Тёмный

আপোনাৰ ঘৰতও এজন শ্ৰীকৃষ্ণ জন্ম পাইছে নেকি ?  

Mind Game 24
Подписаться 2 тыс.
Просмотров 882
50% 1

Опубликовано:

 

7 ноя 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 3   
@munmichangmai5891
@munmichangmai5891 8 месяцев назад
Bohut bhal lagil sir.hosai bisaru moi u olop sintat asilu.mon free hol.thanks
@manjusaikia6647
@manjusaikia6647 8 месяцев назад
বহু ত বিছাৰো
@r.hussain4948
@r.hussain4948 8 месяцев назад
বৰ ভাল লাগিল ভিডিঅ'টো চাই । কিন্তু এটা কথা মই অনুভৱ কৰোঁ শ্ৰীকৃষ্ণৰ দৰে প্ৰেমিক বিচাৰিলেও তেওঁৰ দৰে স্বামী হয়তো বহুতে নিবিচাৰে কাৰণ তেওঁ ৰুক্মিণীক বিয়া পাতিলেও ৰাধাৰ হৈয়ে থাকিল । কৃষ্ণৰ লগত ৰাধাৰ নামটোহে একেলগে লোৱা হয় , ৰুক্মিণীৰ নহয় । ৰুক্মিণী শ্ৰীকৃষ্ণৰ হৈয়ো তেওঁৰ হ'ব নোৱাৰিলে । আনহাতে ৰাধা কৃষ্ণৰ নহৈয়ো কৃষ্ণৰে হৈ থাকিল । সেয়ে বহুতে শ্ৰীকৃষ্ণৰ দৰে প্ৰেমিক বিচাৰিলেও স্বামী মহাদেৱৰ দৰে হোৱাটোহে বিচাৰে । যদি মই কিবা ভুল কৈছোঁ তেন্তে ক্ষমা কৰিব ছাৰ ।
Далее
8486121333, 9435140551
6:00
Просмотров 361