Government of Assam is providing cash award to the meritorious students securing 1st division with star marks ie 75% or above in the HSLC EXAM under Anundoram Borooah cash award 2024. This scheme was launched for motivating and inspiring the students for better performance in their higher education.
শীঘ্ৰে প্ৰদান কৰিব চলিত বৰ্ষৰ 'আনন্দৰাম বৰুৱা বঁটা'। এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন। DBT পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব ধন। ২৫ জুলাইৰ পূৰ্বে 'বিদ্যাৰ্থী' শীৰ্ষক প'ৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে জাৰি কৰে এই নিৰ্দেশনা।
Anundoram Borooah cash Award online registration opens and will continue to 25th July 2024
#financial #financialfreedom #samagrashiksha #assameducation #assamgovernment #educationassam #highereducationdepartment #highereducation #arbas #assam #students #student
26 авг 2024