Тёмный

কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop 

Times Guwahati News
Подписаться 712 тыс.
Просмотров 1,1 млн
50% 1

কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop
Join this channel to get access to perks:
/ @timesguwahati
follow us at intragram :- / timesguwahti
Fb :- / timesguwahti
for any news information please share 8011767104 (whatsapp)
Website :- timesguwahati.com

Опубликовано:

 

22 май 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 905   
@dipunath7834
@dipunath7834 Год назад
অতি সুন্দৰ আশাকৰোঁ পুৰণি গীতবোৰ এনেকৈ শুনিবলৈ পাম
@runusaika4715
@runusaika4715 Год назад
এই গীত বোৰ শুনি বৰ ভাল লাগে , এই গীত বোৰে আমাক কিশোৰ অৱস্থালৈ লৈযায়
@kulasaikia740
@kulasaikia740 4 месяца назад
সুন্দৰ । পুৰণি গীতবোৰ শুনিলে নতুন গীতত কোনো সোৱাদেই পোৱা নাযায় ।🙏🙏
@user-ib6zz7fz3y
@user-ib6zz7fz3y 7 месяцев назад
সুন্দৰ 👌 আকৌ এবাৰ শৈশৱৰ হেৰুৱা দিনবোৰ চুই চোৱাৰ অনুভৱ হল এইবোৰৰ মাজেৰে।
@swopnachangmai3838
@swopnachangmai3838 Год назад
বর ভাল লাগিল দেই ।হৃদয় চুই গৈছে। আগলৈ আৰু আশা থাকিল।
@dilipdeka9734
@dilipdeka9734 4 месяца назад
এই অনুষ্ঠানৰ জৰিয়তে আমি আৰু পুৰনি গীত বোৰ শুনিবলৈ পাম । সুন্দৰ অনুষ্ঠান কল্পতৰু।
@anjanagogoibordoloi9500
@anjanagogoibordoloi9500 8 месяцев назад
অতি সুন্দৰ অনুস্থান বহুত ভাল লাগিল
@nkd73
@nkd73 Год назад
সুন্দৰ প্রয়াস, আগলৈও বিচাৰো.. 💗
@moniramdas4569
@moniramdas4569 Год назад
Sarute anatar ba radiot kalpataro anusthantot assamiya aie suwala geetbor sunisilo,bahut bhal lage aie geetbor Soni .
@himanibanikya8168
@himanibanikya8168 Год назад
ইমান ভাল লাগে সদায় শুনিব পাম বুলিবহুত আশা কৰিলোGodbless u
@amitabhsharma7360
@amitabhsharma7360 Год назад
সেই মধুৰ দিনবোৰ লৈ মনত পৰি গল।
@freefiremastar2599
@freefiremastar2599 4 месяца назад
XUNDAR
@RaniRaja-bs1rc
@RaniRaja-bs1rc 10 месяцев назад
Purana gan collection bahut hundar bhal lagise 👌👌
@anitaborgohain50
@anitaborgohain50 2 месяца назад
বহুত ভাল লাগিছে।জীয়াই ৰাখিব পুৰণা গানবোৰ
@kanakpranvachyas3588
@kanakpranvachyas3588 Год назад
খুব ভাল লাগিল ধন্যবাদ দিলো আৰু আগলৈ পুনৰ আশা কৰিলোঁ
@hemantaranjankagyung9782
@hemantaranjankagyung9782 10 месяцев назад
বৰ সুন্দৰ। মোৰ অতিকৈ প্ৰিয়।
@user-jg1dc5lz2m
@user-jg1dc5lz2m Год назад
অনুষ্ঠান টো খুব সুন্দৰ নতুনৰ হেচাত পুৰণি গীত বোৰ যেন কত হেৰাই গল । এতিয়া শুনিবলৈ পাই খুব ভাল লাগিছে। ডক্তৰ বেজবৰুৱা বোলছবি খন মই 7 বাৰ চালোঁ অকল ধুনীয়া গীত বোৰৰ বাবে ।
@jyotimonisaikia1195
@jyotimonisaikia1195 Год назад
কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ...
@mrinalmedhi8346
@mrinalmedhi8346 Год назад
🙏বৰ সুন্দৰ অনুষ্ঠান,নষ্টালজিক হৈ পৰিছো। সেই দিনবোৰ দুপৰীয়া আৰু নিশা কল্পতৰু অনুষ্ঠান শুনিবলৈ বৰ হেপাহেৰে বাট চাই আছিলোঁ।
@bkgogoi8636
@bkgogoi8636 Год назад
অতি সূন্দৰ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏
@user-wv6gd7tl2w
@user-wv6gd7tl2w 6 месяцев назад
কল্পতৰু অনুষ্ঠান শূনি ভাল লাগে।
@tilakkalita9523
@tilakkalita9523 2 месяца назад
সময়ে সেই পুৰনি গানবোৰ হেৰাই পেলালেও আমাৰ বুকুত আজিও সজিব হৈ আছে।
@user-ms4lk1nu7u
@user-ms4lk1nu7u 9 месяцев назад
বৰ ভাল লাগিল সৰুতে শুনিছিলো,শৈশৱ দিন বোৰ মনত পৰিল বহুতো
@anjumoniphukan12
@anjumoniphukan12 Год назад
পুৃৰণা গীতবোৰ প্ৰায়ে চিৰসেউজ l বহুত ভাল লাগিল l❤❤
@parameswardas-sk2uq
@parameswardas-sk2uq Год назад
কি সুন্দৰ। মন কিবা ভাল লাগি গল। সৰুৰে black/white TVত চাইছিলো এইখন চিনেমা। বহুত বহুত ধন্যবাদ গীতটি শুনোৱা বাবে।
@mondiragogoi3345
@mondiragogoi3345 Год назад
বহুত ভাল লাগিল। অতি সুন্দৰ এই বিলাক গান।
@gunaramdas131
@gunaramdas131 Год назад
সচা কৈ বহুত ভাল লাগে! কিজে মধু অলং কৰন প্ৰাণ বৰ্ষা গীত! শুনি থাকিবলৈ মন জাই।
@user-ij9fu7ph8n
@user-ij9fu7ph8n 6 месяцев назад
Every sunday want to hear the kolpotaru
@nabamallika23
@nabamallika23 Год назад
অতীত সোঁৱৰণীয়ে মনটো জীপাল কৰি তুলিলে🙏
@ranubarman857
@ranubarman857 Год назад
কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ শুনিলে শুনি থাকিবৰ যন যাই ।
@SushilRay-fk5ps
@SushilRay-fk5ps 8 месяцев назад
হ্যায় কল্পতৰু অনুষ্ঠান, ----------আজি ৫৫ বছৰীয়া জীৱনকালত হাইস্কুলীয়া ছাত্ৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ ।
@dipalisaharia7296
@dipalisaharia7296 11 месяцев назад
সুমধুৰ গীত সমূহ শুনিবলৈ পাই সুখী হৈছোঁ । ' শকুন্তলা আৰু শংকৰ যোচেফ আলি ' বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠত ' যায় শকুন্তলা পতি গৃহে যায়,,,,, গীতটি শুনিবলৈ পালে সুখী হ'ম ।
@rintusaikia4376
@rintusaikia4376 Год назад
Aji ha ukhaa paisu ai puroni geet bur eka raha hunibor pai bor val laga...... Puroni din bur loi monot pora ...... That's why Old is Gold ....😘😘😘😘😘
@bhupendeka290
@bhupendeka290 Год назад
আকৌ মন যায় সেই দিনবোৰ ঘূৰাই পাবলৈ।মনত কৰকছোন সেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰম্ভনিৰ মধুৰ মিউজিকটো।আৰু ৰাতিপুৱাৰ চিত্ৰ গীত আৰম্ভ হল মানেই স্কুল যাবৰ হলেই।আৰু যে কত সোণালী শৈশৱৰ সপোন জৰিত হৈ আছে আমাৰ এই আকাশ বাণীৰ সৈতে।
@ashishchakrabortty3395
@ashishchakrabortty3395 Год назад
Aai samastha ganbur 0rtha Purna gan katiao madokota Kom hoi nejai ,Hale Jale oi.gantu sunar loge loge 20 years age t ghuri oha jen lage really this moment I listening that song I just dream appology
@user-yh6yd8eq7z
@user-yh6yd8eq7z 10 месяцев назад
Bohut val lagil
@ndskitchennvlogs3165
@ndskitchennvlogs3165 Год назад
বাঃ বঢ়িয়া, মন ভৰি গ'ল, সচাকৈয়ে বহুত ভাল লাগিল। তাহানিৰ সেই দিনবোৰলৈ উটি ভাহি গ'ল মনটো কব নোৱাৰাকৈয়ে। আপোনাসবক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ উপহাৰৰ বাবে। আগলৈ অপেক্ষা কৰিলো। 👌❤️🌹
@prafullabhuyan8798
@prafullabhuyan8798 Год назад
Oh what beautiful songs I feel very happy l wish bright future of Kalpataru
@monowarabegame9306
@monowarabegame9306 Год назад
These are nice songs
@himanibanikya8168
@himanibanikya8168 Год назад
মোৰ বয়স ৫ বছৰৰ পৰা ৰেদিঅ শুনিছো বহুত দাদাহতৰ পৰা বহুত গালি খাইছো এতিয়াও ৬৪ Years তো শুনি আছো ৰিদঅ মোৰ প্ৰানৰ প্ৰান
@AkaniMedhi-td9nt
@AkaniMedhi-td9nt Год назад
সুন্দৰ লাগিছে বহুত পুৰণা গান শুনিব পাই মই বৰ শুনি হৈছো ❤❤❤ হেপি
@akshaykumardas4929
@akshaykumardas4929 11 месяцев назад
Iam verry verry lnterested hearing the song of kalpataru anusthan from school life and till now.
@makeupobsessed5910
@makeupobsessed5910 11 месяцев назад
জানু..কিয় পুৰণি দিনবোৰত উভতি যাব মন কৰিছে..গানবোৰ শুনি ❤ সৰু থাকোঁতে মায়ে ৰেডিওত বহুতো গীত -নাটক বজাইছিল ☺️☺️ এইবোৰ যেন আকৌ চকুৰ আগত জীয়াই গ'ল🙃
@anukshadeka9424
@anukshadeka9424 11 месяцев назад
❤bht dhuniya geet kaiti xuni
@user-bg1ry3jz1t
@user-bg1ry3jz1t Год назад
সচাই ইমান ভাল লাগিছে ।
@cgoswami2265
@cgoswami2265 2 месяца назад
বহুত ভাল লাগিছে। পুৰণি দিনবোৰ লৈ মনত পেলাইছে।
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 11 месяцев назад
Very good, অনুস্থান বহুত সুন্দৰ হৈছে, " ৰেডিঅ' " সুন্দৰ মাধ্যম টো আজি প্ৰায় নোহোৱা হৈ গ'ল। ভিডিঅত দেখি মনত পৰিছে । এই চেনেলত তাহানিৰ গীতবোৰ যেন শুনিবলৈ পাম । Thanks very much.
@sumiduwarah
@sumiduwarah Год назад
Old is gold thanks kolpotoru program
@anjanabania5496
@anjanabania5496 Год назад
বহুত ভাল লাগিল । আগতে কল্পতৰু শুনিবলৈ বহুত ৰৈ আছিলোঁ ।আজি সেই পুৰণা গীত শুনি সেই দিনবোৰ লৈ মনত পৰিল । সুন্দৰ সেই পুৰণি গীত বো ৰ । ধন্যবাদ 🙏
@momatajbegom4512
@momatajbegom4512 Год назад
Q
@SushilRay-fk5ps
@SushilRay-fk5ps 8 месяцев назад
গান বোৰ শুনি কিশোৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ।
@SiboGogoi-jz6id
@SiboGogoi-jz6id 6 месяцев назад
@@SushilRay-fk5ps siba gogoi thankfl
@tilutomachetia4042
@tilutomachetia4042 9 месяцев назад
Sundor puroni gite bur bor bhal lage
@dhananjaydebnath9195
@dhananjaydebnath9195 10 месяцев назад
Where has gone those golden days...
@madhabdas3039
@madhabdas3039 Год назад
চিৰসেউজ গীতবোৰ মোৰ সদায়েই প্ৰিয় ❤❤❤❤❤
@yogajinikalita4754
@yogajinikalita4754 10 месяцев назад
মন ভৰাই তোলা গীত বোৰ বাৰে বাৰে শুনি থাকিবৰ মন।
@JLI321
@JLI321 9 месяцев назад
Hosai aji kali hihu hote Aya hune janu !❤❤❤❤
@dharitriroy1525
@dharitriroy1525 Год назад
মোৰ মায়ে শুনি বৰ ভাল পালে। তেওঁৰ পুৰণি দিনলৈ বৰকৈ মনত পৰি গৈছিল। আপোনালোকে খুব ধুনীয়া প্ৰচেষ্টা আগবঢ়াইছে। আকৌ পৰবৰ্তী খণ্ডবোৰ দি থাকিব বুলি আশা কৰিলো ❤
@parsunirola6860
@parsunirola6860 Год назад
বহুত ভাল লাগিল শৈশৱত চিত্ৰ গীত অনুষ্ঠানত শুনা গীত বোৰ শুনি । প্রজোজক মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।
@user-kg9ef6tl8f
@user-kg9ef6tl8f Год назад
বঢ়িয়া
@gajendraswargiary
@gajendraswargiary 10 месяцев назад
I am love old songs of Assamese
@gajendraswargiary
@gajendraswargiary 10 месяцев назад
Good
@ajijurrahman7145
@ajijurrahman7145 2 месяца назад
অতি সুন্দৰ এইবিলাক গীত সুনিলে দেহ মন জুৰ পৰি যায়। এনেকুৱা গীত সদায়য়ে শুনিবলৈ পাম বুলি আশা ৰাখিলো ধন্যবাদ।
@AkbarAli-qb1oz
@AkbarAli-qb1oz Год назад
Ai bor gan hunibar babe duparia radio toa bukat tuliloi huichilo ,tq
@jyotshnarani799
@jyotshnarani799 Год назад
বহুত ভাল লাগি গল মনটো ৷যেন তাহানিৰ দিনৰ সময়টোক বান্ধী ৰাখিম ❤❤❤❤❤❤❤আগলৈ পুৰনি গীতবোৰ উদ্ধাৰ কৰি জনসমাজত প্ৰচাৰ কৰে যেন ৷
@balindranathbardalai4930
@balindranathbardalai4930 Год назад
বৰ ভাল লাগিল। মনটো পুৰণি দিনলৈ উৰা মাৰিলে।
@gajendraswargiary
@gajendraswargiary 10 месяцев назад
I love
@JitulJituldeka-ss2pg
@JitulJituldeka-ss2pg Год назад
মোৰ প্ৰিয় গীত সৰুতেই দেউতাৰ লগত খুব শুনিছিলো আগতে আমাৰ ফিলিপ.চ কোম্পানী এতা তেপৰেদীঅ আছিল এই গীতবোৰ কেছেট কিনিছিল
@binaynath1248
@binaynath1248 2 месяца назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো
@jyotikadas4270
@jyotikadas4270 Год назад
Bahut val lagil
@jibanilahari2877
@jibanilahari2877 10 месяцев назад
বিৰাট ভাল লাগিছে পুৰনি গীতশুনিব সাইমনত শান্তি লাগিছে❤❤❤❤
@nababharatisaikia1843
@nababharatisaikia1843 Год назад
বৰ ভাল লাগিছে। সৰুতে শুনিছিলো, শৈশৱ ৰ দিনবোৰলৈ মনত পৰি গ'ল।
@simabaruah426
@simabaruah426 6 месяцев назад
পুৰণি দিনলৈ মনত পৰি গ'ল। ভাল লাগিল। ধন্যবাদ
@robinsaikia5347
@robinsaikia5347 9 месяцев назад
যি কোনো বিনিময়ত এই অনুষ্ঠানতো জিয়াই ৰাখিবলৈ উদোগতা সকলক ভগৱানে শক্তি দিবলৈ প্ৰাথনা জনালোঁ
@nomitadutta9340
@nomitadutta9340 10 месяцев назад
আগৰ সেই দিন বোৰৰ লৈ মনত পৰি গল কেতিয়াবা অকলে থকিলে শুনি ভাল লাগে ।
@sabitakalita7065
@sabitakalita7065 Год назад
কল্পতৰু অনুষ্ঠান টি এনেদৰে প্ৰচাৰ হৈ থাকক। তেতিয়াহে আমি সুন্দৰ সুন্দৰ গীতবোৰ উপভোগ কৰিব পাৰিম। 🙏🏻🙏🏻🙏🏻❤️🙏🏻🙏🏻
@jaichakraborty1179
@jaichakraborty1179 Год назад
Nostalgia geet bor ..deutai bojuwa radio ot xunisilu.aaji aakou Jen lorali ghurai puwa Jen lagil❤❤❤❤
@user-rp5qs6ht2r
@user-rp5qs6ht2r 3 месяца назад
Old is gold go ahead next kalpatru
@anjalisharm7307
@anjalisharm7307 Год назад
Thanks for your approach to give us an opportunity to listen these melodious songs of 70s and 80s
@baneswarnath4999
@baneswarnath4999 10 месяцев назад
মই কলপতৰো অনুস্থান অথাত পুৰণি গীত সমুহ মোৰ প্ৰিয় শুনি বৰ ভাল লাগিল শ্রীদীপককুমাৰনাথ
@UttaraDeka-lg3ms
@UttaraDeka-lg3ms 3 месяца назад
Bohut bhal lagil 🙏🙏♥️♥️♥️
@deepakkumardas6892
@deepakkumardas6892 Год назад
Excellent step. Many Many thanks
@lalitpegu7518
@lalitpegu7518 Год назад
বহুত ভাল লাগিল। কল্পতৰু অনুষ্ঠান খন সামাজিক মাধ্যমেৰে শুনিবলৈ পাই নথৈ আনন্দিত। ভবিষ্যতে শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।
@runudevibarman8706
@runudevibarman8706 9 месяцев назад
মন বোৰ ভাল লাগি যায় এই বোৰ গীত শুনিলে
@subhashchandraroy1928
@subhashchandraroy1928 10 месяцев назад
বৰ ভাল লাগিল শুনি পুৰনি গীত আগৰ জীৱন কথা বৰ মনত পৰে ❤❤❤❤❤
@Nupur5667
@Nupur5667 Год назад
ভাল লাগিল
@horeshdutta9539
@horeshdutta9539 5 месяцев назад
Old is gold বুলি এনেয়ে নকয় । এই চিৰ সেউজ গীত বোৰ সঁচাই মন পৰশা । সদায়েই শুনি থাকিব পাৰি । খুউব ভাল লাগিল ।
@TimesGuwahati
@TimesGuwahati 5 месяцев назад
thanks
@JaganathLalung-tx6xe
@JaganathLalung-tx6xe 7 месяцев назад
তেতিয়াৰ এই গীতবোৰ ভাল নোপোৱা ব্যক্তি নাছিল আৰু এতিয়াও নহ'ব । শৰীৰৰ তেজে তেজে সোমাই যোৱা এইবোৰ গীত ।
@JUMON488
@JUMON488 6 месяцев назад
Puroni Assamese song bur huni bor bhal lagise,sadai huni thakiboloi pam buli aaxa korilu.👍👍👌👌♥️♥️
@dhontiraidehengiraidehengi5844
@dhontiraidehengiraidehengi5844 8 месяцев назад
Bohut hundor lagil❤❤❤
@deepdeka2853
@deepdeka2853 Год назад
Agalai aru akha thakile... bhut vl lgile xuni
@user-nn5nk6rq4n
@user-nn5nk6rq4n 11 месяцев назад
কালজয়ী গীতসমূহ শুনিবলৈ পাই আপ্লুত হলোঁ। ধন্যবাদ।
@shashinnath1001
@shashinnath1001 9 месяцев назад
গীতবোৰ শুনি বৰ ভাল লাগিল
@indrabordoloi9472
@indrabordoloi9472 Год назад
বহুত ভাল লাগিল । ৰেডিও শুনা দৰে লাগিল
@soilensorma1452
@soilensorma1452 Год назад
Old Song Nostalgic Fantastic ❤❤❤
@manomatideka7004
@manomatideka7004 8 месяцев назад
Bhut val lagil
@dipikadevi4923
@dipikadevi4923 11 месяцев назад
মনতো ভাল লাগি গল,পুৰণি গীতবোৰ শুনি।
@monojhaloi4317
@monojhaloi4317 11 месяцев назад
পুণৰ আগৰ দিন বোৰলৈ ওভতি যোৱা যেন লাগিল❤❤❤
@JLI321
@JLI321 9 месяцев назад
Akdom
@pradiphaflongbar5001
@pradiphaflongbar5001 Год назад
Very marvellous collection
@bknarmada126
@bknarmada126 10 месяцев назад
Bahut badhiya bahut bahut dhanyvad❤❤
@meenakshihazarika205
@meenakshihazarika205 8 месяцев назад
আস! কি সুন্দৰ গীত৷
@joydevbaishya1991
@joydevbaishya1991 9 месяцев назад
গানবোৰ শুনি মনটো নষ্টালজিক হৈ পৰিল।
@devimedhi629
@devimedhi629 10 месяцев назад
আগতে কল্পতৰু দিয়া সময় খিনিলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।আজি সেই পুৰণি দিনবোৰলৈ মনত পেলাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ।
@SushilRay-fk5ps
@SushilRay-fk5ps 8 месяцев назад
হায় সেই দিন বোৰ ! বহুত ভাল লাগিল।
@bijoyhandique3835
@bijoyhandique3835 11 месяцев назад
অতি সুন্দৰ অনুষ্ঠান ।🙏
@bandanakalita1942
@bandanakalita1942 11 месяцев назад
বহুত ভাল লাগে এইগানবোৰ। বহুত বহুত ধন্যবাদ🙏
@noyanikaneog6382
@noyanikaneog6382 11 месяцев назад
পুৰণি দিন বোৰলে উভতি যোৱা যেন লাগিছে❤❤ ধন্যবাদ জনাইছো আপোনাক🙏
@hareswarsarma7212
@hareswarsarma7212 7 месяцев назад
কল্প তৰু অনুষ্ঠানৰ গীতবোৰ শুনি সচাকৈ বৰ ভাল পালো।
@surjakantapathak877
@surjakantapathak877 7 месяцев назад
এইবোৰ গীত শুনি বহুত নষ্টালজিক হৈ যাও, বহুত ভাল আছিল এৰি অহা দিনবোৰ❤❤❤
@binitahaloi6951
@binitahaloi6951 10 месяцев назад
এইবোৰ গীতে মন জীপাল কৰি তুলে ।
@sunandanath5635
@sunandanath5635 Год назад
😀😀⚘️⚘️✌🏻✌🏻✌🏻for ancient songs , feeling heart heartedly.
@junmonidevi4133
@junmonidevi4133 9 месяцев назад
Old songs are really good 😊
@manjukardong8270
@manjukardong8270 Год назад
Bohut bhal lagil.
@rajibkumarbarua2337
@rajibkumarbarua2337 Месяц назад
অনন্য, অনৱদ্য, অতুলনীয়, অসাধাৰণ, গীতবোৰ মন আপ্লুত কৰিলে।
@bhupengohain8714
@bhupengohain8714 10 месяцев назад
মনটো বহুত ভাল লাগি গল❤❤❤❤
Далее
GT-R - ВСЁ! :(
57:36
Просмотров 275 тыс.