Тёмный
No video :(

এইবাৰ শিক্ষা বিভাগৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে//শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষা বিভাগৰ বাবে সু-খবৰ 

EDUCATIONAL INFORMATION IN ASSAMESE.
Подписаться 47 тыс.
Просмотров 78 тыс.
50% 1

এইবাৰ শিক্ষা বিভাগৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে//শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষা বিভাগৰ বাবে সু-খবৰ
#goodnews
#himantabiswasharma

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 93   
@pramilakhakhlary9882
@pramilakhakhlary9882 Месяц назад
মধ্যবিত্ত পৰিয়ালৰ কি হ'ব চাৰ?
@bkp9774
@bkp9774 Месяц назад
চিধা মানুহ মিৰি টোৱে কি সম্ভালিব, গতিকতে চতুৰ মানুহে লৈ ললে 😊😊😊
@samarbaidya2402
@samarbaidya2402 Месяц назад
Sir venture school r problem tu kindly solve koruk apuni ichha korile paribo
@Lohitchraybtm
@Lohitchraybtm Месяц назад
2021 New provicialized assam college non-teaching staff fixpay Regular ketia koribo
@rameshbonia
@rameshbonia Месяц назад
মুখ্যমন্ত্ৰী ছাৰৰ ভাষনটো ভাল লাগিল।ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে দিয়া মতামত সুন্দৰ হৈছে ।লগতে শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰক।তেখেত সকলে এল পি এমি ষ্কুলত বহুত বছৰ ধৰি বিনাবেটনত ছাত্ৰ-ছাত্ৰীক শিক্ষা দি ডাক্তৰ ইঞ্জিনিয়াৰ বনাই আছে ।🙏🙏
@user-ic9gp2qt9h
@user-ic9gp2qt9h Месяц назад
Sir 2013 year aru 2021 Majat ki mejik khel chalale bhalkoi sinta karak
@jinatsdays1548
@jinatsdays1548 Месяц назад
DEE provisional merit list ketiya dibo
@dhanjitdeka2979
@dhanjitdeka2979 Месяц назад
Venture school aru drop teacher r jibankone khatam krile CM sir/Ai kamtut Apuni Record kra naine?
@rashnaboruah8845
@rashnaboruah8845 Месяц назад
Sir, qualified tutor assistant professor k upgrade korok.
@samsulhuda3721
@samsulhuda3721 Месяц назад
Sir l requested to you that plz provinicilzed the all venture Institution of Assam. And all Dorp teacher ,non teaching employee before 2024 Lagislative election.Its will better for new coming Assam(BJP) govt.And all sufferer teachers and nonteaching employes .
@AzizulHaque-ou4em
@AzizulHaque-ou4em Месяц назад
ছাৰ, ঠিকাভিত্তিক সকলো ছাৰ ছাৰ !ঠিকাভিত্তিক সকলো শিক্ষকৰ চাকৰি নিয়মিয়াকৰন কৰক আৰু এন, পি,এছৰ পৰিবৰ্তে ও,পি, এছৰ ‌ প্ৰবৰ্তন কৰক আৰু শিক্ষক সকলৰ চাকৰিৰ সময়সীমা ৬৫ বছৰ কৰক।
@iddtimasultana6852
@iddtimasultana6852 Месяц назад
Free te pua bostur mulyo nathake, it should only be for economically weaker students
@dipankarrabha6194
@dipankarrabha6194 Месяц назад
ছাৰ, LP আৰু UPৰ টেট পাছ কৰা সকলোকেই নিযুক্তি দিব লাগে ঠিকাভিত্তিত হলেও
@user-ko9ie1gk9s
@user-ko9ie1gk9s Месяц назад
আপোনালোকক ভালকৈয়ে চিনি পালোঁ।আপোনালোকৰ একো কথাকে বিশ্বাস নকৰোঁ।
@susilmahato6276
@susilmahato6276 Месяц назад
Sir আপোনি হে শিক্ষাবিভাগ টোৰ মৰনত্তোৰ পৰিক্ষা ভালকৈ কৰিব পাৰে।🙏
@susilmahato6276
@susilmahato6276 Месяц назад
ধন্যবাদ মহাশয়।
@user-pe1pq9zk4x
@user-pe1pq9zk4x Месяц назад
ভেন্সাৰ স্কুলৰ সমস্যা সমাধান কেতিয়া ক্ষবগৈ।
@budheswarnath6516
@budheswarnath6516 Месяц назад
কাম নাই তোমাৰো ... তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই তুমি য়েই শিক্ষা মন্ত্ৰী থাকিও অসমৰ চৰকাৰী স্কুল সমূহৰ কি অৱস্থা হল গৈ দেখিলো । " স্বাস্থ্য আৰু শিক্ষা ৰ বাদে অন্য একোহতে বিনামূলীয়া হব নালাগে " !!!
@manjubarman1855
@manjubarman1855 Месяц назад
আজিৰ কথাখিনি শুনি বহুতেই ভাল লাগিল।
@DipenTawd
@DipenTawd Месяц назад
ছাৰ আপোনাক বিনম্ৰতাৰে অনুৰোধ ২০২১বৰ্ষত পদ প্ৰাদেশিকীকৰনৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলৰ বাবে কিবা এটা কৰক ছাৰ। আমিবোৰ বহুত মানসিক চাপত আছোঁ। প্লিজ, ছাৰ কিবা এটা কৰক।
@poribortonaruhikha4121
@poribortonaruhikha4121 Месяц назад
বিনামূলীয়া কৈ নামভৰ্তি কৰাটোৱে যথেষ্ট নহয়, গণ্ডাই গণ্ডাই এটা ক্লাছৰূম ত লৰা ছোৱালী বোৰ যে সোমায় দিছে, তাৰ অনুপাতে teacher appointment দিছে জানো? Conjusted ক্লাছৰম ত ছাত্ৰ ছাত্ৰী য়ে কিমান মনোযোগ দিব পাৰে , সেইবোৰ বিষয় ওপৰত অনুসন্ধান/ research হব লাগে। However, I support Samarth portal
@alfazuddin8189
@alfazuddin8189 Месяц назад
Great Speech sir......
@shyamalsvlogs7836
@shyamalsvlogs7836 Месяц назад
শিক্ষা বিভাগৰ প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰক ভাৰপ্ৰাপ্ত শিক্ষক বা অধ্যক্ষৰ দ্বাৰা বিদ্যালয় পৰিচালনাত কৰোতে গতি স্থবিৰ হয় সেই বাবে মুখ্যমন্ত্ৰী ওচৰত অনুৰোধ বিষয়টো বিবেচনা কৰিব।
@-um9sq
@-um9sq Месяц назад
শিক্ষা বিভাগৰ কত দায়িত্ব লৈছে
@babitadas6300
@babitadas6300 Месяц назад
🎉ভাল লাগিল বহুত।
@digantagogoi4222
@digantagogoi4222 Месяц назад
Tutor ৰ পাৰিতোষিক বৃদ্ধি নকৰিলে ২২ জুলাইৰ পৰা আন্দোলন।
@faizulhoque9464
@faizulhoque9464 Месяц назад
Sir, আপুনি শিক্ষা বিভাগত হস্তক্ষেপ কৰা বাবে আমি ভেঞ্চাৰ শিক্ষক -শিক্ষয়িত্ৰী খিনি অতি সূখী হৈছো। সম্পূৰ্ণ নিয়ম অনুসৰি চলি থকা ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ অতি সোনকালে প্ৰাদেশিকী কৰণৰ ব্যৱস্থা কৰিবৰ বাবে নিবেদন জনালোঁ।
@Grbora94953
@Grbora94953 Месяц назад
@@faizulhoque9464 সেই অনা দেলে।ইয়েই আপোনালোকৰ প্ৰাদেশিকীকৰণ নকৰা কালপ্ৰীত ।সেইজনক তেল মাৰি লাভ নাই।
@kalpanadas1724
@kalpanadas1724 Месяц назад
দুখীয়াৰ তেজ খোৱা বোৰক বুজাই লাভ হবনে ??
@rahuldebsingha9995
@rahuldebsingha9995 Месяц назад
Sir, 30 বছৰ ধৰি বিনা বেতনত কাম কৰাৰ পাছত tutor সকলক বিনা চর্তে শিক্ষকৰ মৰ্য্যদা দিয়ক।
@MAX000_GAMING
@MAX000_GAMING Месяц назад
2021 চনত নিযুক্তি দিয়া টিউটৰ শিক্ষক সকলক বিনা সত্তে শিক্ষক পদত নিযুক্তি দিয়ক ছাৰ
@A2Z-infor-vedio
@A2Z-infor-vedio Месяц назад
ভাল লাগিল।
@bandanabhattacharya8742
@bandanabhattacharya8742 Месяц назад
Great motivationall Speech ❤
@PabitraKalita-hy9we
@PabitraKalita-hy9we Месяц назад
মহাশয় , আপুনি বহুক্ষেত্ৰত মহানুভৱতা দেখুৱাই আহিছে । গতিকে দুৰত থকা বিশেষ কে মানকাছাৰত থকা শিক্ষয়িত্ৰী সকলোৰ বদলি কৰণত গুৰুত্ব দিয়া টো জৰুৰী হৈ পৰিছে । তেওঁ লোকক ৰুগীয়া সাহু , শহৰে অধিৰ আগ্ৰহেৰে ওচৰৰ বিদ্যালয় এখনত থকাটো লৈ বাট চাই আছে । বোৱাৰীৰ লগত পুত্ৰ ও যাবলগীয়া হৈছে । আপুনি অলপ দয়াবান হওক।
@prashantasharma6419
@prashantasharma6419 Месяц назад
সৰ্বশিক্ষাৰ ফিক্স হনাৰিয়াম পোৱা স্বেচ্ছাসেৱক আৰু সমল ব্যক্তি সকলৰ বিষয়ে কিবা নতুন খবৰ আহিব নেকি মহোদয় । বহুত বঞ্চিত হৈ আছে এই লোকসকল প্ৰায় বহু বছৰ ধৰি
@mantusaikia6686
@mantusaikia6686 Месяц назад
শিক্ষাগুৰুসকলে মানবীয় পমূল্যবোধক ঊচিৎভাবে গুৰুত্ব দিলেহে এখন সমাজ বা জাতিৰ উন্নতি সম্ভব্ ।
@pranitatalukdar6343
@pranitatalukdar6343 Месяц назад
ছাৰ নিদ বেছিচত ড্ৰপ কৰি ৰখা সকলক নিযুক্তিৰ ব্যৱস্থা কৰক 😢😢😢😢!!
@SN_1980
@SN_1980 Месяц назад
Awesome SIR.....Good leadership....Thank you sir 🙏🏼
@sixstar3103
@sixstar3103 Месяц назад
চাৰ🙏 , বাণীকান্ত কাকতি আঁচনিৰ অধীনত কৰ্মৰত কম্পিউটাৰ শিক্ষক সকলক উদ্ধাৰ কৰক ১৪০০হাজাৰ টকাত জীৱন নৰয় চাৰ ।এখন ঘৰৰ দায়িত্ব পালন কৰাটো দুৰ্বিষহ হৈ পৰিছে । আমাৰ কাৰণে এবাৰ ভাবক চাৰ কাতৰি অনুৰোধ কৰিছোঁ ।
@lkgogoisworld7191
@lkgogoisworld7191 Месяц назад
আমাৰ ল'ৰাটোৱে পঢ়া কলেজখনত সাত শ টকাকৈ লৈছে
@deepalikalita4749
@deepalikalita4749 Месяц назад
অসমত ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী বোৰৰ কি হব আপুনি যদি এটা উপায় নিদিয়ে কোনে দিব ,আমি আপোনাকেই আশা কৰি ৰৈ আছোঁ
@RitaRajbongshi-by1lg
@RitaRajbongshi-by1lg Месяц назад
Thank you sir education bibhgto Lua babe🙏
@mantusaikia6686
@mantusaikia6686 Месяц назад
কলেজৰ নামভৰ্তি বিষয়টোত চৰকাৰী হস্তক্ষেপত সব লাগে ।
@kp23456
@kp23456 Месяц назад
মই পানীৰ পৰাও টকা পাও,,মাটি ,বায়ু ৰ পৰাও টকা পাও আনকি পুত্ৰ পৰাও পাও কিন্তু শিক্ষা বিভাগৰ পৰা নাপাই বহুত দুখ লাগি আছিল, কিন্তু এই বাৰহে লক্ষী আহিল মোৰ হাতলৈ
@hemalatachetia3765
@hemalatachetia3765 Месяц назад
অ ছাৰ,,আপুনি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক দিয়ক,,অভিভাৱক বিহীন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ কৰিব মন নাযাই। ।প্ৰধান শিক্ষকৰ পদ টো দিবলৈ কৰযোৰে 🙏🙏🙏কৰিলো ।।
@imdadali9519
@imdadali9519 Месяц назад
ভাল লাগিল কথা খিনি চাৰ।শিৱসাগৰ ।
@naurinblogs2871
@naurinblogs2871 Месяц назад
Sir কলেজক admission ৰ টকাবোৰ সোনকালে দি দিছে ভাল কথা কিন্ত সেই টকাবোৰ principal খৰচ কৰিব দিছে নে কলেজৰ কাম কৰিবলৈ দিছে ? বহু principal য়ে নিজৰ সম্পত্তি ভাবি ব্যৱহাৰ কৰি আছে ৷ কলেজৰ একো উন্নতি হোৱা নাই ৷
@prajapatideuri6517
@prajapatideuri6517 Месяц назад
Sir, (৫-১০) বছৰ এখন High School ত Head Master I/C কৰি থকা সকলক অনুগ্ৰহ কৰি full place ৰ HM appointment কৰোৱাৰ ব্যবস্থা কৰক। যিহেতুকে তেখেত সকলৰ বয়স বৰ্তমান ৫৬/৫৭ বছৰত ভৰি দিছে। BEd কৰাৰ বয়হো নাই sir।
@bimalsarkar3513
@bimalsarkar3513 Месяц назад
মহোদয় ১০০০০ হাজাৰ টকাত পৰিয়াল চলিব পাৰেনে ?আমাৰ পৰিয়াল শেষ নকৰিব ।
@Sahityamudi
@Sahityamudi Месяц назад
হয় নামভৰ্তিৰ পিছতো কলেজাসমূহে পইছা লৈ। স্কুলসমূহেও লয়।
@kabitadevi3843
@kabitadevi3843 Месяц назад
Niyam khini valdare palon karile nhut val hab
@Grbora94953
@Grbora94953 Месяц назад
ধ্বংচ মামা আৰু দুবছৰ তোৰ।
@ratulnath6176
@ratulnath6176 Месяц назад
2021 চনত কলেজ স্কুল ত নিযুক্তি দিয়া কৰ্মচাৰী খিনি ক কি কাৰণত regulr কৰা নাই। tutor সকলে B ed pass পাছ কৰি শিক্ষক শিক্ষয়িত্ৰী হব কৰ্মচাৰী সকলে কি পাছ কৰিলে চাকৰি regular হব।
@sarajudevi5587
@sarajudevi5587 Месяц назад
Great motivational speech ❤
@Chandradoleymusic
@Chandradoleymusic Месяц назад
Sir apuni Amar ventur school bur help korile bohut lukor ahirbad pabo
@soumandas8960
@soumandas8960 Месяц назад
Narayan Narayan Narayan Narayan
@safiqurrahman6200
@safiqurrahman6200 Месяц назад
Very good,etiya hoitu banchito tutors or other teachers xokole kiba eta justice puwar aha karibo pari.
@Gayatri-mh9fh
@Gayatri-mh9fh Месяц назад
6ta class 2goraki teacher ye quality education diat axubidha hoi bhut sir
@smritirekhabora-8431
@smritirekhabora-8431 Месяц назад
Respected sir,computer teacher xokolor punor appointment dibo lage...
@jadumonidutta2325
@jadumonidutta2325 Месяц назад
Nice step up most welcome BJP government
@pranabkumarsamrma731
@pranabkumarsamrma731 Месяц назад
You are great cm in assam
@sudarshansamaddar9210
@sudarshansamaddar9210 Месяц назад
O darun bujai dile PRC nothing.CM also was right in CAA
@Gayatri-mh9fh
@Gayatri-mh9fh Месяц назад
Eyar upori LP school head teacher ye koribologia xokolo kam koriblogia hoi
@MohiburRahman-xg5jl
@MohiburRahman-xg5jl Месяц назад
কৰ্মদক্ষ আমাৰ মুখ্যমন্ত্ৰীক জনাওঁ শত শত নমস্কাৰ |
@bharatichetia1641
@bharatichetia1641 Месяц назад
Apuni ahilehe aami ops pam
@biplobjyotilaskar2035
@biplobjyotilaskar2035 Месяц назад
Venture school Tu diok sir thirty years hoi gol
@abdusmatterali7493
@abdusmatterali7493 Месяц назад
Sir, very good.apuni dropt teacher, kota abar vabok,Bina betone 20 bosar dhori teaching di aso.
@lakhinathnarah2591
@lakhinathnarah2591 Месяц назад
Home district single transfer diyok
@Sahityamudi
@Sahityamudi Месяц назад
Higher secondary school somuhotu lora sualik poisa khuje studentor pora....kisuman school tu 1000 rupees loise admissionor pasot
@kushalbaruah8438
@kushalbaruah8438 Месяц назад
VENTURE SCHOOL PROVINCIALLY KARIB NAKARE..KOWK...NAHALE. VENTURE SCHOOL PROVINCIALLY KARIB BULI KUWA KATHA RAKHAK...NAHALE BJP' 26 T SAW KHAI KHAI POTON HABAI SAB
@mr.nabarun
@mr.nabarun Месяц назад
Senior secondary ৰ বাবে কেতিয়া দিব?
@bestanjaankahaniyan1984.....
@bestanjaankahaniyan1984..... Месяц назад
Udalguri districtor kalaigaon HS schoolot ei ekei xomosyato hoi thaake
@____mamu____6677
@____mamu____6677 Месяц назад
Okol higher education bikoi e koi thake. Cm LP mp school ot phoa nasili neki .
@rinimahoque6912
@rinimahoque6912 Месяц назад
😅
@kangkanhazarika2587
@kangkanhazarika2587 Месяц назад
Merit list ulaibo lage sunkale
@jayantihazarika9607
@jayantihazarika9607 Месяц назад
5th semister smothportal t hobo ni .
@kamaleswardas8507
@kamaleswardas8507 Месяц назад
Apuni iman cool kio hoi gol baru,, alop ugro holehe val lage,, josh tu main
@gopalthapachetry
@gopalthapachetry Месяц назад
Aijone katha he koy. Axom bharatar anny rajyatkoi kiman agbadhil? Apunito pratham 5 no t anar kotha asil
@simantadas6272
@simantadas6272 Месяц назад
You are great cm in India
@ganeshsarma706
@ganeshsarma706 Месяц назад
মেইন কালপ্ৰিট শিক্ষা বিভাগৰ RSS,ৰ কথা মতে ইউনিচেভৰ ,হূৰ টকা অহাৰ উমান পায়েই শৰৎ বৰকটকী,ভুমিধৰ বৰ্মন ৰ পৰা জোৰকৈ দুয়োটা বিভাগতে মিছন চলাই কমিছন লুট-পাত কৰা টেকনিক তে ওৰে গাৱে গাৱে গুডাম স্কুল নিৰ্মাণ কৰা লোৰ খুটি গুৱাহাটীৰ পৰা আনাৰ বাবদ 450000টকা প্ৰধান শিক্ষকৰ পৰা কাটি নিছিল।
@upendas1003
@upendas1003 Месяц назад
Vensa school bur dhork sir
@pradipbarman9664
@pradipbarman9664 Месяц назад
Kindly জনাব নেকি kkhou ৰMA per semester fees কিমান?5000হাজাৰ লয়, back থাকিলে 750লয়per subject,আমি নাজানো বাবে আপোনাৰ পৰা জানিলে সূখী হয়।
@abhishekdevnath9959
@abhishekdevnath9959 Месяц назад
Congratulations sir
@kandarpathakuria7261
@kandarpathakuria7261 Месяц назад
Sir, please Tutor to Teacher with increas salary.
@pradipkumardey7645
@pradipkumardey7645 Месяц назад
রনোজ পেগু হঠাও। আপনি প্রাইমারি স্কুলে র ঠিক করুন।
@sofiqulislam7591
@sofiqulislam7591 Месяц назад
@HL__598
@HL__598 Месяц назад
Jhj hi jjjhhjhb😮
@dipankarrabha6194
@dipankarrabha6194 Месяц назад
ছাৰ , ডিগ্ৰীৰ নাম ভৰ্তীত লৈছে, Free means all semisters admission is Free. If some College taking 600/1000 , then that admission is not free.
@BikashChutiaBikashChutia-kb4rr
@BikashChutiaBikashChutia-kb4rr Месяц назад
Good very good
@BharatBoruah-sb1ts
@BharatBoruah-sb1ts Месяц назад
Sir venture school khini upkriita hobona
@ranjumanikataki7003
@ranjumanikataki7003 Месяц назад
দিব্যঙগ সকলৰ সুবিধাৰ্থে কেনে পদক্ষেপ হ'ব মহাশয়।
Далее