Тёмный
No video :(

কামৰূপী লোকগীত Hits 2018 - Hits Of Rameshwar Pathak - হিটছ ইফ ৰামেশ্বৰ পাঠক - New Song 

Wave Music Assam
Подписаться 1,5 млн
Просмотров 1,9 млн
50% 1

#Hitsoframeshwarpathak #Kamrupilokgeet2018
Assamese Audio & Video song, Hope you like this song.
Please Subscribe, LIKE AND COMMENTS about this Video goo.gl/hQ5TxS
Company/ Label :- Wave
Category Music

Опубликовано:

 

26 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 447   
@ranibaruah7364
@ranibaruah7364 Год назад
আমি যে কিমান ভাগ্যশালী!!এনেকুৱা সুকণ্ঠৰ লোকশিল্পীয়ে আমাৰ কামৰূপী লোকগীত চহকী কৰি থৈ গৈছে!!প্ৰণাম জনাইছোঁ এই গৰাকী শিল্পীলৈ।
@ddhdd174
@ddhdd174 Год назад
❤❤❤ 2:17
@RanjitDas-jc4bg
@RanjitDas-jc4bg 5 месяцев назад
Y z😅Jx
@user-ib3jz2ee8l
@user-ib3jz2ee8l 3 месяца назад
😅😮😮😮😮😮😮😢😢😢😢😢😢😢😢😢l0⁰00⁰⁰ ok😅😅😅
@girindranarayanroy8620
@girindranarayanroy8620 2 года назад
I left Assam 32 years ago but still can't forget this folk artist and still today every night I listen to only his songs and voice. My heart becomes full. Thanks to RU-vid.
@ojitbisas5733
@ojitbisas5733 2 года назад
p
@prabinbardaloi8873
@prabinbardaloi8873 2 года назад
Rupok
@dr.sabitabaruah531
@dr.sabitabaruah531 2 года назад
অতি সুন্দৰ । সকলো লৈকে প্ৰণাম
@anuhazrika9474
@anuhazrika9474 Год назад
@@ojitbisas5733 00p
@shambhubarman636
@shambhubarman636 Год назад
Q
@manojdeka5740
@manojdeka5740 3 года назад
বহুত ভাল লাগিছে কবলৈ ভাষা নাই
@atulkrishnapathak8836
@atulkrishnapathak8836 4 года назад
অসমৰ লোক-সংগীতৰ ক্ষেত্ৰখনক অধিক সমৃদ্ধ আৰু জাকতজিলিকা কৰা শিল্পীজনেই হ'ল চিৰনমস্য প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ..তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো...
@dulalmahanta4409
@dulalmahanta4409 2 года назад
ৰামেশ্বৰ পাঠক অসমৰ লোকগীত সম্ৰাট ৷ এখেতে লোক গীতৰ সুৰেৰে যি মধুৰতা সঞ্চাৰ কৰিব পাৰে মই ভাৱো অন্য শিল্পীৰ বাবে সেয়া বহুত কঠিন হৈ পৰে ৷ তেখেটৰ অন্য বহুত গীত প্ৰকাশ কৰাহোৱা নাই ; সেইৱোৰো শদাশয় ব্যক্তি সকলে প্ৰকাশ কৰে যেেন ৷ বহুত ধন্যবাদ ৷জয় আই অসম ৷
@SureshChandraSarma
@SureshChandraSarma Год назад
Mahamahim Shree Rameshwar Pathakr loka- sangeetar lokageet jen ati kam manuhe rschibs parichil aru ajan tene shilpi ako amar majaloi bhagabane amak ani diyk !!! --- thanks for your reading this humblr write - up !!!
@damayantideka6496
@damayantideka6496 Год назад
Manyabar. Gan. Suni. Bhalpao.
@user-sj8zz5sq9m
@user-sj8zz5sq9m 10 месяцев назад
​@@SureshChandraSarmall😊😊😊p0pppppppp
@dipukalita9722
@dipukalita9722 2 года назад
সৰুতে শুনিছিলো এইবোৰ গীত শৈশৱৰ স্মৃতি জড়িত হৈ আছে
@rinarekhamahanta990
@rinarekhamahanta990 3 года назад
লোকগীত বৰ ভাল পাওঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ তথা তেখেতৰ সুযোগ্যা সহধৰ্মিণী শ্ৰী যুতা ধনদা পাঠক বাইদেউ ৰ🙏
@nagendeka6625
@nagendeka6625 3 года назад
মন প্ৰান জূৰপৰিযোৱা সুমধুৰ লোকগীত তুলনাবিহীন।
@ramaniktchakravartychakrav8610
@ramaniktchakravartychakrav8610 3 года назад
Ppp
@debenborah2905
@debenborah2905 Год назад
ৰামেশ্বৰ পাঠকদেৱৰ কামৰূপী লোকগীত আমাৰ জাতীয় সম্পদ, জাতীয় গৌৰৱ আৰু অতি সুমধুৰ হিয়া জুৰ পৰি যোৱা 🙏🙏🙏
@bireswarbaruah6340
@bireswarbaruah6340 Год назад
Good morning everyone. In the world of music, specifically for Kamrupi Lokgeet Assamese people can't forget Rameshwar Pathak. Next to Dr. Bhupen Hazarika will remain in hearts❤💞❤💞 all Assamese for generation. 🙏🙏.
@GakulNath-eu7yv
@GakulNath-eu7yv 7 месяцев назад
9ooo9999oo99​@@bireswarbaruah6340
@rajanikantadeka390
@rajanikantadeka390 4 года назад
লোকগীত সম্ৰাজ্ঞী ৰামেশ্বৰ পাঠক দেৱ আজি হয়তো জীয়াই নাই সঁচা ; কিন্তু, তেখেতৰ কালজয়ী গীত সমূহে তেখেতক সদায় আমাৰ মাজত জীয়াই যে ৰাখিব সি ধুৰূপ | বহত বহুত ধন্যবাদ...... |
@hemantabora3017
@hemantabora3017 4 года назад
শ্ৰদ্ধাৰ লোকগীতৰ শিল্পী প্ৰয়াত ৰামেশ্বৰ পাঠক দেৱৰ কণ্ঠই মোক, সৰুকালৰ পৰাই অাকৰ্ষণ কৰি অাহিছে।তেখেতৰ সুৰ অাৰু কণ্ঠৰ মায়াজালে বৰকৈ মোহিত কৰে!এনে এজন শিল্পীৰ গীতবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে অাৰু নতুন চামক ইয়াৰ প্ৰতি অাকৰ্ষিত কৰিব লাগে।
@royalpalaceghy2906
@royalpalaceghy2906 4 года назад
mo
@dimbeswarbaro1544
@dimbeswarbaro1544 4 года назад
Ji86i
@himadrigogoi6781
@himadrigogoi6781 4 года назад
@@royalpalaceghy2906 Pa Q 0pp% P PqAafaa Lp Qala A lQ
@subodhojir2570
@subodhojir2570 3 года назад
Bbye bbye
@dilipgohain530
@dilipgohain530 2 года назад
000p0000000y po p Oct
@debasishneog6418
@debasishneog6418 Год назад
বহুত সুন্দৰ গীত এই গীতবোৰে তেওঁক সদায় জীয়াই ৰাখিছে
@jibandas9641
@jibandas9641 5 лет назад
জয় গুৰু শংকৰ।পুৱাই পুৱাই পাঠকৰ লোকগীত বোৰে মনতো উৎফুল্লিত। কৰিলে।
@chitradas4893
@chitradas4893 4 месяца назад
Mahan shilpi janak sasredha pranam janalo
@prankrishnakalita1135
@prankrishnakalita1135 Год назад
ৰামেশ্বৰ পাঠক মহান পুৰুষ জনৰ কামৰূপী লোকগীত সমূহত আমৃতৰ নিচিনা ৰস আছে আশা কৰো তেখেতৰ লোকগীত বোৰ অমৰ হৈ থাকিব,
@sanjibbasu9634
@sanjibbasu9634 4 года назад
সুপার ডুপার হিট। ভাষা না বুজতে পারলেও সুর তাল অতুলনীয় খুব খুব খুব ভালো নমস্কার
@dipenbora9044
@dipenbora9044 2 месяца назад
অনন্য কণ্ঠৰ অধিকাৰী ,আমাৰ অন্তৰৰ প্ৰেৰণাৰ উৎস ।তেখেতৰ কৰ্ম যুগমীয়া হওক ।
@deepakrabha8382
@deepakrabha8382 5 лет назад
খুবেই ভাললাগিল৷
@chitradas4893
@chitradas4893 5 месяцев назад
Bohut vaal lagil
@ajitkrborah7179
@ajitkrborah7179 5 месяцев назад
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@dineshdas8041
@dineshdas8041 2 года назад
চিৰ সজীৱ গীত ! জাতিটোৰ সম্পদ ।
@chitradas4893
@chitradas4893 5 месяцев назад
Eman sunder kanthaswer
@nagendeka6625
@nagendeka6625 3 года назад
কামৰূপী লোক গীতৰ যশস্বীশিল্গী প্ৰয়াত ৰামেশ্বৰ পাঠক দেৱৰ সুমধুৰ কণ্ঠৰ দেহ মন প্ৰান জুৰ পৰিযোৱা চিৰযুগমীয়া লোকগীত তুলনা বিহীন।
@prashantarabha368
@prashantarabha368 Год назад
A1qa
@dipensarmah2570
@dipensarmah2570 3 года назад
ৰামেশ্বৰ পাঠকৰ লোকগীত মোৰ অতি প্ৰিয় আৰু শুনিলে শুনিয়ে থাকিবৰ মন ।
@ramanideka1662
@ramanideka1662 2 года назад
Thbk
@binudnarah8933
@binudnarah8933 2 года назад
কৃষ্ণ
@bontiborah412
@bontiborah412 Год назад
পাঠক ডাঙৰীয়াৰ লোকগীতৰ সুমধুৰ সুৰে মন আপ্লুত কৰি তোলে ।
@prabinbaruah6863
@prabinbaruah6863 3 года назад
লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকে কামৰূপী লোকগীত সংগ্ৰহ আৰু সঠিক ৰূপত পৰিবেশন কৰি অসমীয়া লোকগীতক এক অনন্য মাত্ৰা দিলে । তেওঁ যাদুকৰী কণ্ঠৰে শ্ৰোতা- দৰ্শকক কেনেদৰে মন্ত্ৰমুগ্ধ কৰিছিল ভাবিলে মন ভৰি যায় । প্ৰায় চাৰিটা দশক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওৰ লোকগীত শুনিবলৈ মানুহ কেনেকৈ হিলদল ভাঙি আহি বিমুগ্ধ হৈ পৰে তাক দেখি আচৰিত হৈছিলো । যথেষ্ট ত্যাগ আৰু কষ্টেৰে লোকগীত সমূহ সজাই নিখুটভাৱে পৰিবেশন কৰিছিল । আজি তেওঁৰ অভাৱ অসম বাসীয়ে বাৰুকৈয়ে অনুভৱ কৰে।।
@krishnamili3533
@krishnamili3533 2 года назад
mqq
@amardeka2476
@amardeka2476 2 года назад
@anilkalita7297
@anilkalita7297 2 года назад
উউ
@anilgogoi5183
@anilgogoi5183 2 года назад
Best
@nabadeepbaishya511
@nabadeepbaishya511 Год назад
LlpljlMljklphpoppppKLphpppppPppPpp0p00pP00000000pkOOOaAau
@PremaHandique
@PremaHandique 2 месяца назад
ৰা পাথকৰ তুলনা নাই
@sibendutta6344
@sibendutta6344 3 года назад
I proud with assames flok song artist of Rameshwor pathak and miss Dhanada pathak .
@sanjibdas9404
@sanjibdas9404 4 года назад
অপূৰ্ব কন্ঠ ।
@harmohannath7046
@harmohannath7046 2 года назад
শুনি থাকিলেও হেঁপাহ নপলায়।
@ganeshkalita9196
@ganeshkalita9196 Год назад
4kxkf
@bijoykrishnathakur8194
@bijoykrishnathakur8194 Год назад
Nice song
@kushaladeka2295
@kushaladeka2295 11 месяцев назад
সুন্দৰ কন্ঠ শ্ৰদ্ধা জনাইছোঁ 🙏 তেখেতৰ গীত শুনি হেঁপাহ নপলাই❤ তেখেত অমৰ ৰওক🙏🙏🙏
@nilutpalll669
@nilutpalll669 3 года назад
Rameswar Pathokor Lokogeet bur Asomiyar oti hridoyor apun aru Apurugiya hompod .Tekhet biswa dorbarot Omor hoi thakok.
@pinkumahanta1618
@pinkumahanta1618 3 года назад
Ecb app quip
@priyanujthakuria2997
@priyanujthakuria2997 2 года назад
কামৰূপী লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠকৰ সশ্ৰদ্ধ প্ৰণাম
@dr.sabitabaruah531
@dr.sabitabaruah531 2 года назад
Ppppppppবৰ সুন্দৰ
@dr.sabitabaruah531
@dr.sabitabaruah531 2 года назад
লোকগীত সমূহে মন ভৰাই তোলে।
@kailashrajbongshi3349
@kailashrajbongshi3349 Год назад
অসমৰ কামৰুপী লোকগীতৰ মহাৰজা হয়, 🙏🙏🙏কোনো হব নোৱাৰে এওৰ নিচিনা 🙏🙏🙏
@comedyassam3994
@comedyassam3994 Год назад
T👏👏👏
@rubulsaikia8656
@rubulsaikia8656 7 месяцев назад
সুন্দৰ কণ্ঠ শিল্পী জনলৈ শতকোটি প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ
@MaheswarSharma-lv2dy
@MaheswarSharma-lv2dy Месяц назад
কৃষ্ণ 🙏 কৃষ্ণ
@JaganathLalung-tx6xe
@JaganathLalung-tx6xe 10 месяцев назад
সছাকৈ দেহা মন সাত পৰি যায় ❤❤❤
@herohindustanigamer7561
@herohindustanigamer7561 3 года назад
মোৰ অতিকৈ ভাললগা লোকগীত, ধন্যবাদ জনাইছো ৰামেশ্বৰ পাঠকৰ সকলোঁ লোকগীত
@nurulchaudhary9408
@nurulchaudhary9408 11 месяцев назад
Akhetor geet br bht vl lage.. geetor kotha br bohut rokhal... Moy gari solaote khuni thaku . Mon tu bht fresh hy jai .❤
@Santanu_zazabori
@Santanu_zazabori 4 года назад
ধুনীয়া.. এক অদ্ভুত কন্ঠ..🙏🙏
@soshiprovadevi7691
@soshiprovadevi7691 4 года назад
Oti.sumoďhur.get.prìy
@ruhinitamuly3242
@ruhinitamuly3242 2 года назад
সুন্দৰ কামৰূপী লোক গীত । মোৰ অতিকৈ শ্ৰদ্ধাৰ হয়।।
@lipikasaikiabaruah6659
@lipikasaikiabaruah6659 4 года назад
ৰামেশ্বৰ পাঠকে অসমীয়া কামৰূপী লোকগীতক এক উচ্চ স্থানত উপনীত কৰিলে ৷সদায়ে অভিভূত হওঁ তেখেতৰ গীত শুনি ৷
@lakshyahiradas1660
@lakshyahiradas1660 4 года назад
শত কৌটি সেৱা জনাওঁ লোকগীতৰ সম্ৰাট জনালৈ। মই লোকগীত গায় গাও। ঈশ্বৰৰ কৃপাত আজিলৈকে যিমান অনুস্থান ত লোকগীত পৰিৱেশন কৰিছো সকলোৱে ভাল পাইছে। এক প্ৰকাৰ অদ্ভুত আনন্দ লাভ কৰো লোকগীত গায়। কিন্তু কিছুমান ক্ষেত্ৰত বৰ দুখ লাগে, ডাঙৰ অনুস্থান, আধুনিক গীতৰ শিল্পী সকলক যিমান খিনি গুৰুত্ব দিয়া দেখা যায় আমাক নিদিয়ে। কমিটি বোৰে ভাবে, মঞ্চ ত লোকগীত গালৈ সুবিধা কণ দিয়া বাবে যেন উপকাৰ হে কৰিছে। যি কি নহওঁক, মই লোকগীত গায় ভাল পাওঁ, আৰু লোকগীত মোৰ জীৱনৰ জীয়াই থকাৰ অস্ত্ৰ । গায় যাম, জীয়াই থকালৈ। কিছুমান আধুনিক অসমীয়াৰ অৱহেলাৰ ফলত লাহে লাহে লোকগীতৰ নিচিনা এই অমূল্য অতুলনীয় অৱদান তথা অমূল্য সম্পদ আমাৰ মাজৰ পৰা বাহিৰা দেশ বিদেশলৈ গুচি যোৱাৰ সম্ভাৱনাই মোৰ মন প্ৰাণ জোকাৰি নিয়ে। মোৰ বোধেৰে আমি সকলোৱে যদি এক চিন্তা কৰিব পাৰো, তেন্তে অসমৰ সম্পদ অসমৰ হৈয়ে ৰব। অসমৰ সকলো সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি যদি লোকগীতেৰ কৰা এক নিয়ম মানি চলাটো বাধ্যতামূলক হয়, তেন্তে লোকগীতৰ সৈতে সকলো পৰিচিত হব। এইয়া মোৰ এটা মনৰ ভাবহে। কোনেও যাতে বেয়া নাপায়।
@dipjyotihaikakoti3951
@dipjyotihaikakoti3951 4 года назад
Nice
@parleesaikia3238
@parleesaikia3238 5 лет назад
Otikoi dhunia loka geet performed by Rameswar Pathak
@nikhilbiswas7756
@nikhilbiswas7756 5 лет назад
Tiku
@rupamkalita8634
@rupamkalita8634 3 года назад
অতি সুন্দৰ 💞
@ranjusaikia4525
@ranjusaikia4525 3 года назад
ইমান সুন্দৰ শুনি বহুত ভাল লাগিল
@ranjusaikia4525
@ranjusaikia4525 3 года назад
আৰু লগতে নতুন বছৰৰ শুভেচ্ছা আগ বহালো
@chitradas4893
@chitradas4893 4 месяца назад
Eman sunder
@chitradas4893
@chitradas4893 5 месяцев назад
Eman sunder swar
@PurnimaDas-vl9qo
@PurnimaDas-vl9qo 2 года назад
🙏🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏অতি সুন্দৰ 🙏🙏❤❤👌👌👌👌👌
@maramidasplay5796
@maramidasplay5796 5 лет назад
Bahut val lagil geet keita ..
@damayantideka6496
@damayantideka6496 Год назад
Good. Morning. God. With. Pathak
@iladas3544
@iladas3544 2 года назад
I miss you
@kanikasarmah1189
@kanikasarmah1189 3 года назад
মন প্ৰাণ ভৰি গল
@HemenKrDeka
@HemenKrDeka 2 года назад
Excellent. 🧞‍♀️🧞‍♀️🧞‍♀️
@munindramahanta6551
@munindramahanta6551 4 года назад
বহুত ভাল লাগে শুনি ।শুনিলে শুনিবলৈ মন যায়।
@sangitapathak296
@sangitapathak296 Год назад
Lokageet r samrat khagen pathak (Pathbouchi). Ai khata Dhanada pathak a janiba lage
@surenkumar1225
@surenkumar1225 3 года назад
Nice what to say I don't have to say any words really. ,,😊
@chitradas4893
@chitradas4893 6 месяцев назад
Aponalokak dhnaybaad
@minatideka7551
@minatideka7551 4 года назад
Prabhu krisnar baikunthalai jowa naam xuni mai dhanya maniso
@pranabnath2546
@pranabnath2546 3 года назад
Bht val loga git , punr pask dakori mtloi ahok Janma hoi
@rashmiboro5732
@rashmiboro5732 4 года назад
Dhuniya lagisa
@kushalkonwar9785
@kushalkonwar9785 2 года назад
Bhal lagil
@azaharulislam5054
@azaharulislam5054 4 года назад
Bhupen da aru Rameshwar pathok Okhomor gawrab.
@dharmanarayannath7842
@dharmanarayannath7842 3 года назад
গীতবোৰ অমৰ হৈ ৰওক । ৰাইজৰ মন প্ৰান পৰিস্কাৰ কৰি ৰাখক । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@dipokknowar4620
@dipokknowar4620 Год назад
Q QQ qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqaqqqqqqqqqqqqaqqaqqqqqqaaqqqaaqaqaqqaqqqqqqqqqqqqqqqqqqqqqqqaqqqqqqqqqqqaqqqqqqqqqqqqqqqaaqqqqqqqqaqqqaqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
@minatideka7551
@minatideka7551 3 года назад
Mon pran jur pora lokgeet xuni val lagil
@Oparetorshaab
@Oparetorshaab 2 года назад
লোক গীত সুনিলে মনত থকা দুখ আতৰ হয়
@nabajyotisarmanabajyotisar2375
@nabajyotisarmanabajyotisar2375 3 года назад
বহুত বহুত ধন্যবাদ তথা কৰে
@kaminiray4904
@kaminiray4904 3 года назад
লোকগীতৰ মোৰ প্ৰিয় শিল্পী প্ৰথমে ৰেকৰ্ড প্লেয়াৰত,তাৰ পিছত চিডিত এতিয়া ইউটিউবত শুনি আছো
@anildeka4109
@anildeka4109 2 года назад
Salute to Lt Rameshwar Pathak for his devotional songs of kamrupi lokgeet.
@photon4789
@photon4789 4 года назад
Fata fati. Deutar sakulo olai goise
@bdeka2125
@bdeka2125 3 года назад
Pagol
@mryugi6864
@mryugi6864 4 года назад
Dhunia lagil. Ayurvedic yugi.
@minaramborah4572
@minaramborah4572 Год назад
সু প্ৰভাত 🙏
@aratibaruah2725
@aratibaruah2725 4 года назад
অপূৰ্ব কণ্ঠ।অত্যন্ত আনন্দ লাভ কৰিলোঁ।
@chitradas4893
@chitradas4893 4 месяца назад
Joy sree krishna
@padmaramdeka1856
@padmaramdeka1856 Год назад
Wave music ৰ কৰ্মকৰ্তা সকললৈ মোৰ হিয়া ভৰা অভিনন্দন ও প্ৰণাম জনালোঁ ।এনেহেন কালজয়ী সংগীত video ৰূপে অসমীয়া ৰাইজলৈ দান দিছে,মহৎ কাম বুলি মই ভাবো ।ধন্যবাদ ।
@PC-nv8md
@PC-nv8md 4 года назад
I don’t know the meaning of these songs but really felt as if touched my heart with sweet voice, music & lyrics.
@bhesojbaruah8725
@bhesojbaruah8725 4 года назад
These are Assamese Folk-songs & named as Kamrupi -Lokogeet . I hope you might know about All the other countries of the World have their own Folks . Kalpana Patuwari knows singing in 30 (thirty ) different Vernacular also known as Bhojpuri Folk Singer .
@nibarannath5678
@nibarannath5678 4 года назад
Sir, the first of the songs describes the sorrow feelings of ma Yshoda, mother of lord Krisna ,since the lord had not come back late evening with cows from grazing land.so the mother is feeling sad and that very feeling is depicted in the lyrics and sung.A soul touching song.Thanks for your interest to know the unkowns.
@faruklaskar1022
@faruklaskar1022 4 года назад
@@bhesojbaruah8725 ji
@faruklaskar1022
@faruklaskar1022 4 года назад
@@bhesojbaruah8725 q
@dhaneswarkalitaentertainme5607
@dhaneswarkalitaentertainme5607 4 года назад
These are the folk song of lower Assam specially pertaining to the various activities of lord Sri Krishna who played a vital role in the village gokul of king Nanda ... although Nanda, yosoda, and Rohini was foster parents of Sri Krishna but they loved him more... first song is the panic of mother yosoda that Sri Krishna went for grazing the cow in the morning but he is not returning back home with his friends in the evening... that is the sorrow feelings of both mother yosoda and Rohini
@bishnup.boruah2150
@bishnup.boruah2150 3 года назад
Thanks for uploading
@champakpapu4962
@champakpapu4962 2 года назад
সুন্দৰ কণ্ঠৰ গৰাকী আছিল অসমীয়া লোক সংগীত জগতৰ।।
@rameshchandrakalita4172
@rameshchandrakalita4172 2 года назад
ৰামেশ্বৰ পাঠকৰ কামৰূপীয়া লোকগীত অসমীয়া কৃষ্টি সঙস্কৃতি বৰ্তি থাকেমানে যুগজয়ী হৈ।থাকিব।
@ajaydevnath9508
@ajaydevnath9508 3 года назад
Jai Jai Shree Ram 🙏🙏🙏
@kushaldeka2645
@kushaldeka2645 4 года назад
আপুৰুগীয়া গীত।অসমৰ লোকসাহিত্যৰ অমূল্য সম্পদ।
@moromideka1028
@moromideka1028 3 года назад
যুগজয়ী গীতৰ বাবে শত-সহস্ৰ প্ৰণাম
@surajhazarika2946
@surajhazarika2946 3 года назад
Hi
@pranabchoudhury7127
@pranabchoudhury7127 3 года назад
000000000⁰9
@morgunsaikia6445
@morgunsaikia6445 Год назад
Kamrupia the language of Kalita should be preserved.
@nandeswarbasumatary2905
@nandeswarbasumatary2905 4 года назад
গীতবোৰ শুনি ভাল লাগিল
@jumanjyotikalita4680
@jumanjyotikalita4680 2 года назад
ৰামেশ্বৰ পাঠকৰ কণ্ঠত গীত বোৰ শুনিলে আজিও মোৰ লৰালি কালত গ্ৰামোফোনত শুনা দিনবোৰলৈ মনত পৰি দেহা-মন আপ্লুত হয়।
@bimantamuli6721
@bimantamuli6721 2 года назад
অসমীয়া লোকসঙ্গীতৰ গুৰু আপোনাক প্ৰণাম ্্্্্্ কৃষ্ণ ।
@hiruvai777
@hiruvai777 Год назад
কৃষ্ণ কৃষ্ণ
@dhirendas6727
@dhirendas6727 5 лет назад
Bohut dhuniya...
@rmech241
@rmech241 5 лет назад
A magnificent & melodious voice.
@ronibayan9776
@ronibayan9776 4 года назад
Amazing extraordinary🥰
@dharnidharlalungmaka1741
@dharnidharlalungmaka1741 Год назад
Good
@krishnadas2675
@krishnadas2675 3 года назад
Rameshwar Pathok Sir oar konthoar ek odvhut jaadu aasil, kunuwe etiyaou geet bur gaai, kintu Lokageet oar King oar nisina hoboi nuware
@atulokalita4134
@atulokalita4134 4 года назад
Ati sunder . Please continue
@debajithaloi662
@debajithaloi662 3 года назад
Right thinking , NAMASKAR
@bhupendranathgoswami5571
@bhupendranathgoswami5571 3 года назад
মোৰ আশৈশৱ প্ৰিয় শিল্পী ৰামেশ্বৰ পাঠকদেব কামৰূপী লোকগীতৰ জনক। শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
@kanikadas1200
@kanikadas1200 2 года назад
Uh manpran sital hoi jai ki madhur voice kunoa tekhetor dore gabo noware
@bhumitrabaruah9801
@bhumitrabaruah9801 Год назад
P5mmmmmkhùyerrrŕþuģg g g g f ss s s aeyooiswrt9
@alakeshlahkar9800
@alakeshlahkar9800 8 месяцев назад
Really unbelievable singer 👌🙏🙏🙏
@bulandihingia8363
@bulandihingia8363 4 года назад
অভূতপূৰ্ব কণ্ঠ
@bipinray2788
@bipinray2788 7 месяцев назад
😊
@hemupegu5936
@hemupegu5936 5 месяцев назад
​@@bipinray2788❤❤❤❤❤ out
@nayantalukdar7108
@nayantalukdar7108 Год назад
Old is gold
@juliphukan5107
@juliphukan5107 5 лет назад
Late Rameswar pathak contributed a lot in popularising " kamrupi lokgeet" this is also a nice number by him.
@ranjitdeka9952
@ranjitdeka9952 2 месяца назад
Excellent
@brajagopaldebnath2769
@brajagopaldebnath2769 3 года назад
Oh Oh. Bahut. Dhunia. Kamrupi. Lokgitkhan,Dhunia Lagise.
@gulubeta8190
@gulubeta8190 2 года назад
aibur lokogeet xunile xuni thakibor mon jai ...... 🙏
@rupjyotisarmah7564
@rupjyotisarmah7564 8 месяцев назад
ভাল লাগে
@gyanamscreation9743
@gyanamscreation9743 5 лет назад
বিহুৰ পিছতে কামৰূপী লোকগীতে অসমীয়া সংস্কৃতিক চহকী কৰিছে..কামৰূপী লোকগীতক বিশ্ব দৰবাৰত প্ৰতিস্থা কৰাত শ্ৰদ্ধাৰ ৰামেশ্বৰ পাঠক দেৱৰ অৰিহণা অনস্বীকাৰ্য...
@Little.Boy-0
@Little.Boy-0 4 года назад
N& 8,😣😣😣😣😣😣😍😷😢😢😢😢😢😷😢😢😷😢😢😷😢😢😢🙁😢😢😤😢😤😢😢😻😻😻😻💩💩😻😻💩😻😻👻
@chandrakalita525
@chandrakalita525 4 года назад
@@Little.Boy-0 mm
@bhaskarkalita3707
@bhaskarkalita3707 2 года назад
@sangitepegu608
@sangitepegu608 Год назад
L
@kailashdas5568
@kailashdas5568 Год назад
@@chandrakalita525 č
@mofidaahmed3614
@mofidaahmed3614 Год назад
শুনিলে হেপাঁহ নপলায়
@pabitraborah9896
@pabitraborah9896 4 года назад
hoxai eman hundor....
@bhugeswarhira5881
@bhugeswarhira5881 2 года назад
বহোত ভাল লাগিছে
@sunmoniboragohain3961
@sunmoniboragohain3961 3 года назад
val lagil ratipuwatu🙏🙏🙏🙏🙏
@dulukolita2512
@dulukolita2512 Год назад
তেখেতৰ লোকগীতি সদাই এনেদৰে জীয়াই থাকক
Далее
Avaz Oxun - 10 yillik yubiley konsert dasturi 2023
2:52:33
Avaz Oxun - 10 yillik yubiley konsert dasturi 2023
2:52:33