Тёмный

আপোনালোকে ঘূৰাই আনিলে তেওঁৰ মুখৰ হাঁহি🥰 এতিয়ালৈকে কিমান টকা পালে? 

JSS Unscrripted
Подписаться 516 тыс.
Просмотров 23 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 306   
@Archanadeka166
@Archanadeka166 2 часа назад
হিমাশ্ৰী প্ৰথমে তোমাক ধন্যবাদ দিব লাগিব তোমাৰ বাবে আজি এই দাদাজনক ভগৱানে সহায় কৰিলে ❤
@jadabBharali
@jadabBharali 2 часа назад
এইটো ভিডিওৰ পৰা গম পোৱা যায় পৃথিৱীত এটিয়াও বহুত ভাল মানুহ আছে।। ❤
@runuhazarika8290
@runuhazarika8290 Час назад
অপুনি সছা কথাবোৰ কোৱার কাৰনে ভগৱানে সহায় কৰিছে মানুহেই ভগৱান আজিহে মনতো ভাল লাগিছে আপোনাৰ মুখত হাঁহি দেখি
@binuphukan3307
@binuphukan3307 2 часа назад
সৎ মনৰ মানুহক ভগৱানে নিশ্চয় সহায় কৰে। ভগৱান আপোনাৰ সকলো সময়তে সহায় হওক তাকে প্ৰাৰ্থনা কৰিছো।
@dipahaloi6520
@dipahaloi6520 3 часа назад
আপোনাৰ কাৰণে ভগৱানক প্ৰৰ্থনা কৰিছিলো। ভাল হোৱা কাৰনে ভাল লাগিল❤
@irabharali7837
@irabharali7837 51 минуту назад
আপোনাৰ মুখত হাঁহি দেখি ভাল লাগিল । ভগৱান আছে । আপোনাৰ অসমীয়া ভাষাত ভাল জ্ঞান আছে যেন লাগিছে ।অনুগ্ৰহ কৰি সময় সুবিধা লৈ এই ঘটানাটোকেলৈ কিতাপ এখন লিখিবছোন । উপকাৰত আহিব ।
@ashimphukanassam1358
@ashimphukanassam1358 Час назад
মানুহে ভগৱান, আপোনাৰ কথাখিনি খুবেই সুন্দৰকৈ কৈছে।
@ManjuKalita-t4v
@ManjuKalita-t4v 2 часа назад
পইছা দিয়া নাছিলো কিন্তু হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰিছিলো আপোনাৰ দুখ বোৰব সোনকালে শেষ হক বুলি ....আজি ভাল লাগিল আপোনাৰ জীয়াই থাকিবলৈ সাহস হোৱা দেখি 🙏
@sovadas288
@sovadas288 Час назад
Hosake moi u bhagavanar uasart bht prarthana karisu akhetar karane
@AnitaDevi-jn1eb
@AnitaDevi-jn1eb 10 минут назад
সঁচা কৈ ভিডিঅ চাই বহুত দূখ লাগিছিল।কান্দি গলো । আপোনাক পইছা দিয়া নাই।কিন্ত ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ আজি ভিডিঅ' চাই তেখেতৰ মুখত হাঁহি দেখি বহুত ভাল লাগিল 🌹
@binuphukan3307
@binuphukan3307 2 часа назад
সৎ মনৰ মানুহক ভগৱানে নিশ্চয় সহায় কৰে। ভগৱানে আপোনাক সকলো সময়তে সহায় কৰক তাকে কামনা কৰিছো।
@papudas2244
@papudas2244 6 минут назад
ভাল্ মানুহ আছে বাবেই পৃথিৱী খন ইমান ধুনীয়া ❤❤মানুহ মানুহৰ বাবে 🙏
@rinkigogoi7455
@rinkigogoi7455 2 часа назад
দাদা আপোনাক হাঁহি থকা দেখি খুব ভাল পাইছোঁ। সুখ অনুভৱ কৰিছোঁ,ভগৱানে যেন আপোনাক সহায় কৰিছে,ভগবান হিচাপে আমাৰ মানুহ খিনিয়ে আপোনাক যিমান সহায় কৰিছে তেওঁলোক সকলোকে সেৱা জনাইছোঁ।এই দাদা জনক খুব সৰুতে দেখিছিলো।বোধকৰোঁ তেতিয়া মই দ্বিতীয়,তৃতীয় মান শ্ৰেণীত আছিলোঁ।তাৰ পাছতো দেখি থাকো দাদা হঁতৰ লগত যিহেতু তেওঁ আমাৰ শিৱসাগৰত পঢ়া।আপোনাৰ প্ৰথম সাক্ষাৎ টোত কবলৈ একো ভাষা নাছিল কিমান কান্দি উঠিছিল মন টোৱে।এনে লাগিছিল যেন থকা হলে সকলো দি দিম,কিন্তু সাধ্য অনুসৰি সহায় অলপ কৰিছিলোঁ।আপোনাৰ ভাল হওঁক,পুনৰ হাঁহি টোৰে ঘৰ খন উজ্বলাই তোলক। মহাদেৱে সহায় কৰক।
@rinkumoniborah8513
@rinkumoniborah8513 9 минут назад
Ajiu dada mukhot hahi dakhi soku pani ulai goisy.bohut basy val lagisy apunak any koi dakhi.axa koru apunar jibonor sob problem solv howk& thanku himashri ba tumi tyuk jibon disa.xidina video tut bohut kandisu
@sewaligogoi9170
@sewaligogoi9170 2 часа назад
আপোনাক আজি দেখি বহুত ভাল লাগিল । আপুনি আকৌ উন্নতিৰ পঠত আগুৱাই যাওক ।এইয়াই ভগৱানৰ আশীৰ্বাদ ।
@Assamesecartoon789K
@Assamesecartoon789K Час назад
অসমৰ মানুহ যে বহুত হৃদয়বান এইয়া অসমৰ ৰাইজে প্ৰমান কৰি দেখুৱালে🙏🙏🙏
@MainaChutia-m6w
@MainaChutia-m6w 2 часа назад
সহায় কৰিব পৰা নাছিলো তথাপি আপোনাৰ ভিডিও আকৌ এবাৰ চাব পাম বুলি বহু আশা কৰিছিলো। ভাল লাগিল সমস্যা সমাধান হোৱাৰ বাবে ধন্যবাদ হিমাশৃ
@AnjumoniTalukdar-v7u
@AnjumoniTalukdar-v7u 2 часа назад
আপোনাৰ মূখত হাঁহি টো দেখি ভাল লাগিছে। ভগৱানে আপোনাক সকলো সময়তে সহায় কৰিব।
@reetabordoloi5258
@reetabordoloi5258 2 часа назад
আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিছিল চকু পানী ওলাইছিল ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ।আজি আপোনাৰ সহায়ৰ কথা শুনিবলৈ পায় বহুত ভাল লাগিছে। আপোনী বহুত ভাল মনৰ গৰাকী। ঈশ্বৰে সহায় কৰিব।
@gitanjalidas2879
@gitanjalidas2879 3 часа назад
সকলোৱে সহায় কৰক,,,, ভাল মানুহ বহুত আছে
@ThanuPhukon-z2y
@ThanuPhukon-z2y Час назад
আপুনি প্ৰকৃততে ভাল মানুহ।আপুনি পুনৰ বহুত উন্নতিৰ জখলাত বগাব পাৰিব। কিন্তু দ্বিতীয় বাৰ ভূল কৰাৰ মানসিকতা আপুনি আপোনাৰ মনলৈ আহিবলৈ সুবিধা নিদিব।আপোনাৰ ছোৱালীজনী বহুত সৌভাগ্যৱান,কাৰণ তাই আপোনাৰ নিচিনা এজন প্ৰকৃততে সৎ মানুহৰ ঔ-ৰসত জন্ম হৈছে।অনাগত জীৱনলৈ শুভেচছা যাচিলো।
@MinakshiBordoloi-f4v
@MinakshiBordoloi-f4v Час назад
সঁচাকৈ তেওঁৰ হাঁহিটো দেখি ভাল লাগিছে, সেইদিনা তেওঁৰ কন্দা দেখি চকুপানী ওলাই গৈছিল । ভালে থাকক সদায় পৰিয়ালৰ সৈতে।
@MomiBorah-zc9xt
@MomiBorah-zc9xt 19 минут назад
প্ৰথম দিনা vdo টো চাওঁতে বহুত বেছিয়ে কান্দি চিলো😢 কিন্তু এতিয়া খুৰা জনৰ মুখত হাঁহিটো দেখি সঁচায়ে মনটো বহুত ভাল লাগিছে 😊মই একো দিব নোৱাৰিম কিন্তু এটা কথায়ে কওঁ ভগৱানে আপোন ৰ লগত ভাল কৰক তাৰে কামনা কৰিলোঁ 🙏 খুৰা আপুনি সদায় অনেকে হাঁহি থাকিব 🙂
@rupalikalita6024
@rupalikalita6024 15 минут назад
Kyo dibo nuwre apunar 1 tokao nai nki baru
@anjanadas9094
@anjanadas9094 Час назад
পাপু এটাই ভাল লাগিল তোমাৰ মুখৰ হাহিটো চায় । আগৰ মন্তব্যত জনাছো ভগবান আছে । পাপু আশীবাদ মাৰ পৰা পোৱা বুলি ধৰিবা । দুখীয়া হলেও আশীবাদ সদায়ে থাকি ।
@khogenburagohain8855
@khogenburagohain8855 2 часа назад
প্ৰথম Videoটো এইমাত্ৰ চাই UPIত Gpay কৰি সামান্য কিবা এটা পঠিয়ালোঁ। ধুনীয়াকৈ গ’ল। সচাকৈ! তেখেতৰ জীৱনৰ কৰুণ কাহিনীটোৱে হৃদয়খন জোকাৰি গ’ল। তেখেতে সমস্ত ঋণৰ অতি সোনকালে মুক্তি পাই আগৰ দৰে পৰিয়ালৰ স’তে স্বাভাবিক জীৱন যাপন কৰি সুখে শান্তিৰে জীয়াই থাকক! যি পাৰে সকলোৱে দুৰ্ভগীয়া ব্যক্তিজনক সহায় কৰক।
@anjananeog-t7t
@anjananeog-t7t Час назад
যিসকলে কথাটো গম পাইছে সকলোৱে যেন সামান্য হ'লেও আৰ্থিকভাৱে সহায় কৰে 🙏।
@hemantaborah3953
@hemantaborah3953 Час назад
জীৱনটো পুনৰ ভালকৈ সজাই লওক ।
@RihajAli-md7ml
@RihajAli-md7ml 2 часа назад
❤❤দাদা আপুনি জয়ী হোৱা তাৰে কামনা 😊😊😊
@BinaGohain-un2ot
@BinaGohain-un2ot 28 минут назад
Bht vl lagil dhonyobad jonalu
@buliborah5758
@buliborah5758 2 часа назад
আৰু ভুল নকৰিব। শান্তিৰে পৰিয়াল টো চলাই যাব বুলি ভগবানৰ ওচৰত পৰ্থনা কৰিছোঁ🙏🙏
@Moonmoon_5
@Moonmoon_5 15 минут назад
আপোনাৰ আগৰ ইন্টাৰভিওটো চাই বহুত দুখ লাগিছিল,আজি এই ভিডিঅ'টো চাইহে মনটো ভাল লাগিছে। ভগৱানে আপোনাক সহায় কৰক🙏
@BiniKonwar
@BiniKonwar Минуту назад
Val lagil apunar mukhot hahitu dekhi..
@এনেই
@এনেই 3 часа назад
মানৱতা জীয়াই আছে আৰু ৰাখিব লাগিব ।
@mridupabanbora5042
@mridupabanbora5042 31 минуту назад
Byakti jnr kathakhini xasai bor xundar 🙏❤️
@rumidas2878
@rumidas2878 2 часа назад
তুমি সত্যত আছা কাৰনে ভগৱানে তোমাক সহায় কৰিছে,আজি তুমাৰ হাহিটো দেখি বহুত ভাল লাগিছে
@JyotiDas-fx9xh
@JyotiDas-fx9xh 8 минут назад
বহুত বহুত বেছি ভাল লাগিল । আজি আপোনাৰ মুখত হাঁহি দেখি
@goutamrajkonwar8064
@goutamrajkonwar8064 15 минут назад
Apuner hahi dekhi hosai val lagil.vogobane apunk hohai kork.
@gargigogoi2671
@gargigogoi2671 52 минуты назад
Thank you dr god.Tumi val manuhr lgt xodai asa.love you
@PabitraKachari-oo6gl
@PabitraKachari-oo6gl Минуту назад
Great humanitarian job
@ritushnaneog6343
@ritushnaneog6343 Час назад
আজি আপোনাৰ কথাখিনি শুনি বহুত সুখি হৈছু অলপ সহায় আগবহাম
@luknathgondhialuknathgondh7999
@luknathgondhialuknathgondh7999 3 часа назад
আপোনাৰলৈ বহুত বহুত শুভকামনা জনালোঁ
@RituBora-p2g
@RituBora-p2g 2 часа назад
Himasi ba tumi bht vl monr manuh hoi tumi aag bahi jua.tumk❤
@pipanbarman3636
@pipanbarman3636 Час назад
Bhut val lagil apunar mukht hahi dekhi.... Horuke kiba ata disu.... Apuni bipod r pora olai ahok.... Tare kamonare
@banikalita3082
@banikalita3082 Час назад
পৃথিৱী খনত বেয়া মানুহেই নাই , এইবিলাক উদাহৰণেই বুজাই দিয়ে যে এতিয়াও বহুত সৎ আৰু দয়ালু মানুহো আছে । কিন্ত্ত বেয়াতকৈ ভালৰ সংখ্যা বহুত কম । ভাল খিনিৰ বাবেই ধৰ্ম নামৰ বস্তুটো জীয়াই আছে ।
@nabanitadas1379
@nabanitadas1379 17 минут назад
Dada apuner logot bhogobana apuni ag bahi jaok xodai hahi thokok ❤❤❤❤
@MamuDas-cz9nh
@MamuDas-cz9nh Час назад
আপুনি বহুত ভাল মানুহ আপোনাক ভগৱানে সহায় কৰিব। পাপু দা
@RunjunDutta-p8o
@RunjunDutta-p8o 2 часа назад
দাদা জন বহুত ভাল। আপুনাক ভগবানে সহায় কৰক।
@babitabora9657
@babitabora9657 Час назад
Bahut val lagisa aji apunak dekhi . God bless you Dada
@Uvrayzzz
@Uvrayzzz 3 часа назад
চালাম মানুহ কেতিয়াবা মানুহ ওপৰত খং উঠে। তথাপি। ভাল মানুহ আছে ্্
@mintuhandique1439
@mintuhandique1439 3 часа назад
Bhut val lagise.. Montu beya lagi asil agor video Tu sai
@shazarika1184
@shazarika1184 Час назад
Be cairful go Ahaid 👍👍
@ratikantamili.5442
@ratikantamili.5442 28 минут назад
Dada, apunar videotu sai bohut kandilu...God bless you
@mrraktimassameseboy4421
@mrraktimassameseboy4421 3 минуты назад
❤❤ hosa dai mon2 val lagi goise apunr mukhot hahi dekhi
@Googlendg
@Googlendg Час назад
লক্ষী ছোৱালী! তুমি ঈশ্বৰৰ দূত।
@nirmalikhanikar7081
@nirmalikhanikar7081 Час назад
সঁচাই প্ৰথম ভিডিঅতো চাই বহুত বেয়া লাগিল কিন্ত আজি হাঁহিতো দেখি বহুত ভাল লাগিল ।
@soonmoni6746
@soonmoni6746 2 часа назад
আজি বহুত সুখী হলো, বহুত ভাল লাগিলে,❤❤❤, তেওঁ যে মুখত হাঁহি দেখি
@MadhushmitaChutia
@MadhushmitaChutia 29 минут назад
Val lagil etiahe
@srimanhazarika2838
@srimanhazarika2838 Час назад
সঁচাই আজি তেখেতৰ মুখত হাঁহি টো দেখি বৰ ভাল লাগিছে। আগৰ সাক্ষাৎকাৰ টো চাই ৰাতি শুব পৰা নাছিলোঁ। A/C details টো দিব,সহায় কৰিব পাৰিলে ভাল পাম।
@juntidas7283
@juntidas7283 2 часа назад
Bohut val lagial dada manhu hoi vogobana hohai korisa, praise the lord
@dipaliphukan701
@dipaliphukan701 Час назад
দুখ নকৰিব , ভগৱান আছে। ভাল মানুহ তেনেকৈ আছে।আজি হাঁহি থকা দেখা পাই ভাল লাগিল।
@rimasharma1960
@rimasharma1960 54 минуты назад
বহুত সুন্দৰ নিদৰ্শন।ভাল লাগিল।🙏
@sripurobisaikiapurobi4072
@sripurobisaikiapurobi4072 29 минут назад
ভগবানে আপোনাক সহায় কৰিব
@hiradevi3608
@hiradevi3608 2 часа назад
আপুনি বহুত ভাল মানুহ । ভগৱান আপোনাৰ সহায় হওক।
@nayanjyotimoran5967
@nayanjyotimoran5967 17 минут назад
🙏✊..... Hodai asu..alop holu help korisu
@Pain237_
@Pain237_ 2 часа назад
ইমান বিপদত পৰি তথাপিও যে আপুনি যে বেয়া পথ বাছি নললে সেইয়াই বহুত ভাল পাইছোঁ। ভাল হব চিন্তা নকৰিব।
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 36 минут назад
আপোনাৰ মুখত হাহি দেখি বহুত ভাল লাগিল ❤❤ । আপুনি যি বিপদত ইমান দিনে আছিল এতিয়া তাৰ পৰা উদ্ধাৰ হব বুলি জানি বহুত ভাল লাগিল।
@satyabatidas4405
@satyabatidas4405 35 минут назад
Aji aponak dekhi bahut val lagixe adin val din ahiboi
@KarabiKarabi-q5i
@KarabiKarabi-q5i 2 часа назад
সেইতো ময়ো কওঁ। অসমীয়া মানুহৰ নিচিনা মানুহ পাবলৈ টান।
@Harsha_9t
@Harsha_9t 2 часа назад
Mur khetrot assamese manhor pora a digdar paisu beleg r pora pua ni... Moi bhal napaw assamese manjuok
@RitamoniBorah-g6w
@RitamoniBorah-g6w 33 минуты назад
নিজকে সাহশ হৈ থিয় দিয়ক ভাল লাগিল
@pampikalita4569
@pampikalita4569 2 часа назад
Bhut vl lgise aji apunak dekhi
@jyotimonibaruah6708
@jyotimonibaruah6708 2 часа назад
মই সাধ্য অনুসৰি কিবা এটা দিছিলো। ভাল লাগিল সকলো মানুহে সহায় কৰা বাবে।
@anjananeog-t7t
@anjananeog-t7t Час назад
অলপ চুটিকৈ ক'বলৈ চেষ্টা কৰিলে ভাল হয় । প্ৰাৰ্থনা আছে আমাৰ... দিনবোৰ ভাললৈ আহিব 🙏🙏।
@mainigogoi7972
@mainigogoi7972 4 минуты назад
khub vllgisee....apni RU-vid channel ata khulok Ami hohaikrim
@sandhyasinha8899
@sandhyasinha8899 36 минут назад
Thankyou bhagoban tumi je dayar sagor seito Satya🙏🙏🙏🙏🙏🙏🙏🙏
@bhupendowarah1274
@bhupendowarah1274 Час назад
Dada hosakoi val lagise aji . vogobanok parthona korisu aru hohai korok , hahokh diyak ,hokoti diyak 🙏🙏🙏
@rituparnabhardwaj760
@rituparnabhardwaj760 2 часа назад
ধন্য মানৱদৰদী সকলো জনগণ💓
@ThunuDas-vw4yn
@ThunuDas-vw4yn 2 часа назад
আপুনি অলপ সকাহ পোৱাৰ। বাবে মনটো ভাল লাগিল
@binodmahanta-uw6kz
@binodmahanta-uw6kz 2 часа назад
আপুনি বহু ভাগোবান দাদা
@JuriTeronpi-f2o
@JuriTeronpi-f2o Час назад
Bohot val lagil ❤❤❤
@DipanjaliDuarah
@DipanjaliDuarah 2 часа назад
Thankyou so much.bahut bahut dannabad thakil .
@PranameeHazarika-lf8rf
@PranameeHazarika-lf8rf Час назад
আজি হাঁহি মুখেৰে দেখি ভাল লাগিছে।ময়ো সাধ্য অনুসৰি অকনমান কিবা এটা দিছিলোঁ 🙏🏼
@Jharna_.bezbaruah
@Jharna_.bezbaruah Час назад
God bless you
@jitugogoi6098
@jitugogoi6098 2 часа назад
Manuhe manuhor babe.
@BidishaPatar-z7v
@BidishaPatar-z7v 52 минуты назад
❤😊
@animapathak8941
@animapathak8941 2 часа назад
Aponak dekhi val lagise God bless u
@mandeepsarma8150
@mandeepsarma8150 Час назад
Khuub bhaal laagise, manuhe manuhor babe❤
@MonalishaBorah-x6f
@MonalishaBorah-x6f Час назад
Aji apunak dekhi val lagise❤ heidina apunak logote moi u kandisilu😢😢😢
@maheshtalukdar4820
@maheshtalukdar4820 13 минут назад
God is always with you.
@ranjanmultimedia9166
@ranjanmultimedia9166 3 минуты назад
সঁচাকৈ বৰ ভাল খবৰ
@sangeetadas335
@sangeetadas335 2 часа назад
Ajihe vl lagise apunar mukhor hahi dekhi..
@ashwinidasi8439
@ashwinidasi8439 Час назад
ধন্যবাদ তোমাৰ মুখত হাঁহি দেখি ভাল লাগিল কিন্তু সহায় কৰিব নোৱাৰিলো ভগৱানে তোমাক সহায় কৰিব আৰু কৰিছেও 😂❤❤❤❤
@ratikantamili.5442
@ratikantamili.5442 11 минут назад
Really manuhe manuhor babe....❤😢
@GitaDeka-f2d
@GitaDeka-f2d Час назад
Bhut bhal lgil
@Zyz-t5m
@Zyz-t5m Час назад
Dada atia bohut val lagil
@rumimahanta1744
@rumimahanta1744 2 часа назад
অসমৰ মানুহ অতি মৰমিয়াল।আপোনাৰ বহুত ভাল হব
@anjalibhuyan3877
@anjalibhuyan3877 2 часа назад
বহুত ভাল লাগিছে
@mamaniroy12345
@mamaniroy12345 2 часа назад
খুব ভাল লাগিল🙏
@jayantiburagohain3833
@jayantiburagohain3833 2 часа назад
Himashi bohut bohut dhonibat tumak.ajon Manu jiey tulila
@mayamayagohain6891
@mayamayagohain6891 56 минут назад
Bahut vale lagsa God bless you dada
@minakakoti8491
@minakakoti8491 2 часа назад
আপোনাক সহায় কৰিব পৰা‌নাই জদীও ভগবানৰ ওচৰত শেৱা‌জনাইছো সকলোৱে সহায়‌কৰক
@Ranudeka-w9o
@Ranudeka-w9o Час назад
bohut vllagil.
@amiyachetia2017
@amiyachetia2017 Час назад
যি এনে সমস্যা ত ভোগে তেওঁহে বুজে। ভগৱানে তেওঁক মঙ্গল কৰক।
Далее
Купил КЛОУНА на DEEP WEB !
35:51
Просмотров 2,7 млн