Eta honta mak bapakor g atv al beya gunor uprt vetri kori eta hontan dharmik guni geyani val hoi eta hontan gorbhot thoke obostat make bapak dharmik geyani hole gorbhot thoke hontan to a aitro kore
আমি বিয়াত সোমাওতে যদি এই ভাগৱত ভাগ শুনিলোহেতে নিশ্চয় ভাল সন্তান জন্ম দিব পাৰিলোহেন পাছৰ জন্মত যদি মানুহৰ জন্ম পাওঁ তেতিয়া চেষ্টা কৰিব পাৰিব চাগৈ নতুনকৈ বিয়া পতা মহিলা সকলে ভাল সন্তান জন্ম দিব বুলি আশা কৰিলো। কৃষ্ণ প্ৰভু
কৃষ্ণ,বাপ আপোনালৈ মোৰ এটি প্ৰশ্ন _এই যে গৰ্ভস্থ সন্তানটি মাকৰ খাদ্যৰ লগত ভৱিষ্যতৰ যি চৰিত্ৰ গঢ় লয় বুলি শাস্ত্ৰ বাখ্যা কৰিলে শুনি ধন্য হ'লো। সেই বিষয়ে দূৰলে নগৈ মোৰ প্ৰশ্নটি উত্থাপন কৰো। জীৱৰ ভাগ্য কেনেদৰে নিৰুপন হয়। কোনোজন সৌভাগ্যবান কোনো জন দূৰভগীয়া হয় । ৰসাতলে যোৱা হতভগীয়া এই জীৱ বোৰে এই জনমতে সফলতাৰ পথ প্ৰাপ্তিৰ উপায় কি বাৰু? জনাবচোন।