Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
No video :(
কইনা বিদাই দিয়া মূহুৰ্ত বিয়া নাম গাই জুমন বৰাই কান্দি গ'ল/সাংবাদিকো কান্দিল শুঁনি চাওঁক
Rishu duliajan
Подписаться 79 тыс.
Просмотров 422 тыс.
50%
1
Видео
Поделиться
Скачать
Добавить в
Опубликовано:
19 авг 2024
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
388
@sumitradeb8538
Месяц назад
বহুত ধুনীয়া তোমাৰ কন্ঠ বহুত দুখ লাগে হয়তু তোমাৰ কন্ঠ তে কিবা আছে ❤
@user-ly8fl7yo9v
Месяц назад
এচাম অসমীয়া মানুহে এনেকৈ আমাৰ লোক সম্পদ বোৰ ধৰিৰাখিবলৈ যত্ন নকৰে, লাজপায়, পশ্চিমীয়া সংস্কৃতিক হে বেছি গুৰুত্ব দিয়ে। জুমনলৈ অশেষ ধন্যবাদ।
@alpanalaskar9553
25 дней назад
🎉 🎉🎉🎉🎉🎉
@BIPULGOGOI
15 дней назад
ছোৱালীজনী কম নহয় দেই ❤❤❤❤
@injudhanyabadbaideuxundorr7655
Месяц назад
জুমন তোমাৰ বিয়ানামৰ মিঠা সুৰ,এক আৰু অন্যতম,,অন্তৰ চুই গৈছে,, আগবাঢ়ি যোৱা ❤
@dharmeswaribora4706
Месяц назад
ভাইটি তোমাৰ বিয়া নাম শুনি অতীতলৈ মনত পৰিল৷তুমি আগুৱাই যোৱা
@janphukan3375
Месяц назад
😢😢
@user-yy7lr2xf1z
20 дней назад
Bianam Honi. Val lgil.
@BhupensharmaSharma
Месяц назад
বিয়াৰ নাম শুনিলে মোৰ চকুৰ পানি ওলাই যায় ! জুমন তোমাক ধন্যবাদ ।
@RinaDowarah-qs9mt
Месяц назад
W
@girinasharma4442
14 дней назад
সুন্দৰ কণ্ঠত ধুনীয়া বিয়ানাম। উজনি অসমৰ বিয়া নামৰ সুৰেই বেলেগ। বৰ ভাল লাগিল বিয়ানাম শুনি।
@user-mv1uw4pv7e
Месяц назад
সঁচাকৈ খুব সুন্দৰ গাইছে হিয়াভাঙি চকু পানী ওলায় আহিছে
@user-se5yz7zc6o
19 дней назад
I love zumon 😢😢😢 bhal lagil Sai but kandi golu.super very nice aguai juwa God bless you ❤❤❤
@praptichoudhury3239
Месяц назад
ইমান ধুনীয়া কন্ঠ নিগৰাইছে। আবেগিক হৈ পৰিলোঁ।
@arnabdeka8815
20 дней назад
বাইদেউক❤❤ উলিয়ায় দিয়া মূহুৰ্তটো মনত কৰা মন নাছিল,নোৱাৰিলো😢😢।
@user-jd7gp5yy3w
5 дней назад
জুমন আগবাঢ়ি যোৱা ৷বৰ সুন্দৰ হৈছে ৷ তোমাৰ কণ্ঠটো বৰ ধুনীয়া ৷
@rubisarma7511
Месяц назад
বিয়াৰ দিনটো মনত পৰি গল 😢 সঁচাই বহুত বেছি দুখ লাগিছিল দৰা আহি থকা বুলি শুনি আৰু বিদায় মূহুৰ্তত, এতিয়াও চকু পানী ওলায় 😢
@KunjalataDuttabora
Месяц назад
🎉ttyyr
@bagadbilla452
Месяц назад
সুন্দৰ জুমন। তুমি ভাল গাইছে।
@sabitadevi5995
Месяц назад
বিয়া নাম শুনি শুনি আপ্লুত হৈ পৰিলো। বহুত ভাল লাগিল
@digantajyotibordoloi5528
Месяц назад
বহুত ভাল লাগিল মই শুনি এতিয়া ৰাতি 1 বাজি 30 মিনিট গৈছে মই কান্দি কান্দি শুনি আছোঁ
@amiyagogoi9707
Месяц назад
জুমন বহুত ধুনীয়া বিয়া নাম গাইছ। সদায় গাই থাকিবো 👌👍❤
@jyotidutta3118
12 дней назад
Biya namor Eman dhuniya kantha aru aguyai jua
@rumasaikia6719
22 дня назад
বৰ ধুনীয়া লাগে তুমাৰ কন্ঠ
@riturajtopojugentopo4181
Месяц назад
জুমন ভাই বহুত সুন্দৰ তোমাৰ কন্ঠ । তোমালৈ আন্তৰিক মৰম ও অভিনন্দন থাকিল ভগৱানে তোমাক সহায় কৰক আগুৱাই নিয়ক ।❤ 💐😍
@pradipgogoi3182
Месяц назад
অতি সুন্দৰ জুমন তোমাৰ বিয়ানাম শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্ 🙏🙏🙏।
@aaaa-ik7xs
Месяц назад
Bohut sundor hoise.God bless you. Jumon.
@AbalaKalita-gk1wj
Месяц назад
Oo
@AnamikaKumari-p4t
Месяц назад
Hosai eman dhunia kontho❤😊
@anupamagohaindas5002
Месяц назад
এই বোৰ বিয়া নাম নবৈ দশকত শুনিছিলো আৰু গাইছিলো ❤ বৰ দুখ লাগিল শুনি ❤
@PrahladRajkonwar
10 дней назад
জুমন তোমাৰ বিয়াৰ নাম শুনি মোৰ হৃদয় মাজত চোই গ'ল আৰু হিয়া খন ভাগি গ'ল আৰু তুমি সদায় এই দৰে গাই যোৱা , তোমাৰ বাবে সদায় মৰম থাকিব,
@runumanideka2808
6 дней назад
তোমাৰ বিয়া নাম শুনি বহুত ভাল লাগিছে
@sewalideka9967
29 дней назад
বহুত ভাল লাগিল ঘৰৰ থকা গীতটো শুনি 😢😢😢ললো
@dipakgogoi4266
Месяц назад
Dy365 baideuo gorakiloiuo Mur hubhokana hodai thakibo
@DipanjaliBordoloi-oe7gh
Месяц назад
খুব সুন্দৰ।এনেকুৱা বিয়া নাম শুনিলে চকু পানী ওলাই ।
@pompibhuyanboruah
Месяц назад
অন্তৰ চুই গৈছে ❤️ তুমি আগুৱাই যোৱা।
@kismatkour436
Месяц назад
বহুত বহুত ভাল লাগিল ❤❤❤
@meghalisenapati6498
Месяц назад
আজিকালি বিয়া নাম গাবলৈ লগতে শুরনিবলৈ কাৰোৱে সময় নাই। আচলতে শুরভ বিবাহত ৰাম-সীতা, ৰাধাকৃষ্ণ, শিৱ পাব'তীক মুলক নাম গাব লাগে। ইয়াৰ তাৎপয অনস্বীকার্য। ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।
@bontidutta2385
15 дней назад
আমাৰ ছোৱালীৰ বিয়াৰ বিদায় বেলা মনত পৰি চকুপানী ওলাই গৈছে তোমাৰ বিয়া নাম শুনি ।
@user-qt2xn7eu6k
9 дней назад
Bhut dhuniya hoise very nice agbahi jua. Jumon
@user-vq6se5pn5v
13 дней назад
Love from jorhat❤❤
@tapanbaruah1006
Месяц назад
Rishu Duliajan you are the best girl that you deliver the actual program of the season.I congratulate to you.
@user-uz3bf1to1p
12 дней назад
Bhal lagil huni bohut.
@milankalita1517
Месяц назад
দীপালী বৰঠাকুৰৰ গীততুলৈ মনত পৰিল,সোণৰ খাৰু নালাগে মোক, আজিও তোমাৰ গীত টো মুঠতে বহুত ধুনীয়া লাগিছে।
@JayantaChangmai-bs3py
Месяц назад
মজা,নেৰিবা আমাৰ লোক সংস্কৃতি
@bontibordoloi416
Месяц назад
Bahut 2 bhal lagil aru bahut kandilou dai.....
@dipankalitachoudhury9327
Месяц назад
Bahut sundar Natun padakhyep Aguai jua bhaiti
@pranjalassam3634
10 дней назад
বহুত ভাল লাগিছে আপোনাক বহুত শুভেচ্ছা জনালোঁ,,,,,
@daijikeot9844
15 дней назад
Xuni hepah napalai khub xundor kontho zumoon..bht vl lagil ..duxo lagil😢tumi agowai jowa❤
@user-ib7ow4nv2m
Месяц назад
Bohut val lagil mur sokupani olai goise karon aru dumah pasot mur suwlir niy
@LakhimaiBorah-yn6zd
21 день назад
বহুত দুখ লাগে অ'।।তোমাৰ কণ্ঠ ত বিয়া নাম শুনি😢😢😢😢
@binubegum
18 дней назад
জুমন ভাইটি তোমাৰ বিয়া নাম শুনি ম ই নে কান্দি থাকিব নোৱাৰিলোঁ।পাহৰি যোৱা কথা আজি মনত জাগি উঠিছে। তুমি আৰু আগবাঢ়ি যোৱা।মোৰ ফালৰ পৰা আশিবাদ থাকিল
@champachetia9242
21 день назад
Val lagil dei
@user-gq4sz6bz2v
9 дней назад
বহুত ধুনীয়া লাগিলে দেই
@Rihangaming.66
Месяц назад
ভাল লাগিছে শুনি আগুৱাই যোৱা।
@montukonwar5436
Месяц назад
ইমান সুন্দৰ কণ্ঠ চকু পানী ওলাই যায় Jumon great 👍👍
@bipuldeka9232
Месяц назад
Bohut val gaisa
@jadumonihazarika6091
2 дня назад
Bohut hundor hoisa aru agwai jok tara kamona korelu 🥳🥳🥳
@user-uu9jy5fs2y
5 дней назад
Iman dhuniya gaisa Tumi aru aagbahi jua
@RajibGogoi-jf5db
Месяц назад
Mur val lage bia nam. god bless you jumon
@archananath3587
Месяц назад
বহুত ভাল লাগিল ৷আগবাঢ়ি যোৱা ৷তোমাক কেনেকৈ যোগাযোগ কৰিব পাৰিম জনালে বহুত ভাল পাম ৷
@aparajitaphukan1371
Месяц назад
Bor xundor gaisa Jumon , bohut kandilu , xuni thokar mojote olop xomoy off koribo loga hosisil Kandi Kandi, God bless Jumon.
@jitenlahkar4485
17 дней назад
কৃষ্ণ। অতি সূন্দৰ। প্ৰভুৱে কৃপা কৰক।
@user-ys6iu6vr1g
Месяц назад
বহুত বহুত ভাল লাগিছে
@floraphilemainu5070
10 дней назад
ভাল লাগিল দেই ব্লগ টো 🎉
@LolitGogoi-jw2wq
19 дней назад
কানিলো দেই ৷
@mamonidevi617
Месяц назад
Bohut dhunia gaicha
@user-ie6dx5zb5i
Месяц назад
Very Beautiful . . ❤ ❤ ❤ ❤ ❤.
@DhanSaikia-zb7hd
Месяц назад
Bahut dhuniya lagise jumon da God bless you
@mamoniroy88
5 дней назад
Bahut Bahut Dhuniya. ...
@dekaloravlog
Месяц назад
তুমি আগুৱাই যোৱাত সকলোৰে আশীৰ্বাদ আছে চেষ্টা কৰি যোৱা এদিন সফল হবা🎉🎉🎉🎉🎉
@user-gr7go2uq3c
16 дней назад
Emn dhuniya voice hosakoi val lgise aru sokupni ulai goise dai 😢
@tutumonichetia5827
20 дней назад
বৰ সুন্দৰকৈ বিয়া নাম খাৰি গালা । চকুত চুকুপানি ধৰি ৰাখিব নোৱাৰিলো । তুমি আগুৱাই যোৱা । আৰ্শীবাদ থাকিল ।
@dhirensaikia1311
13 дней назад
Xuni val lagil xasakoi .tumi aguwai juwa ye kamona karilu.god bless you jumon.
@user-gk9bz5sq2w
18 дней назад
জুমনৰ বিয়া নাম ভাল লাগিল
@JitumoniBegum-wm3mf
Месяц назад
Bht moja dada
@NibhaTamuli
29 дней назад
Tumaloi hiyavora morom jasisu Lakhimpur r pora. God bless you
@BishalDasart
Месяц назад
Xuni bht Val lagil vaiti. Aguwai jowa
@induprovasaikia5282
6 часов назад
Mesmerizing performance.
@pankajdeori3280
12 дней назад
Aag bahi juwa jumon bhaite❤❤❤😂😂😂😂😂😂😂😂😂
@user-ko7kr3bo3t
Месяц назад
Bhout hundor lagise de
@user-vf5mw9xj1w
Месяц назад
Bohut bohut val lagile 👌
@simantasarania2385
9 дней назад
Bohut bahut xuvesa thakil tumaloi ❤😢
@MaramiHaloi-cu4pk
Месяц назад
Eman duniya tumar xur dada❤
@BibhaDeka-eo2qf
Месяц назад
সুন্দৰ ❤️ শুনি বহুত বহুত ভাল লাগিছে 🎉
@saratbhai8593
19 дней назад
Excellent Jumon.
@ranujpegu765
Месяц назад
Bahut bahut bhal lagil
@swapnakonwar7268
Месяц назад
Bahut bhal lagil juman
@subaladas7733
Месяц назад
Nice very nice
@gayadeka8093
Месяц назад
বিয়াৰ গীত শুনি চকুৰ পানী ওলাই গল
@yolojobs3777
Месяц назад
Bohut bohut val hoise.
@prativatalukdar2520
Месяц назад
খুব সুন্দৰ আগুৱাই যোৱা
@manomatidas5326
Месяц назад
বহুত বহুত ভাল লাগিল আজি কালি বহুত বিয়াত বিয়া নাম শূনা নাজায়
@kalpanadutta295
Месяц назад
Hundar❤
@tarunchandranath
Месяц назад
বুকুৰ।।ভিতৰত।।কৰ,বাত।।কপিউথিছে❤
@user-cr5sh3zj5i
18 дней назад
Khub sundar soor. aru agbahi be joa.
@parinitasonowal8276
Месяц назад
Bohut dhuneya gaisa,,
@sikhagogoi5894
Месяц назад
Eman dhuniya koi gaisa.. kontho tuo bahut dhuniya..hosakoi abegik hoi porilu..tumi aru aguwai jua valkoi 🥰❤👍👍
@ManikBora-my9oz
Месяц назад
Jumon God Bless You.
@girishchandrasharma5023
Месяц назад
অপূৰ্ব
@puspadhardeka5665
Месяц назад
❤❤❤ very very excellent 👍👍👍
@monibora3907
Месяц назад
বহুত ভাল লাগিল😂😂
@user-cq5pp5lv9b
Месяц назад
বহুত বহুত ভাল লাগিল শুনি
@nirajmoniborah2593
21 день назад
দুঃখ লাগি যায়।দুচকুৰ নিজৰা বৈ আহে। যি নিজৰ ভনী বা বাইদেউ ক উলিয়াই দিছে বুজি পাব,কিমান যন্ত্ৰণা আহে সেই সময়ত।
@kalpanadas4409
Месяц назад
জুমন তোমাৰ বিয়া নামে সছাকে বৰ আবেগিক কৰি পেলাই আৰু চকু পানী ওলাই আহে 😂😂তুমাক বহু বহু ধন্যবাদ
@JashnarabhaRabha
День назад
Bohut val lagise
@ManjuDevi-md6eq
Месяц назад
Bohut bhal lagil
Далее
10:16
🙏🎤🎧 বায়েকক উপহাৰ দিবলৈ গৈ সি ভাইৰেল যোৰহাটৰ জুমন Jumon Drisyan উপহাৰ ভাইৰেল এটা বিয়া নাম..💕
Просмотров 472 тыс.
48:46
যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।
Просмотров 1 млн
00:16
Перескочила цепь
Просмотров 44 тыс.
00:52
Перечное мясо просто и вкусно! Ссылка на полное видео в строке выше - жми и смотри #shorts
Просмотров 425 тыс.
17:59
7 Days Stranded In A Cave
Просмотров 73 млн
07:00
АЛАУДИНОВ у Скабеевой: эти их ВСУ нас НЕ ДОГОНЯТ 😁 [Пародия]
Просмотров 1,1 млн
11:02
Akhil Gogoi on Sivasagar Protest | উত্তাল শিৱসাগৰৰ পৰিস্থিতি সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। N18V
Просмотров 88 тыс.
10:18
ভাদ মাহত ভুলটো নাখাব এইটো বস্তু / সাৱধান হ'ব কোটি টকা দিলেও নাখাব / Indian Astrology Tips / Assamese
Просмотров 75 тыс.
40:42
ধনী মানুহৰ ঘৰত চাবলৈ পাবা, দুখীয়াৰ ঘৰত খাবলৈ পাবা Bably bora interview
Просмотров 30 тыс.
17:16
নিলমণি গগৈ Vlogot.আজি এখন পিছপৰা গাঁৱব এগৰাকী ভাইৰেল শিল্পী । এবাৰ শুনিলে আকৌ শুনিবলৈ মন জাব ।।
Просмотров 88 тыс.
6:41
হাঁহিব নে কান্দিব ? Bipul Rabha Comedy ll Binapani Theatre 2023-24
Просмотров 290 тыс.
13:26
দৰা-কইনা আজি একেলগে,নীল আকাশে আচুৰ্যৰ পিঠিত কিয় মাৰিলে😋Achurjya Barpatra r biya..neel akash,nilotpal
Просмотров 1 млн
11:55
এইজন ৰিক্সাচালকে দিনটো ৰিক্সা চলাই পোৱা টকা ষ্টেজত গৈ উপহাৰ দিলে / কান্দি দিলে ষ্টেজতে Sobhangi য়ে
Просмотров 157 тыс.
27:36
বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। পূৰণ হ'বনে দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমনৰ সপোন?
Просмотров 744 тыс.
12:41
বহিৰাগত বণিয়াৰ বিৰুদ্ধে শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত
Просмотров 15 тыс.
9:58
২১ জুলাই, দিনটো আমাৰ বাবে কিয় বিশেষ??
Просмотров 246 тыс.
00:16
Перескочила цепь
Просмотров 44 тыс.