Тёмный

কিমান শুনিব এঘৰীয়া হোৱাৰ কাহিনী, সঁচাকৈয়ে আমি এনে অসম বিচাৰোনে? 

NKTV PLUS
Подписаться 630 тыс.
Просмотров 377 тыс.
50% 1

▶️পাটৰ ছোৱালীক বিয়া পাতিলে বৰুৱা উপাধিৰ ল'ৰাই। সৰু জাতৰ ছোৱালীক বিয়া পতাৰ অজুহাতত ৫ বছৰে এঘৰীয়া কৰি ৰাখিছে এটা পৰিয়ালক। কিমান শুনিব এঘৰীয়া হোৱাৰ কাহিনী, সঁচাকৈয়ে আমি এনে অসম বিচাৰোনে?

Опубликовано:

 

3 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,7 тыс.   
@pd5182
@pd5182 2 года назад
এইয়াই আমাৰ অসম আমেৰিকা,লণ্ডনৰ ছোৱালী বিয়া পাতিব পাৰে কিন্তু অসমৰে এজনী বেলেগ cast ৰ ছোৱালী বিয়া পাতিলে এঘৰীয়া হব লগা হয় |
@KabitaDas-p6d
@KabitaDas-p6d 17 дней назад
Right
@Mintusaikia9418
@Mintusaikia9418 2 года назад
মানুহ গৈ মঙ্গল গ্ৰহত পালেগে আৰু আমাৰ অসমত কিছুমান মানুহৰ মানসিকতা এতিয়াও সলনি হোৱা নাই । Gaor t কেইজন মান মানুহ থাকেই এনেকুৱা ।
@yutfufty
@yutfufty 2 года назад
মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত ময়ে অসমীয়া জয় আই অসম, কোনো ঘেণ্টা কাকো খাতিৰ নকৰোঁ ময়ে জুবিন দাদাৰ ভক্ত 👑🔥
@FIFAMBL-w8h
@FIFAMBL-w8h 2 года назад
একেই মতামত ক্লা ঘেন্টা এনেকুৱা সমাজক যি সমাজত মানুহক মানুহ বুলি চিকিতৃপ্ৰপ্ত নহয়
@yutfufty
@yutfufty 2 года назад
Hoi vai, aikhon xomaj nhy bl hoi kla, sob pagol eyat
@p.j.h4542
@p.j.h4542 2 года назад
Joi Jubin da
@babybrown2995
@babybrown2995 2 года назад
Yess me to ghontao khatir nokoru ..manuh hisabe hihot besi tol khapor karon usso sinta thoka k ke he usso manobr sikriti dibo pari .
@manjilsaikia4533
@manjilsaikia4533 2 года назад
Thats why i hate religion and god...... And i dont biliv them really
@tiwamusicofassam7313
@tiwamusicofassam7313 2 года назад
কোনে কৈছে তিৱা তলৰ জাতি বুলি? তিৱা জাতি কেতিয়াওঁ তলৰ জাতি নহয়। তিৱা সকলৰ কলা কৃষ্টি ,বুৰঞ্জী , ইতিহাস আছে। তেওঁলোকে বুৰঞ্জী আৰু ইতিহাস নাজানে। ভাৰত স্বাধীনতৰ কাৰণে তিৱা মানুহে শ্বহীদ হৈছিল । তিৱা বীৰ ৰজা জুঙাল বলহু হে মধ্য অসম আসন কৰিছিল । তিৱা সকলৰ কি নাই সকলো আছে ৰজা আছে ঐতিহাসিক জোনবিল আছে আৰু অসম খনত তিৱা সকলৰ অৱদান আছে সেয়ে বুৰঞ্জী আৰু ইতিহাস পঢ়ক । জনজাতিক নিম্ন খাপৰ বুলি নাভাবিব। কাক লৈ অসম হৈছে বুলি ভাবিছে বাৰু? আমি সকলো হৈ য়ে অসমীয়া হৈছে কিয় বুজি নাপায়। ধিক্কাৰ দিছোঁ নিকৃষ্ট মানসিকতাৰ সমাজক।
@samiranjyoti220
@samiranjyoti220 2 года назад
Moi lalung lora
@dipjyotinath5055
@dipjyotinath5055 2 года назад
Tar manhu khini hoitu bhut pis pra hoitu najane
@bharathindubhumi
@bharathindubhumi 2 года назад
মই অসমীয়া | জাত পাত নাই | আমি সকলো অসমীয়া | অসমীয়া জাতি প্ৰথম পৰিচয় | জয় আই অসম |
@krishnadasassam6479
@krishnadasassam6479 2 года назад
কনো মানুহ তলৰ নহয়
@মৰিগাঁওডেকা
আমাৰ তিৱা জাতিক অপমান কৰাৰ দৰে হৈছে আৰু সেই গাঁৱৰখনৰ মানুহবোৰ মূৰ্খ হয়
@pallbaruah9
@pallbaruah9 2 года назад
সেই গাঁও‌ খনৰ মানুহবোৰ মানুহৰ নামত কলংকʼ ।
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Ki kotha koy. Apuni u khei ekei bebosthar majot khumai thaki pratibad kari kunu laav nai. Jetialoikey jatibadi monubadi,Pakhanda, Andha biseakherey Bhora ponthat khumai thakibo apunar pratibad foos. NOROK r MUKUL.
@dhuvaaa1140
@dhuvaaa1140 2 года назад
Amr eyat muslim swali biya korileu emn dhuneyaky ghor t oha jwa kore manuh bur amr eyar homaj y val 🙂moi nahraktia dibrughar t thku amr eyat aeebur dekh nie kentu
@thememeworld3910
@thememeworld3910 2 года назад
Manuh ne gadho
@mukulbaruah1833
@mukulbaruah1833 2 года назад
@@keyore8915Bhunya baa kalita habo.
@Simanta_Boruah
@Simanta_Boruah 2 года назад
Kobole gole sob ake sala 🤣🤣🤣
@jitudeka4431
@jitudeka4431 2 года назад
ধিক্কাৰ দিছোঁ সেই গাওঁ ✊✊✊
@monujmanoshborah9388
@monujmanoshborah9388 2 года назад
ফটুৱা নিয়ম বোৰ ঘৃণা লাগে ।। মানুহ মানুহেই ।। মূৰত গোবৰ আছে মানুহ বোৰৰ ।।
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Manuhr majot Uswa/Nich,Cuaa/Choot,Jaat/Paat kuney sristy karisey janeney.
@DARKANGEL-uy3nw
@DARKANGEL-uy3nw 2 года назад
@@mukulbaruah1833 tohotr nisina olpo mogojur manuhei korise
@mukulbaruah1833
@mukulbaruah1833 2 года назад
@@DARKANGEL-uy3nwPrathom kotha Hijira baa Sur,Dhurndhar,Dokait,Johorai hey nijor nam nidiey. Tur mukhat moi 100baar mutu.
@daisyrabharabha2078
@daisyrabharabha2078 2 года назад
ঠিকেই কৈছা মৃৰত একো নাই
@nilimadasdas9694
@nilimadasdas9694 2 года назад
সমাজখনৰ মানুহবোৰৰ মানসিকতা নিকৃষ্ট ৷ অসমীয়া ল’ৰা এজনে অসমীয়া ছোৱালী এজনী বিয়া পাতিছে তাতেই কিহৰ জাত পাতৰ কথা আহে ৷
@angshumanbharali3880
@angshumanbharali3880 2 года назад
গাঁওখনৰ মানুহবোৰ মানুহৰ নামত কলংক যিখন সমাজে মানুহ চিনি নাপায় সেইখন সমাজক এৰি চলায় ভাল আমি আছো আপোনালোকৰ লগত।। God bless your family 🙏🏻💞
@gmr8094
@gmr8094 2 года назад
Gaon khonok axomor pora okolhoria koribo lage
@pujagogoi2021
@pujagogoi2021 2 года назад
Umm
@munmikashyap8577
@munmikashyap8577 2 года назад
আজি অলপ দিনৰ আগত কিছু মান মানুহ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত জঁপিয়াই পৰিছিল। আজি সেই সকল মানুহ কত সোমাই আছে। লোকৰ দোষ বোৰ খুসৰি নিজৰ বোৰ লুকুৱাই থৈ সোমাই আছে । বৰ হৰামি সেই সকল লোক।
@padumpait1657
@padumpait1657 2 года назад
যদি ধনী পৰিয়ালৰ হলে হৈ, এইবোৰ নিয়ম নহলে হেঁতেন।
@bitupondeka6184
@bitupondeka6184 2 года назад
Aitu akdm right koisa
@deepjyotidas9892
@deepjyotidas9892 2 года назад
Your right bro 👍🏻
@rajshreechauhan4288
@rajshreechauhan4288 2 года назад
Right
@pranabdas4954
@pranabdas4954 2 года назад
Um thike koysa apuni
@arunray6129
@arunray6129 2 года назад
Hoi ......
@ManabDutta007
@ManabDutta007 2 года назад
মানুহ গৈ চন্দ্র পালেগৈ কিন্তু কিছু মানুহে জাতি ধর্ম ক লৈয়ে মৰি আছে কি যে হব 😪
@anuborah4561
@anuborah4561 2 года назад
এখেত সকলৰ তেজৰ ৰঙ বেলেগ নেকি ? মনৰ পৰা এলান্ধু অতৰাৱ হ'ল । আজিৰ যুগত এইৱোৰ নিয়ম 'শোভা নপাই । জাত দুটাহে মতা আৰু মাইকী ।
@nivabora2932
@nivabora2932 2 года назад
দুখ নকৰিব, এনেকুৱা চিন্তা ধাৰাৰ সমাজৰ খনলে অনুৰোধ জনালো, চিন্তা ধাৰা সলনি কৰিব হ'ল, মানুহ ঘৰক অকলশৰীয়া নকৰিব 🙏🙏🙏🙏🙏
@lord4840
@lord4840 2 года назад
সমাজে এঘৰীয়া কৰিলে সমাজখনকে এঘৰীয়া কৰক । বেলেগ এখন শিক্ষিত সমাজৰ অংশীদাৰী হওক ।
@travelmdshorts8998
@travelmdshorts8998 2 года назад
Thik koisa
@whitefox5801
@whitefox5801 2 года назад
Perfect 👍
@abinashbasumatary5448
@abinashbasumatary5448 2 года назад
Right
@putuldutta3803
@putuldutta3803 2 года назад
Right ✅
@kulendrabora58
@kulendrabora58 2 года назад
শিক্ষিত সমাজতো এনে ধৰণৰ জাত পাতৰ বিচাৰ কৰা অনেক মানুহ আছে । তেওঁলোকে সাৱধানতা অৱলম্বন কৰে কাৰণে প্ৰকাশ নাপাই । শিক্ষি লোকৰ মাজত অসবৰ্ণ বিবাহিত দম্পতি কিমান আছে? যি দুই এক আছে তেওঁলোকৰো কোনোবা এটা পক্ষৰ আই ঘৰৰ লগত সম্পৰ্ক বেয়া । পৰীক্ষা কৰি চাব পাৰে ।
@habiburrohman6763
@habiburrohman6763 2 года назад
মানুহ এনেকোৱা হব নাপাই 😭 পৰিয়ালটিৰ এনে দশা কৰা কেইজনক ভগৱানে..........
@johnalbertpatir3110
@johnalbertpatir3110 2 года назад
ছিঃ ছিঃ মানৱীয়তা ছিঃ....... ঘৰখনে ভাল সিদ্ধান্ত লৈছে, এনেকুৱা সমাজ নহ'লেও ঘৰখনৰ একো অনিষ্ট নহয়।
@kakoli8291
@kakoli8291 2 года назад
হয় দাদা ঠিক কৈছে আপুনি🥲🥲🥲🥲 😭😭😭😭🙏🙏🙏🙏
@FaithfulMuslim
@FaithfulMuslim 2 года назад
Pise religious scripture t ase dekhun shudra (lower caste) r hator khana khale norok t jabo bli 🤔
@dhanjitdeka6115
@dhanjitdeka6115 2 года назад
সেই গাঁওখনৰ মানুহে হাগিলে কি সোণ ওলাই নেকি? noncence সেই গাঁওখনৰ মানুহবোৰ।
@porashmoniganingborah8503
@porashmoniganingborah8503 2 года назад
মই আহোম সম্প্ৰদায়ৰ লৰা, মইয়ো লালুং ছোৱালী বিয়া পাতিছো
@devasenchowaofficial4692
@devasenchowaofficial4692 2 года назад
Kintu Ahom Boruah r prablm nai kintu teu luk General Boruah heikarone aitu problm
@simangbaro4050
@simangbaro4050 2 года назад
@@devasenchowaofficial4692 general boruah nohoi burbok boruah
@Mr_rocky776
@Mr_rocky776 2 года назад
@@devasenchowaofficial4692 ami mahanta hoi kintu mur dadai kochari swali biya patise amr iat kintu udhar kori dile thik hoi jai
@axom7985
@axom7985 2 года назад
@@Mr_rocky776 ki kochari Boro ne sonowal ne thengal kachari ?
@pikubora9865
@pikubora9865 2 года назад
এনেকুৱা কৰা গাৱবিলাকক চৰকাৰে কঠোৰ ব্যৱস্থা লওক সকলো চৰকাৰি সা সুবিধাৰ বঞ্চিত কৰক
@GitarthaGogoi_Original
@GitarthaGogoi_Original 2 года назад
অসমীয়া জাতি কেকুৰা জাতি..... মই বহুত সুখী যে মই সেইখন গাৱৰ লৰা নহয়
@munmivlogchannel9270
@munmivlogchannel9270 2 года назад
ছোৱালী হ'ল পানীৰ নিচিনা, পানী যি পাত্ৰত থোৱা যায় তাৰে আকাৰ লয়। ছোৱালী জনীও হ'ল হিন্দু, ল'ৰা জনো হ'ল হিন্দু , গতিকে ইয়াত সমাজে আপত্তি কৰাৰ কোনো কথাই নাই। সমাজৰ এচাম কু মনৰ মানুহৰ বাবে সাধাৰণ মানুহে কষ্ট খাব লাগে
@deepjyotideka6200
@deepjyotideka6200 2 года назад
আত্মাৰ কোনো জাতি নেথাকে, কোনো গোষ্ঠী নেথাকে....আত্মা মাথোঁ পৰমেশ্বৰৰ দাস.... মানুহঘৰক নানসিক অশান্তি দিয়া মানে ঈশ্বৰকেই কষ্ট দিয়া বুজাইছে.. .আজিৰ বিজ্ঞানৰ যুগত এনেধৰণৰ চিন্তাধাৰাই শুভ নেপায়।।
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Dada apuni dukhon naot vori disey. Afaley bigyan aru anfaley atma maney andha biswakh. Science t atmaa niradhar. Norokr Mukul.
@DARKANGEL-uy3nw
@DARKANGEL-uy3nw 2 года назад
@@mukulbaruah1833 ki bal singa kotha koi aso kla
@dwipenmedhi5323
@dwipenmedhi5323 2 года назад
Tmm
@nishi316
@nishi316 2 года назад
@@mukulbaruah1833 science t atma ki,??? Philosophy buli eta sbjct ase , ondho bissakh ne ki buji pai jbo. Science e fact ane , hetu xosa kintu kisumn ondho bissakh burei reality hoi. Taak jbrdsti science buli proof kori eku lbh nai. Bcz science e even god k e bissakh nokore, jst ondho bissakh buli koi. Dekhi asu,science r pise pise douri mnuh kimn agbarhise.
@deepjyotideka6200
@deepjyotideka6200 2 года назад
@@mukulbaruah1833 ভুল নুবুজিব...ইয়াত আত্মা মানে কোনো অলৌকিক বা বেলেগ শক্তিক প্ৰশ্ৰয় দিয়া হোৱা নাই...কাৰণ ঈশ্বৰৰ বাহিৰে এই পৃথিৱীত সকলো মাথোঁ মায়া...মাটি, পানী, তাপ, বায়ু আৰু আকাশ এই পঞ্চভূতেৰে দেহৰ গঠন হয়....এই পঞ্চভূতি দেহক যোনে চেতন কৰি ৰাখে (আপোনাৰ উশাহ নিশাহ, আভ্যন্তৰীণ অংগৰ চলাচল আদি)... সেয়াই জীৱাত্মা(জীৱ+আত্মা)......এইয়া জানো বিজ্ঞান নহয়....???? আশা কৰোঁ অকণ হলেও বুজিছে....
@arpondas7642
@arpondas7642 2 года назад
গাওঁ খনৰ মানুহ জাক মানুহৰ শাৰিত নপৰে । পশুতকৈ অৰ্ধম । মহা পাপি সেই জাক ।
@birajkalita3573
@birajkalita3573 2 года назад
হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে। আমাৰ দৰে সাধাৰণ দুখীয়া মানুহৰ বাবেহে এই নিয়ম -নীতি।
@kakoli8291
@kakoli8291 2 года назад
হয় দাদা ঠিক কৈছে আপুনি 🥲🥲🥲🥲😢😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🥺🥺🥺🥺🥺
@horenhimansu2843
@horenhimansu2843 2 года назад
✌️
@kunjaraj2863
@kunjaraj2863 2 года назад
Dokhiya manhur moilo nai ai duniyat
@manubaruah9410
@manubaruah9410 2 года назад
সেইখন গাৱৰ মানুহ দূৰণীবটীয়া জেগালৈ গলে ৰাস্তাত চাহ ভাত নোখোৱাকৈ থাকে নিকি? বেমাৰ দেখুৱাবলৈ গলে ডাক্তৰৰ জাত চাই বেমাৰ দেখুৱাই নিকি?ডেকা লৰাবোৰে ওলাই গলে নিজৰ খেলৰ মানুহৰ হোটেলত ভাত,চাহ খাই নিকি? হোষ্টেলত থাকিব লগা হলে ৰূমমেট নিজৰ খেলৰ লয় নিকি?
@putulgayan648
@putulgayan648 2 года назад
যিকেইটা মানুহে এই পরিয়ালটিক এঘরীয়া করিছে সেইকেইটা অধমক দহ বচৰমানকৈ জেইলত দিব লাগে । কটা নিধকহঁত । ধিক্কাৰ দিছো ।
@devajitgogoi1o1
@devajitgogoi1o1 2 года назад
জধামূৰ্খ গোৰামি এগালৰ লগত নথকাই ভাল
@karendradas9197
@karendradas9197 2 года назад
অসমৰ ছোৱালী বিয়া হৈছে অসমত বাহিৰ পৰা আহি বিয়া হব ধৰিছে অসমত কেলা চকুদুটা দি দেখা পোৱা নাই । জাতি ধৰ্ম লৈ এইবোৰ নকৰিবা বিয়া নহয় কি কৰিব কাৰ কত জোৰা আছে কোনে জানে সব ভগবানে কৰি থৈছে ।
@sahcindrasonowal7292
@sahcindrasonowal7292 2 года назад
এয়াকে কৈয় আমাৰ অসমীয়া সমাজ জাত বিচাৰ কৰে মানুহ মানুহে বুলি ভাবিব লাগে আজিসময়ত লালুং আমাৰ অসমীয়া সমাজৰে মানুহ
@nabajyoti2869
@nabajyoti2869 2 года назад
জীৱ শ্ৰেষ্ঠ মানুহৰ এয়া এক লাজ লগা উপহাৰ পৰিৱৰ্তিত সমাজত মানুহ বহুত নিকৃষ্ট হৈ উঠিছে
@roniegogoi4611
@roniegogoi4611 2 года назад
Comparatively lalun people are the most indigenous people of Assam. They should feel proud on to that.
@banjitchangmai4047
@banjitchangmai4047 2 года назад
বাপেকৰ মূৰটো হঁত.... পাগল হৈছে নাপায় অ...কি তলৰ কি ওপৰ অ... সঁচা দুখ পাইছো.....
@biswavolg1562
@biswavolg1562 2 года назад
নাপাই মানুহে মানুহৰ বাবে এনে কৰিব। কাৰণ আজি আছোঁ কালৈ হয়টো কি। জীৱন দুদিনিয় নাথাকে ৰৈ। থাকোঁ মানে সকলোৱে মিলি থাকা টো ভাল।
@travellersuman7859
@travellersuman7859 2 года назад
জাত পাতৰ কি কথা আছে? অসমত অসমীয়া মানুহ থাকে সকলো অসমীয়া হয়। উচ্চ নিম্ন এইবোৰ কোনে কৰে সেইসকলক ধৰি গৰু পিতন দিব লাগে।
@ratulentertainmentzone3948
@ratulentertainmentzone3948 2 года назад
Oxomot oxomiya dhonxo hoise enekuwa xomaajor baabe
@lakhyadeephandique9400
@lakhyadeephandique9400 2 года назад
জাতিত কি আছে , ধৰ্মত কি আছে ? কাটিলে সকলোৰে তেজেই ওলাব । চিন্তা শক্তিৰ অলপ বিকাশ কৰিবৰ হ'ল ।
@prasantabprdoloi2575
@prasantabprdoloi2575 2 года назад
Aji 18 basar pora moi Assamar bahirat asu, all India bahu thait asu, bahirar UP, Haryana adit he anekuwa dekhu, kintu pratham baar Assamat anekuwa dekhi nikake bahut pis pori thoka jen lagise, so bad, so sad, Administrative officer or Government should take necessary action and make educate people, other wise Assam will fallback 1500 years. Remember Dr Bhupen Hazarika Song... Manuhe manuhak nisinile Asom rakhatale jabo...
@Rubulgogoi209
@Rubulgogoi209 2 года назад
অলপ এৰা ধৰা কৰিব লাগে । লালুং জাতি -- সম্প্ৰদায় অসমৰ ভূমিপুত্ৰ হয় আৰু খিলঞ্জীয়া হয় । সেই কথাটোও মনত ৰখা উচিত ।
@keyore8915
@keyore8915 2 года назад
Tolor upor ki ase. Lalung jatir history ase. Hobhahya he je morom laga lalung buwari paise. Ei Baruah Nagaon r bur Ki jati r hoi. Bamum ne napit ne Aan kiba.
@horenhimansu2843
@horenhimansu2843 2 года назад
এৰা - ধৰা , মিলা- মিছা মাজেৰে চলাই উচিত 🙏✌️
@dwimubaro8730
@dwimubaro8730 2 года назад
ai karone ami axomiya logot nathake ami tribal hoi agor porahe ai bilag pai asu...
@Johncena100-n3x
@Johncena100-n3x 2 года назад
@@dwimubaro8730 tohotor majotu hindu ase Christian ase. Ki bal bokiso
@dnarzary2813
@dnarzary2813 2 года назад
Tribel manuhok beya pai asolote nki hihoti faltu manuh
@tenganidiba9970
@tenganidiba9970 2 года назад
Jati mati vetite jabo Amar bur🙃
@khirudkonwar3197
@khirudkonwar3197 2 года назад
অকলে ই থাকক ভগৱান আপোনাৰ লগত ভগৱান আচে যি খন সমাজে মানুহে মানহক চিনি নাপায় সেই সমাজত থাকি কি লাভ
@newmotivatinalworld
@newmotivatinalworld 2 года назад
এইবোৰ ৰাইজ নহয়, ইহঁতৰ নিচিনা মানুহবোৰক মাৰি পেলাব লাগে, এই খন অসমক কছাৰী ৰজাই ৰাজত্ব কৰিছিল সেই কথা মনত পেলাই এই নিম্ন মানৰ সমাজে সমূহীয়া দেহ ত্যাগ কৰিব লাগে, 😄😄😄😄😄
@sdtech2285
@sdtech2285 2 года назад
এনেবোৰ মানুহ মানুহৰ নামত কলংক
@NurulIslam-rd4yb
@NurulIslam-rd4yb 3 дня назад
Hoy hosa kotha
@prabhatkrgogoi8153
@prabhatkrgogoi8153 2 года назад
ৰাইজৰ মনবোৰ ঠেক , কুঁৱাৰ ভেকুলীৰ দৰে জীয়াই আছে ৷ আচৰিত সমাজ এইখন !
@axom6256
@axom6256 2 года назад
মানুহবোৰ পগলা হৈছে আজিৰ দিনত এনেকুৱা হোৱাটো অতি লজ্জাজনক
@northeastkaberisvlogs4422
@northeastkaberisvlogs4422 2 года назад
Si...si...bortomaan xomoyot enebur nitr-niyome xubha nepai.Logote dhonyobad jonalu NK TVk.
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 2 года назад
ফালটো নিয়ম এইবোৰ , কাম নাই 👎 টকা দিলে সকলো ঠিক আৰু টকা দিব নোৱাৰিলে এঘৰিয়া 😂 এই মগজুৰ মানুহ বোৰক কুকুৰৰ পোৱালি বোলিহে কলো আৰু 😠
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Apuni faltu niom buli koi ki laav. Apuni nijey kalitar bahirat biaa karok soon apunar parialr u ekei durdakha habo. Jetialoikey saitan Brahmon panthat khumai thakiba tetialoikey bhugi thakiba. Janma, Bibah, Namakaran, Mrityut khukhita,Lunthita hoi thakiba. Iarpira poritran puar rasta hol Ana Swarbad,Anatmabadi, Bastobadi,Tarksil habo lagibo. Narokr Mukul.
@bishalkalita3388
@bishalkalita3388 2 года назад
@@mukulbaruah1833 👍👍
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 2 года назад
@@mukulbaruah1833 কি কৈছে মই ভালকৈ বুজি নাপালোঁ । শুদ্ধ কৈ লিখক ,
@dhunubordoloi3723
@dhunubordoloi3723 2 года назад
Misa kole ki hb apunalukr jati manuhe belgk jati suwali anibo nidiye aru anilau suwali Jonik ghrt jbo nidiye amar eat a paisu
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Apuni Eswar maney niki. Jodi Eswar maani thakey tentey apuni u bhugiba.Manuhr jaati kebol Bharatat hey asye. Jaat kunye sristi karisil apuni janeney.
@stormxt2542
@stormxt2542 2 года назад
চ্যুকাফাই গঢ়ি যোৱা বৃহত্তৰ অসমীয়া জাতি এতিয়া ভাঙিব ধৰিছে। Please মানুহ হয় মানুহ হিচাপে জিয়াই থাকক। কোন তল জাতি কোন ওপৰ জাতি সেইবোৰ ভবাৰ সময় আৰু এতিয়া নাই। শিক্ষিত হ‌ও‌ক It's 2022 ধন্যবাদ।🙏🏻
@AnkurJoyti123
@AnkurJoyti123 2 года назад
সেই সমাজ খনৰ মানুহ খিনিক আৰু সেই সমাজ খনৰ সমাজ ব্যৱস্থাক ঘিণ কৰো।
@মিছানকব7116
@মিছানকব7116 2 года назад
ভগৱান কোন জাতিৰ অ' 😂 ?? তেওঁ ওপৰৰ জাতি চাগে সেয়েহে সেৱা কৰি আছে, তলৰ জাতিৰ হোৱা হ'লে চাগে ভগৱানকো এইখন গাঁৱৰ মানুহে এঘৰীয়া কৰিলে হেঁতেন চাগে 😂😂
@akb1975
@akb1975 2 года назад
It was in practice but it's nice step by media to aware people n society👍
@monuranjangogoi6276
@monuranjangogoi6276 2 года назад
অসমীয়া যিমান লেতেৰা গালি আছে ছব এইখন সমাজকে দিছো. হক থুই 🤮 🤣🤣🤣🤣🤣🤣🤣🤣
@DigantaKrBaro
@DigantaKrBaro 2 года назад
এই প্ৰতিযোগিতাৰ যুগতো মানুহৰ চিন্তাধাৰাৰ পৰিসৰ ইমান ঠেক হৈ আছে । অত্যন্ত পৰিতাপৰ বিষয় । পৰিয়ালটোৰ মানুহবোৰৰ মনৰ অৱস্থা কেনেকুৱা হব পাৰে ভাবি বহুত বেয়া লাগিছে ।
@kelvinvlogs6507
@kelvinvlogs6507 2 года назад
আপোনালোক যদি এনেকৈ সুখী হৈ জীয়াই আছে, তেন্তে এইটোৱেই বহুত 🙏🙏বাকী আজিৰ সমাজত কিছুমান মানুহৰ নামত কলংক আৰু ভদ্ৰতাৰ মুখা পিন্ধা নিকৃষ্ট মনৰ মানুহ এনে সিদ্ধান্ত লোৱাত আগভাগ লোৱা দেখা যায়, এনে চিন্তাৰ মানুহ সাধাৰণতে মানসিকভাৱে বিকাৰগ্ৰস্ত 💯
@mr.bordalai2541
@mr.bordalai2541 2 года назад
নিজকে উচ্চ বুলি কোৱা সকল প্ৰকৃততে সিহঁতবোৰ নিম্ন বৰ্গ। লালুংৰ অৱদান কি আছে অলপ মান অধ্যয়ন কৰিবি উচ্চ বুলি কোৱা কেইটা। মই নিজকে লালুং বুলি কব লাজ নকৰো বৰঞ্চ গৌৰৱ হে কৰো। একবিংশ শতিকাত এনে ভাৱ চিন্তা থকাটো এটা ডাঙৰ সমস্যা।
@mukulbaruah1833
@mukulbaruah1833 2 года назад
Vaal hoisey aru Brahmonr pukar seleki thaka. Janma, Mrityu,Bibah, Namakarn t Brahmon naholey kamei nahoy. Prathom Brahmon k tyag kora. NOROK r MUKUL.
@omnamahshiva8103
@omnamahshiva8103 2 года назад
That's the mentality of Old generation......New generation i.e. 21st youngsters are not like this type of mentality......
@chandrakt.kachari3092
@chandrakt.kachari3092 2 года назад
অসম আকৌ উন্নতি পথত জয় আই অসম বোল । উচ্চ- নিম্ন ধ্যান ধাৰণাই এই ধৰ্মকো বহু পিছুৱাই লৈ গৈছে । আমি জনজাতীয় আমাৰ ভাই - ককাইৰ মাজতো বৃহৎ ফাত । অইন ধৰ্মই পৃথিৱী জয় কৰিবলৈ নানা কৌশল আবলম্বন কৰিছে আমি জাত - পাততেই সীমিত থাকিলেই হল ।
@udbhashjyotinath2482
@udbhashjyotinath2482 2 года назад
@@satyajitboro5799 heikarone bodoland goi miyaland hol ge. Ata 2ta harami mane sob harami nhoi . axom vag koru koru ka thako
@udbhashjyotinath2482
@udbhashjyotinath2482 2 года назад
@@satyajitboro5799 moiu Eneka tribal dekhisu ji bina karonot non tribal k ghin kore. Aru axomiya k gali diya agot axomiya definition Sai ahbo ge. Tribal non tribal korute axom t aji bahiror manuh r dop doponi. June beya Pai tehatok Kobo lage soboke Kobo nalage
@digennath7719
@digennath7719 2 года назад
ভাগৱত পুৰাণ লিখা আছে, ধৰ্ম যোদ্ধা নকৰিবা খোলি খাব পাপে মহাভাৰত ৰামায়ণে অ,ভকতৰ ভায় কলে বাৰে বাৰে। সেইখন সমাজত ভাল মানুহ নাই।পাছ বছৰে এঘৰিয়া কৰিব নাপায়।অপৰাধ লাগিব সমাজৰ মুৰব্বী কেইজনৰ। ইয়াৰ বিছাৰ ভগৱানে কৰিব।
@nabajitdeka9357
@nabajitdeka9357 2 года назад
এনে বোৰ মানুহ বহু ফালটো সভ্যতাৰ পোহৰ নেদেখা লোক।
@Mrson1234
@Mrson1234 2 года назад
God bless you
@sauravp723
@sauravp723 2 года назад
Kenekuwa prokritir manuh ase ei okhomot Assam is still backward
@rdas267
@rdas267 2 года назад
খুব বেয়া লাগিল,
@tulonsonowal6521
@tulonsonowal6521 2 года назад
আজি দিনত সেইবোৰ কাম পাগল বোৰে কৰে,??? হেই বোৰে,,কি মানুহক সদাই তলৰ ওপৰৰ কৰিয়েই ভাল পাই সিহঁতৰ মাক বাপেকে ওপৰত হুৱে নে নুহুৱে
@gyanjatra989
@gyanjatra989 2 года назад
মহান মহান উচ্চ জাতিৰ কেইজনমান অজ্ঞানীৰ সমাজ ব্যৱস্থা।।।।।
@anuragsaikialakhisaikia3782
@anuragsaikialakhisaikia3782 2 года назад
আজিৰ অসমীয়া সমাজ কোনো কাম নাই বাদ দিয়ক সকলো ফালে একে দুখীয়া মানুহৰ ওপৰত সকলো ৰজা আমাৰ ফালেও একে কৰ্মই ধৰ্ম কাম কৰি যাওক
@BIPUL494
@BIPUL494 2 года назад
Kla.. muslim ছোৱালী আনিলেহে এঘৰিয়া কৰে ,,, lawra suda ৰাইজ .. dhuii kla...একদম fall2 dai....
@sarataxom1651
@sarataxom1651 2 года назад
এইটো কাৰণতেই অসমীয়া জাতীৰ একতা নাই আৰু অসমীয়া জাতী ভাঙি চিঙি থান বান হল, এনে কাৰণতেই এচাম অসমীয়াই দিভাইদ অসম 50/50 চলো গান ধ্বনি দি আছে ।।
@khanindramedhi8474
@khanindramedhi8474 2 года назад
আজিৰ দিনোটো এইবোৰ মানুহ আছেনে বাৰু ?? অন্য দেশত বোৰত ডাঙৰ ডাঙৰ আবিস্কাৰৰ মাঠা মাৰিআছে আৰু আমাৰ ইয়াত এইবোৰত এ লাগি আছে মহাশয় আপোনালোকক হাজাৰ হাজাৰ প্ৰনাম মোৰ ফালোৰ পৰা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Bishnu5874
@Bishnu5874 2 года назад
সেই গাঁৱ খনৰ মানুহবোৰ মানুহৰ নামত কলংক আজি দিনত
@bharatknowledge7
@bharatknowledge7 2 года назад
Ki j hobo.bohut beya lagil dekhi.vogoban ase diyok..dukh nokoribo.
@rajduwarahrajduwarah5710
@rajduwarahrajduwarah5710 2 года назад
Aibur gaor manuhok...aru gaor gaowburhak lengta kori pitibo lage...atiyaloike devlop hua nai...balor xomaz ,,🙏🙏🙏🙏
@jitusaikia3654
@jitusaikia3654 2 года назад
আজি কালী যুগত এনেকুৱা মানুহ exist কৰে। ভাবী আচৰিত লাগে।। কি মূৰ্খ মানুহ এইবোৰ।।
@gobindaboro8201
@gobindaboro8201 2 года назад
Too much discrimination among the Assamese society...... So shameless
@sumanbhargav1357
@sumanbhargav1357 2 года назад
Courtt case korok, fundamental rights harm korise buli-Article 15,Article 21. Sob jailot jabo juney juney ebur decision loise.
@LaksminathChutia
@LaksminathChutia 2 года назад
ভালদৰে চালি জাৰি চালে অসমৰ প্ৰায়বোৰ গাওঁতে উলাব এনেকুৱা জাত পাতৰ নিয়মবোৰ । সকলোৱে মুখবোৰ বন্ধকৈ থৈছে ।
@rajotphukon3403
@rajotphukon3403 2 года назад
মানুহে মানুহক সহায় কৰিব লাগে
@axomneo1395
@axomneo1395 2 года назад
ভূপেন হজৰিকাদেৱে কৈ গৈছে __ "মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? সেই গাঁওৰ মানুহ মানুহখিনি মানুহৰ নামত কলংক
@ridhimathakur6194
@ridhimathakur6194 2 года назад
আমাৰ একেই অৱস্থা দিয়ক। আমাৰ টো ১০বছৰ মনেই হল।।কবলে গলে ভালেই হৈছে দিয়ক।এনেবোৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখাই ভাল।
@bhaskartamuli5603
@bhaskartamuli5603 2 года назад
Thakur apuni rajput naki moi ahom log pai bhal lagil moi upper cast hoi diyok
@bhaskartamuli5603
@bhaskartamuli5603 2 года назад
Thakur🐯jai rajputana 👍 respect I love maratha rajput jatt ❤️
@চন্দ্ৰকুমাৰডেকাৰজা
মই এজন লালুং লৰা। আমাৰ সমাজ খন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একশৰণ নামধৰ্মৰ। বৰা,ডেকা,কলিতা,পাতৰ,বৰুৱা সকলো মানুহে আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একশৰণ নামধৰ্ম গ্ৰহণ কৰক।। 🙏🙏🙏🙏
@priyankasaikia
@priyankasaikia 2 года назад
Hosa kotha, amio srimanta sankardev sanghor hoi, amar enekua niyom nai
@dhunubordoloi3723
@dhunubordoloi3723 2 года назад
Right..moiu lalug suwali aru amiu 1994ta AK khoron name dhormot xumalu..aru auluke je Emn koise amar sun belgk suwali anile aku prblm nai amar puwali gole he sbr prblm 😠..amar khomajr manuh belgk Atiyau bhut pispora
@udbhashjyotinath2482
@udbhashjyotinath2482 2 года назад
heituwa bondu. ai brahmanbad usso nisso r babei aji axomiya vag vag. srimanta shankardev r adorkhoia thik asile.
@huntugaming4150
@huntugaming4150 2 года назад
সমাজ এখনত কেইটামান মানুহ বেয়া থাকে আৰু সেইকেইটাৰ কথা শুনে সকলোৱে। যদি ইমানকে কোৱাৰ পাছতো লগ নিদিয়ে আপোনালোকে বেলেগ এখন সমাজত সোমাই লওক।
@AnimalsCasa
@AnimalsCasa 2 года назад
Baal'or Jati, Dhormo eibur... nijoke eman bhal kori tulok jaate belege xohai support suggestion bisari aahe apunalukor usorot. Practically kobo gole Education + Money is a deadly combination. MONEY IS NOT EVERYTHING BUT WE NEED MONEY FOR EVERYTHING 🤐
@buliborah5758
@buliborah5758 2 года назад
সমাজৰ কথা ভাবিলে আচৰিত লাগে।ধনী ঘৰৰ হোৱা হলে এইবোৰ নকৰিলে হয়।বিচাৰ অকল দুখীয়া মানুহৰ বাবে হে।
@abcentertainmentassam6012
@abcentertainmentassam6012 2 года назад
😢আজিৰ যোগত এনেকুৱা মানুহ থাকে নেকি,,, সেই খন গাঁৱৰ মানুহ বোৰ মৰি যোৱাই ভাল ।
@N.M.Ahmed007
@N.M.Ahmed007 2 года назад
গাওঁৰ সকলোবোৰ মানুহ মূৰ্খ যেন লাগিছে, মানুহৰ আকৌ কিহৰ জাত, শৰীৰৰ অঙ্গ কাটি চা একে তেজ ওলাব,
@rahulsaikia9839
@rahulsaikia9839 2 года назад
Akhomiya Jati dhongkho hobor Aru besi din naiiii.... Aru 10 bosor vitorot akhomiya jati bilupto prai hbo aru. Krishno he bulilu 🙏🙏🙏
@himangshusarma1174
@himangshusarma1174 2 года назад
everyone deserves same respect and love..after all we all are humans...this is so bad.
@gohpurtolgate8167
@gohpurtolgate8167 2 года назад
Val Val khabo matilay kintu jabo tetya,khomas bhokot kotha ke kom is so bad....😭😭
@axom6256
@axom6256 2 года назад
বেলেগ জাতিৰ মানুহ কি মানুহ নহয় নেকি কিযে সমাজখন😖
@engtalks-2261
@engtalks-2261 2 года назад
দ্রোপতি মুৰমুক ভাৰতৰ পৰা এই উচ্ছৱন্থ লোক সকলে কিয় এগৰীয়া নকৰে বাৰু !!!!
@Shillongteertargett
@Shillongteertargett 2 года назад
Mojja dise 🤣
@manabdas7280
@manabdas7280 2 года назад
Aibor gaon manuhe sarkari sakorir khetrot Equality dekhuai... karon teo lok tetia general caste hoi jai 😄 sakori sakori kori haba thuri khaye...
@indiantravellers5448
@indiantravellers5448 2 года назад
Ryt
@assamtinisukia4126
@assamtinisukia4126 2 года назад
আমাৰফালে তেনেকুৱা কথা নাই দেই এলান্ধুকলীয়া নিয়ম।শংকৰগুৰুজনাৰ আদৰ্শৰ ৰেঙনিও পৰা নাই তাত।
@chinmoy619
@chinmoy619 2 года назад
এনেকুৱা গাওঁ এখন আমৰ ঘৰ ওচৰতে আছে.... বৰাহিবৰী গায়ান গাওঁ, আমগুৰি, শিৱসাগৰ । ইফালে গাওঁ খনৰ ছোৱালী বঙালী মিয়া লৈ পলাই গৈছে ।।
@jugalkumardas9781
@jugalkumardas9781 2 года назад
I think that the main culprit is the village headman, at first arrest the village headman.
@fighter7610
@fighter7610 2 года назад
Don't worry God bless your family 🙏
@oxygenlife8980
@oxygenlife8980 2 года назад
Best comedy ever seen in Assamese media...
@ranjitnarzary6786
@ranjitnarzary6786 2 года назад
Pls lodge FIR against the leaders of the village
@tarunbharali9626
@tarunbharali9626 2 года назад
টকা খোৱা ৰাইজ
@atikulislam6579
@atikulislam6579 Год назад
বৰ দুখ লাগে । কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বলি হৈছে বহু লোক। সমাজৰ পৰা উচ্চ নীচ ভাৱ আতৰ হব লাগে।
@bishalpatar7366
@bishalpatar7366 2 года назад
Lalung hl buliye ki mnuh nhoiii nki kun2 jugot ase teoluke bad diok tnekua raiz...bht beya lgil krn St caste huar krne aji anekua krise😥😥nijr jatik anekua krile bht bht beya lge😥😥ata ktha ako proman hl j atiyau amar St mnuhk ghrina kre bht mnuhe😥😥
@hridaynarzary1691
@hridaynarzary1691 2 года назад
Kore atiyau, ane mukhot he koi ghin nokore buli kintu soli thake anekuwa kahini bohut..
@riturajbharali9911
@riturajbharali9911 2 года назад
Dukiya manuh k soba hasa
@bishalpatar7366
@bishalpatar7366 2 года назад
Blg jiye nokouk beya nlge kin2 jetiya St baa njr jatik loi kiba koi nhoi bht dukh lge😥😥
@pappubordoloi6068
@pappubordoloi6068 2 года назад
এইবোৰ নিয়ম আজিৰ যুগত ধেৎ ,ধিক্কাৰ দিছোঁ এইবোৰ নিয়ম, উন্নতি নহব ,অসম,
@abhijitsaikia6476
@abhijitsaikia6476 2 года назад
বাদ দিয়ক এনেকুৱা ৰাইজ । একেবাৰে শঙ্কৰদেৱ ৰ বংশৰ
@dhunudhunu5307
@dhunudhunu5307 2 года назад
Val dore bojai kowa
@SG-wh2mb
@SG-wh2mb 2 года назад
@Mr.Kalita😂😂😂 baruah upadhi dher castor manuhe likhe o bupai😂 Sonowal kochari bamun chutia motok moran ahom sobei likhe baruah . Baruah ahom upadhi nohoy Assamese upadhi bujile. Aal bal kori akol ahomor pisot lagi furo kiyo tohoti
@SG-wh2mb
@SG-wh2mb 2 года назад
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@keyore8915
@keyore8915 2 года назад
@@SG-wh2mb chehera Sai dekhao nai Ahom jen. Kalita o likhe buli huniso baruah anandaram Baruah kalita asil nk
@Johncena100-n3x
@Johncena100-n3x 2 года назад
@Mr.Kalita johora tohoti nijor jatir gela atorabole Ahom buli kbo ahiso. Toi thikei koiso Barua originally Ahom upadhire hoi. Kintu tohotor nisina gela jati Kolita al bal jati e nijor jatir upadhi likhibole laj kori Baruah likho. Aru bohut jati jene kuch kachari Baruah likhibo dhorile
@ukhamoran911
@ukhamoran911 2 года назад
Aibur manuh a nohoi oo...bhogoman thakibo hodai apunalukor logot
@gestureofendtimes1693
@gestureofendtimes1693 2 года назад
For God love the world so much that he gave his only begotten son (Jesus Christ) whoever believes in him may not die but have eternal life, John 3:16(Bible), we are all sinners in this world (Brahmins, Non Brahmins), Jesus Christ died on the cross for our sins to redeem us and risen on third day, He is coming soon
@angshu034
@angshu034 2 года назад
English namr kla
@arunav_creations
@arunav_creations 2 года назад
@@angshu034 hinduism k thatta kori ase etue. Report marok
@bingchilling3377
@bingchilling3377 2 года назад
@@arunav_creations ene eghoriya niyom thakile hindu nuhuai bhal.
@janardannath9677
@janardannath9677 2 года назад
gesture of end times Baperor murtu bokiso kela
@gestureofendtimes1693
@gestureofendtimes1693 2 года назад
@@janardannath9677 Jesus Christ said, "I am the way the truth and the life, No one comes to the father except by me " John 14:6
@britenjoyboro3110
@britenjoyboro3110 2 года назад
এনেকুৱা বহুত আছে উদাহৰণ।কিন্তু আমি সকলো সম্প্ৰদায় সমন্বয়ৰ ভিত্তিতহে অসমত বৰ্তি আছোঁ । বেছি নকওঁ তলৰ খাপৰ মানুহ যে ।
Далее
БАГ ЕЩЕ РАБОТАЕТ?
00:26
Просмотров 123 тыс.