Тёмный
No video :(

এইটো চাই মুৰ্গী কিনিব/লোকেলৰ নামত কি খাই আছে আপুনি/সাৱধান😱 Difference between local hen and sonali 

Rupjyoti’s Tips
Подписаться 209 тыс.
Просмотров 21 тыс.
50% 1

#Difference_between_local_and_sonali_hen
In this video we discussed about local and sonali hen some differences. How to chose the local hen easily . How to check pure local hen easily at home . Local and sonali differences. Sonali murgi farm.local murgi farm.
আমাক সহায় কৰিবলৈ Join কৰক : / @rupjyotistips
Google/Phone pay-169/month-8486356940
আমাৰ নতুন ছাগলী ফাৰ্ম (ছাগলী পালনৰ সবিশেষ): • ছাগলী পালনৰ সবিশেষ/ছাগ...
মুৰ্গী পালনৰ সম্পূৰ্ণ course (30 দিনৰ): • লোকেল মুৰ্গী পালনৰ সবি...
হাঁহ পালনৰ সম্পূৰ্ণ course(30দিনৰ):: • Duck farming full cour...
কম খৰছত টেংকী এনেকৈ বনাওক : • কম খৰছত মাগুৰ,শিঙি,কাৱ...
এনেকৈ পুহিছে মুৰ্গী:: • 50টা পৰা আৰম্ভ কৰি এতি...
লোকেল মুৰ্গীৰ ফাৰ্ম:: • লোকেল মুৰ্গী 🐓 ফাৰ্ম ,...
ঘাঁহ খেতি:: • ঘাঁহ খেতিৰ সবিশেষ । গু...
আপোনালোকৰ কমেণ্ট বোৰ চাওক 💐:: • ঘৰৰ ওপৰত ভোট জলকীয়া খে...
অমিতা খেতি কৰিছে (2বিঘা মাটিত): • আৰম্ভ কৰিছে অমিতা খেতি...
চিমেণ্ট টেংকীত মাছ পুহি সফল গুৱাহাটীৰ যুৱক:: • চিমেণ্টৰ টেংকীত কুছিয়া...
টেংকী ত মাছ পালনৰ বাবে চাওঁক :: • ২য় ভাগ : চিমেন্ট টেংকত...
টেংকীত কৰিছে কুছিয়া পালন:: • সৰু চিমেণ্ট Tank ত কুছ...
ভোট জলকীয়া এনেকৈ কৰক:💐: • ভোট জলকীয়া খেতিৰ নতুন ...
মই কৰা ভোট জলকীয়া খেতি:: • ভোট জলকীয়া খেতি কৰোঁ আ...
আমাৰ What's app group (নতুন)::chat.whatsapp....
Our page for more info(আমাৰ page)ত message কৰিব পাৰে ::: / rupjyotis-tips-3973361...
পান খেতি তামোল নোহোৱাকৈ এনেকৈ কৰক: • তামোলগছ নোহোৱাকৈ পান খ...
মাছ পালনৰ বাবে চাওক:: • Fish farming tips in a...
হাঁহ পালনৰ বিনামূলীয়া course : • Duck farming full cour...
গাহৰি পালনৰ বাবে চাওক:: • Pig farming tips in as...
ভোট জলকীয়া এনেকৈ কৰক:: • ভোট জলকীয়া,ফল-মূল আৰু ...
ভাল লাগিলে share কৰিব
জয় আই অসম

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 131   
@RupjyotisTips
@RupjyotisTips 4 года назад
এই সাধাৰণ কথা কেইটা মনত ৰাখিব,মুৰ্গী পালক সকল যাতে কেতিয়াও বিপদত নপৰে তাৰ বাবে মাত মাতিব । লোকেল মুৰ্গী পালনৰ সবিশেষ জানিবলৈ চাওক -ru-vid.com/group/PL4L6zZc2Z3SjSAjpDercc84wF-4BxWOyb
@pankajlara1154
@pankajlara1154 4 года назад
দাদা দুই এটা কথা নিমিলিল ৷ মই লোকেল মূৰ্গী পালক ৷ মই কেতিয়াও বাহিৰৰ পৰা পোৱালি বা কণী নাই আনা ৷ মই সৰুৰ পৰাই মূৰ্গী পুহি আহিছো ১২ বছৰ বেচি হ'ল ৷ কাৰন আমি জনজাতিয় সম্প্ৰদায়ৰ নগাওঁৰ ৰহা অঞ্চলৰ ৷ গতিকে লোকেল মূৰ্গীৰ বিষয়ে অলপ অচৰপ জ্ঞান আছে ৷ লোকেল মূৰ্গীৰ বৈষিষ্ঠ মই অলপ কব বিচাৰো ৷ আশা কৰো উপকৃত হব ৷ ফাৰ্মাৰ সকলৰ বাবে কও - লোকেল মূৰ্গী পোৱালি সোনকালে ডাঙৰ নহয় ৷ comercial feed খুৱালে ৩০ দিনত অতিবেছি ২০০ গ্ৰাঃ হব পাৰে ৷ প্ৰাপ্তবয়স্ক মাইকী মূৰ্গী ৯০০ গ্ৰাঃ পৰ্যন্ত হয়(কণী পৰাৰ আগৰলৈকে) ৷ মতাবোৰৰ ওজন ১৪০০ গ্ৰাঃ হব পাৰে ৷ ভৰিত পাঁচটা আঙুলিৰ (বয়স্ক) মূৰ্গীৰ মাইকীবোৰ ১৫০০ গ্ৰাঃলৈ হোৱা দেখা যায় আৰু মতাবোৰ ২৩০০ গ্ৰাঃ পৰ্যন্ত হয় ৷ লোকেল মূৰ্গীক কণী পাৰি উমনিত বহিব নিদিলে পেটত চৰ্বী বাঢ়ি ওজন বৃদ্ধি হৈ কণীৰ পৰিমান কমি যায় ৷ লোকেল মূৰ্গী কম পৰিমানে দানা খায় ৷ গ্ৰাহক সকলৰ বাবে - লোকেল মূৰ্গীবোৰ (সুস্থ) অচিনাকি ব্যক্তিয়ে ধৰিলে বহুত চিঞৰ বাখৰ কৰে ৷ প্ৰয়োজনত খুটিয়াই দিয়ে ৷ ইহঁতৰ বুকু আৰু পেটত প্ৰায় চৰ্বি কম থাকে ৷ ইহঁতৰ মাইকীবোৰৰ ভৰি অতি বেছি ২ ইঞ্চি পৰ্যন্ত হয় আৰু মতাবোৰৰ আঢ়ৈ ইঞ্চি পৰ্যন্ত হয় ৷ ভৰিৰ ৰং ডাঠ হালধীয়া , পাতল হালধীয়া, বগা, তেজাল বগা, ক'লা আৰু ধোঁৱা বৰণৰ হোৱা সাধাৰণতে দেখা যায় ৷ মাইকীবোৰৰ ডিঙি চুটী মতাবোৰৰ দীঘল হয় ৷ ইহঁতৰ কিছুমানৰ ডিঙিত পাখি নাথাকে(বামুন মূৰ্গী বা শগুন মূৰ্গী কয় থলুৱাভাৱে) , কিছুমানৰ মুৰত বুলবুলি চৰাইৰ দৰে ফুলটোৰ চাৰিওফালে টুপীৰ দৰে পাখি থাকে (খুপাইটী চৰাই বুলি কয় থলুৱাভাবে) , কিছুমানৰ গাৰ গোটেইবোৰ পাখিয়েই থিয় (জেং চৰাই) , কিছুমানৰ ভৰিৰ আঙুলিৰলৈকে পাখি থাকে ৷ কিছুমানৰ মুৰৰ ওপৰত ফুল দুটা থাকে বা কেতিয়াবা দুয়োটা ফুল লগ হৈ গোলাপ ফুলৰ নিচিনা দেখা যায় ৷ মই সোণালী মূৰ্গীৰ এটা পাৰ্থক্য দেখিছো , ইহতৰ চকুৰ মনিটো বহুত ক'লা আৰু চকুটো ডাঙৰ ৷ জোৰেৰে চাত মাৰিলেও চিঞৰিব টান পায় ৷ কিন্তু ৰং বিভিন্ন ধৰণৰ থাকে সম্পূৰ্ণ লোকেল মূৰ্গীৰ নিচিনা ৷ মই এতিয়া ফাৰ্ম কৰিছো ৷ কণীবোৰ ঘৰৰ মূৰ্গীবোৰেই দিয়া ৷ ওপৰৰ গোটেই প্ৰজাতিবোৰ মোৰ ঠাইট আছে ৷ ইন্কুবেটৰ নিজেই সজাই লৈছো ৷ বেচি দিন হোৱা নাই প্ৰায় ৫ মাহ হৈছে ৷ সৰু ডাঙৰ মিলি প্ৰায় ১৬০ টা মান আছে ৷
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ share কৰা কাৰণে
@jyotishmansarmaassamkamrup1840
@jyotishmansarmaassamkamrup1840 4 года назад
আপোনাৰ কথাতো শুণি ভাল লাগিলে দাদা ম‌ই আগতে হাহ পুহিছিলো কিন্তু এটিয়া লোকেল মূৰ্গীৰ বহল ভিত্তিত কৰিছো কিন্তু কিছুমান অসুবিধা সন্মুখীন হৈছো সেইহে আপোনাৰ লগত কথা পাতিব বিছাৰো
@bishnugogoi3048
@bishnugogoi3048 4 года назад
Ekdom hosa, amare anekuwa kukura ase
@himangshudas3287
@himangshudas3287 3 года назад
Local kukurar theng halodhiya thake eito hosa kotha
@pranjalbhadra1125
@pranjalbhadra1125 2 года назад
Apunar contact no. tu dibo please
@bharatnath9840
@bharatnath9840 4 года назад
Good information..thankfully
@AssameseEducator
@AssameseEducator 4 года назад
Very Good 👍
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@tulusarma579
@tulusarma579 2 года назад
Aapuni video dekhowa bor su sonali jene lage real sonali aaru desir video ake loge dekhale he janim...
@nitiltinsukia7867
@nitiltinsukia7867 4 года назад
মই আপোনাৰ পৰা বহুত শিকিব পাৰিছো তাৰ বাবে ধন্যবাদ ।
@RupjyotisTips
@RupjyotisTips 4 года назад
Wc
@nironkurmi5845
@nironkurmi5845 3 года назад
Puwali thakute kene k dhoribo parim local ne sunali buli
@nfrview8720
@nfrview8720 3 года назад
সুন্দৰ ৷ বহুত ভাল লাগিল ৷ ধন্যবাদ
@RupjyotisTips
@RupjyotisTips Год назад
Thnk
@ytpbmgaming2725
@ytpbmgaming2725 4 года назад
Dada mur name priyanshu borah moi prai 60 ta man sonali murgi aru 50 ta man local murgi puhi asu agotu dubar puhilu kintu sonali murgi local murgit koi okol 1 week ha kom homoi loi weight gain hai korona local murgitka kom damot bikila amar bohut luksan hoi jai
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@indiafactinhindi2527
@indiafactinhindi2527 4 года назад
Hoi
@optimalfox4762
@optimalfox4762 2 года назад
This is very helpful video👍... thank you sir..
@RupjyotisTips
@RupjyotisTips Год назад
Thnk
@mukulhajong3661
@mukulhajong3661 4 года назад
বহুত ভাল লাগিছে ।.....ধন্যাবাদ দাদা ।
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ
@prasantadas1672
@prasantadas1672 Год назад
Nice
@RupjyotisTips
@RupjyotisTips Год назад
Thnk
@mousumirajbongshi8199
@mousumirajbongshi8199 4 года назад
Bhal lagil sai vdo2
@TradeTactics99
@TradeTactics99 4 года назад
Bht val information dila Dada.val lgil 👌
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@bitupanduwarah3063
@bitupanduwarah3063 2 года назад
Apunar video bur sai. Amar ansolon .locel kukurai puhe . kintu moi jonat apunar kotha2 vul hoise . karn bhut dhoronor kukura ase. Apuni val koi gobekhona kri kotha kole apunak val lagib. Karn apunar kotha2 hompurn vul hoise . beya napab
@jagatgogoi3281
@jagatgogoi3281 4 года назад
ভাল লাগিল,
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@swlibrh2570
@swlibrh2570 4 года назад
ভাল লাগিল সজাগৰ বাবে ধন্যবাদ ।ব হু ত ।
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@chaubhabeshphuke-lung7448
@chaubhabeshphuke-lung7448 3 года назад
Thank you
@alexmukut2820
@alexmukut2820 4 года назад
ওজনৰ লগত লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ বিষয়ে কোৱা কথাখিনি সম্পূৰ্ণৰূপে শুদ্ধ নহয়৷ কাৰন লোকেল মুৰ্গী কনী পাৰাৰ আগত এক কেজিৰো বেছি হৈছিল৷ মোৰ নিজা অভিজ্ঞতাৰপৰা কৈছো৷
@RupjyotisTips
@RupjyotisTips 4 года назад
লোকেল হলে মাইকী বোৰৰ যথেষ্ট পাখি আহে আৰু ডাঙৰ মাইকী হৈ যায় but sonali পাখি কম মাংস বেছি হয়
@anjandhon1832
@anjandhon1832 4 года назад
হয় দাদা আপোনি ঠিকেই কৈছে মইয়ো পুহি আছো লুকেল কুকুৰা এজনী কুকুৰাই কনী পাৰা সময়লৈ একৰ পৰা ডেৰকেজিৰ ভিতৰত হৈ যায়
@alexmukut2820
@alexmukut2820 4 года назад
@@RupjyotisTips হয়৷
@alexmukut2820
@alexmukut2820 4 года назад
@@anjandhon1832 সেইটো হয়৷ হয়তো বেছি পৰিমাণে পুহিলে ওজন কমিব পাৰে৷ কাৰন ১০/১২টা লোকেল মুৰ্গী ঘৰুৱাভাৱে পুহিলে সিহঁতে কেচু-কুমটি,মকৰা, পোক-পতংগ আদি উভৈনদীকৈ খাব পাৰে বাবে হয়তো ওজন বাঢ়িব পাৰে৷
@prasenjitpaul8753
@prasenjitpaul8753 4 года назад
দাদা আপুনি মতামত ভাল
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ
@supertime...782
@supertime...782 2 года назад
Vl lgil....
@RupjyotisTips
@RupjyotisTips Год назад
Thnk
@ziaulahmed7071
@ziaulahmed7071 4 года назад
Yes right kotha koise.. Bahiror pora ana tu bondho hobo lage
@lakhyakonwar406
@lakhyakonwar406 4 года назад
Good news bhai
@biseswarsingha1895
@biseswarsingha1895 7 месяцев назад
Juwakali local buli sunali d dise next time or pora local stop jihetu differentiate koribo nuwaru. Ghy t tu sunali bhorti
@RupjyotisTips
@RupjyotisTips 7 месяцев назад
Um
@arupkalita4326
@arupkalita4326 4 года назад
Hoi dada moiu atu kotha hudim buli vabisilua ..tq video2 bonai diya babe
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ
@dhunumohan8360
@dhunumohan8360 4 года назад
Val lagil dada
@manuranjan21
@manuranjan21 4 года назад
Thinku
@RupjyotisTips
@RupjyotisTips 4 года назад
Wc
@jaijawanagrifarm2416
@jaijawanagrifarm2416 4 года назад
Amar eyat ...Boilar 270.....local to 450
@RatanDas-oy9vg
@RatanDas-oy9vg 4 года назад
yours good information helps lots of people
@RupjyotisTips
@RupjyotisTips 4 года назад
Thanks
@rammajumder56186
@rammajumder56186 4 года назад
Right kotha kosa
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@prasenjitpaul8753
@prasenjitpaul8753 4 года назад
Very good 👍👌
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@nayankalita8597
@nayankalita8597 2 года назад
কেৱল বৰ্ণনা দিলে অভিজ্ঞতা নথকা মানুহে ধৰিব নোৱাৰে। ছবিৰ সহায়ত বুজোৱা উচিত।।
@prasantaruidas9632
@prasantaruidas9632 2 года назад
Hm😡😡😡😡😡😡😡😡😡😡😡
@goutamdas8856
@goutamdas8856 4 года назад
dada amar yeat a hoisay enakuwa ..kolikotar pora aha mugi lokel buli bise asay..
@jph3765
@jph3765 4 года назад
Dada koiler murgike sunali murgi buli koi naki
@RupjyotisTips
@RupjyotisTips 4 года назад
নহয়
@jph3765
@jph3765 4 года назад
Ooo
@daamiyaar1777
@daamiyaar1777 3 года назад
Awed
@pijushdas1398
@pijushdas1398 4 года назад
Dislikes mara Keita sonali murgir bepari
@jugalbaruahjb2163
@jugalbaruahjb2163 4 года назад
Hi
@RupjyotisTips
@RupjyotisTips 4 года назад
Hlo
@tulanpatir6003
@tulanpatir6003 4 года назад
Sai bal lagil dada
@mrigensarma1832
@mrigensarma1832 4 года назад
Sonalir 3mah kimn weight hy...n dam knekua hy nu dada
@RupjyotisTips
@RupjyotisTips 4 года назад
270
@assamtechnn3668
@assamtechnn3668 3 года назад
Dada mor 500+ sonali ase . Sale korib pora nai
@RupjyotisTips
@RupjyotisTips Год назад
Kio
@goutamtati6200
@goutamtati6200 4 года назад
Dada ami keneke china pam solani murgi....
@RupjyotisTips
@RupjyotisTips 4 года назад
Video টো চাওক ভালকৈ
@madhujyaphukon8421
@madhujyaphukon8421 4 года назад
Dada mur 200 murgi vl dam puwa ni amr iat 280 disa imn km kio hol dhoribo pora ni dudin mn agolika 450 soli asila amr iat u atiya bojarot local buli sonali murgi biki asa bohut okhubidha hoi sa frm dhemaji
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@taiburislam6869
@taiburislam6869 3 года назад
Mur deutar bemar houte Local buli Sonali kini anile sini napai. Khaute eku test npalu
@sanjibgogoi7890
@sanjibgogoi7890 4 года назад
Aji kali pure local murgi okol gaon r manuh r ghorot he pabo....taku kom porimane...ru ajikali local murgi farm t medicine ru kina dana khuwai...goteke farmor local murgi ru sonali murgir kunu parthoikya nai....
@palashgogoi3959
@palashgogoi3959 4 года назад
অহা কালি লৈ জনাব চোন কোন সময়ত কি ভেকচিন কুকুৰাক মাৰিবলাগে দাদা। "শুভৰাত্তি দাদা"
@RupjyotisTips
@RupjyotisTips 4 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-hD-amJIYI5s.html
@funnykids8156
@funnykids8156 4 года назад
Aamar2 local murge hoi to ve vore degol yel aase
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@indiafactinhindi2114
@indiafactinhindi2114 4 года назад
Dada sonali murgia umoni loi na noloi
@rantusvoice579
@rantusvoice579 2 года назад
জনোৱাৰ বাবে ধন্যবাদ,কিন্তু সৰুৰে পৰা মুৰ্গী দেখিছো ঘৰত।লোকেল মুৰ্গীৰ ঠেং হালধীয়া হয়।
@RupjyotisTips
@RupjyotisTips Год назад
Um
@kartikdeka498
@kartikdeka498 4 года назад
Thanks dada
@RupjyotisTips
@RupjyotisTips 4 года назад
Wc
@mrigenray8909
@mrigenray8909 4 года назад
Rupjuti taste too nathke sonali murgir
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@sankarbasumatary8934
@sankarbasumatary8934 4 года назад
Dadar daritu bhal lagishe dai, good information
@RupjyotisTips
@RupjyotisTips 4 года назад
Thnk
@ROHANsports-bn1rx
@ROHANsports-bn1rx 2 года назад
Apnar no deock
@temosdnightking3353
@temosdnightking3353 4 года назад
Dada Aapunar Phon Nmbr2 dyok
@RupjyotisTips
@RupjyotisTips 4 года назад
Page t dia ase
@dhritiprankalita249
@dhritiprankalita249 4 года назад
Local murgi wholesale diu karbak lgile contact koribo...
@pranjalbhadra1125
@pranjalbhadra1125 2 года назад
Contact number tu dibo
@SudiipBhowmik
@SudiipBhowmik 4 года назад
RU-vid ot nai difference or video
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@Assamboyvlogs
@Assamboyvlogs 4 года назад
👍👍
@RupjyotisTips
@RupjyotisTips 4 года назад
🙏
@pinkusarkar712
@pinkusarkar712 3 года назад
Dada ami murge tu kut besem
@susmitadoley7085
@susmitadoley7085 4 года назад
👍
@RupjyotisTips
@RupjyotisTips 4 года назад
🙏
@shyampegu294
@shyampegu294 2 года назад
Fake
@remixworksotexpert3589
@remixworksotexpert3589 4 года назад
আপুনি ভাল information দিছে । বহুতেই কথাবোৰ ভালদৰে নাজানে ।
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ
@johnbadding4263
@johnbadding4263 3 года назад
Apui aitu ata bhal kotha jonohadharonok jonai dise. Sorkar ai bekhoia kiba podokhep loley bhal hol heten. Apunak okhek dhynobad.
@mimu-borah1457
@mimu-borah1457 4 года назад
Thanks for good information and dada, muk eta semi atamatic incubator bani diba paribane?
@RupjyotisTips
@RupjyotisTips 4 года назад
হব । page ত message কৰিব
@samirsonowal8445
@samirsonowal8445 4 года назад
একেবাৰে সঁচা কথা কলে ।
@RupjyotisTips
@RupjyotisTips 4 года назад
ধন্যবাদ
@muktibegum55
@muktibegum55 3 года назад
Bhalo laglo, ph no ta diben dada
@RupjyotisTips
@RupjyotisTips Год назад
Ok
@pratappoultryworld5167
@pratappoultryworld5167 4 года назад
Aru ata difference aase sonalir chokur moni r kola ansho tu besi localor kom...
@RupjyotisTips
@RupjyotisTips 4 года назад
Ok
@rammajumder56186
@rammajumder56186 4 года назад
Thank you dada Janwar Babi
@RupjyotisTips
@RupjyotisTips 4 года назад
Wc
@taiburislam6869
@taiburislam6869 3 года назад
Dada Apunar Phone number 2 diyoksun
@pinkusaikia859
@pinkusaikia859 4 года назад
👍👍
@RupjyotisTips
@RupjyotisTips 4 года назад
🙏
Далее
SIGMA ENVY IS UNTOUCHABLE 🔥 #insideout2
00:10
Просмотров 2,8 млн
😭Телеграм УДАЛЯЮТ❌
00:50
Просмотров 55 тыс.
ПРАВО НА ЖИЗНЬ НУЖНО ВЫИГРАТЬ
32:38
SIGMA ENVY IS UNTOUCHABLE 🔥 #insideout2
00:10
Просмотров 2,8 млн