Тёмный

আশা - Akshay akb Assamese pop songs (AI CREATION 

AKB VLOG WITH MUSIC
Подписаться 1,5 тыс.
Просмотров 30
50% 1

দিন বাগৰি হ'ল আকৌ নিশা,
মোৰ‌ জোঁনতি পালো যে দেখা
এই ৰাতিটো অলপ লাহে‌ লাহে যোৱা,
জোন তুমি
মোৰ দুটি নয়নৰ,
নিদ্ৰাতো জোঁনতিৰ পোহৰ
যেন মোৰ সপোনৰ ।
দিন বাগৰি হ'ল আকৌ নিশা,
মোৰ জোঁনতি পালো যে দেখা
এই ৰাতিটো অলপ লাহে লাহে যোৱা।
মোৰ হ্নিদয়ৰ আশা
বৰ উগুল থুগুল,
প্ৰেম নতুন
মন আকুল ব্যাকুল।
নথয় পিয়াহত প্ৰেম
দিয়া মোৰ ঈদয়ত ঢালি,
তুমি যেন গুলাপ
মই তাৰ ডালি ।
দিন বাগৰি হ'ল আকৌ নিশা,
মোৰ‌ জোঁনতি পালো যে দেখা
এই ৰাতিটো অলপ লাহে‌ লাহে যোৱা,
এতিয়া দুটি উঠৰ
মিলন হোৱা নাই,
মনৰ আশাও পূৰণ হোৱা নাই।
এতিয়া হ্নিদয়খনে খেলিব হ'ল
দুটি দেহাৰ মিলন হবলে হ'ল,
তুমি মই এক হবলে হ'ল।
দিন বাগৰি হ'ল আকৌ নিশা,
মোৰ‌ জোঁনতি পালো যে দেখা
এই ৰাতিটো অলপ লাহে‌ লাহে যোৱা।
✍️ Akshay barman
#viralvideo #music #ai #shortvideo #shortsfeed #rap #pop #animation #assam

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 3   
Далее
Kolkata Doctor Case
32:57
Просмотров 11 млн
a hornet bit me on the nose 👃😂
00:16
Просмотров 2,6 млн
Best Hindi Collection Songs ||Hindi||
21:59
Просмотров 3,2 млн
Yeh Raaten Yeh Mausam | Sanam ft. Simran Sehgal
3:40
It's Ok If You Forget Me - Astrid S [Mix Lyrics]
12:32
Просмотров 255 тыс.
Ashes to Shine - A journey towards glory
16:46
Просмотров 2 тыс.
Mohammed Irfan || Top 4 Hindi Songs || Sad Songs ||
22:22