#BigBreaking ইৰাণ আৰু ইজৰাইলৰ উত্তেজনাৰ মাজতেই ইৰাণৰ ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ কৰিলে ভ্লাডিমিৰ পুটিনক। পুটিনে ক'লে- ইৰাণৰ লগত সম্পৰ্ক আমাৰ পুৰণি আৰু ইৰাণ আমাৰ বন্ধু। ৰাছিয়াই স্পষ্টভাৱে থিয় দিছে ইৰাণৰ লগত আৰু লগে লগে শ'লঠেকত পৰিছে ইজৰাইল। বিশ্বজুৰি পুটিন আৰু ইৰাণৰ ৰাষ্ট্ৰপতিৰ এই বৈঠকক লৈ চৰ্চা
11 окт 2024