🔴 এটা অপৰাধমূলক গোচৰত ৫ বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা ফেলিক্স নামৰ এজন নাইজেৰিয়ান যুৱকৰ কণ্ঠত ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে...' গীতটি
🔴 নাইজেৰিয়া লৈ প্ৰত্যাবৰ্তন কৰিবলৈ আৰক্ষীয়ে গুৱাহাটী বিমান বন্দৰলৈ লৈ যোৱাৰ সময়ত গীতটো গাইছিল ফেলিক্সে
🔴 সামাজিক মাধ্যমত যথেষ্ট প্ৰচাৰ হৈছে video টো
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
26 сен 2024