Тёмный

এটা ইটা ভাটা আৰু এগৰাকী যুৱতীৰ কাহিনী... 

BAARTA LAAP
Подписаться 515 тыс.
Просмотров 109 тыс.
50% 1

এটা ইটা ভাটা আৰু এগৰাকী যুৱতীৰ কাহিনী | দেউতাকে এৰি থৈ যোৱা পৰিয়ালটোৰ দায়িত্ব ল'লে জ্যেষ্ঠ কন্যাই...
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #trending #assam #brick #brickbuilder

Опубликовано:

 

27 янв 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 175   
@hemantadutta7443
@hemantadutta7443 21 день назад
সুন্দৰ একাগ্ৰতা ,ধয্য , সাহস আৰু বিশ্বাস থাকিলে Successful 100% হবই ৷
@bspenspinning683
@bspenspinning683 Год назад
বাপধন দাদাৰ ছোৱালী ইমান ডাঙৰ হলা গমেই পোৱা নাই।তোমাৰ কৰ্ম ৰ মনোবল দেখি সচাই বহুত ভাল লাগিল।তুমি আৰু।আগুৱাই যোৱা।ভগৱানে কুশলে ৰাখক ।মই বাদুলীপাৰৰে জীয়ৰী আছিলো।
@dipakonwar5401
@dipakonwar5401 Год назад
তোমাৰ সাহস দেখি ভাল লাগিছে ।আগুৱাই যোৱা ।🙏🙏
@khaifkhan9894
@khaifkhan9894 Год назад
অসমীয়া ছোৱালী আগুৱাই যোৱা ❤️
@miyumjyoti9060
@miyumjyoti9060 Год назад
নৱপ্ৰজম্মৰ বাবে প্ৰেৰণাদায়ক। বহুত ভাল লাগিল ।
@prostutigogoi5202
@prostutigogoi5202 Год назад
বহুত বহুত সমৰ্থন জনালো গাৰ্গী বা , এইয়াহে আমাৰ অসমীয়া বীৰাংগনা , সফল হোৱাৰ কামনাৰে 🙏🏾🙏🏾
@narayanchilakala22
@narayanchilakala22 Год назад
সাহসী আৰু সমাজৰ প্ৰেৰণাদায়ক ছোৱালী।ভাল লাগিল👍।
@ayotriphukonmohan5638
@ayotriphukonmohan5638 Год назад
গাৰ্গিৰ দৰে প্ৰতি গৰাকী ছোৱালী সাহসী হওক গাৰ্গি সমাজৰ আদৰ্শ ৷ চক্ৰপাণি এনেবোৰ বাৰ্তালাপে গাৰ্গিৰ দৰে সাহসী ছোৱালী বোৰক আৰু আগুৱাই নিয়াত সহায় কৰিব ৷ বহুত সুন্দৰ কাম ৷
@kalpanakataky9092
@kalpanakataky9092 Год назад
Salute to gargi।আগুৱাই যোৱা ভগবান সহায় হওঁক
@dipabhuyan3684
@dipabhuyan3684 Год назад
বহুত ভাল লাগিছে প্ৰথম দেখিলো আগ বাঢ়ি গৈ থাকা সকলো হব আমি আশীৰ্বাদ কৰিছো
@bonditasonowal1902
@bonditasonowal1902 Год назад
তোমাৰ সাহস আৰু হেপাহ দেখি বৰভাৰ লাগিছে মাজনী ।তোমাৰ এই আদৰ্শ বিলাক সমাজৰ বাবে পথ প্ৰদৰ্শক । ভৱিষ্যতে আৰু ভাল কামকৰি আগুৱাই যোৱা যাতে আকাশৰ এটি ৰঙা পূনিমাৰ জোন হৈ বিশ্বতে জিলিকি থাকা আশীৰ্বাদ কৰিছো মাজনী ।
@radaliassame3397
@radaliassame3397 Год назад
অসমীয়া ছোৱালী এজনী আগবাঢ়িছে বহুত ভাল লাগিছে উজ্বল ভবিষ্যত কামনা কৰিছো🙏🙏 । আৰু এটা অনুৰোধ কেতিয়াও যাতে অনাঅসমীয়া বা মিয়াৰ হাতলৈ নাজায় মালিকীস্বত্ব।
@sushilkonwar7012
@sushilkonwar7012 Год назад
সম্ভৱনাময় জীৱন গঢ়িছে এক কন্টক ময় পথে । কিয়নো এগৰাকী মাতৃৰ বাবে ইমান সহজ কাম নহয় । কেইবাটাও দিশত মেন পাৱাৰ লাগে -- তাতে জনা মানুহ । এগৰাকী মাতৃ হৈ কৰি দেখুৱাইছে আমাৰ আদৰ্শৰ স্বৰূপ ।
@monmichaudhry3542
@monmichaudhry3542 Год назад
আমাৰ বীৰাংগনা ❤️ ❤️❤️ ❤️
@punyashreedas1617
@punyashreedas1617 Год назад
Tumaloi salute...aguai juwa...bahudur..god bless you
@pabitrachiring8048
@pabitrachiring8048 Год назад
মই শদিয়াৰ পৰা ক'লো , গাৰ্গী আৰু আগুৱাই যোৱা।
@ponkiesaikia4038
@ponkiesaikia4038 Год назад
Salute to you Gargi...
@prabhatkumargogoi2717
@prabhatkumargogoi2717 Год назад
সাধাৰণতে কন্যাসকলে পিতৃৰ আৰু লৰা সকলে মাতৃৰ শাৰীৰিক মানসিক বংশগত চৰিত্ৰ বহন কৰে আৰু এই চৰিত্ৰ যদি ভাল হয় তেতিয়া সোণত সুৱগা চৰে ৷ কন্যা গৰাকীয়ে নিশ্চয় পিতৃৰ চৰিত্ৰ উত্তম উত্তৰাধিকাৰী আৰু তাৰেই প্ৰতিফলন ৷
@sankarchhetri2230
@sankarchhetri2230 Год назад
First time I fells little rich after watching this Baartalab superb episode.... we cn compare Baartalab this episode with Josh Talk nd Zindagi with Richa program. My best wishes fr next unique episode to Baartalab...
@amiyaphukan9424
@amiyaphukan9424 Год назад
Suma aru aaguwai juwa bahut tumar kam dekhi khurar aatmai hanti pabo😇
Далее
Этот Пёс Кое-Что Наделал 😳
00:31
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
Этот Пёс Кое-Что Наделал 😳
00:31