Тёмный

এক শৰণ নাম ধৰ্ম কি ? 

Updesh Mala
Подписаться 2,8 тыс.
Просмотров 2,9 тыс.
50% 1

Опубликовано:

 

29 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 40   
@padmeswarsagra5123
@padmeswarsagra5123 13 дней назад
Dhuniya
@rituparnabhardwaj760
@rituparnabhardwaj760 15 дней назад
সুন্দৰ আৰু সত্য বাখ্যা...!🙏
@amritnath1156
@amritnath1156 Год назад
জয় শিৱ শঙ্কৰ❤🔱🔱 🙏যিসকলে দেবাদিদেব মহাদেৱক নিন্দা কৰে বা পূজা নকৰে তেওঁলোকৰ সেইয়া পূর্ব জন্মত কৰি থোৱা পাপ কৰ্মৰ হে ফল তেওঁলোক আচলতে মহাদেৱক পূজা কৰাৰ যোগ্য এ নহয়। কাৰন শ্রী শ্রী শিৱ গীতা, শিৱ মহা পুৰাণত উল্লেখ আছে যে মনুষ্যই পূর্ব জন্মত কৰি থোৱা শত কোটি পূণ্যৰ ফলত হে ভগৱান শিৱৰ ভক্ত হয়। 🙏
@updeshmala2737
@updeshmala2737 Год назад
🙏🕉
@anujdeuri7044
@anujdeuri7044 6 месяцев назад
জয় জয় মহাদেৱ
@updeshmala2737
@updeshmala2737 21 день назад
@@amritnath1156 সত্য বচন আৰু শাস্ত্ৰৰ মত
@RambhaDasRajkhuwa
@RambhaDasRajkhuwa 6 месяцев назад
শিৱ নিৰাকাৰ দিব্য জ্যোতি বিন্দু । পিতা পৰমাত্মা। নিজক আত্মা বুলি বুজিলে পিতা শিৱ বাবাক জানিব।om Shanti Om Shanti Om Shanti
@himanshudutta609
@himanshudutta609 2 месяца назад
shiva nirakar nohoi.
@harjyotideka2756
@harjyotideka2756 Год назад
ঔঁম নমঃ শিৱায়🔱🔱🔱
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 29 дней назад
Tumi dhoinyo probhu..
@youtuber-xw1tb
@youtuber-xw1tb 21 день назад
Muhan,parbhu,apunar,katha,bur,bahut,bahut,Val,lagisei,amar,parbhu,amak,kebal,khasa,to,he,lagei,baki,beleg in bap,burar,aje,baje,katha,bur,amak,nalagei,,amar,hatat,khamoi,bar,kam,ami,,baba,bhula,nathar,para,gati,pam,ne,nai,
@updeshmala2737
@updeshmala2737 21 день назад
@@youtuber-xw1tb শিৱই হৈছে সমস্ত জনৰ মুক্তিদাতা। কেৱল সত্য শুদ্ধ গুৰুৰ উচৰতহে শৈৱ মন্ত্ৰ লব।
@budhendas7500
@budhendas7500 Год назад
সুন্দৰ
@RatulBorah-xk6ir
@RatulBorah-xk6ir 9 дней назад
আপুনি মানে শিৱ ভক্ত.. শিৱ পুৰান পঢৃী আছে
@pallabikagohain5720
@pallabikagohain5720 5 месяцев назад
Om Tat sat
@naliniadhikary6791
@naliniadhikary6791 3 дня назад
আপুনি জগত গুৰু শ্ংকৰ দেৱক নস্যাৎ কৰিবলৈ যত্ন কৰিছে নেকি?তেৰাৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ গুৰু বন্দনাকো নস্যাৎ কৰিলে।জয় গুৰু শংকৰ সৰ্ব গুনাকৰ এয়া মাধৱদেৱে লিখা গুৰু বন্দনাকো আপুনি ক'ৰ পৰা ক'ত লৈ পালে।আমি পৰম বৈষ্ণৱ শিৱ শংকৰক কেতিয়াও হেয় নকৰোঁ। আপুনি সনাতন ধৰ্মৰ বৈষ্ণৱ পন্থাৰ বিষয়ে অলপ অধ্যয়ন কৰক।
@updeshmala2737
@updeshmala2737 3 дня назад
@@naliniadhikary6791 আপোনাৰ অধ্যয়ন বহু কম আছে। আপুনি ধৰ্মৰ মুল একো নাজানে? আপুনি যি বৈষ্ণৱ পন্থাৰ কথা আমাক প্ৰকাশ কৰিছে সেই বৈষ্ণৱ পন্থা কেতিয়াৰ সৃষ্টি? আপুনি ইতিহাস খন উলিয়াই মোক উত্তৰটো দিবলৈ নাপাহৰিব। যি শংকৰ মাধৱৰ গুৰু বন্দনাৰ কথা কৈছে সেই শংকৰ মাধৱ জন্ম নোহোৱাৰ আগত গুৰু বন্দনা কি আছিল তাৰ বিষয়ে লিখিবলৈ নাপাহৰিব। সনাতন ধৰ্ম প্ৰতিষ্ঠাপক কোন আৰু সনাতন ধৰ্মৰ ধৰ্ম গ্ৰন্থ হিচাপে অভিহিত হোৱা ধৰ্ম গ্ৰন্হ কেইখনৰ নাম কি ?লিখিবলৈ নাপাহৰিব। এতিয়া আঁহক বৈষ্ণৱ আৰু নৱ বৈষ্ণৱ ধৰ্মৰ সৃষ্টি কেনেকৈ হল তাক জানিবলৈ চেষ্টা কৰোঁ। সনাতন ধৰ্মৰ পাঁচটা পন্থ হৈছে শৈৱ, শাক্ত, বৈষ্ণৱ,গানপ্ৰত্য আৰু সৌৰ।কিন্তু সনাতন ধৰ্মৰ এই পাঁচটা পন্থৰ ভিতৰত সৰ্ব প্ৰথম সম্প্ৰদায় হৈছে শৈৱ সম্প্ৰদায়।শৈৱ সম্প্ৰদায়ৰ চাৰি হাজাৰ বছৰৰ পিছত বৈষ্ণৱ সম্প্ৰদায়ৰ সৃষ্টি হৈছিল। অৰ্থাৎ বৈষ্ণৱ সম্প্ৰদায় সৃষ্টি নোহোৱাৰ আগত সনাতন ধৰ্ম শৈৱ সংস্কাৰকহে কোৱা হৈছিল। আপোনাৰ বৈষ্ণৱ সম্প্ৰদায়ৰ সৃষ্টি খ্ৰীষ্ট পুৰ্ব সপ্তম শতিকাতহে হৈছিল। আৰ্য সকল কোনো ব্ৰাহ্মণ নাছিল। আৰ্য সকল আছিল বেপাৰী। আৰ্য সকল ঢাল, তৰোৱাল , ঘোঁৰা ইত্যাদি লৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু সহজ সৰল ভাৰতীয় সকলক দেখি শৈৱ সম্প্ৰদায়ৰ পৰা পৃথক হৈ বৈষ্ণৱ ধৰ্ম সৃষ্টি কৰিলে। আৰ্য শক্তিৰ সন্মুখত সেই সময়ত শৈৱ সম্প্ৰদায় দূৰ্বল হৈ পৰিল। বৈষ্ণৱ ধৰ্ম বহু দেৱতাবাদী ধৰ্ম। তেতিয়াই ব্ৰাহ্মণ সকলে শৈৱ ধৰ্মৰ পৰা শক্তিকো পৃথক কৰিলে। অৱশেষত ব্ৰাহ্মণ শ্ৰেষ্ঠ বুলি জগতত প্ৰচাৰ কৰিলে। শূদ্ৰ সকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। অত্যাচাৰত থাকিব নোৱাৰি বৈষ্ণৱ আন্দোলন আৰম্ভ হল।অৱশেষত নৱ বৈষ্ণৱ ধৰ্ম ৰ সৃষ্টি হল। নৱ বৈষ্ণৱ সকলে চিন্তা কৰিলে যে শৈৱ সকলৰ আৰাধ্য শিৱ,বৈষ্ণৱৰ বিষ্ণু, শাক্তৰ শক্তি হৈছে আৰাধ্য কিন্তু নৱ বৈষ্ণৱ সকলে কাক আৰাধ্য মানি ভক্তি কৰিব। তেতিয়া পুনৰ ভাগৱত ৰচনা কৰি বেদ ব্যাসৰ কান্ধত বন্দুক থৈ পুৰাণ বোৰ ভূল বুলি প্ৰকাশ কৰি অৱতাৰৰুপী কৃষ্ণক সকলোৰে উৰ্ধত বুলি প্ৰচাৰ কৰি মানৱ সমাজত আজি কন্দলৰ সৃষ্টি কৰিছে। প্ৰকৃতাৰ্থত শৈৱ সনাতন ধৰ্মত সকলো দেৱ দেৱীৰ নাম গুনানুকীৰ্তন কৰা হয় কিন্তু শিৱ আছিল সৰ্ব শ্ৰেষ্ঠ। কিন্তু আজি শিৱক বৈষ্ণৱ বনোৱা সকলেই হৈছে বৈষ্ণৱ সম্প্ৰদায়আৰু নৱ বৈষ্ণৱ সম্প্ৰদায়। ইতিহাস লৈ আহি মোৰ ওচৰত কথা পাতিব। বৰ্তমান আপুনি মোৰ লগত ধৰ্ম আলোচনা কৰাৰ যোগ্য আপুনি নহয়। তথাপিও মোৰ প্ৰশ্নৰ উত্তৰ পাম বুলি অপেক্ষা কৰিলো।ঔঁ নমঃ শিৱায়।
@putulsarmah5900
@putulsarmah5900 27 дней назад
Jar naj upanyan adikar tar nai Om adikar siba gitta
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Месяц назад
sankardeb nijei hindu manuh etiar sangkoribor ahindu hoiche
@RambhaDasRajkhuwa
@RambhaDasRajkhuwa 6 месяцев назад
আমি জনাত শিৱ আৰু শংকৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। শিৱ মহাদেৱ এজন তপশী। তেওঁ নিজে শিৱ পাৰমাত্মক ধ্যান কৰে।
@updeshmala2737
@updeshmala2737 6 месяцев назад
ৰামে কোন শিৱক পুজা কৰিছিল?কৃষ্ণই কোন জনা শিৱক পুজা কৰিছিল? অৰ্জ্জুনে কোন জনা শিৱক পুজা কৰিছিল?
@animeghrajbonshi1521
@animeghrajbonshi1521 Год назад
Bahut khunder Baki bure ketiya bujibo
@RomenboruahRomenboruah
@RomenboruahRomenboruah 7 месяцев назад
আপুনি গোৱা গোপাল গোবিন্দ বাসুদেৱ এইবোৰ কাৰ নাম।
@updeshmala2737
@updeshmala2737 7 месяцев назад
অক্ষৰ ব্ৰক্ষ্মৰ নাম।
@shyammahanta7317
@shyammahanta7317 15 дней назад
জয় গুৰু শংকৰ সৰ্ব গুনাকৰ যাকেৰি নাহি উপাম| তোহাৰি চৰণে ৰেণু শতকুতি বাৰেক কৰোহু প্রণাম || এই ভাগ গুৰু ভতিমা, মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল, জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা কৰিবৰ বাবে |মহাদেৱক বৰ্ণনা কৰা নাই | আৰু আপুনি যে গাই আছে গোপাল গোবিন্দ এইবোৰ শিৱ মহদেৱৰ নাম নেকি? আপুনি আগৰ ভি ড অ ত কৃষ্ণ ভগৱন্ত বুলি কৈছে আকৌ কেতিয়াবা কয় কৃষ্ণ ভগৱান নহয় শিৱহে ভগৱান | এইবোৰ দুতলিয়া কথা কৈ মানুহক বিভ্রান্তি কৰি আছে কিয়? ইমান দিনে আপোনাৰ ভি ডিঅ বোৰ চাই আপুনি ভক্তি মাৰ্গৰ কথা কিবা অলপ জানে বুলি ভাবিছিলো |আজি ভি ডি অ টো চাই বুজিলো যে আপুনি একো নাজানে | এনেই টি আৰ পি বঢ়াবলৈ এইবোৰ ভি ডিঅ বনাই আছে! আৰু আপুনি কৈছে শৈৱ সকলৰ বাহিৰে বাকি সকলে ঔঁ কাৰ নামানে | নামৰ শেষত যে অ হৰি অ ৰাম কয় সেইয়া আচলতে কি জানেনে? ঔঁ হৰি ঔঁ ৰাম | সহজ সৰল নিৰক্ষৰি মুখত পৰি লাহে লাহে সেইটো অ হৰি, অ ৰাম হৈছে | আপুনি এটা থিক কথা কৈছে ভগৱন্তৰ নাম মহাদেৱেহে ৰক্ষা কৰিলে |বাকি দেৱতা সকলে হৰিনাম লুপ্ত কৰিব বিচাৰিছিল | আৰু সেই নামকে কলি যুগত অসম মুলুকত শংকৰদেৱে প্রচাৰ কৰিলে |সেই ধৰ্মকে এতিয়া ভুল কবলৈ আহিছে | আপুনি ইমান ভু ভু পণ্ডিত হল যে শংকৰদেৱ মাধৱদেৱকো নিন্দা কৰাৰ ধৃষ্টতা কৰিছে |শংকৰদেৱে অসমত কেৱল ধৰ্ম প্রচাৰ কৰা নাই |অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠা কৰি থৈ গৈছে |শংকৰ দেৱে শিৱকহে নালাগে কোনো ধৰ্মকে নিন্দা কৰিবলৈ কোৱা নাই |হৰি হৰৰ পাৰ্থক্য নাই |কোনোবা এজনে কিবা এটা কলে বুলি আপুনি সকলোকে সাঙুৰিব নেকি? আৰু এটা কথা কওঁ ,ৰাম ভক্ত হনুমন্ত কাৰ অৱতাৰ? বেলেগ উদাহৰণ নালাগে!
@updeshmala2737
@updeshmala2737 15 дней назад
@@shyammahanta7317 আপুনি গাধ। আপোনাৰ ওচৰত কোনো তত্ত্ব নাই। সনাতন ধৰ্মৰ গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ নহয়। "গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱো মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈ শ্রী গুৰুভে নমঃ।।" শংকৰদেৱৰ জন্মৰ পাঁচশ বছৰৰ আগত গুৰু কোন আছিল? যি শংকৰদেৱে বেদ ব্যাসৰ পুৰাণ চাই কীৰ্ত্তন ঘোষা লিখে সেইজন যদি সনাতন ধৰ্মৰ গুৰু হয় বেদ ব্যাস কোন? শংকৰদেৱে বেদ ব্যাসৰ ওপৰত গুৰু হব পাৰিবনে?শিক্ষিত সমাজত মূৰ্খৰ অভাৱ নাই। এতিয়া আঁহক মহাদেৱৰ কথা। মহাদেৱ সমস্ত জগতৰ গুৰু আৰু আপোনাৰ ভগৱান বিষ্ণু আৰু দৈৱকী নন্দন কৃষ্ণৰো গুৰু ।যদি আপোনাৰ ইমান তত্ত্ব আছে এবাৰ কল কৰিব। শংকৰদেৱ সনাতন ধৰ্মৰ গুৰু নহয়। মনত ৰাখিব। সনাতন ধৰ্ম শংকৰদেৱে সৃষ্টি কৰা নাই।যদি প্ৰমাণিত কৰি দেখুৱাব পাৰে আঁহক যদি তত্ত্ব আছে। লগতে শ্ৰীমন্ত শংকৰদেৱ হৰি অৱতাৰ বুলি সনাতন ধৰ্মৰ কোনো বেদ পুৰাণ উপনিষদত ভৱিষ্যবাণী নাই। আপুনি কোন?
@pallabikagohain5720
@pallabikagohain5720 5 месяцев назад
Sanatan Parbhu Jana Sivsankar Maa Deutar Nam Davi Puranot Aase Hei Nam Hosa Ne Jonabo,
@updeshmala2737
@updeshmala2737 5 месяцев назад
ভিডিঅ বনাই আপোনাক স্পষ্ট বুজাবলৈ চেষ্টা কৰিম
@girishbania8260
@girishbania8260 Год назад
সনাতন নকৈ টনাটন সনাতনী নকৈ টনাটনী বুলি কলেহে ভাল হ'ব নেকি !সনাতন ধৰ্মত উচ্চ নীচ ভেদভাৱ শ্ৰেণী বিভাজন কিয় ?
@updeshmala2737
@updeshmala2737 Год назад
আপুনি নিজেই জ্ঞানী। আনক নুসুধাই ভাল হব।
@bhugirathsahariah9001
@bhugirathsahariah9001 День назад
Bhul bakhya kri lav nai nije patita hba
@girishbania8260
@girishbania8260 Год назад
মহাদেৱ দেৱতা নহয় নো কি ?মহাদেৱ কেনেকৈ জগত গুৰু শঙ্কৰ হ'ব ।এইটো মূৰ্খৰ ব্যাখ্যা ।
@updeshmala2737
@updeshmala2737 Год назад
🙏 ঠিকেই আপুনি ভাল বুজিছে। আপুনি এনেদৰে মহাদেৱক কৈ থাকিব। দেৱতাক ভজি একো নেপাব। মই ভস্ম ধূলা ভাল পাওঁ ।সেই বাবেই মহাদেৱকো ভাল পাওঁ ।মোৰ দৰে অজ্ঞ লোকৰ ব্যাখ্যা নুশুনিব দেই পাপ হব।
@updeshmala2737
@updeshmala2737 8 месяцев назад
তত্ত্ব খোজ কৰক। আপোনাক ধন্যবাদ জনালো
@BodhenBorah
@BodhenBorah Месяц назад
তেন্তে জগত গুৰু কোন মহাশয় ?
@tulumonimech8542
@tulumonimech8542 Месяц назад
আপুনি এজন আধুনিক যুগৰ মহা মুৰ্খ গুৰু
@updeshmala2737
@updeshmala2737 Месяц назад
@@tulumonimech8542 তহঁত কুকুৰি কণা। সনাতনী নহয়।
Далее