Тёмный
No video :(

আহক মোৰ গাওঁৰ ঘৰখন চাওঁ ॥ এতিয়া এনেকেই আছো 🫶🏻॥ HOME TOUR 🫣 

Official sumki kachari
Подписаться 282 тыс.
Просмотров 1,1 млн
50% 1

Опубликовано:

 

23 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,8 тыс.   
@Low_key573
@Low_key573 6 месяцев назад
চোতালত লাখ টকীয়া বাহন পৰি আছে, তথাপিও ঘৰ খন Traditional ।😌 বহুত ধুনীয়া লাগিছে ঘৰ খন😊❤️
@mintubora7998
@mintubora7998 6 месяцев назад
Aikhon nijor ghor nhoi , kiyo Mane aibur.
@BipinSaikia-rl9sy
@BipinSaikia-rl9sy 13 дней назад
❤❤❤
@travelingbitupanvlog4115
@travelingbitupanvlog4115 6 месяцев назад
এনেকুৱা ঘৰ দেখিলে আমি অসমীয়া বুলি গৌৰব কৰিব পাৰোঁ...ডাঙৰ দামী ঘৰ বোৰ দেখাত হে ভাল শুৱনি হব লগা একো নাই..নাই তাত মৰম আছে, না তাত আদৰ আছে...বাঁহৰ কেঁচা ঘৰ খনত যিমান আদৰ সন্মান পোৱা যায় ৩০ লাখ টকীয়া ঘৰত পোৱা নাযায়।।।😊
@Bikiiiiiiiiiiiii
@Bikiiiiiiiiiiiii 6 месяцев назад
Kiyo najai he
@rumihazarika5902
@rumihazarika5902 3 месяца назад
6:52
@DibakarDas-gu4pe
@DibakarDas-gu4pe 2 месяца назад
😮😮😮😮
@najiishaan_vlog
@najiishaan_vlog Месяц назад
Right ❤❤❤
@hiranyaeditisvlog2392
@hiranyaeditisvlog2392 Месяц назад
Dhonia লগত ধুনীয়া ছোৱালীৰ গান বনাই দিলে ৰি মজা 👍🔥🔥🔥
@rupjyotidutta5739
@rupjyotidutta5739 28 дней назад
ইমান পৰিপাটী, চাফ-চিকুণ ঘৰখন। মন ভৰি গ'ল❤
@jaiaaiaxom9884
@jaiaaiaxom9884 6 месяцев назад
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল । সদাই এনেদৰে সুখী হৈ থকা তাৰে কামনা কৰো চুম্পি 🙏🙏 বহুত মৰম যাছিলো কাশ্মীৰ পৰা । 🎉🎉
@karabidutta1418
@karabidutta1418 6 месяцев назад
মানুহ সুখী হ'বলৈ অট্টালিকা নালাগে। আপোন ঘৰখনতেই সুখ বিচাৰি পোৱা যায়। সদায় সুখত থাকা তুমি।
@dhirajdas50
@dhirajdas50 24 дня назад
মানুহ সূখী হবলৈ ঘৰ নেলাগে কিন্তু গাড়ী লাগে নে কি 😂😂😂
@poriaxom6847
@poriaxom6847 6 месяцев назад
ভাল লাগে এনেকুৱা পৰিবেশ বিলাক ! শান্তি লাগে গাওঁৰ কেঁচা ঘৰ ,ডাঙৰ চোতাল, লগতে গঁড়াল, ভৰাল, শাকনি, ফুলনী এডৰা দেখি ! উস ৰাম কি যে---- মজা---- বাহিৰৰ পাকঘৰৰ চৌকা , মজাই বেলেগ...!
@najiishaan_vlog
@najiishaan_vlog Месяц назад
Right ❤❤
@Mk_musical_show777
@Mk_musical_show777 5 месяцев назад
ঘৰখন তেনেকুৱা এ নহযক কিয় ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিল থকাটোহে আচল কথা আৰু আপুনাৰ ঘৰখন চাবা চিজিল সেইবাবে বৰ ভাল লাগিছে ❤❤❤❤❤
@Mindrefreshing1
@Mindrefreshing1 4 месяца назад
আপোনাৰ সহজ সৰলতাবোৰ দেখা পাই সঁচাই মনটো ভাল লাগি গল ।। ঘৰ খন পকাই হওঁক বা কেঁচাই হওঁক, নিজৰ ঘৰখন সদাই নিজৰ।। আপুনি আগবাঢ়ি যাওঁক, বহুত কৰিবলগীয়া আছে ।। ❤
@khabard5311
@khabard5311 6 месяцев назад
কেঁচা ঘৰ যদিওঁ বা য়ে ইমান ধুনীয়াকৈ বস্তু বাহিনী সজাই থৈছে বহুত ভাল লাগিছে..সুন্দৰ গাৱৰ পৰিৱেশ
@bikashhazarika4791
@bikashhazarika4791 5 месяцев назад
😂😂gari kinib kot pale ghr tuhe kesa 😂
@93911
@93911 2 месяца назад
​@@bikashhazarika4791turnu ki poka ghortu ase 3:46 r😂😂
@himusgamingvlogs2082
@himusgamingvlogs2082 6 месяцев назад
সঁচাকৈয়ে অতি ভাল লগা পৰিবেশ । এজন গাঁৱলীয়া হিচাপে এনে পৰিবেশ ভাল পাওঁ ও গৌৰৱ অনুভব কৰো । শান্তিৰ পৰিবেশ ।
@2focus342
@2focus342 5 месяцев назад
Share subscribe comment NJS academy channel
@DipankarDhemajibuzz
@DipankarDhemajibuzz 4 месяца назад
সুন্দৰ এখন ঘৰ , গাৱঁলীয়া পৰিবেশৰ মাজত সদায় থাকো ভাল লাগে গাঁৱৰ জীৱন। কছু প্ৰিয় মোৰ❤
@PolakhChangmai
@PolakhChangmai 5 месяцев назад
গাহৰি মেইন 😅❤
@Vishal-f4f
@Vishal-f4f 6 месяцев назад
Kesa ghor is best, Kesa ghorote Khati Axomiya feel tu ahe😊😊😊😊😊😊😊😊😊
@gopalkrishnadas3754
@gopalkrishnadas3754 6 месяцев назад
বহুত ভাল লাগিল ৷ঘৰ অট্টালিকা নালাগে মনতোহে ডাঙৰ হ’ব লাগে ৷❤❤
@dimbeswarsaharia4278
@dimbeswarsaharia4278 5 месяцев назад
গাওলীয়া পৰিবেশ সঁচাই মনোমোহা ❤
@SewaliMahanta-kg5sv
@SewaliMahanta-kg5sv 2 месяца назад
একদম মইনামতী ঘৰটো দেখি খুবেই ভাল লাগিল একেবাৰে সুখৰ ঘৰখন দেই আৰু নিজেও সাধাৰন সেইকাৰনে এনেকুৱাহে বেছি ভাল পাও.
@pompidutta4326
@pompidutta4326 6 месяцев назад
বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তোমালোকৰ গাওঁ খন ঘৰতো বৰ ভাল লাগিল কেঁচা যদিও ❤❤
@BidyaDevi-kh9dk
@BidyaDevi-kh9dk 6 месяцев назад
Ghor khon bor dhuniya
@dipanwitasarma6353
@dipanwitasarma6353 6 месяцев назад
এক শান্তিৰ পৰিবেশ। স্বৰ্গীয় সুখ।
@jibongogoi6940
@jibongogoi6940 6 месяцев назад
গাঁৱৰ পৰিৱেশ ই ধুনীয়া l ডাঙৰ এখন চোতালৰ সৈতে ভৰাল গোহালি, গৰাল, এখন ধুনীয়া ফুলনি থকা যিকোনো ঘৰৰ পৰিৱেশ ই বেলেগ l বাইলুং ৰ ঘৰ খনত তেনে পৰিৱেশ ই আছে l ভাল্ লাগিল l
@s.faridasultana6482
@s.faridasultana6482 Месяц назад
অতি সুন্দৰ । ইমান যে শান্তিৰ পৰিবেশ। ফুলনি আৰু পাচলি খেতি কিছু ধুনীয়া। ❤❤❤
@pratibhabaruah7780
@pratibhabaruah7780 6 месяцев назад
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবেশতেই অধিক শান্তি 👍
@moitrayeedas5109
@moitrayeedas5109 6 месяцев назад
বা আপোনাৰ ঘৰ খন বহুত ধুনীয়া আৰু ইমান চাফ-চিকুন কৈ ৰাখিছে । আৰু ফুলনি বাগিছা খন বহুত ধুনীয়া লাগিছে বা । এনে ও গাওঁলীয়া পৰিৱেশ বোৰ ভালেই লগে🥰 !! .....Love from chhaygaon❤.....
@KumudSaikia-cq5pm
@KumudSaikia-cq5pm 6 месяцев назад
তোমালোকৰ গাঁও খন বহুত ধুনীয়া । তোমাৰ ঘৰতো সুন্দৰকৈ সজাই ৰাখিছা।
@mainulhoque8231
@mainulhoque8231 5 месяцев назад
আপোনাৰ পৰিৱেশৰ সুবিধাবোৰ মোৰ আটাইতকৈ ভাল লাগে।😊
@nabanitasaikia8749
@nabanitasaikia8749 6 месяцев назад
বহুত দিনৰ পাছত দেখিলো ❤ ভাল লাগিল video to , বেহাৰ বাৰিলৈ সোনকালেই আহা.. তোমালোকক বহুত miss কৰিছো❤❤
@pratibhabaruah7780
@pratibhabaruah7780 6 месяцев назад
বহুত সুন্দৰ পৰিবেশ 🙏। এই ‌পৰিবশতেই অধিক শান্তি
@romenmili6323
@romenmili6323 5 месяцев назад
Moza bai tks y❤.
@b2s339
@b2s339 4 месяца назад
ধুনীয়া পৰিৱেশ, বাকী গাহৰিটো বৰ মজা বনাইছে😋
@dhiradeka1854
@dhiradeka1854 3 месяца назад
তোমাৰ ঘৰখন দেখা পাই মনটো ভৰি গৈছে।ইমান সুন্দৰকৈ ৰাখিছা।ধন্যবাদ জনালো।ভাল video বনাইছা❤
@22nabajyoti
@22nabajyoti 6 месяцев назад
সকলোৱে কৈছে...মইও কওঁ সঁচাকৈ বৰ মনোমোহা পৰিবেশ এটা..সুন্দৰ ঘৰ এখন ❤
@lakhichayavlog7519
@lakhichayavlog7519 6 месяцев назад
ভাল লাগিল সুন্দৰ পৰিবেশ ।বেহৰ বাৰী আউট পষ্ট সদায় চাও তোমাৰ অভিনয় বিৰাট ভাল লাগে ।❤️❤️
@ruhihiya2947
@ruhihiya2947 5 месяцев назад
ইমান ধুনীয়া ঘৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ।
@AnnoyedAstronomicalModel-we1qf
@AnnoyedAstronomicalModel-we1qf 2 месяца назад
বিউতী বাইদেউ আপুনি, জনাবচোন খাদ্য প্ৰণালী মোৰো আপোনাৰ দৰে শকত হবলে মন যায়।
@subarnaborphukan2207
@subarnaborphukan2207 6 месяцев назад
Apunak ekebare nijor ba dore lage ❤
@user-te5nh1sd2h
@user-te5nh1sd2h 6 месяцев назад
Abar usoror pora log pua
@SaraswatiKalita-x7p
@SaraswatiKalita-x7p Месяц назад
​❤@@user-te5nh1sd2h
@mr.anonymous6144
@mr.anonymous6144 26 дней назад
Kio ki hoi nu​@@user-te5nh1sd2h
@chiranjibbordolai6332
@chiranjibbordolai6332 6 месяцев назад
আপোনাৰ ঘৰখন চাই ভাল লাগিল বহুত neat and clean
@user-vx4rj5lu4w
@user-vx4rj5lu4w 2 месяца назад
এনেকুৱা ঘৰবোৰ দেখি বৰ ভাল লাগে ।বিউতিৰ ঘৰলৈ ফুল আনিবলৈহে যিম যিম লাগিছে ।❤
@nathabinash666
@nathabinash666 4 месяца назад
গাওঁৰ ঘৰৰ পৰিবেশ বহুত ভাল পাওঁ। আপোনাৰ ঘৰৰ পৰিবেশ বহুত ভাল। 🙏
@khatiaxomiyalora7631
@khatiaxomiyalora7631 6 месяцев назад
কেচা ঘৰৰ সৌন্দৰ্য্য পকা ঘৰতকৈ অধিক বেছি❤😊 বাকী ভাল লাগে আপোনাক❤
@binibrahma-uu3zm
@binibrahma-uu3zm 5 месяцев назад
Tenehole tumi kesa ghor bnaba
@RiyaPatgiri-ku8bj
@RiyaPatgiri-ku8bj 5 месяцев назад
🎉
@dhirajdas50
@dhirajdas50 24 дня назад
বনাব নোৱাৰা মানুহে এনেকৈ কয় এ 😂😂
@sumanborthakur3515
@sumanborthakur3515 6 месяцев назад
বহুত ধুনীয়া লাগিছে সৰু কালটো মনত পৰি গ'ল। বহুত বহুত ধুনীয়া
@nayanjittalukdar5080
@nayanjittalukdar5080 6 месяцев назад
বহুত ধুনীয়া আপোনাৰ ঘৰৰ পৰিবেশ। পকী ঘৰত কৈ সুন্দৰ আৰু পৰিস্কাৰ।
@mamonidutta6607
@mamonidutta6607 2 месяца назад
এনেকুৱা ঘৰ বোৰৰ চুকে কোণে যেন নিভাজ মৰম চেনেহ বোৰ থুপ খাই থাকে। বৰ ভাল লাগিল 🎉❤
@overpower000official5
@overpower000official5 6 месяцев назад
Your papa is hero 👌তেওঁক ভগৱানে কোখলে ৰাখক 🙏
@tukharcreation9642
@tukharcreation9642 6 месяцев назад
আপোনাৰ ঘৰ খন দেখি বহুত ভাল লাগিল, ইমান ধুনীয়া সুন্দৰ পৰিৱেশত বাস কৰে ❤️🔥
@anuragsharmaeducator
@anuragsharmaeducator 12 дней назад
Ghor tu birat cozy aru comfortable dekhun. Khub dhuniya! ❤
@LackymoniBaruah
@LackymoniBaruah 6 дней назад
আপোনাৰ ঘৰখন ইমান ধুনীয়া লাগিছে ❤❤❤❤
@user-gy5py2mj3t
@user-gy5py2mj3t 6 месяцев назад
ভাল লাগিল চাই।ভালে থাকা চুমকি। তোমাৰ অভিনয়, নৃত্য সব ভাল পাওঁ।
@hopunbastob598
@hopunbastob598 6 месяцев назад
বহু ধুনীয়া ফুল আছে ঘৰটো পাকা নহলে বহুত ধুনীয়াকে থৈছা। বহুত ধুনীয়া ❤baa❤❤❤❤
@user-gl1xk1cq7z
@user-gl1xk1cq7z 5 месяцев назад
মাটিৰ ঘৰ যদিও বৰ ধুনীয়া,, ইমান সুন্দৰ পৰিপাটিকৈ সজাই ৰাখিছা,,বৰ ভাল লাগিছে,,
@rinkubaro7684
@rinkubaro7684 5 месяцев назад
আমি গাৱলীয়া নহঁও দুখীয়া কিহৰ দুখীয়া হম, নাই আমাৰ অট্টালিকা আছে পৰিৱেশ চিৰসেউজীয়া তাতেই জিৰণি লম...আজীৱন❤❤
@barshachetia5936
@barshachetia5936 6 месяцев назад
ইমান ধুনীয়া কৈ পৰিপাতি কৈ ঘৰ খন থৈছে 😍 দেখিয়ে সোমাই থাকি চাব মন গল এবাৰ আৰু চিকুমিকু কিটাক মৰম কৰি গাহৰিৰ সোৱাদকণ লব মন গল 😋😋
@user-tj8xu7vz6r
@user-tj8xu7vz6r 6 месяцев назад
বিউতি বা তুমাৰ ঘৰখন ইমান ধুনীয়া ❤❤❤❤❤❤❤❤
@ADITYA_BORO
@ADITYA_BORO 5 месяцев назад
Baa আপোনাৰ vlog 1st time salu বহুত ভাল লাগিল । আৰু মাই যাতে সোনকালে সুস্থ হয় তাৰেই কামনা কৰিলোঁ । ধন্যবাদ 🙏
@romenboruah5733
@romenboruah5733 6 месяцев назад
Bohut dhunia ghor, bohut systematic, bohut bhal lagise
@rojoniprovabaruah5461
@rojoniprovabaruah5461 6 месяцев назад
বিউটি, বহুত ধুনীয়া লাগিল❤️❤️❤️❤️❤️❤️❤️👌
@dhunhimashree
@dhunhimashree 6 месяцев назад
বা মই বাৰু বহুত সৰু তথাপিও মই ভাবো যে যিটো সুখ আমি গাঁৱৰ ঘৰত পাওঁ সেইটো সুখ কোনো অট্টালিকাই দিব নোৱাৰে ❤ আৰু সুখ টো মেইন যদি তুমি এনেকৈ থাকিও সুখত আছা তেন্তে অট্টালিকাৰ কি প্ৰয়োজন কোৱা 😊 যদি তোমাৰ তাত অট্টালিকা আছে সুখ নাই তেতিয়া কি হব কোৱা। Love from darrang magaldoi lakshmipur ❤ সদায় এনেকৈয়ে সুখী হোৱা বা ভগৱানে তোমাক সদায় যেন সুখত ৰাখে
@officialsumkikachari
@officialsumkikachari 6 месяцев назад
Hoi 🫶🏻
@abhijittalukdar6031
@abhijittalukdar6031 4 месяца назад
This is the real Palace.. It is more beautiful than a cemented building...
@bidyutbikashcreation6274
@bidyutbikashcreation6274 5 месяцев назад
বা তোমাৰ লগতে তোমাৰ ঘৰ খন আৰু পৰেশটোও অতি মনোমোহা , ভাল লাগিল ।❤️ from Golaghat.
@shyamnushyamnu3318
@shyamnushyamnu3318 6 месяцев назад
Val lagil aapunar video 2 sai. Attalika nhleo bhut hundrkoi rakhise ghar2 aru foolni barikhon.Gaon r pribekh tenekuwai,bhut hundr,ata nijan niribili pribekh.. Kasu tarkari bnua dekhi khabloihe mon goise, Ba. 😋🌹👌
@parulborgohain8511
@parulborgohain8511 6 месяцев назад
বহুত ধুনীয়া ঘৰৰ পৰিৱেশ ।ভাল লাগিল ।
@himashreegogoi5256
@himashreegogoi5256 10 дней назад
এনেকুৱা এখন ঘৰত বহু ত সুখ থাকে,,,আমাৰ বাবে,,,❤❤
@biswajyotisvlogs9927
@biswajyotisvlogs9927 4 месяца назад
ভিডিঅটো চাই ভাল লাগিল। সুন্দৰ ঘৰখন আৰু গাৱলীয়া নিভাজ পৰিৱেশটোৱে অধিক সুন্দৰ কৰিছে।
@mayabinihandique708
@mayabinihandique708 6 месяцев назад
অ বিউটি তোমাৰ অভিনয় বৰ ভাল লাগে তোমাক লগ পাবলে বৰ মন আছে
@CreatorAbhi-we1fc
@CreatorAbhi-we1fc 6 месяцев назад
ধুনীয়া❤
@hridaychoudhury5981
@hridaychoudhury5981 5 месяцев назад
বহুত ধুনীয়া পৰিবেশ, সোনকালে বিদুৰভাই চাবলৈ ৰৈ আছো |
@Rumadas-v4b
@Rumadas-v4b 15 дней назад
সুন্দৰ পৰিবেশ দেখিবলৈ ‌খুউব ধুনীয়া লাগিছে বাইদেউ ❤️
@pompydevi769
@pompydevi769 6 месяцев назад
Bohut xundor ghor . Aru ba tumi behabarit aha bakoli
@user-gy5py2mj3t
@user-gy5py2mj3t 6 месяцев назад
তোমাৰ ঘৰৰ পৰিবেশ বৰ ধুনীয়া।
@tarinibaruah4321
@tarinibaruah4321 6 месяцев назад
এনেকুৱা পৰিবেশ বৰ ভাল লাগে। তোমাৰ অভিনয় চাই ভাল লাগে❤
@rajuborah2408
@rajuborah2408 16 дней назад
Aguai jua anedore,tumar avinoy Bohut val lage.
@dannydaimary7885
@dannydaimary7885 6 месяцев назад
ভাল লাগে আপোনাৰ video বোৰ চাই
@user-ji4en5zt4t
@user-ji4en5zt4t 6 месяцев назад
Ba apunar video sai bohut val lage❤❤
@MrjoydeepJaan
@MrjoydeepJaan 6 месяцев назад
অতি সুন্দৰ লাগিল বা ❤❤❤❤
@user-er9jp9cp9f
@user-er9jp9cp9f 25 дней назад
গোলাঘাটৰ কথা নকব হে মোৰ পুৰণা স্মৃতি মনত পৰে 🥺😎
@Karabibhuyan-cy2nq
@Karabibhuyan-cy2nq 4 месяца назад
তোমাক বহুত ভাল লাগে
@pulingogoi2485
@pulingogoi2485 6 месяцев назад
গাহৰি মেইন সুন্দৰ 👌
@pahi4964
@pahi4964 21 день назад
কেঁচা ঘৰ হ'লেও ঘৰখন দেখি বৰ ভাল লাগিল। ইমান চাফাআৰু আটোমটোকাৰিকৈ সজা।
@user-si3jv5om4c
@user-si3jv5om4c 2 месяца назад
সকলো ঠিকেই আছে পিছে অলপ মান বিয়াম কৰিবা। ঘৰতো দেখি গাঁৱলৈ মনত পৰি গ'ল ❤
@mitalidutta5508
@mitalidutta5508 6 месяцев назад
Love from gulaghat ❤ ba tmk bht val lage ❤ketiya ba log pua akha thakil ❤❤❤
@rimashreedas3197
@rimashreedas3197 6 месяцев назад
Baa bohut morom tumaloi ❤❤❤❤❤
@user-qd7nb5wg8c
@user-qd7nb5wg8c 2 месяца назад
ধুনীয়া ঘৰ আটোমটোকাৰি কৰি সকলো সুবিধা কৰি লৈছে। ভাল লাগিল।
@DipankarPatar-cs3ph
@DipankarPatar-cs3ph 6 месяцев назад
Mojja❤❤❤ bailung ba
@pranitadas1106
@pranitadas1106 6 месяцев назад
Sumiki tumar ghor bohut bhal lagile daii ♥️ logote fuloni khan ❤
@Pinkibora_
@Pinkibora_ 6 месяцев назад
Ba room tu bohut dhuniyake hojaise❤❤❤❤
@munmigogoi8686
@munmigogoi8686 6 дней назад
Bohut val lagil ghorkhon .ekdom simple life .❤
@chittaranjandeka1984
@chittaranjandeka1984 5 месяцев назад
সুন্দৰ প্ৰাকৃতিক গাৱলীয়া পৰিবেশ
@phatiksaikia9340
@phatiksaikia9340 6 месяцев назад
Love from Golaghat Merapani..❤ Ba apuner lgt merapanit photo uthisilu programot😊...apuni mur favorite 😍
@apurbadas1929
@apurbadas1929 6 месяцев назад
Lot's Of Love bailung dsoti ❤️❤️❤️
@atowarrohman7316
@atowarrohman7316 6 месяцев назад
অট্টালিকা নালাগে। খাব জানিলে চাউলেই চিৰা আৰু বহিব জানিলে মাটিয়েই পীৰা। ঘৰখন চাই বহুত ভাল লাগিল। মনৰ মাজত আৰ্ট নাথাকিলে মাটিৰ ঘৰখন ইমান ধুনীয়া নহলহেতেন। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পষ্টৰ বাইলুং অৰ চৰিত্ৰ উজলাই ৰখা অভিনেত্ৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা এই প্ৰথম দেখা পালো নিজৰ ঘৰখনৰ সৈতে videoৰ মাধ্যমেৰে। বহুত বহুত ভাল লাগিছে অভিনেত্ৰী গৰাকীক চাবলৈ পাই। আগলৈ আৰু নতুন নতুন video ৰ সৈতে দেখা পাম বুলি বাট চাই ৰলো।
@ArupJyotiDas-hi3hs
@ArupJyotiDas-hi3hs 18 дней назад
আপুনি বহুতৰ বাবে প্ৰেৰণা বা । ধুনীয়া ধুনীয়া কামেৰে আৰু আগুৱাই যাওক ।
@manjuindianfood
@manjuindianfood 6 месяцев назад
Bhal lagil poribek Sai so neat n clean 👍👍
@nituldas8088
@nituldas8088 5 месяцев назад
Bailung dosti.....khaboloi jaam......
@binitabora5236
@binitabora5236 12 дней назад
Val lagil. Aru notun video loi ahi jua. Keep it up
@Kibaatavlogs454
@Kibaatavlogs454 6 месяцев назад
Dhuniya lagise baa❤
@Minivlogs-s3g
@Minivlogs-s3g 6 месяцев назад
বেহাবাৰিত তুমি নাই যে তোমাক miss korisu আকৌ বেহাবৰিত অহা আৰু ভাল লাগিব বেহাবাৰী আমি সৰু পৰা চাই আহিছোঁ 🎉🎉3000ep..ৰৰ পৰা তোমাক দেখা পাম বুলি আশা কৰিলো
@bitoponbordoloi4066
@bitoponbordoloi4066 18 дней назад
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল ।
@TarulataHazarika-v7b
@TarulataHazarika-v7b 21 день назад
বৰ ভাল লাগিল তোমাৰ ঘৰখন । ডাঙৰ ডাঙৰ পকা ঘৰ ছায আমনি লাগিছে।
@Krishnasadiya
@Krishnasadiya 6 месяцев назад
ভাল লাগিল ঘৰ খন আৰু লাই আৰু গাহৰী মজা❤❤❤❤❤❤❤❤❤❤
@rdxgohainassam
@rdxgohainassam 6 месяцев назад
Hundor fuloni bari...
@user-bd4bv6vf7j
@user-bd4bv6vf7j 3 месяца назад
ইমান সহজ সৰল আপুনি ❤😊😊 বহুত বহুত ভাল লাগে আপোনাক ❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 месяца назад
বহুত ধুনীয়া আৰু পৰিপাটি ঘৰ।
@rekharanidevi8695
@rekharanidevi8695 6 месяцев назад
বৰ সুন্দৰ পৰিবেশ ❤
@arpanakalita3329
@arpanakalita3329 6 месяцев назад
সুন্দৰ পৰিবেশ
Далее
PEDRO PEDRO INSIDEOUT
00:10
Просмотров 3,5 млн
Cristiano ronaldo VS Tibo Inshape ! 😱😱
00:20
Просмотров 1,6 млн
“ BIDURBHAI “  চালেনে ?
1:40:16
Просмотров 71 тыс.