#assamesesadpoem
#jorhatnews
#brokenheartpoetry
#75yearsoldladydeadbody
#uwoli jowa mritadeh
#rip
এই কবিতাটো মই লিখিবলৈ বাধ্যত পৰিলো মনৰ দুখতে 😢 যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব 🙏 সংবাদ মাধ্যমত চৰ্চিত এটি এটি খবৰে হৃদয় খন ভাঙি থৈ গৈছে উফ্ফ ভগৱান মানুহৰ মৃত্যু ইমান কষ্টকৰ কেনেকৈ হব পাৰে😔 ভগৱানে কাৰো পিতৃ মাতৃৰ লগত এনে হবলৈ নিদিয়ক 🙏
আইতা গৰাকীৰ আত্মাই সদগতি লাভ কৰক
ঔম শান্তি 🙏
কথা আবৃত্তি - মনু @Manus Diary
18 сен 2024