বেয়া নাপাবা। মই এজন দিবা্্গ হয়।মানে মই খোজ কাহিব নোৱাৰোঁ নিজেই। মই তোমাৰ ভিডিঅ'চাই ভাল পাওঁ। আৰু তুমি মন বেয়া কৰি নাথাকিবা। মোৰো বহুত দুখ লাগে কেতিয়াবা। কিন্তু মই কেতিয়াও মন বেয়া কৰি নাথাকো বা। মোৰ যেতেয়া মন বেয়া লাগে মই কিকৰো যান! হয় মই কিতাপ এখন মেলিলও, হয় কিবা এটা লিখিব লও, নহয় লে কিবাকিবি হাতেৰে বনাই থাকোঁ। মই কেতিয়াও মন বেয়া হ'বলৈ নিদিওঁ। সেই কাৰণে কৈছোঁ তুমি মোক যদি ভাইটি বোলি ভাবা তুমি নিজকে নিজেই বিয়স্ত কৰি ৰাখা বা। আশাকৰোঁ তুমি মোৰ comment টো পঢ়িবা।
@harismitakonwar
@harismitakonwar Год назад
সচাকৈ দুখ লাগে বিধান শব্দটো সুনিলে দুখৰ মাজত হাঁহি থকা সকলে হে বুজি পাই কিমান দুখ কষ্ট মাজত জীয়াই থাকিব লাগে 😭🥺 মানুহৰ জীৱন আজি আচু কালি নাই যি কেইটা দিন আচু সুখে দুখে হাঁহি ধেমালিৰে পাৰ কৰিব বিচাৰো 😭🥺💔
@priyashreeborah33
@priyashreeborah33 Год назад
তুমি বহুত strong হয়। সদায় আগবাঢ়ি যোৱা। ❤️
@renubegum3699
@renubegum3699 Год назад
Ki kom khuni bhut dhukh lagil Tumi agbarhi jowa do not warry
@tinamonisaikia6703
@tinamonisaikia6703 Год назад
তুমাৰ কথা শুনি বৰ দুখ লাগিল সমাজৰ কিছু মানুহৰ চিন্তাধাৰা একে বাৰে তল খাপ এইবোৰ কথা শুনি বৰ দৰকাৰ নাই তুমি ল'ৰা লগত আগ্ বাঢ়ি যোৱাৰ
@kasturirajbongshi7108
@kasturirajbongshi7108 Год назад
Kisuman Manuhe belegr dukh buji napai o ba,ketiaba mor mnt prsno hy, manuhe kenekoi emn tololoi namib pare? Kenekoi emn nis mn r hb pare? 2mi dukh nkriba, xdai aguwai jowa , ami aso tomar lgt ❤
@queenoffaires7362
@queenoffaires7362 Год назад
Mur biyat jana Mur ma widow buli muk sabo nidile, Mur sashu ma widow buli sabo nidile, sabo napai henu, aru Mur husband or nobow ek widow hoi aru Mur husband or logot e thakile complete biya r niyom hekh hua loike. Mur husband ok ek sec eri nidile. Moi biya r photo sai etia gom paisu, aru manuhor pora hunibo paisu. Janu eh bur ki niyom. Nije nije bonua niyam sab.
@aratihazarika7367
@aratihazarika7367 Год назад
Hoi de ki j niom ki kom aru. Kobole gole aji kalir lora sualik aku koboi nuari mukh khn suka buli koi.. Vogobane hohai koribo dia tumak. Aji kali nijor mak deutaku holoni hoi koli jug ooo nijor jonmo dia batcha loiu monot nopore.
@paporidsaikia3048
@paporidsaikia3048 Год назад
hokolute tekua manuh ase o😊
@manash__unofficial
@manash__unofficial Год назад
তোমাৰ মোৰ জীৱন কাহিনী ৯০%মিল আছে। মই husband ৰ ঘৰতে থাকিলো, তুমি মা ঘৰলৈ গ'লাগৈ, পাথক্য সিমানেই।
@daywithjyotishna525
@daywithjyotishna525 Год назад
তুমি বহুত সাহসী হয়। ভালে থাকা সদায় 🥰🥰
@axomiyaloraswastik
@axomiyaloraswastik Год назад
তোমাৰ এটা এটা কথা সঁচা।। বা তুমি আগুৱাই যোৱা আমি বোৰ সদাই আছো তোমাৰ লগত
@shytuberabi8716
@shytuberabi8716 Год назад
যি নিয়মে সমাজত থকা মানুহৰ অন্তৰত আঘাত দিয়ে সেয়া সমাজৰ উন্নতিৰ বাবে হবই নোৱাৰে।তোমাৰ সাহস শক্তি ভগৱানৰ সহায় হওক। এগৰাকী শক্তিশালী ছোৱালী আৰু মাতৃ হোৱা।🤗
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
Bht dhoinnobad 💕🥺
@dhunn
@dhunn Год назад
ভগৱানে তোমাক শক্তি দিয়ক 🥺❤️
@JutimalaNath
@JutimalaNath Год назад
Tumi BHT vl o tumar videobur sale kiba emotional ho janane
@sandudas2501
@sandudas2501 9 месяцев назад
😮❤❤
@KaSiYali
@KaSiYali Год назад
You are a strong mother....go ahead dr baa....
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
💕
@taralibaruah1347
@taralibaruah1347 Год назад
মৰম লাগে তোমাক তোমাৰ কথাবোৰ শুনি মনত বৰ কষ্ট পাও আগুৱাই যোৱা সাহসেৰে এইখন সমাজত সমালোচনাৰ অনত নাই সকলো বাদ দি নিজৰ কামত মনোযোগ দিয়া কাৰণ তোমাৰ দায়িত্ব লগতে বহুত কাম বাকী আছে
@mayurimachetia5429
@mayurimachetia5429 Год назад
মানুহৰ মনবোৰ সচাই বহুত আচৰিত লাগে
@hirumanidevi4775
@hirumanidevi4775 6 месяцев назад
সঁচাকৈ বা আপুনি বহুত বহুত সাহসী, মনটো মাৰি নাথাকিব চোন বা হাঁহি থাকিব মানুহে কোৱা কথাবোৰ মনত পেলাই দুখ কৰি নাথাকিব বা
@porinitaburagohain982
@porinitaburagohain982 Год назад
যিবোৰ নীতি -নিয়মে মানুহৰ অন্তৰত আঘাত দিয়ে মই ভাবোঁ তেনেকুৱা নীতি-নিয়ম নমনাই ভাল । তুমি যি কৰিলা ভালেই কৰিলা । সদায় এনেকৈয়ে সাহসী হৈ থাকিবা ।
@ranjukalita3216
@ranjukalita3216 7 месяцев назад
যায় জি কয় কৈ ।থাকিব দিয়া তুমি বেতাতোক লৈ আগুৱাই জূৱা তুমাৰ ভাল হব কামনা কৰিলো
@dikhowporiyagavoru9839
@dikhowporiyagavoru9839 Год назад
তোমাৰ শাহু জনী স্বৰ্গ যাত্ৰা কৰিব।।খং উঠি আহে এনেকুৱা মানুহলৈ।।যিটো tym ত তেওঁৰ পৰা তোমাক mentally support ৰ প্ৰয়োজন আছিল সেইটো tym ত তোমাক কষ্ট দিলে।।তেনেকুৱা মানুহৰ পৰা আঁতৰি থকাই ভাল সেইবোৰ মানুহে প্ৰতিটো সময়ত তোমাক কষ্ট দিবই বিচাৰি থাকিব so তেনেকুৱা toxic মানুহৰ পৰা আঁতৰি থকা তোমাৰ আৰু দেহাৰ বাবে বেষ্ট।।
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
❤️😌
@sikhadas6312
@sikhadas6312 Год назад
সাহসী হোৱা ভাঙি নপৰিবা বহুত দূৰ বাকী আছে আৰু দেহা ভালে থাকক সি ভাল মানুহ হওঁক । নতুন বছৰ ৰ শুভেচ্ছা থাকিল
@poppymonideka8537
@poppymonideka8537 7 месяцев назад
তুমি এগৰাকী বিধবা বুলি নেভাবিবা তুমি দেহাৰ মা ক হয় তুমি বেলেগৰ কথা নুসুনিবা তুমি কেনেকৈ দেহা ক ভাল মানুহ কৰিব পৰা সেইটো ভবা তুমি কাৰো কথা নুসুনিবা তুমি বহুত strong হোৱা
@gaoliyabuarikarabi6130
@gaoliyabuarikarabi6130 Год назад
কি কম আৰু মোৰ ভাষা নাই,তুমি জীৱন যুঁজত বহুত যুদ্ধ কৰিলা ভন্টি আৰু বহুত বাকী আছে জীৱন মানে সংগ্ৰাম ,বহুতো ঘাট প্ৰতিঘাট আহে জীৱনত ।বেলেগৰ কথা বাদ দি নিজৰ কথা ,বাবু টোৰ কথা ভবা আৰু ঈশ্বৰ এ তোমাক শক্তি দিয়ক😘🙏
@Munmibora-c1n
@Munmibora-c1n 8 месяцев назад
Deha r lgt tumi hukhot thaka ba ❤ vindeu kotha vabi vagi noporiba saba adin tumar deha bohut vl hbo tumi bisora hokou hukh dibo ba vle thaka ❤
@Blogs12345
@Blogs12345 Год назад
বা: তুমি নিজে পৰাকৈ কিবা এটা কৰা জীৱন এনেকুৱা ই একো নাই দিয়া বুজি পাও তুমি আগুৱাই যোৱা তুমি বৰ ধুনীয়া আৰু ভালকৈ আগবঢ়া..।ময়ো হেৰুৱাই ছো মোৰ.. আনে কি কব সেয়া নহয় তুমি সকলোখিনি কেনেকৈ কিদৰে কৰিবা সেয়া গুৰুত্বপূৰ্ণ দিয়া ।তোমাৰ দিন ভাললৈ আহক । দাদা যতে আছে কুশলে থাকক
@SumiSaikia01
@SumiSaikia01 6 месяцев назад
আপুনি গোচি আহি ভুল কৰা নাই ভালেই কৰিলে। অন্তত্ব ঊষাহ বোৰ অলপ শান্তিত লব পাৰিছে। আগুৱাই যাওক 👍👍❤️❤️❤️🫂🫂😥😥😥😥😥😥😥😥
@dipamonichutia5791
@dipamonichutia5791 Год назад
এনে ঘটনা এবাৰ মাজুলীত হৈছিল।আচৰিত মানসিকতা মানুহৰ।মানুহৰ নামত পিশাচ এইবোৰ।তুমি সাহসী হৈ আগুৱাই যোৱা ।মৰম তোমালোকলৈ।
@Miduleqbalhussain
@Miduleqbalhussain Месяц назад
Ane monot dukh ako..aibilak kotha koi ru many manuh bilakok dukh kri diye...bohut bhal kotha koisa ..bht bhl lgil ....🎉🎉🎉🎉
@madhusmitabaishya3882
@madhusmitabaishya3882 Год назад
বহুত দুখ লাগিল বা আপোনাৰ কথাবোৰ শুনি। আপোনি আগবাঢ়ি যাওক।হাৰ নামানিব কেতিয়াও মনতো ভাঙি নিদিব।😭
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
😌💕
@maitreyeebordoloi9741
@maitreyeebordoloi9741 2 месяца назад
Cannot stop my tears after hearing the pain always women suffer
@rekhabora4439
@rekhabora4439 Год назад
তোমাৰ ভলগ আজিহে চাইচো, বৰ দুখ লাগিল, তুমি সাহসী হোৱা, আগুৱাই যোৱা
@handbim51
@handbim51 6 месяцев назад
আমাৰ শুভেচ্ছা আৰু ভগৱানৰ আৰ্শীবাদ আপোনাৰ লগত আছে। যি মন কৰে তাতেই সফল হোৱাতো বিচাৰো। 🙏
@gungungogoi9688
@gungungogoi9688 Год назад
Hosai dei ki j niom vabi napau 😟baru bad diya ai bilak kotha hodai hukhi thakiba💞
@maabetiassamesevideovlogingcan
Right,নিজৰ মতে চলিবা,তেতিয়াহে জীৱনত আগুৱাই যাব পাৰিবা,মইও অলপ আগুৱাই যাব বিচাৰিছো Sapport কৰিবা👍
@rimpichetia6823
@rimpichetia6823 Год назад
ছোৱালী জীবনটো বহুত কষ্টকৰ তুমি strong বা তুমি আগবাঢ়ি যোৱা 👍
@Riyarabha-u5u
@Riyarabha-u5u 7 месяцев назад
😢😢ag barhi juwa ba😢duk palu kotha khar huni 😢eman ase kotha🙏he vogoban manuhor kopalot kar ki likha ase kunew njne 😢ji hoy huiye jai aru jate amar bak hodai vale vale rakhe🙏🥺😘hodai support korim ba ami tumi karu kotha nuhuna ke ag barhi jaba ba aituye main kotha manu bure ako njne tur mnt tui he jani asa buji pai asa ba manu bure nanta kotha kbo val beya but blkor kotha ontrot humai lobo nlge nije nijor mote ag barhi jaba 😊all the best ba🙏🥺😘🤗😢🥺hodai asu ba tumar logot blke thakok ba nathakok mui hodai asu 🙏🥺🤗😘
@ItßRima
@ItßRima Год назад
সুখী থাকা বা🥰 দুখ নকৰিবা সকলোৰে জীৱনত দুখ কষ্ট থাকে 😊
@ourkitchen825
@ourkitchen825 2 месяца назад
Tumak reels dekhi thaku haitu krone aji vdeios bur salu...hokolu bidhoba tumr nsina hahokhi nhy ba ...enkua struggle kri iori vagori goisu ..aji kali hohohe iam ata bisari oua najai ...hosake life is unpredictable 😢
@taralivlog5512
@taralivlog5512 Год назад
Bahout dukh lagil kotha xini xuni xodai vale thaka dehar logt aguwai juwa jibont 😘
@JoyaDuwarah
@JoyaDuwarah 7 месяцев назад
Tumar kotha bure mur antar sui jai, karon muro same, muro lora ata ase, aji loike anekoi aso, agbahi jua tumi, mur akhibad hodai thakibo❤❤❤
@AnamikaDutta953
@AnamikaDutta953 Год назад
Everyone is with you don't worry beautiful girl❤️
@koushiknath4196
@koushiknath4196 Год назад
Tumar kotha bor bohut dhkh lagil bhagwane val koribo edin moi 1st salu tumar video ❤❤❤
@veerboomiofficial5455
@veerboomiofficial5455 Год назад
Be strong b positive, we always supporting u sister, stay happy n healthy
@janmonidowari3757
@janmonidowari3757 Год назад
সদায় সাহসী হৈ থাকা তুমি ❤️দেহাক লৈ আগুৱাই যোৱা🥰
@netromonigogoi5897
@netromonigogoi5897 Год назад
Baa tumar kotha huni bohut val lagil. Tumi bohut hahokhi hoi baa ru anekoiye hodai hahi furti kori thakiba dehar logot. Mur maa u tumar dore muk ru baak bohut dukh kosto majere dangor korile. Kintu atiya ami hukhi...love you baa.....😘😘
@rashmibordoloi9833
@rashmibordoloi9833 Месяц назад
Bah tumar ktha bur huni bhut beya lgil..... Tumi hsai buhut vl aru tumak bhut bhut vl lge.... Aru Tumi tumar lora tu lgt aguai juwa bahira manuhr ktha nuhuniba....❤❤❤❤❤❤❤❤
@dulumoni2044
@dulumoni2044 Год назад
তুমি তোমাৰ মা,দেউতা ঘৰত যিমান সুখী থকা দেখিছো নিজকে মই বহুত ভাল লাগে আৰু তোমাৰ বৌ আৰু ভাই বোৱাৰী ও বহুত ভাল চব মানুহ তেনেকৈ নহয় মানিব লাগিব পাছলৈ তেনেকৈ থাকিবা মই বহুত ভাল পাওঁ তোমালোকৰ পৰিয়ালক
@TrisnaDivi
@TrisnaDivi 6 месяцев назад
😢😢😢আগলৈ আৰু আগবাহি জোৱা so ভগৱানে তুমাৰ লগত খদায় আছে😢❤
@jeemonigogoi3455
@jeemonigogoi3455 Год назад
ঝিমী বা তুমি এগৰাকী সাহসী মাতৃ 💪❤️ আনৰ কথা গুৰুত্ব নিদিবা কেনেকুৱা মানুহ হে এনেকুৱা নীতি নিয়ম নো থাকে নেকি😤😫🤧 অ থাকে কিছুমান পুৰণি নিয়ম কিন্তু ইমান ও বেছি দেখাব নালাগে আৰু 😤😠 হ'ব দিয়া বাদ দিয়া লোকৰ কথা বাদ দিয়া তুমি এগৰাকী বহুত সাহসী জীয়ৰী,ভগ্নি, মাতৃ ❤️ আমি আছোঁ তোমাৰ লগত সদায় ❤️🥰 Love from dhemaji silapathar ❤️❤️
@happytime960
@happytime960 Месяц назад
amr ma u bidhaba asil. moi u class 8 tt asilu . aku nai aibur . positive hoi thakiba. peace of mind channel saba. xhokoulu Buji paba. brahmakumaris vdo bur saba. agbahi jua. God bless you ❤ natunkoi saisu tumr vdo vl lagil. comment dilu.
@hiyashreetalukdar1293
@hiyashreetalukdar1293 Год назад
সাহসী হোৱা বা তুমি ❤️ আমি সদায় তোমাৰ লগত আছো🤍👍
@RakeshGogoi-d8c
@RakeshGogoi-d8c Год назад
Ponkhi Tumi hodai aguwi jua. aami hokoluai tumar logot hodai asu....
@shaliniburagohain5241
@shaliniburagohain5241 Год назад
Love u sis♥️ Always be strong... almighty is always with you💎
@ranideka92
@ranideka92 Год назад
Hi. Moru ake. Gati o ba
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
💕😌
@bikashdas6418
@bikashdas6418 Год назад
Ba Tumi aguwai Jai thanks god bless you
@chandineechiring3760
@chandineechiring3760 Год назад
তুমি আগুৱাই যোৱা তুমি সাহসী । নিজৰ লগত হৈ যোৱা বোৰে হে জানে কেনেকুৱা লাগে । এই বয়সত তুমি জীৱন টোত কিমান কি হেৰুৱালা সেইয়া বুজি পাইছোঁ । আগুৱাই যোৱা নিজৰ জীৱন বাটত।
@sumibaruahsaikia3670
@sumibaruahsaikia3670 Год назад
তোমাৰ কথাবোৰ অন্তৰত চুই গৈছে অ 😭😭 ভুক্তভোগীয়েহে বুজিব ,,,,, ভালে থাকা সদায় ,সাহসী হৈ থাকা
@rajeebborah5685
@rajeebborah5685 Год назад
Be strong,,,,u r a great mother,,,,,god bless
@rimjimdas8429
@rimjimdas8429 Год назад
Hosakoi a ba bohut dukh lagese tumar kotha bilak huni .aji first time dekhelu tumar video. Dukh nokoreba aguyai juwa tumi ba 🤝😘.
@Kasturisourav77
@Kasturisourav77 Год назад
Apunar kotha bur moi relate korisu,mur ghoror baa ajoni bidhoba tair suwali joni tuloni houte makok gaa dhuaute aru hewa korute makok ulabole nidile,tai bhitort kandi pagol hoi goisil,sobei niyom niyom koi asil,moi koisilu kiyo nidiye, aibur niyome jd manuhok dukh diye tenehole kiyo mane,tetiya muk sobei dudiniya suwali ki jano buli khub gali disil sobei.. Tat kintu bohut jona huna, manuh asil kuneu muk suport nokorile,mur khub dukh lagil,
@ponkhiproduction5276
@ponkhiproduction5276 Год назад
Enkua kio kore moiu buji npaau
@Kasturisourav77
@Kasturisourav77 Год назад
Upai nai,homaj amie hudhorabo lagibo, akha koru ai poromporabur adin aatoribo
@princypriyaricha
@princypriyaricha 11 месяцев назад
Manuhor kotha bad di tumi aguai jua . Amar homajor kisuman niom ketiyau niguse ...... jimane hikhito manuh himane homaj khonor niom ......... Tumi bht strg hoi so aaguai jua ........
@pdmni123
@pdmni123 Год назад
Bhut dhuk Lgile ajir video to😭Love you Ba😭❤️
@abdulmaliksaikia603
@abdulmaliksaikia603 Год назад
God bless you.Ponkhi.
@JunuChutia-xc5cp
@JunuChutia-xc5cp Год назад
বহুত দুখ লাগিল তোমাৰ কথা শুনি l তুমি বহুত সাহসী ছোৱালী আৰু আগুৱাই জোৱা ভগৱানে নিশ্বয় সহায় কৰিব l
@sumibaruahsaikia3670
@sumibaruahsaikia3670 Год назад
তোমাৰ হাহিৰ আৰৰ কষ্ট খিনি মই ভালদৰে বুজিছো😭
@ncmobilekaraea3008
@ncmobilekaraea3008 Год назад
Bohut beya lagil baa tumar allah vogoban a xokti diyok deha k loi aguwai juwa tumi😔❤
@HIRAMONIKARMAKAR-f4e
@HIRAMONIKARMAKAR-f4e Год назад
Tumak bhut val lage Ba,❤️deha ru tumi hodai hukhi thkiba 😘
@assamsumki5214
@assamsumki5214 7 месяцев назад
Tumale bohut Bea lagise .tumar kothabur Buji paisu.ji hol hoi gol atia dehak loi jibon2 aguwai jua ami saport kori jam tumak
@momibarman2720
@momibarman2720 Год назад
Be strong god bless you both ❤️❤️
@daywithmaina9866
@daywithmaina9866 Год назад
Ki kriba aru manuhor mentality tenekuai o jimane sesta nkora change kribo nuara so nije move on kribo lgibo so. 2mi brave so pisoloi nsaba aguai jua. Lv ❤️❤️❤️❤️ from Morigaon Assam #daywithmaina
@LearnWithMasterforIAS
@LearnWithMasterforIAS Год назад
Courageous video… I urge the young influencers to focus on such topics
@armyloverboysandgirlindian2125
একো চিন্তা কৰিব দৰকাৰ নাই মানুহ জন থকা হলে গুচি অহা হলে বেলেগ কথা , এতিয়া তুমি মাত্ৰ লৰা জনক মানুহ হিচাপত গৰ দিয়া আৰু একো কথাও নাভাবি মাত্ৰ আগুৱাই যোৱা ☺️☺️☺️☺️☺️🥰🥰🥰 হাঁহি থাকা। আৰু আজিৰ পৰা এই topic tur upart aku নৱনাবা plz 🙏🙏🙏 । চব পাহৰি যোৱা ☺️ হাঁহি থাকা 🙏
@kalpanarai77M
@kalpanarai77M Год назад
Be positive be strong sis love from, Nepal ❤️
@user-ct1wc3nd6n
@user-ct1wc3nd6n Месяц назад
Brave women❤ god bless both of you❤ ki kom kahini logot praei mil ase 😌😭
@porinitaduttaboruah
@porinitaduttaboruah Год назад
Be strong আগুৱাই যোৱা তুমি ❤️
@mintukalita1314
@mintukalita1314 Год назад
আপুনি আপোনাৰ দেহাক লৈ ব্যস্ত হওক! ভাল হ'ব দিয়া আপোনাৰ আশীৰ্বাদ দিম মই ভাইতি দৰে সদায়
@keanukangkan3363
@keanukangkan3363 Год назад
Be strong......God bless you n ur son ❤❤
@anantaphukon001
@anantaphukon001 11 месяцев назад
যিকোনো সময়ত আৰু যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি সংঘৰ্ষ কৰি আগবাঢ়ি যাবলৈ নেদেখা জনে শক্তি দিয়ক।।।
Далее