Тёмный

আপোনাৰ মনটো বিষাদগ্ৰস্ত নেকি ? তেনেহলে এইটো ভিডিঅ'শেষলৈ চাওক flute 

Subhash nath entertainment
Подписаться 199 тыс.
Просмотров 1,4 млн
50% 1

#flute
#Assamesefolk
#Lokageet
#Nagaranaam

Опубликовано:

 

9 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 983   
@hemantahazarika9715
@hemantahazarika9715 Год назад
সপ্ত সুৰৰ এটি মিঠা অভিযোজন বাঁহী, সৃষ্টিৰ আদি যুগৰে পৰাই এই বাদ্যই মানুহৰ হৃদয়ৰ লগত সামঞ্জস্য বজাই ৰাখি আহিছে, অস্ত বেলিৰ শিৰত বাঁহীৰ সুৰ, শিশুৰ হাঁহিত বাঁহীৰ সুৰ, ফুলৰ সুবাসত বাঁহীৰ সুৰ, সুন্দৰী যুৱতীৰ প্ৰেমৰ আলাপত বাঁহীৰ সুৰ, সচাঁই বাঁহীৰ মাতে মানুহৰ হৃদয়ত জীয়াই তুলে উদ্যমৰ নতুন পণ, জীয়াই থকাৰ নতুন বাসনা, বনৰীয়া বিহগী জনীয়েওঁ বাঁহীৰ মাত ভাল পায়, সচাঁই কি অনন্য বাদ্য,
@JituGogoi123
@JituGogoi123 4 месяца назад
🙏👌👍👌👍
@moshmibarman7661
@moshmibarman7661 9 дней назад
নীৰৱ শিল্পী। নীৰৱ সাধনা। আধ্যাত্মিক দৈৱিক অনুভূতি। প্ৰকৃত শিল্পী।
@pranabkrgogoi5246
@pranabkrgogoi5246 3 года назад
বাহি মাত শুনিলেই ইমান ভাল লাগে সকলো পাহৰি যাও।ভগৱানৰ কি যে লীলা
@niranjannath9195
@niranjannath9195 13 дней назад
সছাকৈ বহুত ভাল লাগিল।
@PR-rz5cz
@PR-rz5cz 3 года назад
মনোমুগ্ধকৰ অপাৰ বাঁহীৰ সুৰ ৷ বাদক জনক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
@brojengogoi1748
@brojengogoi1748 7 месяцев назад
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সন্তান এখেত।
@bhumitakalita1474
@bhumitakalita1474 9 месяцев назад
ভাল লাগিছে 🙏🙏🙏
@sangeetsurjyadanceactingac9092
@sangeetsurjyadanceactingac9092 3 года назад
সুন্দৰ মনতো ভাল লাগিল । আপোনা দীৰ্ঘায়ু কামনা কৰিলো ।
@dhanjitdeka9145
@dhanjitdeka9145 5 месяцев назад
বাঁহীৰ সুৰ বহুত শুনিছো কিন্তু এনেকুৱা অমৰ সৃষ্টিৰ কঠিন সুৰত সুন্দৰ বাঁহী সংযোজন খুব কমেই শুনিবলৈ পোৱা যায়।সচাকৈ বুকুখন জুৰ পৰি গল।এখেতক সেৱা জনাইছো।ধন্যবাদ।
@dipaligogoi8932
@dipaligogoi8932 3 года назад
এনে শিল্পী আমাক সদায় লাগে 👍 তেওঁ দীৰ্ঘজীবি হওক !
@ChandramaGogoi-o6n
@ChandramaGogoi-o6n Месяц назад
Bohut dhunia hoisa
@pranjlai4156
@pranjlai4156 Год назад
বহুত বহুত ভাল লাগিছে আমাৰ মাজত এনে এটি সুন্দৰ গীত শুনালে মনে প্ৰাণে দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ 👍
@RamaTaid-zl3ir
@RamaTaid-zl3ir 2 месяца назад
Bohut val lagile
@kabitabora7478
@kabitabora7478 3 года назад
বহুত ভাল লাগিল । বাঁহীৰ সুৰে মন প্ৰাণ ভৰাই তুলিলে।আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো
@balendas4259
@balendas4259 Год назад
সুন্দৰ । তুলনা নাই । দুই এটা পুৰণা হিন্দী গীতত বুজালে ভাল পাম । আশা থাকিল । ধন্যবাদ । দীৰ্ঘায়ু কামনাৰে ।
@diptimedhi9376
@diptimedhi9376 3 года назад
সঁচাকৈয়ে বাঁহীৰ সুৰে মন প্ৰাণ পুলকিত কৰি তোলে। বহুত ভাল লাগিল।
@AnjuDeka-b2p
@AnjuDeka-b2p 3 месяца назад
ইমান সুন্দৰ বাঁহীৰ সুৰ হৃদয় জুৰোৱা 🙏🙏👌👌♥️♥️ আপুনি ভালে থাকক 🙏🙏
@probinhazarika7899
@probinhazarika7899 10 месяцев назад
কৃষ্ণ। সেৱা এভাগ জনাইছোঁ দেই। অতি সুন্দৰ দাদা। ঈশ্বৰে আপোনাক সহায় কৰক।
@pratimdevi8759
@pratimdevi8759 6 месяцев назад
এই সুৰ যেন শেষ নহওঁক কাহানিও ! আপোনৰ মঙ্গল কামনাৰে - - - - -
@anjaliduttadas881
@anjaliduttadas881 3 года назад
খুব সুন্দৰ,,,শ্ৰদ্ধা জনালোঁ,,সু স্বাস্থ্য কামনা কৰিলোঁ,, সকলোৱে শুনিব লৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিব
@ratikantamili.5442
@ratikantamili.5442 3 года назад
Bahitu ki buli buli bisarim...iman dhuniya...apunar bahir tune tu...
@birajdas8654
@birajdas8654 3 года назад
সছাকৈ কি সুন্দৰ, শৰীৰ শীতল হৈ গৈছে.
@SurajitSarma-oo8rs
@SurajitSarma-oo8rs 4 месяца назад
বহুত বেছি ধুনীয়া লাগিছে। এখেতৰ এই বিদ্যা সদায় জীৱিত হৈ থাকক তাৰে কামনা কৰিলো।
@rubigogoi5237
@rubigogoi5237 3 года назад
ৱাহ, কি সুমধু বাঁহীৰ সুৰ। শুনিলে যেন শুনিয়েই থাকিম লগা এই সুৰ🙏🙏❤️❤️❤️
@bhogeswariborah6509
@bhogeswariborah6509 3 года назад
Good very good.
@rinasaikia3758
@rinasaikia3758 3 года назад
Good
@birurabha6210
@birurabha6210 3 года назад
, সঁচাকৈ মন মূহি যোৱা এটি সুন্দৰ আৰু শুৱলা সুৰ । বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনিব পাম বুলি আশা থাকিল ।
@samindrada
@samindrada 3 года назад
Email cnbnn Yjqfq cc vgc .
@SumonKishoreBora2307
@SumonKishoreBora2307 3 года назад
বহুত সুন্দৰ লাগিল । 😍 মন ভৰি গল। তেখেতৰ সুস্বাস্থ্য, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@mahendradas5954
@mahendradas5954 Год назад
Bahut bhal
@RajibRabha-us3lu
@RajibRabha-us3lu Год назад
ইমান ধুনীয়া সুন্দৰ শুৱলা বাহীৰ সুৰ দেহ মন শীতল কৰি তুলিলে । ধন্যবাদ দাদা
@korobidas5121
@korobidas5121 3 года назад
সুন্দৰ বাঁহীৰ সুৰ সঁচাকৈয়ে বহুত ভাল লাগিল
@padmaramdeka1856
@padmaramdeka1856 3 года назад
সুভাষ নাথ লৈ ধন্যবাদ,ইমান সুন্দৰ এটা programe upload কৰিছে,লগতে বাহিবাদক দাদা জনলৈ ও ধন্যবাদ জনালো ইমান সুন্দৰ বাঁহী বাদন কৰি আমাক মনোৰঞ্জন দিয়া বাবে
@lakhmanboruah5539
@lakhmanboruah5539 Год назад
অপূর্ব .. অতুলনিয়.. অসমীয়াৰ সূৰ-সমলয়ৰ মাদকতাই সুকিয়া ৷ যাৰ সূৰৰ মূৰৰ্চনাত কেৱল আলুপ্ত হে হব পাৰি। উঠি অহা প্রজন্ম বাবে আপোনি আদর্শ স্বৰূপ ৷
@AnantaGohain-k1l
@AnantaGohain-k1l 7 месяцев назад
সংস্কৃতিৰ সবাতোতকৈ উত্তম এক অনবদ্য উপাদান......নিৰ্ভেজাল.....!!!! আপোনাৰ এই সাধনা মহান ৰূপে খ্যাতিমান হওক...🎉
@BicKeY_ud7ec
@BicKeY_ud7ec Год назад
❤️❤️ মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম ❤️❤️ গোপালে কি গতি কৈলে গোবিন্দে ❤️❤️
@deepborah1860
@deepborah1860 3 года назад
বহূত সুন্দৰ ভাল‌ হৈছে
@chitrakumarhazarika9224
@chitrakumarhazarika9224 3 года назад
নিশ্চয়কৈ মন ভাল লগোৱা বাহীঁৰ সুৰ।
@Mrmicro-sq4nx
@Mrmicro-sq4nx 2 месяца назад
মাননীয় ৰাভা ডাঙৰীয়া আপোনালৈ শুভেচ্ছা জানালো।
@santisaikia1638
@santisaikia1638 3 года назад
ভাল লাগিছে ককা , তুমি যাতে সদায় এনেদৰে থাকা‌ 😃😃
@pakghorthefoodhub7059
@pakghorthefoodhub7059 9 месяцев назад
Ati sundar ❤️❤️💯👍
@arpanamedhi1516
@arpanamedhi1516 3 года назад
সুন্দৰ "কৃষ্ণ" 🙏 বাহীৰ মাত শুনিলে মনটো খুউব ভাল লাগে অ।
@lucyalexandria7810
@lucyalexandria7810 3 года назад
🙏🙏
@pkpatar9930
@pkpatar9930 10 месяцев назад
ইমান সুন্দৰ ভগৱানে আপোনাক দিঘজীবি কৰি ৰাখক।
@MadhabBoro-y5q
@MadhabBoro-y5q Год назад
অতি সুন্দৰ বহুত বহুত ধন্যবাদ
@bubulgogoi1682
@bubulgogoi1682 Год назад
মোৰ মন ভৰি গল সঁছাই৷ কবলৈ ভাষা নাই, অপূর্ব
@parashdeka4054
@parashdeka4054 3 года назад
Bahut dhuniya lagil oti sundor manomaha sur 🙏 Krishna 🙏
@nripendrakumarbhagawati9935
@nripendrakumarbhagawati9935 2 месяца назад
সাধাৰণ কায়িক ৰূপত অসাধাৰণ সাধনাৰ মূৰ্তমান সুৰ। নমস্কাৰ।
@amritdutta4928
@amritdutta4928 3 года назад
এনেহেন মহান আপুৰুগীয়া শিল্পীক সামাজিক মাধ্যমত স্থান দিয়াটো সুন্দৰ, আদৰণীয় । শ্ৰীযুত ৰাভা দেৱক নমস্কাৰ।
@childrenpark5346
@childrenpark5346 3 года назад
Excellent
@sunilkonwar3376
@sunilkonwar3376 Год назад
এটা বাঁহীত আপোনাৰ প্ৰাণৰ সুৰ ওৰটো জীৱন শুনি থাকিম চিৰকৃতজ্ঞ হৈ ৰলো ৷
@prasantaborah5229
@prasantaborah5229 3 года назад
বহুত সুন্দৰ ।বহুত ভাল লাগিল ভিডিঅ টো আপলোড কৰা বাবে। বহুত বহুত ধন্যবাদ।
@thcreation1030
@thcreation1030 3 года назад
সুন্দৰ আপোনাৰ লগত বন্ধুত্ব স্থাপন কৰিলোঁ অনুগ্ৰহ কৰি আপুনিও সহযোগ কৰিব।
@krishnajay245
@krishnajay245 3 года назад
Awesome superb outstanding fantastic beautiful great job
@pompi.das.123
@pompi.das.123 3 года назад
Dada apuni agbarhi jaok anedore amk bahir khurere mon vori diyok❤❤❤
@debojitcharingia908
@debojitcharingia908 3 года назад
শুনি বহোত ভাল লাগিছে শুনি থাকিবলৈ মন গৈছে.......
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha Год назад
হৃদয় চুই যোৱা বাঁহীৰ সুৰ অতি উওম
@dibyajyotigogoi375
@dibyajyotigogoi375 3 года назад
বহুত ভাল লাগিল
@dalimiray9440
@dalimiray9440 3 года назад
Bahut val lagil agoloi aru xunibo pam buli akha thakil
@uttamrabha1475
@uttamrabha1475 3 года назад
Nemin nemin nemjo mama Aru ekheriyan aagowaie renga Lagiya nemrasong thangking you sow much very very good
@utpalpatowary7810
@utpalpatowary7810 3 года назад
Bahut sundar antar sui gol apunar bahir xure. God bless you.
@BikashNath-xr6ci
@BikashNath-xr6ci 3 года назад
Bahi khunile Mon to bht vl lage .. bht dhunia bojaise.. 🙏🙏
@mridulgohain4587
@mridulgohain4587 6 месяцев назад
অতিকৈ সুমধুৰ । ভাষা নাই তেখেতক প্ৰসংশা কৰিবলৈ।তেখখেতৰ স্বাস্থ্য সদায় এনেকৈয়ে থাকক।
@deepjyotibhuyan1363
@deepjyotibhuyan1363 3 года назад
সুন্দৰ হৈছে
@mrinalmedhi8346
@mrinalmedhi8346 7 месяцев назад
বাঁহী সুৰ শুনিলে মন - প্ৰাণ শাত পৰি যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@nanditagogoi7728
@nanditagogoi7728 3 года назад
Bohut bohut bohut dhuniya lagisa 👍👍👍👍👍
@anjaliborah753
@anjaliborah753 3 года назад
বহুত ধুনীয়া হৈছে 👌👌🙏🙏
@uttambhuyan6635
@uttambhuyan6635 3 года назад
মন আৰু মগজ বিবেক আত্মা সকলোতেই অমৃত ময় কৰি তোলে আৰু ৰাখে ( কি যে শ্ৰীকৃষ্ণৰ বাহীৰ সুৰ অমৃত ময় )
@LalitKutum-zu5ff
@LalitKutum-zu5ff 14 дней назад
May god bless you ❤
@dharjensaikia9367
@dharjensaikia9367 3 года назад
মনটো খুব ভাল লাগিল বাঁহীৰ সুৰ শুনি।
@pritamroy12345
@pritamroy12345 3 года назад
সচাকৈ কি সুন্দৰ মোহনীয় বাঁহীৰ সুৰ।
@yetumpayeng5571
@yetumpayeng5571 3 года назад
পুৱাই পুৱাই মনটো ভাল লাগি গ'ল।
@bhabanikardong2148
@bhabanikardong2148 7 месяцев назад
বৰ সুন্দৰ হৈছে আপুনি আগলৈ আগুৱাই যাব বুলি আশা ৰাখিলোঁ ভগবানৰ ওচৰত 🙏🙏
@geetapatar7088
@geetapatar7088 3 года назад
আপোনা দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো ৷ এই সুৰ সদায় বাজি থাকক ৷
@assamese349
@assamese349 3 года назад
বহুত বহুত ভাল লাগিল......গাৰ নোম শিঁয়ৰি উঠা বাঁহিৰ মাত টো সঁচাই সুৱলা...
@pintusaha3378
@pintusaha3378 3 года назад
So sweet বৰ মিঠা excellent
@Raj_deep5426
@Raj_deep5426 Год назад
কবলৈ ভাষা নাই।😌 অপূৰ্ব।❤️
@a.svideos9842
@a.svideos9842 3 года назад
খুব সুন্দৰ হৈছে অ আপুনি আৰু আগোৱাই যাওঁক ৷
@kakoligayan2065
@kakoligayan2065 9 месяцев назад
ভগৱানে আপোনাক দী.ঘ্রাও কৰক ধন্যবাদ
@bharatrabha1362
@bharatrabha1362 3 года назад
ধুনীয়া মন পৰশা সুৰত আপ্লুত হৈছো
@balendas4511
@balendas4511 3 месяца назад
অতি সুন্দৰ লাগিছে।❤
@positivitywithmousumi9977
@positivitywithmousumi9977 2 года назад
অপূৰ্ব সুন্দৰ ,শিল্পী গৰাকী লৈ আন্তৰিক শ্ৰদ্ধা জনালোঁ
@titumoniborah4132
@titumoniborah4132 5 месяцев назад
অতি সুন্দৰ, ভগৱন্তই মংগল কৰক 🙏🏻
@anandadas6174
@anandadas6174 3 года назад
🙏🙏🙏 বৰ সুন্দৰকৈ বাহী বজাইছে আপুনি । আপোনাৰ পৰা আৰু বৰগীতৰ বাহীঁবাদন আশাকৰিলো। ভগৱানে আপোনাক এটা প্ৰতিভা দিছে। আপুনি ধাৰাবাহিক ভাৱে বজাই যাওক।
@rupamnath8355
@rupamnath8355 3 года назад
Khundor bojaise ro place bro khub khundor . Naam ghor to o khundor kun thair hoi
@shyamalboruah8493
@shyamalboruah8493 3 года назад
I feel the greatest quality of sound by lord Krishna.
@iloveassam257
@iloveassam257 Год назад
Bohut dhunia bojaise,aru namghor TU Kun thait hoi mane bohut cinema t dekhisu ai namghor
@galleryofgreenyassam7297
@galleryofgreenyassam7297 3 года назад
খুউব সুন্দৰ উপস্থাপন ও উপহাৰ। শুভেচ্ছা থাকিল। 👍
@jagadishdawar
@jagadishdawar 2 года назад
ইমান সুন্দৰ,ইমান শ্ৰুতিমধূৰ,ধন্যবাদ শিল্পীগৰাকীলৈ।
@prashigogoiprashi7262
@prashigogoiprashi7262 Год назад
Bohut val lagil huni emn dhuniyakoi bojaise
@jaminidevi9521
@jaminidevi9521 3 года назад
অতীৱ সুন্দৰ।হিয়া-মন শাত পৰি গ'ল।
@amiokachari4375
@amiokachari4375 7 месяцев назад
অতি সুন্দৰ উপস্থাপন কৰিছে!🙏🙏❤️👍
@360worldviews5
@360worldviews5 3 года назад
May Allah give him prosperous with happy ❤️❤️
@KhRay-ob6ul
@KhRay-ob6ul 7 месяцев назад
বাহঃ কি ধুনীয়া বাহীৰ সুৰ❤❤❤
@rijuhazarika6046
@rijuhazarika6046 3 года назад
সুন্দৰ,মনটো সচাই সতেজ হৈ পৰে বাঁহীৰ মাত শুনিলে।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Год назад
সঁচাকৈয়ে এগৰাকী ভাল বাঁহী বাদক ।আবেগিক কৰিব পৰা সুৰ শুনি বৰ ভাল লাগিল ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@nikhilflute210
@nikhilflute210 3 года назад
অতি সুন্দৰ ককা 🙏🙏🙏
@imranHussain-yl1dp
@imranHussain-yl1dp 3 месяца назад
ইমান ধুনীয়া লাগিছে
@jitenlahkar4485
@jitenlahkar4485 3 года назад
Sundor oti sundor,apuni uthioha projonmok aguwai loi Jai Jen,,,,
@bibidas2222
@bibidas2222 3 года назад
বৰ সুন্দৰ হৈছে দেই আপুনি আগুৱাই জওক।
@pranabjyotigogoi5497
@pranabjyotigogoi5497 3 года назад
বহুত সুন্দৰ। ভাষাহীন মই ❤️❤️
@RupjyotiRajkhowa-d3d
@RupjyotiRajkhowa-d3d 9 месяцев назад
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম ... গোপালে কি গতি কৈলে এ গোবিন্দে কি মতি দিলে ❤❤
@bedobratbharali1455
@bedobratbharali1455 3 года назад
Great. Wonderful ,rare in assam. expect more in futute.
@manabbordoloi1619
@manabbordoloi1619 Год назад
অপুৰ্ব,, সুমধুৰ 🙏👍❤️👌
@maneswarrabha1208
@maneswarrabha1208 3 года назад
আপোনাৰ বাহীৰ সুৰে পৰিবেশ জীপাল কৰি ৰাখক তাৰেই কামনা কৰিলো ।
@kcboro7462
@kcboro7462 3 месяца назад
Very sweet very beautiful voice Jai jai shri krishana 🙏👌
@dipusharma8358
@dipusharma8358 3 года назад
খুব ভাল লাগিল শুনি,আগলৈ পুনৰ নতুন গানৰ সুৰ শুনিব পোৱাৰ আশাৰে...
@rupalimili244
@rupalimili244 10 месяцев назад
শুনি আপ্লুত হলো। সুন্দৰ❤
Далее
World‘s Strongest Man VS Apple
01:00
Просмотров 25 млн
Flute, Bimala Prasad Rabha flutists
4:31
Просмотров 224 тыс.