Тёмный

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ। EXCLUSIVE... 

BAARTA LAAP
Подписаться 508 тыс.
Просмотров 128 тыс.
50% 1

" বিধিগত স্পষ্টীকৰণ"
এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

Опубликовано:

 

14 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 490   
@KanakDas-ii8bo
@KanakDas-ii8bo 15 дней назад
অসমত এতিয়াও বহিৰাগতৰ দপদপনি চলি আছে😢😢অসমত অসমীয়াৰ সুৰক্ষা নহোৱা যেন অনুভৱ হয়😭
@user-nz7oi4wf9e
@user-nz7oi4wf9e 15 дней назад
Main Ahomor dinote kela bhal asil tetia kunu Bongali bihari nasil. Jetia Mohatma gandhi Assamot humal tetiar porai pura North East Assamoku India logot logai diar porai aibilak bahira manuh humai gutei Assam khon gelai dise kela.
@pankajkaushik9043
@pankajkaushik9043 15 дней назад
Ahomr dinote process Tu start hol bhalkoi itihaas salei bujiba
@deba9186
@deba9186 15 дней назад
Thik koisa.
@user-nz7oi4wf9e
@user-nz7oi4wf9e 14 дней назад
Bihari Bongali aibilak Jati Letera Jati Ji Lukor Matit thaki Dangor Dangor kotha koi. Lukor mati karhi khuwa Jati aibilakei.
@nayan7311
@nayan7311 14 дней назад
​@@user-nz7oi4wf9e উজিনি অসম হে ভাল আছিল। নামনিত পাত্তা পোৱা নাছিল। কোঁচ ৰজা আছিল আমাৰ নামনিত।
@ankursharma2282
@ankursharma2282 14 дней назад
অসমত আলফাৰ প্ৰয়োজন আছে, অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ স্বাভিমানী জাতীয় ইতিহাসৰ ক্ষেত্ৰত। আশা কৰিম আলফাৰ জাতীয় সংগ্ৰাম এদিন সফল হ'ব। #স্বাধীন‌_অসম #independent_assam
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 14 дней назад
কেৱল আশা এই কৰিব পাৰি ।।
@ankursharma2282
@ankursharma2282 14 дней назад
@@SumonBaruah-bb2pu খিলঞ্জীয়াৰ স্বাধিকাৰৰ দাবী, আশা থাকিলে বাস্তৱতা থাকে। sovereignty লাগিব‌ই।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 14 дней назад
​@@ankursharma2282 কথা টো ১০০% সঁচা কৈছে ।। অসমীয়া জাতিয়ো প্ৰথিষ্টা হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে ।।
@Legend5110
@Legend5110 14 дней назад
Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.
@pribrazakpritam4931
@pribrazakpritam4931 9 дней назад
Miya r raj hobo axomt. Axom k Bangladesh bonai dibo. Namoni axom(except kamrup/Nalbari ) muslim majority. 😢
@XubarnaMoran
@XubarnaMoran 13 дней назад
আলফাৰ জন্ম হৈছিল বাবেই সেই সময়ত অসমীয়া মানুহবোৰে অলপমান হলেও শান্তিৰে জীৱন জীয়াৱ পাৰিছিল, মোৰ মা, দেউতা, আইতাহতে কয় নহয়, আৰ্মিয়ে কেনেকৈ অত্যাচাৰ কৰিছিল সেই সময়ত, সেইকিছুমানবোৰ কাৰণতে মই আলফাক সদায়েই সমৰ্থন কৰো, আৰু আগলৈও কৰি যাম। জয় আই অসম ❤✊
@amarbaishya3679
@amarbaishya3679 8 дней назад
❤❤❤❤
@user-ve1sx6bb9q
@user-ve1sx6bb9q 6 дней назад
সঁচা কথা ❤॥
@amlan_daflari06
@amlan_daflari06 5 дней назад
হয়, আৰ্মিৰ অত্যাচাৰৰ কথা আমাক আইতা, মা'হতে কয়। আৰ্মিৰ অত্যাচাৰ বাবে তেওঁলোকে হেনো গাঁত খান্দি মাটিৰ তলত সোমাই থাকিব লগীয়া হৈছিল। নহলে হেনো ল'ৰা মানুহ দেখিলেই আৰ্মিয়ে ধৰি নি মাৰি পেলাইছিল। তেনেদৰে এবাৰ আমাৰ কঁকাৰ ককায়েকৰ ডাঙৰ পেতেকক( সম্বন্ধত মোৰ বৰদেউতা হব)আৰ্মিয়ে ধৰি নি প্ৰেনৰ ওপৰৰ পৰা পেলাই দিছিল। সেই দিবোৰৰ কথা ভাবিলে এতিয়াও বুকু কঁপি উঠে।
@user-ve1sx6bb9q
@user-ve1sx6bb9q 5 дней назад
@@amlan_daflari06 হয়! মোৰ দেউতাক Army এ ধৰি নি খুব অত্যাচাৰ কৰিছিল! এজন সাধাৰণ মানুহ আছিল মোৰ দেউতা কোনো বেয়া বা অবৈধ কামত লিপ্ত নাছিল ! এইবোৰ কথা মোক মোৰ মা এ কৈছিল....
@XubarnaMoran
@XubarnaMoran 4 дня назад
@@amlan_daflari06 হয়, হয়, এইবোৰ চব সত্য কথা, কাৰণ সৰু হৈ আছিলো যদিও কিছু হলেও তেনে ধৰণৰ কৰ্মকাণ্ডবোৰ মইও দেখিবলৈ পাইছিলো । আজিৰ পৰা প্ৰায় ৮,৯বছৰ মান আগৰ কথা, মোৰ দাইটী এটাক আৰ্মি পেন্ট পিন্ধি ফুৰাৰ কাৰণেই জাঙ্গিয়া পিন্ধাই পঠিষাই দিছিল, ২কি'লমিটাৰ দুৰৰ পৰা, ৰাতিৰ সময়ত।
@sanjibbora1789
@sanjibbora1789 15 дней назад
কি সুন্দৰ অনুষ্ঠান ,সঁচাকৈয়ে সুন্দৰ পদক্ষেপ । ২ ই জন ব্যক্তিকে সন্মান জনাইছোঁ ,মোৰ অতিকে প্ৰিয় মানুহ ।
@Legend5110
@Legend5110 14 дней назад
Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.
@rajumonibaruah8389
@rajumonibaruah8389 15 дней назад
অসমক সুৰক্ষা প্ৰদান কৰক। সেৱা জনালোঁ
@harendranathkalita990
@harendranathkalita990 15 дней назад
এই বিষয়ে বহুত জানিলোঁ। এই বিষয়ে আৰু বহুত জানিব লগীয়া আছে। এনে অনুস্থান পুনৰ পাম বুলি আশা কৰিলোঁ।পৰাশমণি ডাঙৰীয়া আৰু বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ।
@user-et5tq1em6o
@user-et5tq1em6o 11 дней назад
অসমত হিন্দী লবী আৰু বহিৰাগতৰ দপদপনি বহুত বাঢ়িছে, এইক্ষেত্ৰত আলফাৰ লগতে অসমক ভালপোৱা সকলোৰে কৰণীয় আছে
@Dipankar.fires..
@Dipankar.fires.. 6 дней назад
এই মানুহ জনে যি কেইটা কথা কলে অসমৰ কোনোবা এজন মানুহৰ মুখত শুনিছিল নে কোনোবাই কোৱা বহুত ভাল মানুহ ..mr পৰেশ বৰুৱা ❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 6 дней назад
নাই, কাৰণ তেওঁৰ কথা বুজিবলৈ মগজ লাগিব, যিটো বৰ্তমান সময়ত নোহোৱা হৈ পৰিছে ।
@mrinalmedhi8346
@mrinalmedhi8346 15 дней назад
এতিয়াও আমাৰ এচাম বদনৰূপী, পালেহেতেনকাৰী ৰ বাবে বহিৰাগত ৰ দপদপনি চলি আছে।
@Legend5110
@Legend5110 14 дней назад
Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.
@kunalkakati7974
@kunalkakati7974 14 дней назад
#প্ৰতি_পৰেশ_বৰুৱা_ডাঙৰীয়া অসমত এতিয়া হিন্দী ভাষী ( মাৰোৱাৰী, বিহাৰী, পাঞ্জাবী) মানুহৰ বহুত বেছি দপ্-দপনি বাঢ়ি গৈছে। গাওঁ সমূহত সহজ সৰল থলুৱা মানুহৰ পৰা বিভিন্ন লোভ তথা ভয় দেখুৱাই মাটি সমূহ ক্ৰয় কৰি আছে। ভবিষ্যতে থলুৱা মানুহ খিনিৰ অৱস্থা কি হ'ব ভাবিলে ভয় লাগে। পৰেশ ককাইদেউ, আপুনি অসমত আহিলেহে অনুমান কৰিব পাৰিব। গতিকে, ককাইদেউক অনুৰোধ জনালো, ইয়াৰ ওপৰত যেন অতি সোনকালে কিবা ব্যবস্থা গ্ৰহণ কৰে যেন। অন্যথা আপোনাৰ - আমাৰ সোণৰ অসম খন অসম হৈ নাথাকে আৰু। পৰেশ ককাইদেউক এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনালো। 🙏🙏 ধন্যবাদ।
@Legend5110
@Legend5110 14 дней назад
Talent ase mul dhon ase agbahi goisa. Tumi Hui thaka.
@kunalkakati7974
@kunalkakati7974 13 дней назад
@@Legend5110 marwari, biharir usrt j mati bikri kori diya dalal ase.. tar majot tumiu ejon mane... Ai dalali tokare keidin soliba bhai.. nijor jagat tolotia hoi thakibo lagibo... tumalukor dore Badan r babe ajir assam r ai obostha ! !
@Legend5110
@Legend5110 13 дней назад
@@kunalkakati7974 Myanmar r pora tumak independent korebo. Moi majuli r dai age 20. Karubar talent ase resource ase agbahi goisa Tumi Hui taka. Atear pora sage poresh borur usorot sakori bisare jabo Hyderabad, Bengaluru, Maharashtra, Gujarat t najabo.
@kaustavsarmah5351
@kaustavsarmah5351 10 дней назад
Punjabi manuhr dopdoponi naihua apuni line to milaboloi Bihari, Maruarir logote Punjabi tuo add kri dle asolote. Punjabi manuh baki burr nisina nhoi tewlok dildar manuh, USA, Canada, England adi dekhot bohut dangor dangor business, service kri ase tewloke. Apuni likha prothom duta hobdor bahire 3rd hobdo to prothom dutar holoni thoka hle aji Axomia homaj khon nissoi hukhi hoi thakil haten
@kunalkakati7974
@kunalkakati7974 10 дней назад
@@kaustavsarmah5351 apuni Jalukbarir pora Rangia loi ebar khbr korok... national highways r side r mati bilak..aru tar usrr gaon xomuhot bighai bighai mati kinise Punjabi manuhe, Marwari manuhe.... information paisu.. dukh lage ... Mati bilak...ona-oxmiyai kini lole...
@DebasishChaliha
@DebasishChaliha 15 дней назад
শিকিবলগীয়া বহুতো আছে ব্যক্তিজনৰ পৰা ....
@souravpaul2179
@souravpaul2179 14 дней назад
😮😮😮
@Legend5110
@Legend5110 14 дней назад
..
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 15 дней назад
ককাইদেউ কথাবোৰ হৃদয় স্পৰ্শি স্বাৰ্থলুবি মনুহবোৰে উপলব্ধি কৰিব নোৱাৰে।থলগীৰি অ সমীয়াৰ চেতনা ঘূৰি আহিব বুলি ভাবো।।অসমীয়া কিমান শোশিত নিস্পেচিত অনুধাৱন কৰা উচিত আজিও।
@prafulladas6597
@prafulladas6597 15 дней назад
এতিয়া ও বহিৰাগত সকলৰ দপদপনিৰ অন্ত নাই ইয়াৰ বাবে কিন্তু আমি নিজেই নিজৰ বাবে দায়ী কাৰণ বহিৰাগতক সুবিধা আমিয়ে দি আহিছোঁ ।
@pankajtalukdar8696
@pankajtalukdar8696 10 дней назад
এই অনুষ্ঠানতো সকলো অসমীয়া চাই যাতে অনুৰোধ জনালোঁ জয় আই অসম
@Jyotiprasad958
@Jyotiprasad958 14 дней назад
হৃদয় চুই গৈছে ককাইদেউ, আৰু লাগে বাকী কথাবোৰৰ ভিডিও। জয় আই অসম✊
@Jugaantor
@Jugaantor 14 дней назад
অসমৰ দুৰৱস্থাৰ কাৰণ বেলেগ নহয় অসমীয়া মানুহ নিজেই। এই কথাষাৰ উনবিংশ শতিকাতে আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিল যিষাৰ এতিয়াও খাটে। এফালে যদি বহু ডেকা গাভৰুৱে স্বাধীনতাৰ নামত নিস্বাৰ্থ ভাৱে আত্মবলিদান দিলে, আনহাতে এচামে জাতিৰ কথা বাদ দি নিজৰ ব্যক্তিস্বাৰ্থ পুৰণৰ নামত দুৰ্নীতি অনিয়ম কৰি অসমখন শেষ কৰিলে। অসমৰ দুৰৱস্থাৰ কাৰণ এই অসমীয়া মানুহখিনিয়েই। বেলেগক দোষ দি লাভ নাই। অসমীয়া ল'ৰা ছোৱালীয়ে যদি অসমীয়া ভাষাটো ক'ব নেজানে আমি কাক দোষ দিম? অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই যদি অসমৰ ইমান ঘটনাবহুল ইতিহাস বা সাহিত্যিক সমল থকা স্বত্বেও বলিউডৰ কাহিনী - চিকুৱেন্সৰ নকল কৰি চিনেমা বনায় আমি কাক দোষ দিম ? সাহিত্যৰ লগত আমাৰ সম্পৰ্ক নাই। সংস্কৃতি মানে আমাৰ কাৰণে অকল গান গোৱা দুজনমান মানুহ। অসমৰ বহুধাবিভক্ত সাংস্কৃতিক ইতিহাসক আমি কেতিয়াও সামাজিক মাধ্যমলৈ তুলি অনা নাই। কেতিয়াও আমন্ত্ৰণ জনোৱা নাই জনজাতীয় সমাজ -সংস্কৃতিৰ প্ৰতিনিধিক। ৰাজনীতিৰ কথা নকলোৱেইবা। কিন্তু জাতিৰ কাৰণে কৰণীয়খিনি আমি নিজে কিমানে কৰিছোঁ? অসমীয়াৰ দুৰ্গতিৰ কাৰণ যে অসমীয়া মানুহ নিজেই, এই কথা হৃদয়ংগম নকৰিলে হেজাৰটা সংগঠনেও আমাক উদ্ধাৰ কৰিব নোৱাৰে।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 12 дней назад
একেবাৰে শুদ্ধ কথা ।
@Forestbaruah
@Forestbaruah 2 дня назад
Xuddho motamot. Bhal laagil. Bohiragotoi Jodi dopdopaise xei xubhidha tu aami nijei disu.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 13 дней назад
❤❤❤❤❤ Grand salute. God bless to him. Go ahead way to your journey. Always be positive and happiness.❤❤❤❤❤
@mridulnath1556
@mridulnath1556 15 дней назад
জয় আই অসম। শোষনৰ পৰা অসমৰ মুক্ত হব লাগে।
@KarishmaKonwar-em3ps
@KarishmaKonwar-em3ps 15 дней назад
Kihor pora mukti hobo bisarise dangoriya..
@user-nz7oi4wf9e
@user-nz7oi4wf9e 15 дней назад
​@@KarishmaKonwar-em3psAssam Sadhinot Assam oil tu main ahe aibilak kothat
@KarishmaKonwar-em3ps
@KarishmaKonwar-em3ps 15 дней назад
Adhoruwa Gyan hei karone bor bhoyonkor ...
@KarishmaKonwar-em3ps
@KarishmaKonwar-em3ps 15 дней назад
Poresh boruah sir bor bhal manuh teuk moi bohut srodha koru kintu sadhin axom or hopun dekhuwai axomor suka suka lora suwali bilakok bipothe porisalito kora tu kunu poidhye xomorthon koribo nuwari .
@sanjoydeka6615
@sanjoydeka6615 14 дней назад
​Toi bangladeshi hoii​@@KarishmaKonwar-em3ps
@kamalkalita338
@kamalkalita338 14 дней назад
পৰশ বৰুৱা দাঙৰীয়া অসম স্বাধীন হবনে , অসমীয়াই কেটিয়া স্বাধীন পাব । নে স্বাধীনৰ স্বপ্ন অথলে জাৱ , কাৰণ বহু লৰা ছোৱালী শ্বহীদ হল , বহু লৰা ছোৱালী সংগঠন এৰি গুচি আহিলে আৰু বহু লৰা ছোৱালী আপোনাৰ লগতে ৰল সেয়েহে জানিব বিচাৰিছোঁ ।
@umanadagogoi1033
@umanadagogoi1033 15 дней назад
পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা কথাবোৰ আমাৰ ককা হঁতেকৈছিলে। ঘৰৰপৰা মাইকী মানুহ ওলাবলে ভয় কৰিছিলে।
@X_criminal459
@X_criminal459 23 часа назад
অতি কৈ প্ৰিয় মানুহ জন।❤ সুষ্ট থাকক
@dhetterii_as_03
@dhetterii_as_03 14 дней назад
অতীজৰে পৰা অসমত হোৱা আন্দোলন আৰু শ্বহীদৰ অৰ্থ শূণ্য হৈছেগৈ । বৰাক উপত্যকাত অসমীয়া ভাষা লুপ্ত অৱস্থাত , থলুৱা মানুহৰ সংখ্যা কমি বহিৰাগত লোকৰ সংখ্যা বাঢ়িছে । বদনৰূপী সকলৰ অসম বিক্ৰীৰ চেষ্টা অব্যাহত আছে, তথাপিও কিছুমান ধুডৰূপী জনতাই তাহতকেই মৰম জাচিছে। অসম ৰখাতলৰ পথত গতি কৰি আছে, ভীষণ পৰিবৰ্তনৰ প্ৰয়োজন হৈছে.....
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 9 дней назад
কেৱল স্বাধীন অসমেই একমাত্ৰ উপায় , খিলঞ্জীয়া ক প্ৰতিষ্ঠা কৰাৰ ।
@partha_p76
@partha_p76 13 дней назад
জয় আই অসম 🙏🏻🙏🏻❤️ অসমত এনে আৰু কেইজন মান মানুহ লাগিছিল। যি ডাঙৰিয়াৰ দৰে নিস্বাৰ্থ ভাবে অসম দেশ খন খেৱা কৰে ❤
@CC.nabadipnath
@CC.nabadipnath 15 дней назад
Respect and Love for this Man ❤
@deepakkachari6846
@deepakkachari6846 15 дней назад
ভাল লাগিল কথাবোৰৰ হুনি | আকাশৰ তলত চুতালৰ মাজত সনধীয়া সাধু কথা হুনা যেন অনুভব হল । আপোনালোক দুয়োকে মই বহুত বহুত কৃতজ্ঞতা গিয়া পন জনালো 🙏🙏🙏 ইমান সুন্দৰ ভাবে এনেকোৱা এটা কাহিনী আমাৰৰ অসমৰ ৰাইজৰ বাবে আগবঢ়োৱাই দিয়া বাবে।। L❤ From Lakhimpur 🥰
@AnandaKhound-jr3te
@AnandaKhound-jr3te 15 дней назад
পৰেশ বৰুৱা ডাঙৰীয়া আপুনি অসমলৈ ঘুৰি আহক ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকা লৈ সেইবোৰ নাগপুৰীয়া ৰজাই অসমৰ ৰাইজক মূল্য বৃদ্ধি ৰে তেজ শুহি খাই শেষ কৰিছে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰিছে ।আপুনি অসমলৈ আহি অসমখন বচাওক ।আমাৰ সোনৰ অসম খন বিজেপি চতুৰ লিডাৰ বোৰে বিক্ৰী কৰি শেষ কৰিব ।
@user-yz1tf5in7c
@user-yz1tf5in7c 14 дней назад
Congress besi dangerous
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 15 дней назад
Ulfa jindabad Apuni bahut val manuh sir apuni Axom sokti ari nidibo .
@abhijitcreations1431
@abhijitcreations1431 10 дней назад
সকলোতকৈ ভাল লগা বাতালাপ.... জয় আই অসম❤
@onpassion6939
@onpassion6939 14 дней назад
অসমীয়াৰ হকে অসমৰ হকে সামগ্ৰিক ভাবে বৰ অসমৰ সকলো আৰ্য্ অনাৰ্য,,,জনজাতি-অ-জনজাতি ,,,,জনগোষ্ঠীৰ প্ৰতি সামূহিক সুদূৰ প্ৰসাৰিত ইতিবাচক মহান চিন্তাই আপোনাক এজন মহান দেশপ্ৰেমীক সজাইছে। আপুনি কৰা অসমীয়া জাতিটোৰ চিৰো হিত চিন্তাই আপোনাক অসমীয়াৰ চকুত চিৰদিন অমৰ কৰি ৰাখিব ।।
@BhaskarjyotiPegu-bv1jw
@BhaskarjyotiPegu-bv1jw 15 дней назад
Bir lachit sena k hokoluwe support korok❤
@RintuPhukan
@RintuPhukan 15 дней назад
❤❤❤❤❤❤❤❤❤❤
@jitenpatowary18
@jitenpatowary18 14 дней назад
Ok
@phuleswarrzbnc8003
@phuleswarrzbnc8003 15 дней назад
❤জয় আই অসম ❤️
@debojitbabu6718
@debojitbabu6718 14 часов назад
সুন্দৰ অনুষ্ঠিত ❤
@hirakjyotigogoi1131
@hirakjyotigogoi1131 13 дней назад
What a good personality......
@simantadeka1191
@simantadeka1191 13 дней назад
তিক্ত কথাতু হ'ল অসমৰ প্ৰায়বোৰতে বহিৰাগতৰ কবলত যত মন্ত্রী বিধায়কেও তেওঁলোকক উদগনি দিছে।
@AdityaKumarPhukan
@AdityaKumarPhukan 13 дней назад
Joi Aai Axom
@user-ng2yl7rl8j
@user-ng2yl7rl8j 10 часов назад
Porash da good luck .. Apunar kotha aita huni vhl lagil Kunuba ajon asa ja haituya amar karona bahut Apunar kotha t moiu ak mot
@anandataid4943
@anandataid4943 13 часов назад
আপুনি চিৰদিন জীয়াই থাকিব লাগে তাৰে কামনা কৰিলো।আজি অসম অসম হৈ থকা নাই। Private val job ata pabloi kotin.gute Anaahmiya .
@jadupathak5435
@jadupathak5435 14 дней назад
স্বাধীন অসমৰ সপোন কেতিয়া পূৰণ হব । আশাৰে বাত চাই আছোঁ❤❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 12 дней назад
তেতিয়াহে হব যেতিয়া খিলঞ্জীয়া টোপনি ৰ পৰা সাৰ পাব ।
@anujkumarsaha0454
@anujkumarsaha0454 7 дней назад
Until and unless, single drop of blood is present in the body of Nationalists like me...no one can separate any portion of my country. Bharat Mata ki Jay❤
@Designawinyall
@Designawinyall 4 дня назад
​@@anujkumarsaha0454 "...Mago! Bago! Dago! নে কিবা কিবি..." ☺️
@Designawinyall
@Designawinyall 4 дня назад
​@@anujkumarsaha0454 Quit focusing on "single drop of blood" and those kinda cringy, usurpy, violence-instigating shyt. *Instead, focus on what is necessary, kid. Focus on uplifting/reforming **_YOURSELF FIRST_** and then your own Bengali people (in general). Just like Swami Vivekananda ji - get to publicly rebuking the miscreants among your own Bengali people, and teaching them righteous values and proper conduct early on: that's the only way it remains a nation.* I do the same for our Assamese people. A genuine comment, this. Get to work.
@sdchutiaaxom8796
@sdchutiaaxom8796 7 дней назад
নিয়ায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে কেতিয়াও সন্ত্ৰাসবাদী হব নোৱাৰে।
@anandataid4943
@anandataid4943 13 часов назад
জয় আই অসম ❤️❤️❤️❤️❤️
@manjubarman1855
@manjubarman1855 15 дней назад
নৱপ্ৰজন্মই জানিব লগীয়া কথা।আপুনি সন্মুখৰ পৰা যুঁজ দিব পাৰিলে ভাল আছিল।
@radaliassame3397
@radaliassame3397 14 дней назад
আপুনি অসমলৈ ঘুৰি আহক ককাইদেউ আপোনাৰ লগত গতেয় অসমীয়া ৰাইজ থাকিৱ জয় আই অসম
@bestclips5089
@bestclips5089 9 дней назад
বহুতো ভাল লাগিলে। আজি মূল কথাবোৰ তেঁওৰ মুখেৰে জানিব পায় ❤❤❤ জয় আই অসম ❤❤❤
@vlogs7636
@vlogs7636 5 дней назад
মোৰ ফালৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াক বহুত সমৰ্থন কৰো। আমাৰ অসম খনক স্বাধীন লাগে । কেতিয়াবা নিজৰ অসমত থাকিও পৰিধীন অনুভৱ কৰো । 😢 জয় আই অসম ❤
@gopalboruah1233
@gopalboruah1233 4 дня назад
ধন্যবাদ পৰাশৰ ! ভাল লাগিল !
@Jibonzindabad786
@Jibonzindabad786 15 дней назад
চক্ৰপাণি ছাৰক ভালপোৱা সকলে এটা লাইক কৰি যাব❤
@user-ng2yl7rl8j
@user-ng2yl7rl8j 10 часов назад
Joi ai axom..... ❤❤✌️✌️👍
@rajusarma9691
@rajusarma9691 15 дней назад
পৰেশবৰুৱা ডাঙৰীয়া দেৱক নমস্কাৰ জনালো। সচাঁ কথা কইছে। বতমান আপোনাৰ অভাব অনুভব কৰো।
@santonugogoi
@santonugogoi 15 дней назад
Mon sui juwa Kisuman kotha koi gol
@Withhprcreation
@Withhprcreation 9 дней назад
অসম স্বাধীন হব নোৱাৰে....কিন্তু বৰুৱা দেৱৰ উদ্দেশ্য সফল কৰিবলে আমি চেষ্টা কৰিব পাৰোঁ....আলফা অসমীয়াৰ এক বিশেষ শক্তি....এই শক্তিৰ উচিত ব্যবহাৰ হওঁক❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 9 дней назад
সকলো এক গোট হলে সম্ভৱ হোৱাৰ আশা নথকা নহয় । জয় আই অসম
@Withhprcreation
@Withhprcreation 9 дней назад
@@SumonBaruah-bb2pu chinai লৈ লব
@anujkumarsaha0454
@anujkumarsaha0454 7 дней назад
​@@SumonBaruah-bb2pu ভাইটি ৰাষ্ট্ৰীয় ৰাইফেলছ ৰ বন্দুক ৰ আগত তিষ্টিব পাৰিবা?
@GiridharThakuria
@GiridharThakuria 14 дней назад
আপুনি আহক দাদা আপোনাৰ প্ৰতি আকর্ষণ এতিয়াও আছে, জাতিৰ বাবে আপোনাৰ ত্যাগক ইতিহাসে মনত ৰাখিব।কিন্তু দাদা স্বাধীন অসমৰ বাস্তৱিক চিন্তাধাৰা একেবাৰেই নাই আপুনি এৰি থৈ যোৱা পৰিবেশে এতিয়া আৰু নাই, অনুৰোধ এটি কৰিছোঁ চৰকাৰৰ সতে আলোচনাত সন্মতি দিয়ক।
@BaserAli-yi9rs
@BaserAli-yi9rs 9 дней назад
জয় আই অসম ❤ জয় আই অসম
@binudpahar1745
@binudpahar1745 10 дней назад
অসমীয়া অসমীয়াৰ মাজত হিংসা স্বভাৱ কিন্তু এতিয়াও আছে,,আপুনি খুবেই প্ৰয়োজন কথা এষাৰ কলে🙏🙏,
@anupamdas1823
@anupamdas1823 13 дней назад
অসমত এতিয়াও বহিৰাগতই আমাৰ কৃষিভূমি সমূহ শ্ৰেণীৰ পৰিৱৰ্তন অতি আগ্ৰাসী ভাৱে দখল কৰিছে। আপোনাৰ বিপ্লৱী সত্তাক আমি শ্ৰদ্ধা জনাওঁ।
@pronabjyotigohain6352
@pronabjyotigohain6352 14 дней назад
জয় আই অসম।
@adityaroy1659
@adityaroy1659 14 дней назад
Chakrapani sir....is very humble and down towards the Earth..... I met him once in Duliajan......his conversation towards everyone is mesmerizing.....❤ Keep going sir... keep watching Baartalaap guys❤
@bitumedhi8392
@bitumedhi8392 10 дней назад
অসমক দক্ষিণ ভাৰতীয় ৰাজ্য বিলাকৰ নিচিনা সক্ষম কৰিব লাগে ।।সকলো কোম্পানী ত অসমীয়া নিযুক্তি হব লাগে ।।।বৰ্তমান নামনিত মিয়া সকলে অসমীয়াৰ কাম মাটি কাঢ়ি লৈ গৈ আছে।।আমাৰ অসমীয়া সকলো ৰ ভুল আছে
@rupamaxom4310
@rupamaxom4310 13 дней назад
ডাঙৰীয়াৰ কথা শুনি তেজ আৰু গৰম হৈছে। এতিয়াও বিদেশীৰ দপদপনি চলি আছে l
@Ansh_illu666
@Ansh_illu666 14 дней назад
জয় আই অসম ❤️❤️❤️
@chandanjyotikalita6229
@chandanjyotikalita6229 2 дня назад
❤❤❤❤ joi ai axom
@politicswallah
@politicswallah 13 дней назад
আলফাৰ আদৰ্শ ক সন্মান কৰোঁ কিন্তু আলফাৰ কাম কাজক কেতিয়াও সন্মতি প্ৰকাশ কৰিব নোৱাৰি ।। পৃথিৱীৰ বিভিন্ন দেশত এটা সময়ত গৰিলা যুদ্ধ আৰম্ভ হৈছিল আজি কালি প্ৰায় অন্ত পৰিলে কিন্তু আলফাৰ সংগ্ৰাম অন্ত পৰা নাই এয়া নিশ্চয় অশ্চৰ্যকৰ ... ভাৰত মহাদেশৰ বিৰুদ্ধে যুদ্ধ কৰি একো লাভ নাই ।।। নৱ প্ৰজন্মই আপোনাক আদৰ্শ হিচাবে কেতিয়াও নলয়।।
@hairprasaddeori2325
@hairprasaddeori2325 9 дней назад
Great..... salute....
@palashkalita7291
@palashkalita7291 15 дней назад
বহুত ভাল লাগিল
@mainaborgohain1344
@mainaborgohain1344 15 дней назад
Movement will never come to an end!!
@dhaneswarmoran9863
@dhaneswarmoran9863 3 дня назад
Val lagil Kotha bur jani Po.... Ba... Sar Jinda b.. ❤
@Charlie-tp9wy
@Charlie-tp9wy 14 дней назад
জয় আই অসম
@perfectcrafts4698
@perfectcrafts4698 7 дней назад
ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া, আমাৰ ককাক মনত পেলোৱা বাবে l পিছে আমাৰ ককা অৰ্থাৎ স্বৰ্গীয় হেম বৰা ডাঙৰীয়া ২০১৬ চনতে আমাৰ পৰিয়ালৰ পৰা বিদায় লৈছিল l
@pinkubengia8071
@pinkubengia8071 6 дней назад
Joi ai axom❤
@sukleswardas3869
@sukleswardas3869 15 дней назад
Khosa koi বাৰ্তা লাভ অনুষ্ঠান টো চাই বৰ ভাল লাগিল sir kintu অসমৰ খিলংজ্জীয়া মানুহ খেনিৰ অৱস্থা টো দেখি চকুৰ পানী ওলাই আজি আমাৰ ভৱিষ্যত অন্ধকাৰ কাৰণ বাহিৰা গতাৰ দপ দপানি দেখি
@rupamgaming9122
@rupamgaming9122 13 дней назад
#প্ৰতি_পৰেশ_বৰুৱা_ডাঙৰীয়া অসমত এতিয়া মাৰোৱাৰী, বিহাৰী, বেংগলী মানুহৰ বহুত বেছি দপ্-দপনি বাঢ়ি গৈছে (কিবা এটা কৰক🙏🏻)
@user-te4mb5de4w
@user-te4mb5de4w 2 дня назад
Ihaataar tikaa laal karibo hoi gol
@tapanuzir5713
@tapanuzir5713 14 дней назад
Bhut vl lagil sai Jai ai Assom
@zakirahmed9677
@zakirahmed9677 14 дней назад
Joi aai akhm ❤
@drbneo4250
@drbneo4250 4 дня назад
আজিৰ অসমীয়াই নিজক নুবুজিলে অসমীয়া ৰসাতলে যাব, আৰু সময়ৰ সোঁতত গৈ আছে।
@InternationalAffairs-mm4cd
@InternationalAffairs-mm4cd 13 дней назад
আপুনি কোৱা কথা বোৰ এতিয়া নতুন চামে না জানে | আপোনাৰ কথাবোৰ যদি প্ৰতিখন অসমীয়াৰ ঘৰত কলে হেতেন তেনেহলে অসমীয়াই আকৌ মূৰ দাঙি উঠিল হয়।
@dreamway2210
@dreamway2210 13 дней назад
জয় আই অসম 🙏
@3030mana
@3030mana 12 дней назад
তেখেতৰ অসম প্ৰেম অতুলনীয়
@apurbajunak4725
@apurbajunak4725 14 дней назад
ভাল লাগিল।
@debasischetia3290
@debasischetia3290 14 дней назад
Jai Aii Aoxom❤❤❤❤
@CCMp3
@CCMp3 4 дня назад
❤❤❤ Love from Assam Paresh Da
@rajiv1223
@rajiv1223 7 дней назад
Ona-oxomia (marowari , bongal, bihari) r pora Oxom aru Oxomia k bosawk Sir. ULFA LONG LIVE JOI AAI OXOM.
@user-pt7bn9ps6s
@user-pt7bn9ps6s 13 дней назад
জয় আই অসম ✊
@PNR1m
@PNR1m 5 дней назад
Love from Rabha tribe ❤❤❤
@user-ef1ey4cs6g
@user-ef1ey4cs6g 15 дней назад
Dhuniya lagil Sai Baarta laap joriute aaji sirk dekha Pai Jai aai axom Jai shree Ram, ... Dhonyabad thakil ..da from Hyderabad,ch rabha
@madhurjya-wy2ls
@madhurjya-wy2ls 10 дней назад
Joi ai axom ❤✊
@user-rj7if6vf1x
@user-rj7if6vf1x 14 дней назад
জয় আই অসম
@user-uq3ss5lz3e
@user-uq3ss5lz3e 15 дней назад
Huni bhal lagil ❤❤❤❤❤❤
@hirakjyotigogoi1131
@hirakjyotigogoi1131 13 дней назад
Jai Ai Axon kokaideu.Ulfa ZINDABAD.........
@jaansaikia9308
@jaansaikia9308 14 дней назад
Val vedio disaa .dei val lagil .aru tomar qulty ase so tomi paribaa Kisuman kothaa xudhibaaa ..
@ssassam_1.5Million.
@ssassam_1.5Million. 8 дней назад
Bohut val lagile nojona kotha janibo pari ❤ Love from Majuli ❤
@bijoydeka9134
@bijoydeka9134 День назад
Mahashay aponak kushole rakhibole bhagabanor uchorot prarthona jonalu.
@UGCNETECONOMICS
@UGCNETECONOMICS 9 дней назад
Bhut val lagil Jai Aai Axom
@kalendas1935
@kalendas1935 15 дней назад
Dhuniya lagil sai dada🙏🙏🙏🙏 dhoinyobad
@dailyupdates6469
@dailyupdates6469 15 дней назад
Jai Aii Axom❤
@paragkalita8649
@paragkalita8649 7 дней назад
Jai aai Axom 🫡
@roktimraag1129
@roktimraag1129 9 дней назад
ভাল লাগিল ❤
@dipjyotisaikia8223
@dipjyotisaikia8223 3 дня назад
Jai aai axom 🙏
@user-et5tq1em6o
@user-et5tq1em6o 11 дней назад
অসমৰ বাবে এতিয়া যুজি থকা দল হ’ল বীৰ লাচিত সেনা আমাক এজন মহাৰাষ্ট্ৰৰ দৰে “বাল থাকৰে”ৰ প্ৰয়োজন
@zubeenfhitnesschannel3212
@zubeenfhitnesschannel3212 13 дней назад
জয় আই অসম 🫡✊❤️
@ontheway8555
@ontheway8555 8 дней назад
জয় আই অসম❤🎉ভাল লাগিল চাই ❤️‍🩹🙏
@PNR1m
@PNR1m 5 дней назад
Joy ai axom❤❤❤❤❤
Далее
КВН 2024 Высшая лига Четвертая 1/4
1:52:57
Baartalaap with Padma Shri Kailash Kher @kailashkher
40:52