অসমৰ বিহুত বিভিন্ন সময়ত বিভিন্ন জন বিহুৱা ,ঢুলীয়া ,নাচনী ওলাইছে ।যিসকলে বিহুক এটা নতুন মাত্ৰা প্ৰদান কৰি গৈছে। বিশ্ব আমাৰ সময়ৰ বিহুৱা ,যি ঢোল টোক এটা নতুন মাত্ৰা প্ৰদান কৰিছে।নতুন প্ৰজন্মৰ বাবে এটা ধাৰা সৃষ্টি কৰিছে। যি আমাৰ বৰ্তমান আৰু ভৱিষ্যতে গৌৰৱ হ'ব।