Тёмный
No video :(

ইমান কিয় trolling মাৰ কি ভুল আছিল😭 

Rushna Changmai
Подписаться 221 тыс.
Просмотров 142 тыс.
50% 1

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 642   
@devikagogoi2898
@devikagogoi2898 2 месяца назад
জীৱন টো সকলোৱে নিজৰ, নিজৰ মতে চলিবা । মোৰ বয়স 48বছৰ চলি আছে। সম্পূৰ্ণ গাঁৱত আছোঁ কিন্তু লিপষ্টিক নোলোৱাকৈ এটা দিনো পাৰ হোৱা নাই । ❤
@Kankanahandique-wr5cr
@Kankanahandique-wr5cr 2 месяца назад
জীৱনতো হল নিজৰ ।নিজৰ মতে জীযাই থকা অধিকাৰ নিশ্চিয আছে পৰিয়ালতো সুখী হৈ থকা কামনা কৰিলো ❤❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️🙏
@Junvian
@Junvian 2 месяца назад
জীৱনটো দুদিনিয়া আজি আছো কালি নাই গতিকে নিজৰ মতে জীয়াই থাকক । আপোনাক saport দিয়া ইমান এজন ভাল মানুহ পাইছে আৰু কি লাগে। আপোনাৰ বেটাই কিন্তু ইমান সৰুতে বহুত কথাই বুজি পাইছে। কোৱা মানুহে কবই আৰু...❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ 🙏❤️
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 месяца назад
একো নাই। এইবোৰ সৰু কথা। নিজৰ কাম কৰি যোৱা বেটা। God bless you। আপোনাৰ কাপোৰ মাৰ্জিত। মোৰ পৰিয়ালটো age difference আছে।
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️🙏
@jubipatir7411
@jubipatir7411 2 месяца назад
আনৰ হাঁহি ফুৰ্তি ধেমালি কৰাত... News t দিলেহে.. মই ও চাই হাঁহি উঠিল, news t দিব লগা কথাই নাহে... সূখী পৰিয়ালৰ ❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
❤️🥰
@RashmiKonwar
@RashmiKonwar 2 месяца назад
একো নকৰিব লগীয়া কাম কৰা নাই তোমাৰ মায়ে । মোৰ বয়স 47 ,একো পিন্ধিবলৈ এৰা নাই ,লিপষ্টিক সদায়ে লওঁ । কাজল মন গলেই লগাওঁ । যেতিয়াৰ পৰা ভিডিও বনাব ললোঁ তেতিয়াৰ পৰাই বুজি পালোঁ কিছুমান মানুহে আনৰ জীৱনটো পৰিচালনা কৰিব বিচাৰে । তোমালোক সুখী পৰিয়াল ,সুখী হৈ থাকা❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ বাইদেউ 🙏ভাল নে আপোনাৰ ❤️
@diptiandmegnaentertainmain
@diptiandmegnaentertainmain 2 месяца назад
ইমান সুখী পৰিয়াল অ ❤❤❤দেখিয়েই মনটো ভাল লাগে।মইও ফুৰ্টি কৰি বহুত ভাল পাও ❤❤❤আৰু বেলেগে কৰিলেও ভাল লাগে।
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🥰
@mitalinath6601
@mitalinath6601 2 месяца назад
কিছুমান মানুহে আনৰ সুখ দেখিলে ৰব নোৱাৰে,বাদ দিয়ক এইবোৰ মানুহৰ কথাত গুৰুত্ব দিয়া দৰকাৰ নাই, মই আপোনালোকৰ এই vdo টোৰ বাবে comment ত বহুতৰ লগত কাজিয়া কৰিলো 😅 আজিৰ যুগত আপোনালোকৰ পৰিয়ালটো যে ইমান সুখী হৈ থাকিব পাৰিছে ভাল লাগে,আৰু আটাইতকৈ ডাঙৰ কথাটো হল এচাম মানুহে পৰিয়ালৰ কলা বা দেখাত বেয়া দেখা মানুহজনক phto vdo আদিত নুথাই চিনাকী দিবলৈ লাজ কৰে, আপোনাৰ husband কলা নে বগা, ডেকা নে বুঢ়া সেইটো matter নকৰে তেওঁক লৈ আপুনি আৰু আপোনালোকক লৈ তেওঁ কিমান সুখী সেইটো হে ডাঙৰ কথা
@kalpanagogoiremix6667
@kalpanagogoiremix6667 2 месяца назад
লোকৰ কথা নুশুনিবা। পৰিয়াল টি সুখী হৈ আছে তাতে বেলেগৰ ক'বলে কি আছে । মানুহ জনেই যদি চুটি কাপোৰ পিন্ধাত আপত্তি কৰা নাই তেন্তে বাকি বিলাক কোন❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
🥰❤️
@chayascreations9444
@chayascreations9444 2 месяца назад
আপোনালোকৰ পৰিয়ালটোৰ পৰা শিকিব লগা বহুতখিনি থাকে...আপোনালোকৰ পৰিয়ালটো বহুতৰ বাবে অনুপ্ৰেৰণা.. কোৱাই কবই গুৰুত্ব নিদিব...আগুৱাই যাওক আপোনাক...ভাল লাগে আপোনালোকক বহুত...বহুত বহুত মৰম❤️
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🥰
@hiranyagogoi8118
@hiranyagogoi8118 2 месяца назад
❤❤❤ ট্ৰল মানে ঠাট্টা,ঠাট্টা যিবোৰ মানুহৰ অন্তৰত উপজে সেইবোৰৰ জীৱন বোৰ তেনেকোৱাই সেইবোৰ কৰিয়ে জীয়াই আছে। সেইবোৰৰ মাই ফুট কৰি দিব নিজৰ জীৱন নিজৰ কথা❤❤👍👍👍
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@user-jz3pi9hc1u
@user-jz3pi9hc1u 2 месяца назад
সমাজত ভাল বেয়া কথা কোৱা মানুহ থাকেই বেয়া বোৰ আতৰাই ভাল বোৰ লৈ আগবাঢ়ি যোৱা। তোমালোকৰ পৰিয়ালটো সুখি যেতিয়া আনৰ কথা কান নিদিবা।
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️🙏
@konikaboro9339
@konikaboro9339 2 месяца назад
তেনচন নলবা ,সদাই নিজৰ মতে কাম কৰি যোৱা, ভাল লাগে😊🎉🎉
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️
@user-xo2dm2lh2y
@user-xo2dm2lh2y 2 месяца назад
আনৰ কথাত কান নিদিবা তোমালোকৰ কাম কৰি য়োৱা❤❤❤❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
🥰❤️
@ShyamoleeBaruah-cb7nk
@ShyamoleeBaruah-cb7nk 2 месяца назад
কিছুমান মানুহৰ কাম এইবোৰেই । সেইকাৰণে এইবোৰ দৰকাৰ নাই। বিন্দাচ থাকক।
@assamdipakvlog
@assamdipakvlog 2 месяца назад
I love uncle _আৰু aunty Enjoy ❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
❤️🥰
@darkGamer42028
@darkGamer42028 2 месяца назад
পাপা সদাই পাপাই মা সদাই মাই বুঢ়া হক বুঢ়ী হক। বেলেগৰ কথা বাদদিয়া।❤❤❤❤❤
@bikashgogoi4738
@bikashgogoi4738 2 месяца назад
মজা।পোৱালি।তোমালোকৰ।ঘৰত।জামদেই
@user-lo9zy4bp5r
@user-lo9zy4bp5r 2 месяца назад
Coz ur very beautiful ❤️❤️❤️ Don worry ❤❤❤ Lot's of Love Frm Nagaland
@chayanikaborah6818
@chayanikaborah6818 2 месяца назад
Lot's of love aunty n auncle.. don't mind..hodai happy thakok..
@rumusarmah9307
@rumusarmah9307 2 месяца назад
লোকৰ কথা শুনাৰ দৰকাৰ নাই ! আপোনালোকৰ ভিডিৱ ভাল লাগে ❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️
@bhanimadas9141
@bhanimadas9141 2 месяца назад
Bht val lage apunalukok ...enkeoi a thakok khodai belegoor kotha nukhunibo....love from hajo❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@rituborah4966
@rituborah4966 2 месяца назад
Apunar lukor vedio bur bohut vl lagy hosa koi Eman morm loga happy family hoi
@nilakshreejyotirmoyvlog3012
@nilakshreejyotirmoyvlog3012 2 месяца назад
Bohut val lagil dei kothabur 😊
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@janmonisaikia5087
@janmonisaikia5087 2 месяца назад
Bohut val lage apunalukk....lora suwali anekuwa hb lage ...❤️bohut buji pai ❤😊hukhi poriyal.
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq 2 месяца назад
ভাল কথা তোমালোকে মা দেউতাক ইমান চাপত্ কৰি আগবাঢ়াই নিচা ,ভিডিঅ'বোৰ চাই ভাল লাগে তোমালোকৰ,👌😊💖
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🙏
@MainusVlogs
@MainusVlogs 2 месяца назад
Val lagil apunalukor kothabur huni, always be positive, lovely family ❤
@user-vp9vf1mo2k
@user-vp9vf1mo2k 2 месяца назад
Tumalukr video bur xai vl lage .. love from Golaghat 🥰 ru kun kun axa Golaghat r pora like kora😊😊
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️😊
@JyotiSaikia-1234
@JyotiSaikia-1234 2 месяца назад
হ'ব দিয়া দুটামান মানুহে বেছিকৈ চিনি পালে ।কাৰণ বেয়া কাম ক'ৰা নাই ,বেলেগৰ লগত কৰা নাই ।আৰু এটা কথা আপোনাৰ মানুহজনৰ বয়সতো বেছি কাৰণেই সকলো কথাই বুজি পাই ,কোৱাই কৈ থাকক
@aradhanapator4895
@aradhanapator4895 2 месяца назад
আনৰ কথাত মন নিদিব ..!আগবাঢ়ি যাওঁক আপোনালোক।
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@kabirsarma6573
@kabirsarma6573 2 месяца назад
মানুহৰ কথা শুনি লাভ নাই। জীলনটো নিজৰ গতিকে বিন্দাচ থাকক। ল'ৰা-ছোৱালী দুটাৰে সৈতে বহুত মৰমীয়াল আপোনাৰ পৰিয়ালটো। সুখী থাকক ❤️❤️❤️
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🙏
@nayanmedhi6021
@nayanmedhi6021 2 месяца назад
আপোনা লোকৰ ভিডিও বোৰ চাই ভাল লাগে
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@07jeetblog85
@07jeetblog85 2 месяца назад
Hundar bhl lagil
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@dhamendrabailong6245
@dhamendrabailong6245 2 месяца назад
Nice mother and son love yours family
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@sikhapankajvlog3670
@sikhapankajvlog3670 2 месяца назад
O Ba aapunar poriyaltuk bhut besi val lage vaiti aru vonti ku bhut val lage ignor kriba o Mur log pab mon ase aapunak ❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️ log pam ketiyaba tumak 😊
@jintupathak1593
@jintupathak1593 2 месяца назад
Happy family God bless you.
@rutum5541
@rutum5541 2 месяца назад
boriya2 ♥
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ❤️
@pallabiduttadevi5421
@pallabiduttadevi5421 2 месяца назад
আনে কি কয় কবলৈ দিয়া বা।আগ বাঢ়ি যোৱা ভাইটি।❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@bonditagogoi2281
@bonditagogoi2281 2 месяца назад
মা পাপ old হল বুলি আমি পৰিচয় নিদিম নি। আপোনাৰ husband বুঢ়া বুলি কৈছে কব লগা কথা নহৈ। Mnuha koi success hola baya pwa.vl tu adin koi kintu baya tu Kobo .munuha ki koi apunaluka navabiba hahi thakok hohueai thakok.
@antrabhattacharjeevideos1355
@antrabhattacharjeevideos1355 2 месяца назад
❤❤From Assam Tinsukia
@BKN05
@BKN05 2 месяца назад
আপোনালোকৰ ভিদিঅবোৰ ছাই মই এটা কথাই শিকিছো মানুহে সদায়ে সুখি হৈ থাকিব লাগে । একো নাই বেলেগৰ কথাত গুৰুত্ব নিদি আগুৱাই যাওক
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ 🙏❤️
@bonditagogoi2281
@bonditagogoi2281 2 месяца назад
Mood off asel apunalukor positive thinking bur huni VL laga. always hahi thakok.
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@babitabhuyan2606
@babitabhuyan2606 2 месяца назад
মোৰ বহুত ভাল লাগে আপনালোকক ❤❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ♥️
@boloramrabha8546
@boloramrabha8546 2 месяца назад
ভাল লাগে আপোনালোকক। ভালেই থাকক
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🙏
@jonalideka5515
@jonalideka5515 2 месяца назад
Moi bhut val paw apunalookr vedio sai, so ji hoise ako dangr kotha huwa nai No tenson and aibar dangr Mamik vediot lage❤.
@PD-gj7ot
@PD-gj7ot 2 месяца назад
ভাইটি ভাল হে হৈছে তোমাৰ মা - পাপাক এতিয়া চিনি নোপোৱা মানুহ যদি আছিল তেওঁ লোকেও চিনি পালে ... পইচা খবছ নোহোৱাকৈ যে News কৰিল | দুখ নকৰিবা নিজৰ কৰিব লগিয়া কৰি যোৱা ... পৰকীয়া প্ৰেমীক - প্ৰেমিকা নহয় নহয় | ডেকা - শৰীৰৰ গিৰি থকা বোৰে নো কি কৰিছে ..? লোকক যে হাঁহি - ফূৰটি কৰাত জ্বলন - পূৰন হৈছে |
@Abhijit87383
@Abhijit87383 2 месяца назад
moajaa❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@bornalichetia7898
@bornalichetia7898 Месяц назад
Happy family
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@pompiduwarah3590
@pompiduwarah3590 2 месяца назад
প্ৰিয় তোমালোক আগবাঢ়ি যোৱা😍😍😍
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@Kankan_gemer
@Kankan_gemer 2 месяца назад
মা দেউতা সদায় মৰমৰ আনৰ কথা নাভাবিবা আগবাঢ়ি যোৱা
@rushnachangmai773
@rushnachangmai773 2 месяца назад
❤️😊
@kalpanasaikia8010
@kalpanasaikia8010 2 месяца назад
আপোনা লোকৰ পৰিয়াল টো বহুত ভাল লাগে।
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@priyakashyap7884
@priyakashyap7884 2 месяца назад
Apunaluk hodai priyo ..anedore hodai aagbarhi jauk and anekua reels aru bonauk..❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@rumigogoi6837
@rumigogoi6837 2 месяца назад
God bless you . Video di thakiba . Val lage bohut .
@MamtaPayeng
@MamtaPayeng 2 месяца назад
Atiya heibur he soli ase ohh. Video val hok beya hok. Comment beya koi koriboi. Kisuman anekuwa manhu ase. Anor val hua dekhibo nuare. Aibur comment ignore koribo karne ignore korile he agoloi aguai jabo paribo apunalk.. Apunalkr video bur muk bhut val lage aru bhut happy family hoi.. Aru eman morom hejone khijonor uporot. Akha koru apunalukor morom bur khodai anekoi thakok❤❤❤❤❤❤
@Esports_42
@Esports_42 2 месяца назад
Ki Lukor khothat kiyo eman mon dia .hodai nijor bibekor mote Kam koriba .best of luck. .❤🎉🎉
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@user-rs9nm3mn2l
@user-rs9nm3mn2l Месяц назад
Love family i love it ❤❤🎉😊
@jiturabha5775
@jiturabha5775 2 месяца назад
সময়ে কেতিয়া কাক কোন দিশত লৈ যায় নাজানো সেয়া বেলেগ কথা বাৰু.....আপোনালোকৰ হাঁহিবোৰ দেখি নিজকে মনত এটা কিবা ভাল লাগিল.....ভিডিওটি চাই ভাল লাগিল
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ 🙏❤️
@A-Skyfilms
@A-Skyfilms 2 месяца назад
Nice video
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@rimpigogoi1509
@rimpigogoi1509 2 месяца назад
Aibur lukor kotha bad dia 😊 kua burei kb a jole sage dekhi 😅 aru agbahi jua ami asu nhoi support koribo 😘 lot's of ❤️
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you so much ❤️
@user-xh5gg1ot3n
@user-xh5gg1ot3n 2 месяца назад
কিছুমান মানুহ আছে জানা আনৰ সুখ দেখি জলে নিজেও একো কৰিব নোৱাৰে গতিকে আগুৱাই যোৱাৰ বা ভাইটি ❤❤❤মৰম থাকিল।
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️🙏
@munhazarika4834
@munhazarika4834 2 месяца назад
Ami bohutei apunalukor vdo saw ru sai thakim .kisuman manuhr kamei heitu kunu gurutto Dib nlge.
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@jyotismitadeka5560
@jyotismitadeka5560 2 месяца назад
মোৰ যে নিউজ টো দেখি ইমান হাঁহি উঠিছিল নহৈ বা😂 একদম ক্লাছ নোহোৱা নিউজ চেনেল😂এইবোৰ
@lakhimisonowal1115
@lakhimisonowal1115 2 месяца назад
আনৰ কথাত মন নিদিবা❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
♥️
@abinashgogoi-sl1yi
@abinashgogoi-sl1yi 2 месяца назад
Happy family 😍
@rushnachangmai773
@rushnachangmai773 Месяц назад
❤️🥰
@bornalisvlog..2183
@bornalisvlog..2183 2 месяца назад
আপোনালোকৰ ভিডিঅ বোৰ মই সদায় চাও ভাল লাগে .আগলৈয়ো বনাই থাকক আমাৰ কাৰনে ভিডিঅ ...মৰম লগা পৰিয়াল টি..❤❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ 🙏❤️
@babydowarah5218
@babydowarah5218 2 месяца назад
তোমালোক বৰ সহল মানুহ সেইকাৰনে ভাল লাগে
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️🙏
@minatibaruah3936
@minatibaruah3936 2 месяца назад
চাদৰ মেখেলাত ধুনীয়া লাগে আপোনাক সদায় পিন্ধিব ।
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️
@junmonigohainbora5252
@junmonigohainbora5252 2 месяца назад
Hodai hahi thakak aguwai jauk beyabur gurutra Nidia ❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
♥️🙏
@user-tv9bx7yr3b
@user-tv9bx7yr3b 2 месяца назад
Tumalokar kothabor lagate vedio bur Sai bahut val lage .anekoi agbari goi thaka .manuhe ji nakaok kio nijar mate chali thaka ❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@mridudevi7806
@mridudevi7806 2 месяца назад
Best family ❤️❤️💕 tumalukor ghorloi adin jam moi Jorhat t loi gole nahoroni pale tumalukor Ghar tu dekhu ni sodai sau jana 😄😄❤️❤️
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️🥰
@ushabora3010
@ushabora3010 2 месяца назад
তোমালোকৰ সকলো ভিডিও চাই ভাল পাওঁ কোৱাই কৈ থাকক
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ ♥️
@porishmitasaikia7562
@porishmitasaikia7562 2 месяца назад
Bhut val lge ba apunalukr vdo bur sai
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@dipathapa1065
@dipathapa1065 Месяц назад
Dress val ase drest Aku prolem nai dekhun ba dhuniya লাগিছে আপোনাক ।সকলোৱে পিন্ধে বেংগালুৰুত বিয়া হোৱা Boyoikhiyal বুঢ়ী মানো বিলাকেও লংপেণ্ট পিধে ভাল লাগে ।পিন্ধিলে একো ভুল নাই মোৰ মতে এইটো dres পিন্ধা কাৰণে বা।❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
♥️🙏
@sikhagogoi9584
@sikhagogoi9584 2 месяца назад
Aku nai haiblg thakiboya...baa❤️agbari jwa ami bhtt vlpau tmalukok🫂hodai pai jam....🥰😊
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@NikuSonowal-vo4gb
@NikuSonowal-vo4gb 2 месяца назад
Fokotiya news nd hdai hukhi thakok hahi thakok
@Kajal-wk7on
@Kajal-wk7on 2 месяца назад
Apunar lukor logot kotha pati bole bor mon jai ❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
🥰♥️
@shahubuwaripakghor1830
@shahubuwaripakghor1830 2 месяца назад
Mojja lagil video 😅😊
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
@deepalipegusharma2072
@deepalipegusharma2072 2 месяца назад
Ignore everyone . We love you all ❤️
@rushnachangmai773
@rushnachangmai773 2 месяца назад
❤️🥰
@mondiraboradeka2111
@mondiraboradeka2111 2 месяца назад
Ji Mon Jai take kori jauk...anor kotha gurutto nidibo..nijor life nijor kotha...pise project singora khabo jam dei😅
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Ahiba...😊❤️
@dipanjaligogoi8851
@dipanjaligogoi8851 2 месяца назад
কিনো দৰকাৰ আনৰ কথাবোৰত মতামত দিবলে। নিজে যি ভালপোৱা কৰি যোৱা। জীৱনটো উপভোগ কৰিব লাগে । তোমালোকক আনে খোৱাই থকা নাই চলাই থকা নাই । যি কয় চকুচৰহাবোৰে কৈ থাকিবলে দিয়া।
@Anitgarden
@Anitgarden 2 месяца назад
Troll kori a toka komaise yt te don't worry ❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
♥️🙏
@gautamdutta340
@gautamdutta340 2 месяца назад
Ba live ahibo sun val lage bo please
@Rabha.barnali
@Rabha.barnali 2 месяца назад
Stay blessed always and happy.enjoy with your family ❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@tulshisarmah1187
@tulshisarmah1187 2 месяца назад
আনৰ কথা হুনি মন বেয়া নকৰিবা বা ❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
❤️🙏
@rumiborgohain6474
@rumiborgohain6474 2 месяца назад
Very nice video
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@mamuboruah3235
@mamuboruah3235 2 месяца назад
Ami tumalukok bohut val paow babu kunu kotha nai video bonai jua .....ru ata kotha kow mur boiokh 38 kintu mur husband r 51raning ...to ane kole hobo niki j 2bar biya koraise buli ....
@prativahazarika1727
@prativahazarika1727 2 месяца назад
Lukor kothat gurutto nidiba..june beyakoi koi xeitu teulukor xonskar hoi... teulukor mukh xon blgor xomalusona kriba dise sage God 🙏 a...apunalukor xonskar new new video bonai aguai jauk
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️🥰
@rohongowala6321
@rohongowala6321 2 месяца назад
Super 💓❤ love from tinsukia ❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
🥰❤️
@user-mc9rn4ui4d
@user-mc9rn4ui4d 2 месяца назад
Ba anor kotha kan napatiba karon aji kali manuhe bhal huatu nibisare... Hahi thakok hukhi hoi thakok aru mone bisora khini hodai kori jauk... Video di jabo eri nidino.... Bahut bhal pau apunalukok ❤. From sapekhati
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️🥰
@mamoniphukan4697
@mamoniphukan4697 2 месяца назад
বাদ দিয়া সেইবিলাক কথা। পাগল বোৰে প্ৰলাপ বকিব গুৰুত্ব নিদিবা। মানুহৰ হাঁহি ধেমালিৰ মাজত জীৱন। যিবিলাক মানুহে দেউতাক বুঢ়া বুলি কৈছে তেওঁলোকৰ সুধা মায়ে কি দেকা ল'ৰা লৈ গুছি যাব লাগে নেকি সুধিবা । ইমান সুন্দৰ পৰিয়ালৰ সুখ দেখি জলিছে। তেওঁলোকৰ পৰিয়াল আৰু ৰশ্মি ছাংমাই পৰিয়ালৰ দৰে সুখী পৰিয়াল আৰু নোলাব।আনৰ কথাত কান নিদিবা।
@rushnachangmai773
@rushnachangmai773 Месяц назад
ধন্যবাদ 🙏❤️
@rubisaikia5748
@rubisaikia5748 2 месяца назад
Val paw apunalukok hai tik tok kora dinor porai Baki beya puwa buror kotha guruta nidibo val paw sbke kiba apun apun lagy beyake vabible akuai bisari napaw val pabohe janu😊❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️🥰
@LuhitSonowal-gm9yg
@LuhitSonowal-gm9yg 2 месяца назад
Happy family ❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
♥️
@My_sweet_little_garden.
@My_sweet_little_garden. 2 месяца назад
Mur 45years, moi nijoke horu buliyei bhabuu....punak sai bhal lage...aag bahi jok
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ❤️
@user-qq8rw5fb8p
@user-qq8rw5fb8p 2 месяца назад
Aanor kotha aku nuhunibo.nijor ji vl lage take koribo❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
❤️🙏
@JintuBorah-eu8cy
@JintuBorah-eu8cy 2 месяца назад
কোনোবাই বেয়া পাই বাদ দিয়া না 1000 জন ভাল পালে 1 জনে বেয়া পাব পাৰে হেই বোৰ মানুহক গুৰুত্ব দিব নালাগে tiktok দিনৰ পৰা ভাল পোৱা পৰিয়াল মোৰ বহুত লগ পাব মন যায় সদায় ভাল পাওঁ আৰু সদায় ভাল পাম ❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ 🙏❤️ তোমালোকৰ comments বোৰে বহুত অনুপ্ৰেৰণা দিয়ে আমাক আগবাঢ়ি যোৱাত 🥰
@JintuBorah-eu8cy
@JintuBorah-eu8cy 2 месяца назад
@@rushnachangmai773 ❤️
@rijugogoi8717
@rijugogoi8717 2 месяца назад
Bht Val lge apunakok abr log pabole bht mon jai Mur hsbn a muk reels ata k bonabo nidie bea pai moi u horute biya hoisilu
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️ log pam ketiyaba tumak 😊
@sumimechchutia5489
@sumimechchutia5489 2 месяца назад
ভাল লাগিল
@rushnachangmai773
@rushnachangmai773 2 месяца назад
ধন্যবাদ ♥️
@simpigogoi5649
@simpigogoi5649 2 месяца назад
Apunarlukor videobur sai bohut bol lge...hukhi porial❤❤❤
@rushnachangmai773
@rushnachangmai773 2 месяца назад
Thank you ♥️
@user-kg8sb7qh4b
@user-kg8sb7qh4b 2 месяца назад
❤❤❤❤
@rushnachangmai773
@rushnachangmai773 Месяц назад
🥰
@user-nu3bf8wb1z
@user-nu3bf8wb1z 2 месяца назад
Agoloi vedeo bonai jauk val lage
@rushnachangmai773
@rushnachangmai773 Месяц назад
Thank you ♥️
Далее