এমুঠি আবেগ ~ Emuthi Abeg || Assamese short film || New Love story || Ling Lang Boy's
Story And Direction - Primon priyank Official & Dimba Bura Gohain
Cinematography - Photography Bimol
Editing-, Maina & Primon
Videos colour - Ling Lang
Gfx/poster - NB Gfx & Dimba
Mix/Background score - Ridip & Raja & Himanta
Instagram Link _ www.instagram....
Facebook Page Link - www.facebook.c...
#assameseshortfilm
#assameselovestory
#rumantic_scenes
#New_Assamese_Film
#Ling_Lang_Boys
"এমুঠি আবেগ" মোৰ সপোনৰ প্ৰথম খোজ। মোৰ এই সপোনৰ লগত জড়িত প্ৰতিজন কলা-কৌশলী তথা মোক প্ৰতিটো খোজতে শাৰীৰিক, মানসিক তথা কায়িক ভাবে সহায়- সহযোগ কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"এমুঠি আবেগ" এই ছবিখন বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আপোনালোকৰ মাজলৈ আগবঢ়ায় দিছোঁ। আশা ৰাখিছোঁ প্ৰতিজন দৰ্শকে আঁকোৱালি ল'ব। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদতেই আমি আগবাঢ়ি যাবলৈ সাহস পায়।
ধন্যবাদ
23 авг 2024